অৰ্থনৈতিক বিজ্ঞান 

পৰীক্ষাৰ প্ৰশ্নসমূহঃ

A. চমু প্ৰশ্নাৱলীঃ

১) অৰ্থনৈতিক পৰিকল্পনা কি? ভাৰতৰ 'প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা'ৰ সময়ছোৱা উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


২) অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ দুটা পাৰ্থক্য লিখা ।

(এই প্ৰশ্নটো 2017 আৰু 2019 চনত আহিছিল)

উত্তৰঃ


৩) কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰে? মানৱ উন্নয়ন সূচকাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা হয়?

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৪) ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনে প্ৰভাৱ পেলাইছে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2017 আৰু 2019 চনত আহিছিল)

উত্তৰঃ


৫) মানৱ উন্নয়নৰ সূচক তিনিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


৬) নিটি আয়োগ কেতিয়া গঠন কৰা হয়। নিটি আয়োগৰ অধ্যক্ষ কোন?

(এই প্ৰশ্নটো 2017 চনত আহিছইল)

উত্তৰঃ


৭) নিটি আয়োগ কি? ই কেতিয়া গঠিত হৈছিল? ইয়াৰ অধ্যক্ষ কোন?

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৮) ভাৰতবৰ্ষৰ পৰিকল্পনাৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (আৰম্ভণিৰ পৰা ১৯৯০-৯১ লৈ) আৰু দ্বিতীয়ছোৱাৰ (১৯৯১-৯২ ৰ পৰা বৰ্তমানলৈলে) মাজত মূল পাৰ্থক্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


৯) অসম দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা প্ৰধান লক্ষ্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


১০) মানৱ উন্নয়নৰ ওপৰত এটা টোকা লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


১১) নিটি (NITI) আয়োগৰ সদস্যসকল কোন কোন?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ

A. অতি চমু প্ৰশ্নাৱলীঃ

১) প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ


২) মানৱ উন্নয়ে কি বুজায়?

উত্তৰঃ


৩) অৰ্থনৈতিক বিকাশ, অৰ্থনৈতিক উন্নয়ন আৰু মানৱ উন্নয়ন এই ধাৰণা কেইটাৰ অৰ্থ একেনে?

উত্তৰঃ


৪) অৰ্থনৈতিক সংস্কাৰে অনা এটা কুফল লিখা ।

উত্তৰঃ


৫) ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ স্তৰ কেইটা?

উত্তৰঃ


৬) NITI সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ


৭) জাতীয় আয় কি?

উত্তৰঃ


৮) অৰ্থনৈতিক পৰিকল্পনা কি?

উত্তৰঃ


৯) গণতান্ত্ৰিক পৰিকল্পনা কি?

উত্তৰঃ


১০) অসমৰ দ্বাদশ পৰিকল্পনাৰ লক্ষ্য এটা লিখা ।

উত্তৰঃ


১১) ভাৰতবৰ্ষ অৰ্থনীতি কেনেকুৱা?

উত্তৰঃ


১২) কোন চনত ভাৰতে উদাৰীকৰণ নীতি গ্ৰহণ কৰে?

উত্তৰঃ


১৩)  সেউজ বিপ্লৱ কি?

উত্তৰঃ


১৪) মানৱ উন্নয়ন প্ৰতিবেশনখন প্ৰথমে কেতিয়া প্ৰকাশ হয়?

উত্তৰঃ


১৫) NITI আয়োগৰ অধ্যক্ষ কোন?

উত্তৰঃ


১৬) পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এটা লক্ষ্য লিখা ।

উত্তৰঃ


১৭) মানৱ উন্নয়ন এটা সূচক উল্লেখ কৰা ।

উত্তৰঃ


১৮) NITI আয়োগ কি?

উত্তৰঃ


১৯) মিশ্ৰ অৰ্থনীতি কি?

উত্তৰঃ


২০) উদাৰীকৰণ কি?

উত্তৰঃ


২১) 2010 চনৰ মানৱ উন্নয়নৰ নতুন ধাৰণাৰ এটা উল্লেখ কৰা ।

উত্তৰঃ


২২) ভাৰতৰ একাদশ পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল?

উত্তৰঃ


২৩) ব্যক্তিগতকৰণ কি?

উত্তৰঃ


২৪) জনমুৰি আয় কি?

উত্তৰঃ


২৫) অৰ্থনৈতিক বিকাশ কি?

উত্তৰঃ


২৬) গোলাকীকৰণ বা বিশ্বায়ন কি?

