Lesson 1

গোট ১

ছাত্ৰ-জীৱন আৰু সমাজ সেৱা 


A. অতি চমু প্ৰশ্নাৱলী

১। প্ৰকৃত শিক্ষা কি কি? 

উত্তৰঃ 

২। ডেম-ডেউকা কি?

(এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)

উত্তৰঃ 

.৩) ৰ'দ নপৰা চেচা্ঁ আৰু জেকা ঠাইক কি বোলে ?

     ((এই প্ৰশ্নটো ২০১৯ চনত আহিছিল)

উত্তৰঃ

৪) ডিমম্বেশ্বৰ নেওগৰ জন্ম কোন চনত হৈছিল ?

উত্তৰঃ


৫) ডিমম্বেশ্বৰ নেওগৰ পিতৃৃৰ নাম কি  আছিল ?

উত্তৰঃ 


৬) অসমীয়া  সাহিত্যৰ বুৰঞ্জী প্ৰণেতা  হিচাপে পৰিচিত সাহিত্যিক গৰাকীৰ নাম কি ? 

     (এই প্ৰশ্নটো ২০২০ চনত আহিছিল)

উত্তৰঃ 


৭) শিক্ষাৰ ঘাই কৰ্তব্য কি ?

উত্তৰঃ

৮)  ছাত্ৰাৱস্থাত  মনৰ গতি কেনে হব লাগে ?

উত্তৰ ঃ


৯)  ছাত্ৰ জীৱন কি কৰা সময় ?

উত্তৰঃ


১০) শিক্ষাৰ্থীৰ উন্নতিৰ প্ৰধান ঘাই মন্ত কি ?

উত্তৰঃ

১১)  "Growth of the Asamiya Language" গন্থৰ ৰচক কোন ?

(এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)

উত্তৰঃ


১২)  ডিমম্বেশ্বৰ নেওগৰ  প্ৰথম বুৰঞ্জীমূলক গন্থখনৰ নাম লিখা  ?

উত্তৰঃ


১৩) বৰ্তমানৰ শিক্ষাৰ  প্ৰধান দোষ কোনটো ?

উত্তৰঃ


১৪)  লেখকৰ মতে গাও্ঁবোৰ কেনেকুৱা হৈ আছে ?

উত্তৰঃ 



B.চমু প্ৰশ্নাৱলীঃ

১) ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা লাভ কৰিব পৰে ?

   এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)

উত্তৰঃ 


২) ডিমম্বেশ্বৰ নেওগ অসম সাহিত্যৰ কোন অধিৱেশনৰ সভাপতি হৈছিল ?

উত্তৰঃ


৩) ডিমম্বেশ্বৰ নেওগৰ দুখন  কবিতাপুঠিৰ নাম লিখা ?

উত্তৰঃ


৪) ডিমম্বেশ্বৰ নেওগৰ দ্বাৰা  ৰচিত দুখন বুৰঞ্জীমূলক গন্থৰ নাম লিখা?

উত্তৰঃ

৫) বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ কি কি ?

উত্তৰঃ

৬) শিক্ষা বুলিলে কি বুজা ?

উত্তৰঃ

৭) লেখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি ?

      (এই প্ৰশ্নটো ২০২০ চনত আহিছিল)

উত্তৰঃ


৮)  শিক্ষাৰ ভাগবোৰ কি কি ?

উত্তৰঃ

৯) এইখিনি  কাম  তেও্ঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ  মাথোন।

- কোনখিনি কাম তেও্ঁলোকৰ ( ছাত্ৰ-ছাত্ৰীসকলৰ )  কাৰ্যকৰী শিক্ষা একোটি পাঠ, বুজাই লিখা ।

     (এই প্ৰশ্নটো ২০১৮চনত আহিছিল)

 উত্তৰঃ


১০) প্ৰকৃত দেশৰ উন্নতি কৰা মানে কি ?

উত্তৰ ঃ

১১) উদৰ সাতপুৰুষ মৰিল কেচা্ঁ  মাছ খাই, বান্দৰৰ সাতপুৰুষ  মৰিল ডাল কোবাই ।

____   লেখক ডিমম্বেশ্বৰ লেওগে উক্ত নীতিবচনটো পাঠটিত কি অৰ্থত প্ৰকাশ প্ৰকাশ পাইছে লিখা ।

     (এই প্ৰশ্নটো ২০১৯ চনত আহিছিল)

উত্তৰঃ

১২) ছাত্ৰাৱস্থাত মনৰ গতি কেনেধৰণৰ হব লাগে লিখা ।

উত্তৰঃ

১৩) ডিমম্বেশ্বৰ নেওগৰ  জন্ম কত  আৰুকেতিয়া হৈছিল ?



