দ্বিতীয় বিশ্বৰ পতন / বিভাজন আৰু দ্বি-ৰাষ্ট্ৰবাদৰ অৱসান


A. Very Short type Questions.

1. The collapse of Which country is Known as collapse of 'second World'?

কোনখন ৰাষ্ট্ৰৰ পতনক 'দ্বিতীয় বিশ্ব'ৰ পতন হিচাপে জনা যায়?

2. Who started political and economic reforms in USSR?

ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল?


B. Short Type Questions:

1. Name the two places where atom bombs were dropped in the Second World war.

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণবিক বোমা পৰা ঠাই দুখনৰ নাম লিখা।

2. Mention two reforms which President Gorbachev initiated in the USSR.

গৰ্বাছেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা নাম লিখা।

3. What is meant by shock Therapy in post communist regime?

সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক অথবা আতংক প্ৰতিকাৰ ব্যৱস্থাৰ অৰ্থ কি?

4. Discuss briefly about the rise of china as economic power.

অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পৰ্কে চমুকৈ আলোচনা কৰা।

5. What is meant by 'Second world'?

'দ্বিতীয় বিশ্ব' মানে কি বূজা?

 6. Mention two reforms which Mikhail Gorbachev initiated in the USSR.

 মিখাইল গর্বাচেভে ছােভিয়েট  ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা। 

7. Write the name of two countries which emerged out of Soviet disintegration.

ছােভিয়েট ইউনিয়ন  বিভাজনৰ পিছত সৃষ্টি হােৱা দুখন দেশৰ নাম লিখা। 

 8. Write the name of two super powers emerged after Second World War. 

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত  আবিৰ্ভাৱ হােৱা বৃহৎ শক্তি দুটাৰ নাম লিখা।

9. Write two causes of distintegration of Soviet Union.

 ছােভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ লিখা। 


C. Essay Type Questions:

 1. Describe consequences of disintegration of the Soviet union on world politics. 

 চোভিয়েট ৰাছিয়াৰ বিভাজনৰ পৰিণাম বর্ণনা কৰা।

 2. What is meant by ' Global Common '? Suggest two steps for protection of ' Global Commons'.

‘বিশ্বজনীন উমৈহতীয়া মানে কি বুজা? ‘বিশ্বজনীন। উমৈহতীয়া’ৰৰক্ষণাবেক্ষণৰবাবেদুটাব্যৱস্থাৰ পৰামৰ্শ দিয়া। 

3. Why did the Super Powers had military alliances with smaller countries? Discuss three reasons. 

 বৃহৎ শক্তি দুটাই কিয় সৰু দেশসমূহৰ সৈতে সামৰিক মিত্ৰতাত আৱদ্ধ হৈছিল ? তিনিটা কাৰণ আলােচনা কৰা।

4. Why did Soviet Union disintegrate? Discuss three reasons. ছােভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল? তিনিটা কাৰণ আলােচনা কৰা। ) 

5. Write a short note on the political systems of. newly emerged States from the Soviet Union.

ছােভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হােৱা ৰাষ্ট্ৰসমূহৰ  ৰাজনৈতিক ব্যৱস্থা সম্পর্কে এটা চমু টোকা লিখা।

6. Explain briefly about ' Two - Nation Teaory '. 

 'দ্বি জাতি তত্ত্ব সম্পর্কে চমুকৈ ব্যাখ্যা কৰা।

7. Why did Soviet Union distintegrate ?  Discuss elaborately.  ছােভিয়েট ইউনিয়ন কিয়  ভংগ হৈছিল ? বিশদভাৱে আলােচনা কৰা।

 8. Discuss the consequences of disintegration of Soviet Union. ছােভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ  পৰিণতিসমূহ আলােচনা কৰা। 



Additional Important Questions:

 A. Very Short Type Questions: 

1. In which year Socialist Revolution took place in Russia?

 ৰাছিয়াত সমাজবাদী বিপ্লৱ কিমান চনত হৈছিল ? 

 2. In which year Warsaw Pact was disbanded.

কোন বছৰত ৱাৰশ্ব সন্ধি ভংগ হৈছিল?

3. Wtih the collapse of which country cold war came to an end?.

কোনখন দেশৰ ধ্বংসৰ লগে লগে  শীতল যুদ্ধৰ অন্ত পৰে? 

 4. What is Second World?  

দ্বিতীয় বিশ্ব কি?

 5. How many union Republic were there is USSR ?

ছােভিয়েট ৰাছিয়াত কিমানখন প্রজাতন্ত্র আছে ? 

 6. In which year Russia took over the USSR seat in the UN?

 কোন বছৰত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল?

7. Who was the founder of Bolshevic Communist Party? 

 বলছেভিক সাম্যবাদী দলৰ প্রতিষ্ঠাতা কোন আছিল ?

 8. When Soviet Union became a great power? 

ছােভিয়েট ৰাছিয়া কেতিয়া বৃহৎ শক্তি হৈছিল ?

 9. Who was the first eleceted president of Russia?

ৰাছিয়াৰ প্রথম নির্বাচিত ৰাষ্ট্রপতি কোন আছিল?

