আন্তৰ্জাতিক সংগঠন


A. Very Short Type Questions:

1. How many members signed in UN Charter when it was set up?

 ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? 


2. Which date is celebrated as United Nations Day? 

কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়?


3.Who is the present Secretary - General of the I UNO

 ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব- প্রধানগৰাকীৰ নাম কি?


 4. How many member States signed the UN Charter, when it was adopted? 

ৰাষ্ট্ৰসংঘৰ চনত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?


5. Who was the first Secretary - General of the UNO? 

ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্রধান কোন আছিল? 



B. Short Type Questions:

1. Write down the names of the permanent member states of Security Council.

নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা।


2. In which year the World Bank was created? Mention any one activity of World Bank

বিশ্ব বেংক কোন চনত স্থাপন হৈছিল? ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা।



C. Essay Type Questions:

1. In which year the World Bank was created? Discuss its activities.

বিশ্ব বেংক কোন চনত স্থাপিত হৈছিল? ইয়াৰ কাৰ্যকলাপ আলোচনা কৰা।


2. Do you think that United Nations Organisation (UNO) is a perfect international organisation? Give reasons.

ৰাষ্ট্ৰসংঘৰ এটা নিখুঁত আন্তৰাষ্ট্ৰীয় সংগঠন বুলিলে তুমি ভাৱানে?


3. Justify India's inclusion in the Security Council as permanent member.

নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য বিচাপে ভাৰতৰ অন্তভুক্তিৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা। 


4. In the present world context, do you think that the UNO is an indispensable organization? Justify your answer. 

বর্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘক এটা অত্যাৱশ্যকীয় সংগঠনবুলি তুমি ভাবানে ? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রদর্শন।


5.  Justify India's claim for permanent membership in the UN Security Council

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পদৰ দাবীৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।


6.  Discuss briefly about restructuring and the future of the United Nations O ganisation. 

 ৰাষ্ট্ৰসংঘৰ পুনৰগঠন আৰু ভৱিষ্যৎ সম্পর্কে চমুকৈ আলােচনা কৰা।

 

7.  Do you think that India should be given permanent membership in UN Security ! Council ? Justify your answer. 

 ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্রদান কৰিব লাগে বুলি ভাবানে ? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা দিয়া।



 Additional Important Questions: 

 A . Very Short Type Questions: 

1. When was the United Nations Organisation ( UNO ) established?

 ৰাষ্ট্ৰসংঘ কেতিয়া প্রতিষ্ঠা হৈছিল? 


2. When did India become a member of UNO?

 ভাৰতবৰ্ষ কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল? 


3. Name the five countries which are permenent members of the Security Council of UNO.

 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্র পাঁচখনৰ নাম লিখা। 


 4. How many Judges are there in International Court of Justice?

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত কিমানজন ন্যায়াধীশ আছে? 


5. What is the main function of the International  Court of Justice 

 আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ প্ৰধান কার্য কি?


 6 . Name any Indian who has secured as a Judge of International Court of Justice. 

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হােৱা এজন ভাৰতীয়ৰ নাম লিখা। 


 17. When UN Millenium Declaration was ratified ?

 ৰাষ্ট্ৰসংঘৰ সহস্রাব্দ ঘােষণা - প্রত্ৰ কেতিয়া অনুমােদিত হৈছিল? 


18. What is Human Rights? 

 মানৱ অধিকাৰ কি? 


 9. What is UNO?  

ৰাষ্ট্ৰসংঘ কি?


10. How many members are there in the United Nations Organisation? 

 ৰাষ্ট্ৰসংঘত সদস্য কিমান আছে? 


 11. When is the United Nations Day Celebrated? 

 ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? 


 12. Where Secretariat of the UN is the situated? 

ৰাষ্ট্ৰসংঘৰ সচিবালয় ক'ত অৱস্থিত? 


13. Write one weakness of NGOs.

NGO সমূহৰ এটা দুর্বলতা লিখা।


14. When San Francisco Conference was held?

 ছান ফান্সিছকো সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? 


 15 . What is the function of Trusteeship Council?

 ন্যাসৰক্ষী পৰিষদৰ কাম কি? 


 16. What is meant by disarmament? 

নিৰস্ত্রীকৰণ কাক বােলে?


 17. How is the Secretary General of the UN  appointed?

 ৰাষ্ট্ৰসংঘৰ সচিব প্রধান কেনেকৈ নিযুক্তি দিয়া হয়? 


 18. What is the function of International Court ? 

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ কাম কি? 


19. Who signed Atlantic Charter?

 আটলান্টিক চনত কোনে স্বাক্ষৰ কৰিছিল? 


20 . Who was the first woman President of the UN I T General Assembly?

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্রথম মহিলা সভাপতি কোন আছিল? 


 21. What is Cold war? 

 শীতল যুদ্ধ কি? 


 22 What is Vato power?

 ভেটো ক্ষমতা কি?


21. 'Jaw - Jaw is better than war - war'- who made this comment? 

'যুদ্ধ যুদ্ধ কৰাতকৈ বকবকনিয়েই ভাল এই মন্তব্য কোনে কৰিছিল?


 24 . What is the main objective of UN? 

 ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যটো কি? 


 25. Write the full form of IAEA 

IAEA ৰ পূৰ্ণ ৰূপটো লিখা।


26.  Which country is the single largest contributor to the UN?

 ৰাষ্ট্ৰসংঘলৈ একক বৃহৎবৰঙণি দাতা দেশখনৰ নাম কি? 


 27. Who was the first Woman President of the UN Assembly? 

ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা কোন আছিল?


 28. In which year UN launched the Peace Building Fund? 

কোন বছৰত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল?