C.  ৰচনাধৰ্মী  প্ৰশ্নাৱলী ঃ

১) ডিমম্বেশ্বৰ নেওগৰ  জীৱন আৰু কৃতিৰ এটি চমু  কৃতিৰ এটি  চমু    পৰিচয়  দিয়া ।

উত্তৰঃ

২)   গাও্ঁ একাধাৰে নগৰৰ জনক-জননী- লিখকে গা্ঁৱক কিয় নগৰৰ জনক-জননী বুলি কৈছে বুজাই  লিখা ।

          (এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)

 উত্তৰঃ

৩)  পঢ়াই পঢ়ে ৰোৱে পান 

       এই তিনিয়ে নিচেন্তে আন।

    - তাৎপৰ্য  বিচাৰ কৰা।

  (এই প্ৰশ্নটো ২০১৯ চনত আহিছিল)


উত্তৰ -

৪) ছাত্ৰজীৱন প্ৰকৃত উদ্দেশ্য় সফল কৰিবলৈ  ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অ্ৱলম্বন কৰিব  পাৰে ?

উত্তৰঃ


৫) আমাৰ দেশৰ অধিকাংশ লোক  আজিও কেনে অৱস্থাত আছে -ছাত্ৰ জীৱন আৰু সমাজসেৱা পাঠটোৰ আধাৰত  বুজাই লিখা ।

 (এই প্ৰশ্নটো ২০২০ চনত আহিছিল)

উত্তৰঃ

৬) ছাত্ৰজীৱন আৰু  সমাজ সেৱা শীৰ্ষক প্ৰৱৱন্ধটোৰ  মূল  কথাখিনি তোমাৰ নি্জৰ ভাষাৰে লিখা 

উত্তৰঃ

৭) দেশৰ  সেৱাত ব্ৰতী হবলৈ ছাজীৱনত বহুমূখী শিক্ষাৰ প্ৰয়োজনীয়তা সমম্ভন্ধে আলোচনা কৰা ।

উত্তৰঃ

৮) ছাত্ৰজীৱন আৰু সমাজসেৱা প্ৰৱন্ধটো বৰ্তমানৰ শিক্ষা  ব্যৱস্থাক কিয় আসো্ঁৱাহযুক্ত বুলি কোৱা হৈছে আলোচনা কৰা ।

উত্তৰঃ

৯)   লেখকৰ মতে বৰ্তমানৰ গাৱৰ সমাজ ব্যৱস্থা  কেনেকুৱা ?

উত্তৰঃ

১০) বৰ্তমানৰ পঢ়াশালী দেশী-কচৰতৰ শিক্ষা কেনেধৰনৰ ?

উত্তৰ

১১)  প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰাঃ

ক) পঢ়াই পঢ়ে ৰোৱে পাণ ।

       এই তিনিয়ে নিচেন্তে আন ।

খ) কমাৰশালত গঢ়িবলৈ হলে আগত  জুইশালত গঢ়ি চাব লাগিব ।

সা্ঁতুৰিবলৈ শিকিবলৈ হলে পানীত ননমাকৈ নহয় ।

গ) আমাৰ বৰ্তমান শিক্ষা  কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ  ঘাই দোষ।

ঘ) এই কালি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাচত ফল হৈ মাতৃ পূজাত  লাগে । কাইত-কলিতে এইসকলৰ পূজাৰ উপচাৰ স্বৰুপে মাতৃয়ে গ্ৰহন নকৰে ।

D. পাঠভিত্তিক ব্যাকৰন 

১) বিপৰীত শব্দ লিখা 

নিষ্কৰ্মা, ক্ৰটি , সহযোগিতা , দেশহিতৈষিতা, প্ৰৌঢ়।

২) সমাৰ্থক শব্দ লিখা ।

কৰ্যকৰী ৃ, প্ৰকৃত, সাম্য, আনমনা , ্অৰ্থকৰী , কাপ

৩) বাক্য ৰচনা কৰা ।

নীতি- বচন, কাপ-কাকত, জনক-জননী , লোন-তেল ।