 10. What is Shock Therapy?

  শ্বক থেৰাপি কি ? 

11. On which ideology was the Soviet Political! system based?  ছােভিয়েট ৰাজনৈতিক ব্যৱস্থা কি আদৰ্শৰ ওপৰত নিৰ্ভৰশীল?

 12. What do you understand by Socialist Bloc? 

 সমাজবাদী শিবিৰ বুলিলে তুমি কি বুজা?

 13. Which leader of USSR started political and economic reforms in USSR?

 ছােভিয়েট ৰাছিয়াৰ কোনজন নেতাই ছােভিয়েট ৰাছিয়াৰ ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল?

14. When did USSR come into being?  

USSR কেতিয়া হৈছিল? 

 15. When did the bipolar structure of world politics come to an end? 

বিশ্ব ৰাজনীতিৰ দ্বিবিভাজিত গাঁথনিটোৰ কেতিয়া অন্ত পৰিছিল? 

16. Who was Mikhail Gorbachev? 

মিখাইল গর্বাচেভ কোন আছিল?

 17. Which state is the successor of the Sovit Union? 

 ছােভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন কি? 

18.Stalin introduced reforms in the Soviet Union 

ছােভিয়েট ইউনিয়নত সংস্কাৰ আৰম্ভ কৰিছিল স্তালিনে 

19. Which party ruled the USSR? 

কোন দলে USSR | শাসন কৰিছিল? 

20.What was the final and most immediate cause for the disintegration of the USSR? 

USSR? ৰ  বিভাজনৰ চুড়ান্তআৰু আটাইতকৈ তাৎক্ষণিক কাৰণটো কি আছিল? 

21. Who became the sole super power after the disintegration of the Soviet Union? 

 ইউনিয়ন বিভাজনৰ পিছত কোন একক মহাশক্তি হৈছিল ?

22. Write the full from of CIS 

CIS ৰ পূৰ্ণৰূপটো লিখা।


 B. Short Type Questions: 

1. Explain the meaning of the term " Glasnast '.

'Glasnast ' শব্দটোৰ অৰ্থ ব্যাখ্যা কৰা। 

 2. Mention the name of four Balkan States. 

চাৰিখন বলকান ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা।

3. Explain about " Second World." 

 দ্বিতীয় বিশ্বৰ বিষয়ে ব্যাখ্যা কৰা। 

4. Mention two reasons for the collapse of the USSR.

 ছােভিয়েট ৰাছিয়া ভংগ হােৱাৰ দুটা কাৰণ উল্লেখ 

5. Mention any two charateristics of soviet political system.

ছােভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ । যিকোনাে দুটা বৈশিষ্ট্য উল্লেখ কৰা।

 6. Expalin the term Bipolarity.

 দ্বি - ৰাষ্ট্ৰবাদৰ ব্যাখ্যা কৰা 

 7. What are the Satelite states ?

চেটেলাইত ৰাষ্ট্র কি ?

 8. Write the a advantages of the communist rule in the USSR.  ছােভিয়েট ৰাছিয়াৰ সাম্যবাদী শাসনৰ  সুবিধাবােৰ লিখা। 

9. Mention any three features that distinguish the Soviet economy from that of a capitalist country like the U.S. 

যিকোনো তিনিটা বৈশিষ্ট্য উল্লেখ কৰা যিয়ে ছােভিয়েট অর্থনীতিক আমেৰিকাৰ  দৰে পুঁজিবাদী দেশৰ পৰা পৃথক কৰিব পাৰে 

 10. Describe the administrative and political failure !  of the Soviet union .

ছােভিয়েট ইউনিয়নৰ প্ৰশাসনীয়  আৰু ৰাজনৈতিক ব্যর্থতা বর্ণনা কৰা।

 11. What were the factors that forced Gorbachev to initiate the reforms in the USSR? 

ছোভিয়েট ৰাছিয়াত সংস্কাৰ আনিবলৈ গৰ্বাছভক শক্তি যোগোৱা উপাদানসমূহ কি কি?


 12 . How did shock therapy destroy the social welfare system of Russia?

আঘাত নিৰাময়ে ( shock therapy ) কেনেদৰে ৰাছিয়াৰ সমাজ কল্যাণ ব্যৱস্থাটো ভাঙি পেলাইছিল?

 13. Discuss the economic features of the shook therapy. 

 আঘাত নিৰাময়ৰ অর্থনৈতিক বৈশিষ্ট্যবােৰ আলােচনা কৰা। 

14. Write a note on October Revolutis.

অক্টোবৰ বিপ্লৱৰ ওপৰত এটা টোকা লিখা।

 15 . How did soviet system become very bureau cratic? 

 ছােভিয়েট ব্যৱস্থাটো কেনেকৈ অধিক আমােলাতান্ত্রিক হৈ পৰে? 

 16. Examine the features of Gorbachev reform policies. 

গর্বাচভৰ সংস্কাৰৰ নীতিৰ বৈশিষ্ট্যসমূহ পৰীক্ষা কৰা।

17. Why did Gorbachev's reform policy fail? 

গর্বাচভৰ সংস্কাৰ নীতি কিয় ব্যর্থ হৈছিল ?  

