A. Very short Type Questions.

1. নৃ-গোষ্ঠী কি ?

    (এই প্ৰশ্নটো ২০১২ চনত আহিছিল)

2. অসমীয়া ভাষাটো কোন ভাষাগোষ্ঠীৰ অন্তৰ্গত ?

    (এই প্ৰশ্নটো ২০১৩ চনত আহিছিল)

3. ভাৰতীয় সমাজৰ প্ৰধান ধৰ্মীয় গোষ্ঠীটোৰ  নাম লিখা ।

    (এই প্ৰশ্নটো ২০১৩ চনত আহিছিল)

4. ভাৰতীয়ক ভাষাসমূহক কেইটা ভাগত ভগোৱা হৈছে ?

    (এই প্ৰশ্নটো ২০১৩ চনত আহিছিল)

5. সামাজিক শ্ৰেণী এটা কিহৰ ভিক্তিত নিৰ্দ্ধাৰিত কৰা হয় ?

    (এই প্ৰশ্নটো ২০১৪ চনত আহিছিল)

6. স্বাধীন ভাৰতৰ প্ৰথম আৰু শেষৰ লোকপিয়ল কেতিয়া কৰা হৈছিল ?

    (এই প্ৰশ্নটো ২০১৫ চনত আহিছিল)

7. ৰাইজলিয়ে ভাৰতীয় নৃগোষ্ঠী সমূহক ৫|৬|৭|৮| ভাগত কৰিছিল ।

    (এই প্ৰশ্নটো ২০১৫ চনত আহিছিল)

8. ("Essay on population" কিতাপখন কোনে লিখিছিল ?)

    (এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)

9. স্বধীন ভাৰতৰ প্ৰথম আৰু শেষৰ লোকপিয়ল কেতিয়া কৰা হৈছিল ?

    (এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)

10. ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যা কিমান ?

    (এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)

11. ভাৰতত প্ৰচলিত প্ৰধান ধৰ্মবোৰৰ নাম লিখা ।

    (এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)

12. উপনিবেশিকতাবাদ কি ?

    (এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)

13. হিন্দী কোন ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত ?

14. ভাৰতৰ সৰ্ববৃহৎ ভাষাগোষ্ঠী কোনটো ?

15. শিশুৰ লিংগ অনুপাত হ্ৰসৰ বাবে জগৰীয়া যিকোনো দুটা কাৰক উল্লেখ কৰা ।

16. সাম্প্ৰদায়িকতাবাদৰ সংজ্ঞা দিয়া ।

17. জাতীয় গোট বুলিলে কি বুজায় ?

18. শ্ৰেণীৰ সংজ্ঞা দিয়া ।

19. সম্প্ৰদায়ে কি বুজায় ?

20. এছিয়া আৰু আফ্ৰিকাত কোন দেশে ওপনিবেশ প্ৰতিষ্ঠা কৰিছিল ?

21. ভাৰতৰ দুটা প্ৰধান ধৰ্মীয় গোটৰ নাম লিখা ।

22. জাতীয়তাবাদৰ সূচনা কেতীয়া হৈছিল ?

23. সাম্প্ৰদায়িকতাবাদ কি ?

24. সামাজিক শ্ৰেণীয়ে কি বুজায় ?

25. সামাজিক মানচিত্ৰ কি ?

B. Short Type Questions.

1. ধৰ্মৰ দুটা উপাদান লিখা ।

    (এই প্ৰশ্নটো ২০১৩ চনত আহিছিল)

2. জনসংখ্যা বাঢ়িলে অসুবিধা কি কি  হয় ?

    (এই প্ৰশ্নটো ২০১৪ চনত আহিছিল)

3. নগৰীয়া সমাজৰ যিকোনো দুটা বৈশিষ্ট লিখা ।

    (এই প্ৰশ্নটো ২০১৪ চনত আহিছিল)

4. শ্ৰণীৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

    (এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)

C. Essay Type Questions:

1. গ্ৰাম্য আৰু নগৰীয়া সমাজৰ মাজত পাৰ্থক্য নিৰূপণ কৰা ।

    (এই প্ৰশ্নটো ২০১২ চনত আহিছিল)

2. গ্ৰাম্যসমাজৰ মূল বৈশিষ্টবিলাক লিখা ।

    (এই প্ৰশ্নটো ২০১৪ চনত আহিছিল)

3. মালথাছৰ জনসাংখ্যিক সিদ্ধান্তৰ বিষয়ে আলোচনা কৰা ।

    (এই প্ৰশ্নটো ২০১৪ আৰু ২০১৬ চনত আহিছিল)

4. জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে কেনে ব্যৱস্থা লৈছে ?

    (এই প্ৰশ্নটো ২০১৫ চনত আহিছিল)

5. জনসাংখ্যিক মানে কি বুজা ? জনসাংক্ষিক আলোচনাৰ মূল কেইটামান সুচকৰ বিষয়ে ব্যাখ্যা কৰা ।

    (এই প্ৰশ্নটো ২০১৫ চনত আহিছিল)

6. জনসংখ্যাই কিদৰে অৰ্থনৈতিক উন্নয়নত প্ৰভাব পেলাই আলোচনা কৰা ।

    (এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)

7. নগৰীয়া সমাজৰ বেলেগ বেলেগ বৈশিষ্ট্য সমূহ ব্যাখ্যা কৰা ।

    (এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)

8. গ্ৰাম্য সমাজৰ মূল বৈশিষ্টসমূহ বৰ্ণনা কৰা ।

    (এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)

9. সাম্প্ৰদায়িকতাৰ বিষয়ে আলোচনা কৰা ।

    (এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)

10. জনগাঁথনি শব্দটোৰ আক্ষৰিক অৰ্থ কি ? জনসাংখ্যিক আলোচনাৰ মূল কেইটামান সূচকৰ বিষয়ে বৰ্ণনা কৰা ।

    (এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)

11. নগৰীয়া সমাজৰ মূল বৈশিষ্ট্যসমূহ বহলাই বৰ্ণনা কৰা ।

    (এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)

12. ভাৰতীয় জনসংখ্যাৰ নীতিৰ সফলতাৰ বিষয়ে ব্যাখ্যা কৰা ।

    (এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)

13. নগৰৰ পাৰ্থক্যৰ বিযয়ে আলোচনা কৰা ।

    (এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)

14. মালথাচৰ জনসংখ্যা বৃদ্ধি তত্ত্বটোৰ বিষয়ে লিখা ।

    (এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)