বচন

A. Very Short Type Questions :  

1. Find out the correct answer 
( শুদ্ধ উত্তৰ বাছি উলিওৱা )   

( a ) ' E ' proposition is universal affirmative / universal negative / particular negative . ( E ' বচন এটি সামান্য সদর্থক / সামান্য নঞর্থক / বিশেষ নঞর্থক । )
Answer:

( b ) A proposition has one / two / three terms . ( এটা বচনত এটা / দুটা / তিনিটা পদ থাকে । )


( c ) A universal proposition takes into con- | sideration the entire denotation / the en- | tire connotation of the subject . 
( Frater ! সামান্য বচনত উদ্দেশ্য পদৰ সম্পূর্ণ বাচ্যর্থ / লক্ষণার্থক  সামৰি লােৱা হয় । ) 

( d ) The copula of a proposition is in the T | past / present / future tense . ( বচনৰ সংযােজকটো অতীত বর্তমান / ভৱিষ্যৎ কালত । থাকে । ) 

( e ) " Every sentence is a proposition but every proposition is not a sentence " -is it true ? ( “ প্রত্যেক বাক্যই একোটা বচন কিন্তু প্রত্যেক বচনেই বাক্য নহয় । ” কথাষাৰি সত্য । নে ? ) 

(f) “ All the Philosophers are not Scientists " - this sentence is equivalent to which of the following propositions ? ( “ সকলাে দার্শনিক বৈজ্ঞানিক নহয় ” —এই বাক্যটোৰ সমার্থক হিচাপে নিম্নোক্ত কোনটো বচন | ধৰিব পাৰি ? )  

(i) No Philosopher is Scientist ( কোনো  দার্শনিক নহয় বৈজ্ঞানিক । ) 
( ii ) Some Philosophers are Scientists ( কিছুমান দার্শনিক হয় বৈজ্ঞানিক । ) 
(iii) Some Scientists are not Philosophers . ( কিছুমান বৈজ্ঞানিক নহয় দার্শনিক । )

( iv ) Some Philosophers are not Scientists . 
( কিছুমান দার্শনিক নহয়বৈজ্ঞানিক । ) 

( g ) . " All players are not tall " -this sentence is equivalent to which of the following | propositions ? 
( “ সকলাে খেলুৱৈ ওখ নহয় ” । নিন্মােক্ত কোনটো বচনক উক্ত বাক্যটোৰ । 1 সমার্থক ৰূপ বুলিব পাৰি ? )

( i ) No player is tall . 
( কোনাে খেলুৱৈ নহয় ওখ । ) 

( ii ) Some tall persons are players . 
কিছুমান ওখ ব্যক্তি হয় 
খেলুৱৈ । ) 

( iii ) Some players are not tall . 
( কিছুমান খেলুৱৈ নহয় ওখ । ) 

( iv ) Some players are tall . 
( কিছুমান খেলুৱৈ হয়ওখ । ) 

2. The copula of a proposition is a term - Is it true ? 
( বচনৰ সংযােজকটো এটা পদ- এইটো | শুদ্ধনে ?

3. What is the symbolic name of a particular ! affirmative proposition ? 
( বিশেষ সদর্থক বচনৰ সাংকেতিক নাম কি ? )

4. How many terms are there in a logical proposition ? 
( এটা তর্কবিজ্ঞানসন্মত বচনত কেইটা | পদ থাকে ? )

5. How many propositions are there according to the four - fold scheme of propositions ? 
( বচনৰ চতুর্বর্গীয় শ্রেণীবিভাগ মতে কিমান প্ৰকাৰৰ বচন আছে ? ) [ H.S. '02 , '05 ] । 

6. Is copula a term ? 
( সংযােজকটো এটা পদনে ? )

7. What is the symbolic sign of universal negative proposition ? 
( সামান্য নর্থক বচনৰ সাংকেতিক চিহ্ন বা প্রতীক কি ? )

8. According to relation propositions are classified as which of the following ? 
( সম্বন্ধ অনুসৰি বচনক নিম্নোক্ত কোনটো ভাগত বিভাজন । কৰা হৈছে ? )

( i ) Simple and Compound ( সৰল আৰু যৌগিক )

(ii) Categorical And Conditional ( নিৰপেক্ষ আৰু সাপেক্ষ )

(iii) Analytic And Synthetic ( বিশ্লেষক আৰু সংশ্লষক  )

9. State One Important Point OF Difference Between Sentence And Proposition (বাক্য আৰু বচনৰ মাজত থকা এটা গুৰুত্বপূৰ্ন পাৰ্থক্য উল্লেখ কৰা ।