18. Who is responsible for Russian's problem? 

ৰাছিয়াৰ দুৰৱস্থাৰ বাবে কোন দায়ী? 

19 . Discuss about India's relation with post communist countries.  উত্তৰ সাম্যবাদী দেশসমূহৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা। 

20 . Who made the declaration on the disintegration of the USSR and when ? 

 USSR ৰ বিভাজন সম্পৰ্কীয়  ঘােষণা কোনে আৰু কেতিয়া কৰিছিল? 

21. Explain the political consequences of shock therapy

 শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি নির্ণয় কৰা।

22. What is meant by shock therapy in post communist regime? কমিউনিষ্টৰাজত্বৰ পৰৱৰ্তী কালৰ শক থেৰাপীয়ে কি বুজায়?

23.How did the power relations in world politics change after the Soviet disintegration?

USSR ৰ বিভাজনৰ চুড়ান্ত আৰু আটাইতকৈ তাৎক্ষণিক কাৰণটো কি আছিল? 

24. What is the largest garbage sale in history? 

 ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰীটো কি আছিল? 

25. Examine the political consequences of shock therapy.

শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি নির্ণয় কৰা। 

26. How did communist regime collapse one after another?

এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্ব পতন হৈছিল?

27. Write any to negative effects of shock therepy.

শ্বক থোৰাপীৰ ষিকোনো দুটা বৈশিষ্ট্য লিখা।

28. What do you mean by 'Near' aboard'?

'নিচেই ওচৰা-ওচৰি বুলিলে কি বূজা?

29. What is the great Game?

'বৃহৎ খেল'খন কি?


C. Essay Type Questions:

1. Explain briefly the main features of Soviet system of govt and economy.

ছোভিয়েট চৰকাৰ আৰু ৰাজনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ চমুকৈ ব্যাখ্যা কৰা।

2. What was Shock Therapy? Was this the beast way to make transition from communism to capitalism?

আঘাত নিৰাময় কি?  সাম্যবাদৰ পৰা পুঁজিবাদলৈ পৰিৱৰ্তনৰ ক্ষেত্ৰত ই উত্তম ব্যৱস্থানে?

3. Discuss about relationship between India and Russia?

ৰাছিয়া আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।

4. Explain about main defects of the Soviet system.

ছোভিয়েট ব্যৱস্থাৰ প্ৰধান আসোঁৱাসমূহৰ বিষয়ে ব্যাখ্যা কৰা। 

5. Write about main features of Soviet Economic system.

ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা।

6.  What steps were taken by Gorbachew to improve the economy of USSR?

গৰ্বাচভে ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ উন্নয়নৰ বাবে কি কি পদ্ধতি লৈছিল?

7. What were the reasons of the break-up of the Soviet union?

ছোভিয়েট ইউনিয়ন ভংগৰ কাৰণসমূহ কি কি আছিল?

8. Briefly discuss about the condition of Soviet Union after the Second World War.

দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ ছোভিয়েট ইউনিয়নৰ অৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা।

9. Why the people of Soviet Union were not satisfied with the Soviet system? Give four reasons.

ছোভিয়েট ইউনিয়নৰ জনসাধাৰণৰ ছোভিয়েট পদ্ধতিত সন্তু হোৱা নাছিল কিয়? 

10. Write a short note on the political systems of Write newly emerged states from the Soviet Union.

ছোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে এটা টমু টোকা লিখা।

11.What is the significance of Russian revolution of 1917? 

 1917  চনৰ ৰাছিয়াৰ বিপ্লৱৰ তাৎপৰ্য কি?

12. List out in detail the areas of consequences of shock therapy.

শ্বক থোৰাপীৰ পৰিণতি ক্ষেত্ৰসমূহ বিশদ তালিকা দিয়া।

13. Make a list of the similarities between India and the USSR in the political and economic ideologies. 

ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শৰ ক্ষেত্ৰত ভাৰত আৰু USSR ৰ মাজৰ সাদৃশ্যবোৰৰ তালিকা দিয়া।

14. Write a note on the soviet system. 

ছোভিয়েট পদ্ধতিৰ বিষয়ে এটা চমু টোকা লিখা।

15. How did the end of the Soviet Block lead emergence of many new countries ?

ছোভিয়েট ব্লকৰ পতনে অনেক নতুন ৰাষ্ট্ৰ সৃষ্টিত কিদৰে কাম কৰিছিল?

16. Mention the features that distinguish the Soviet econmy from that of a capitalist  country such as.

মাৰ্কিন যুক্তৰাষ্ট্ৰ দৰে এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছোভিয়েট অৰ্থনীতিক পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

17. What were the major consequences of the disintegration of the Soviet Union for Countries like India?

ভাৰতৰ দৰে দেশসমূহৰ বাবে ছোভিয়েট ইউনিয়নৰ বিভাজন প্ৰধান পৰিণতিবোৰ কি কি?