A. Very short Type Questions.
1. নৃ-গোষ্ঠী কি ?
(এই প্ৰশ্নটো ২০১২ চনত আহিছিল)
2. অসমীয়া ভাষাটো কোন ভাষাগোষ্ঠীৰ অন্তৰ্গত ?
(এই প্ৰশ্নটো ২০১৩ চনত আহিছিল)
3. ভাৰতীয় সমাজৰ প্ৰধান ধৰ্মীয় গোষ্ঠীটোৰ নাম লিখা ।
(এই প্ৰশ্নটো ২০১৩ চনত আহিছিল)
4. ভাৰতীয়ক ভাষাসমূহক কেইটা ভাগত ভগোৱা হৈছে ?
(এই প্ৰশ্নটো ২০১৩ চনত আহিছিল)
5. সামাজিক শ্ৰেণী এটা কিহৰ ভিক্তিত নিৰ্দ্ধাৰিত কৰা হয় ?
(এই প্ৰশ্নটো ২০১৪ চনত আহিছিল)
6. স্বাধীন ভাৰতৰ প্ৰথম আৰু শেষৰ লোকপিয়ল কেতিয়া কৰা হৈছিল ?
(এই প্ৰশ্নটো ২০১৫ চনত আহিছিল)
7. ৰাইজলিয়ে ভাৰতীয় নৃগোষ্ঠী সমূহক ৫|৬|৭|৮| ভাগত কৰিছিল ।
(এই প্ৰশ্নটো ২০১৫ চনত আহিছিল)
8. ("Essay on population" কিতাপখন কোনে লিখিছিল ?)
(এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)
9. স্বধীন ভাৰতৰ প্ৰথম আৰু শেষৰ লোকপিয়ল কেতিয়া কৰা হৈছিল ?
(এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)
10. ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যা কিমান ?
(এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)
11. ভাৰতত প্ৰচলিত প্ৰধান ধৰ্মবোৰৰ নাম লিখা ।
(এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)
12. উপনিবেশিকতাবাদ কি ?
(এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)
13. হিন্দী কোন ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত ?
14. ভাৰতৰ সৰ্ববৃহৎ ভাষাগোষ্ঠী কোনটো ?
15. শিশুৰ লিংগ অনুপাত হ্ৰসৰ বাবে জগৰীয়া যিকোনো দুটা কাৰক উল্লেখ কৰা ।
16. সাম্প্ৰদায়িকতাবাদৰ সংজ্ঞা দিয়া ।
17. জাতীয় গোট বুলিলে কি বুজায় ?
18. শ্ৰেণীৰ সংজ্ঞা দিয়া ।
19. সম্প্ৰদায়ে কি বুজায় ?
20. এছিয়া আৰু আফ্ৰিকাত কোন দেশে ওপনিবেশ প্ৰতিষ্ঠা কৰিছিল ?
21. ভাৰতৰ দুটা প্ৰধান ধৰ্মীয় গোটৰ নাম লিখা ।
22. জাতীয়তাবাদৰ সূচনা কেতীয়া হৈছিল ?
23. সাম্প্ৰদায়িকতাবাদ কি ?
24. সামাজিক শ্ৰেণীয়ে কি বুজায় ?
25. সামাজিক মানচিত্ৰ কি ?
B. Short Type Questions.
1. ধৰ্মৰ দুটা উপাদান লিখা ।
(এই প্ৰশ্নটো ২০১৩ চনত আহিছিল)
2. জনসংখ্যা বাঢ়িলে অসুবিধা কি কি হয় ?
(এই প্ৰশ্নটো ২০১৪ চনত আহিছিল)
3. নগৰীয়া সমাজৰ যিকোনো দুটা বৈশিষ্ট লিখা ।
(এই প্ৰশ্নটো ২০১৪ চনত আহিছিল)
4. শ্ৰণীৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।
(এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)
C. Essay Type Questions:
1. গ্ৰাম্য আৰু নগৰীয়া সমাজৰ মাজত পাৰ্থক্য নিৰূপণ কৰা ।
(এই প্ৰশ্নটো ২০১২ চনত আহিছিল)
2. গ্ৰাম্যসমাজৰ মূল বৈশিষ্টবিলাক লিখা ।
(এই প্ৰশ্নটো ২০১৪ চনত আহিছিল)
3. মালথাছৰ জনসাংখ্যিক সিদ্ধান্তৰ বিষয়ে আলোচনা কৰা ।
(এই প্ৰশ্নটো ২০১৪ আৰু ২০১৬ চনত আহিছিল)
4. জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে কেনে ব্যৱস্থা লৈছে ?
(এই প্ৰশ্নটো ২০১৫ চনত আহিছিল)
5. জনসাংখ্যিক মানে কি বুজা ? জনসাংক্ষিক আলোচনাৰ মূল কেইটামান সুচকৰ বিষয়ে ব্যাখ্যা কৰা ।
(এই প্ৰশ্নটো ২০১৫ চনত আহিছিল)
6. জনসংখ্যাই কিদৰে অৰ্থনৈতিক উন্নয়নত প্ৰভাব পেলাই আলোচনা কৰা ।
(এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)
7. নগৰীয়া সমাজৰ বেলেগ বেলেগ বৈশিষ্ট্য সমূহ ব্যাখ্যা কৰা ।
(এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)
8. গ্ৰাম্য সমাজৰ মূল বৈশিষ্টসমূহ বৰ্ণনা কৰা ।
(এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)
9. সাম্প্ৰদায়িকতাৰ বিষয়ে আলোচনা কৰা ।
(এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)
10. জনগাঁথনি শব্দটোৰ আক্ষৰিক অৰ্থ কি ? জনসাংখ্যিক আলোচনাৰ মূল কেইটামান সূচকৰ বিষয়ে বৰ্ণনা কৰা ।
(এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)
11. নগৰীয়া সমাজৰ মূল বৈশিষ্ট্যসমূহ বহলাই বৰ্ণনা কৰা ।
(এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)
12. ভাৰতীয় জনসংখ্যাৰ নীতিৰ সফলতাৰ বিষয়ে ব্যাখ্যা কৰা ।
(এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)
13. নগৰৰ পাৰ্থক্যৰ বিযয়ে আলোচনা কৰা ।
(এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)
14. মালথাচৰ জনসংখ্যা বৃদ্ধি তত্ত্বটোৰ বিষয়ে লিখা ।
(এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)
0 Comments