10. Is The Copula a Term In a Logical Proposition ?
 ( তৰ্কবিজ্ঞানসন্মত বচনত সযোজকটো  পদ হয় নে ?

11. Find Out The Correct Answer :
(শুদ্ধ উওৰটো বাচি উলিওৱা ঃ)

12. A Judgement when Expressed In Language Is Called A Word  A term  A Proposition. ( Choose The Correct One ( অৱধাৰনক যেতিয়া ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় তেতিয়া তাক শব্দ পদ বচন বোলে । ( শুদ্ধটো লিখা )

B. Short Type Questions :

১. ( সংজ্ঞা দিয়া ।)

a. ( সামান্য বচন ।

b. ( সদৰ্থক বচন )

c. ( যথাৰ্থ বচন ।)

২। ( উদাহৰন দিয়া )
a. ( যথাৰ্থ বচন ।
b. ( সামান্য  বচন ।

৩। ( নিৰপেক্ষ  বচন মানে কি ?)

৪। ( উপ- বিপৰীত বিৰোধ বুলিলে কি বুজা ?)

৫। ( তৰ্কবিজ্ঞানসন্মত বচনৰ বিভিন্ন ।)

৬। (  সকল্পক বচনত গুন কেনেদৰে নিৰ্নয়  কৰিবা ? উদাহৰনসহ চমুকৈ বাখ্যা কৰা।)

৭। ( চমু  টোকা লিখা )
a. ( পদৰ ব্যাপতা  )
b. (  সংযোজক )
c. (  বচনৰ চতুৰ্বৰ্গীয় শ্ৰেনী  বিভাজন )
d. (  বচনৰ বিৰোধ  )

৮। ( সাৰ্বিক বচনত কোনটো পদ ব্যাপ্ত ?)

৯। (  চমুকৈ উওৰ দিয়া। )

 ( চমুকৈ ব্যাখ্যা কৰা। )

a. ( নিৰপেক্ষ আৰু সাপেক্ষ বচন )

b. ( বচনৰ চতুৰ্বৰ্গীয়  শ্ৰেনীবিভাজন বোৰ কি কি ?)

১০। ( পাৰ্থক্য  লিখা )

a. ( সকল্পক  আৰু বিকল্পক বচন )

b. ( বাক্য আৰু বচন )

c. ( নিৰপেক্ষ আৰু সাপেক্ষ বচন )

d. ( বাক্য আৰু বচন )

১১। ( তাৎপৰ্য অনুসৰি বচনৰ শ্ৰেনীবিভাজন কৰা আৰু উপযুক্ত  উদাহৰণসহ সিহঁতৰ যিকোনো এটাৰ সংজ্ঞা দিয়া ।

১২। ( বচনৰ চতুৰ্বৰ্গীয়  বিভাজন মানে কি ?)

১৩। ( উদাহৰহনসহ নিৰপেক্ষ বচনৰ সংজ্ঞা দিয়া ।)

১৪। ( এৰিষ্টটলৰ মতে বচন কি ? বচনৰ বিভিন্ন অংশসমূহৰ কি কি ? বাখ্যা কৰা ।)

১৫। ( উপযুক্ত উদাহৰণসহ সাৰ্বিক বচনৰ সংজ্ঞা দিয়া ।)

১৬। ( নিৰপেক্ষ বচন আৰু সাপেক্ষ বচনৰ মাজত পাৰ্থক্য নিৰ্নয় কৰা ।)

১৭। ( বচনৰ চতুৰ্বৰ্গীয় বিভাজন বিষয়ে এটা চমু টোকা লিখা ।)

১৮। ( উপযুক্ত উদাহৰনৰ সহায়ত নঞৰ্থক বচনৰ সংজ্ঞা দিয়া ।)

১৯। ( পৰিমান অনুসৰি বচনৰ শ্ৰেনীবিভাগ কৰা ।)

c. Essay Type Questions:

১। বচন কি ? বচনৰ চতুৰ্বৰ্গীয় শ্ৰেণীবিভাজন বাখ্যা কৰা ।)

২। ( সকল্পক বচন মানে কি ? এই প্ৰকাৰ বচনৰ গুন কেনেদৰে নিৰ্নয় কৰিবা ? উদাহৰনৰ সদায়ত চমুকৈ বাখ্যা কৰা ।)

৩। ( বচনৰ চতুৰ্বৰ্গীয় বিভাজন বিষয়ে এটি চমু টোকা লিখা।)

A. Very Short Type Questions :

১। এৰিষ্টটোলে অসম - বিৰোধ আৰু উপ -বিপৰীত বিৰোধ স্ববকৃতি দিছিলনে ?