উত্তৰঃ


B. চমু প্ৰশ্নাৱলীঃ

১) উদাৰীকৰণ কাক বোলে?

উত্তৰঃ


২) অৰ্থনৈতিক বিকাশ বা প্ৰসাৰতা আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত পাৰ্থক্য লিখা ।

উত্তৰঃ


৩) ভাৰতীয় প্ৰশাসন ব্যৱস্থাত কি কি স্তৰ আছে?

উত্তৰঃ


৪) পঞ্চবাৰ্ষিক পৰিকল্পনা বুলিলে কি বুজা?

উত্তৰঃ


৫) ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ কি কি?

উত্তৰঃ


৬) ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসুচী প্ৰতিবেদনত মানৱ উন্নয়নৰ কি তিনিটা সূচক উল্লেখ কৰা হৈছে?

উত্তৰঃ


৭) মানৱ উন্নয়নৰ নতুন ধাৰণা কেইটা উল্লেখ কৰা ।

উত্তৰঃ


৮) অৰ্থনৈতিক সংস্কাৰৰ তিনিটা কুফল লিখা ।

উত্তৰঃ


৯) গণতান্ত্ৰিক পৰিকল্পনা বুলিলে কি বুজা?

উত্তৰঃ


১০) নিৰ্বিনিয়োজন নীতি কি? নিৰ্বিনিয়োজন নীতি কেতিয়া কাৰ্যকৰী হয়?

উত্তৰঃ


১১) NITI আয়োগৰ গঠন সম্পৰ্কে লিখা ।

উত্তৰঃ


১২) মানৱ উন্নয়নৰ তিনিটা সূচক উল্লেখ কৰা ।

উত্তৰঃ


১৩) গোলাকীকৰণ কাক বোলে?

উত্তৰঃ


১৪) জনমূৰি আয়ৰ ভিত্তিত বিশ্বৰ দেশসমূহক কেনেদৰে ভাগ কৰা হৈছে?

উত্তৰঃ


১৫) ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছোৱা সময়ত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্যসমূহ কি আছিল?

উত্তৰঃ


১৬) অৰ্থনৈতিক পৰিকল্পনা কাক বোলে?

উত্তৰঃ


১৭) অৰ্থনৈতিক সংস্কাৰৰ এটা কুফল উল্লেখ কৰা ।

উত্তৰঃ


১৮) 2010 চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়নৰ প্ৰতিবেদনখনত মানৱ উন্নয়নৰ সন্নিবিষ্ট কৰা ধাৰণাকেইটাই কি কি বিষয়ে প্ৰতিফলিত কৰিছে?

উত্তৰঃ


১৯) অসমত চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য উল্লেখ কৰা ।

উত্তৰঃ


২০) 2010 চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত মানৱ উন্নয়নৰ কি কি নতুন ধাৰণা সন্নিবিষ্ট কৰা হৈছে?

উত্তৰঃ


২১) পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য উল্লেখ কৰা ।

উত্তৰঃ


২২) অৰ্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ


২৩) ব্যক্তিগতকৰণ কাক বোলে?

উত্তৰঃ


২৪) ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থা কেনেধৰণৰ? মিশ্ৰ অৰ্থনীতি কাক বোলে?

উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) অৰ্থনৈতিক সংস্কাৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ বাখ্যা কৰা ।

উত্তৰঃ


২) ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (1951-1991) আৰু দ্বিতীয়ছোৱা (1991 ৰ পৰা বৰ্তমানলৈকে)ৰ মাজত থকা এটা মূল পাৰ্থক্য বাখ্যা কৰা ।

উত্তৰঃ


৩) চমুটোকা লিখাঃ-

i) ব্যক্তিগতকৰণ?

ii) অৰ্থনৈতিক বিকাশ ।

iii) অৰ্থনৈতিক পৰিকল্পনা ।

iv) বিশ্বায়ন ।

v) মানৱ উন্নয়ন ।

vi) NITI আয়োগ ।

vii) গণতান্ত্ৰিক পৰিকল্পনা ।

viii) অৰ্থনৈতিক উন্নয়ন ।

ix) উদাৰীকৰণ ।

উত্তৰঃ


৪) ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ বাখ্যা কৰা ।

উত্তৰঃ


৫) অৰ্থনৈতিক সংস্কাৰে আনিব পৰা সমস্যা সমূহ লিখা ।

উত্তৰঃ


৬) অৰ্থনৈতিক সংস্কাৰৰ তিনিটা কুফল উল্লেখ কৰা ।

উত্তৰঃ


৭) অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা ।

উত্তৰঃ 



-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------