২। ( বচনৰ উদ্দেশ্যটো এটা পদ নে ? )

৩। ( বচনৰ বিধেয়টো এটা পদ নে ? )

৪। ( সংযোজকটো এটা পদ নে এটা শব্দ ?)

৫। ( সত্য হলে T  আৰু অসত্য হলে F লিখা।)

a. ( সংযোজকটো বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধ সূচক চিন ।)

B. (  সম্বন্ধ অনুযায়ী বচনক সকল্পক এই দুটা ভাগত ভগোৱা হৈছে ।)

C. ( নিৰপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো চৰ্ত সাপেক্ষ নহয় ।)

D. ( O বচনটো বিশেষ নঞৰ্থক ।)

E. (  হৰি হয় এজন ভাল লৰা - বচনটো বিশেষ বচন ।)

B. Short Type Questions:

। সংজ্ঞা লিখা ।

a. ( শাব্দিক বচন ।)

b. ( নঞৰ্থক বচন ।)


২। ( উদাহৰন দিয়া ।)

a. ( শাব্দিক বচন ।)

b. ( সাপেক্ষ বচন ।)

c. ( সামান্য নঞৰ্থক বচন ।)

d. ( নিৰপেক্ষ বচন ।)

e. ( বচনৰ বিৰোধ ।)

f. ( অসম - বিৰোধ। )

g. ( বিপৰীত বিৰোধ ।)

h. ( উপ- বিপৰীত বিৰোধ ।)

i. ( বিৰুদ্ধ বিৰোধ ।)

৩। ( পৰিমান অনুসৰি বচনক নিম্নোক্ত কোনটো ভাগত বিভাজন কৰা হৈছে ।)

a. ( সাৰ্বিক আৰু বিশেষ ?)

b. (  সদৰ্থক আৰু নঞৰ্থক ?)

c. (  সকল্পক আৰু বিকল্পক ?)


৪। ( চমুটোকা লিখা ।)

a. (  যথাৰ্থ বচন ।)

b. ( বৰ্গক্ষেত্ৰৰ বিৰোধিতা ।)

c. ( বিপৰীত বিৰোধ ।)

d. ( বিৰুদ্ধ বিৰোধ ।)

e. ( সংযোজকৰ স্বৰূপ ।)


৫। ( পাৰ্থক্য লিখা ।)

a. ( শাব্দিক আৰু যথাৰ্থ বচন ।)

b. (  অৱধাৰন আৰু বচন ।)

c. ( ব্যপ্ত পদ আৰু অব্যাপ্ত পদ ।)

d. ( বিপৰীত বচন আৰু বিৰুদিধ বচন ।)


৬। ( অসম - বিৰোধ সঁচাকৈয়ে বিৰোধ হয়নে ?)

C. Essay Type Questions :

১। ( বচন কাক বোলে ? বচনৰ বিভিন্ন অংশ উদাহৰনৰ সৈতে ব্যাখ্যা কৰা ।)

২। ( বচনৰ বিৰোধ মানে তুমি কি বুজা ? ইয়াৰ বিভিন্ন প্ৰকাৰৰবোৰ কি কি ? উদাহৰনসহ ব্যাখ্যা কৰা ।)

৩ ( পৰিমান অনুসৰি বচনক নিম্নোক্ত কোনটো ভাগত বিভাজন কৰা হৈছে ।)

a. ( সাৰ্বিক আৰু বিশেষ ?)

b. ( সদৰ্থক আৰু নঞৰ্থক ?)

c. ( সকল্পক আৰু বিকল্পক ?)

৪। ( অৱধাৰন আৰু বচনৰ মাজৰ সম্বন্ধ বিতংভাৱে আলোচনা কৰা ।)

৫। ( নিশ্চয়তা অনুসৰি বচনৰ শ্ৰেনীবিভাজন কৰা আৰু উপযুক্ত উদাহৰনসহ সিঁহতৰ যিকোনো এটাৰ সংজ্ঞা দিয়া ।)

৬। ( সম্বন্ধ অনুসৰি বচনৰ শ্ৰেনীবিভাগ কৰা । উদাহৰCসহ সাপেক্ষ বচনৰ বিভিন্ন ভাগ ব্যাখ্যা কৰা ।)
 
Type Sumit Patar.