 29. What do you mean by the ' Big three"?

 'বিগ থ্ৰি'  বুলিলে কি বুলিলে কি বূজা?


30. Name the International agency relating to environmental Programme.

পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় অভিকৰণটোৰ নাম লিখা।


31.  Name the highest funtionary of the UN. 

ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ কাৰ্যবাহীৰ কি? 


32. When the peach Building Commission was established?

শান্তি গঢ়া আয়োগ কেতিয়া গ্ৰহণ কৰা হৈছিল?


33.  Who was the main mover in the Mine Ban Treaty of 1997?

1997 চনৰ খনি নিষিদ্ধকৰণ চুক্তি মূল হোতাগৰাকী কোন আছিল?



B. Short Type Questions:

1. Why were only the five countries made permanent members of the Security Council?

কিয় মাত্ৰ পাঁচখন দেশকহে  নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কৰা হৈছে?


2. Name the principal grgans of UNO?    

ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগকেইটাৰ নাম লিখা।


3. What are the aims of UNO.

ৰাষ্ট্ৰসংঘৰ লক্ষ্যসমূহ কি কি?


4. Write a short note on the composition of Security Council. 

 নিৰাপত্তা পৰিষদৰ গঠনৰ ওপৰত এটা চমুটোকা লিখা। 


5. Write a note on Economic and Social Council. 

অর্থনৈতিক আৰু সামাজিক পৰিষদৰ ওপৰত এটা টোকা লিখা।


 6. Write about Internation Monetary Fund ( IMF )

আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিৰ বিষয়ে লিখা।


 7. Write a short note on World Trade Organization (WTO) 

বিশ্ব বাণিজ্য সংগঠনৰ ওপৰত এটা চমুটোকা লিখা।


 8. Write a note on Amnesty International. 

আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠনৰ ওপৰত এটা চমুটোকা লিখা।


9. Write a note on International Labour  Organization (ILO).

আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংগঠনৰ ওপৰত এটা টোকা লিখা।


10 . How is Secretary General of UNO elected? Describe his function0s. 

ৰাষ্ট্ৰসংঘৰ সচিব প্রধানক কেনেকৈ নির্বাচিত কৰা হয়? তেওঁৰ কার্যাৱলী বর্ণনা কৰা।


 11. Write down the principles of the United Nations. 

ৰাষ্ট্ৰসংঘৰ নীতিসমূহ লিখা। 


 12 . Write a note on Human Rights Watch? 

 মানৱ অধিকাৰ জাগৰণৰ ওপৰত এটা টোকা লিখা।


13 . What is the meaning of Non - alignment with reference to India's foreign policy? 

ভাৰতৰ বৈদেশিক নীতিৰ প্ৰসংগত গােষ্ঠী নিৰপেক্ষ নীতিৰ অর্থ কি?


 14. What are the functions of the Security Council? 

 নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ কি কি? 


 15. Discuss about importance of Internation ! Organizations. 

 আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ গুৰুত্ব সম্পর্ক আলােচনা কৰা। 


16. Write a note on World Bank. 

 বিশ্ব বেংকৰ ওপৰত এটা টোকা লিখা।


 17. Discuss about aims and programmes of UNESCO.

 ইউনেস্ক’ৰ লক্ষ্য আৰু কাৰ্যসূচীৰ বিষয়ে আলােচনা কৰা। 


18. Why demand for reforms in the Security Council is being made? 

নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ বাবে কিয় দাবী কৰা হৈছে।


19. Mention the main functions of General Assembly. 

 সাধাৰণ সভাৰ প্রধান কার্যাৱলীসমূহ উল্লেখ কৰা। 


20 . Write a short note on Non - Governmental Organisation. 

অনা - চৰকাৰী সংগঠনৰ ওপৰত এটা চমুটোকা লিখা।


21. What is the role of India in maintaining Inter national Peace? 

আন্তঃৰাষ্ট্ৰীয় শান্তি প্রতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা কি?


 22 . Write a short - note on World Health Organisation.

 বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰত এটা চমুটোকা লিখা। 


23. Discuss the role of India in restructuring the UN Security Council.

 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পুনৰ সংগঠনত ভাৰতৰ ভূমিকা আলােচনা কৰা। 


24. Write any three functions of the Economic and Social Council.

 অর্থনৈতিক আৰু সামাজিক পৰিষদৰ যিকোনাে তিনিটা কার্য লিখা।

  

25. What is the need for international organisation?

 আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়ােজনীয়তা কি?


 26. Do you think that the international organisation is a super state? Justify your answer. 

 তুমি ভাবা নেকি যে আন্তঃৰাষ্ট্ৰীয় সংগঠন এটা অতি ৰাষ্ট্র ? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা। 


 27. Mention two privileges enjoyed by the permanent - members of the Security Council. 

পৰিষদৰস্থায়ী সদস্যসকলে উপভোগ দুটা সুবিধা উল্লেখ কৰা।


28. What is Amnesty International ?

 এমনেষ্টি ইণ্টাৰনেশ্যনেল কি? 


29. What is the revlevance of UN in the present day world? 

 আজিৰ বিশ্বতৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি?


30. Write the names of two NGOs which are concerned with protection of human rights all over the world.

 সমগ্র বিশ্বতে মানৱ অধিকাৰৰ সুৰক্ষাৰ হকে কাম কৰা দুটা NGO ৰ নাম লিখা।


 31. Mention the names of two agencies of the UN which deal with social and economic issues.

 সামাজিক আৰু অর্থনৈতিক বিষয়সমূহৰ কাম কৰা ৰাষ্ট্ৰসংঘৰ দুটা সংস্থাৰ নাম উল্লেখ কৰা। 


32.  What has been India's stand on disarmament? 

 নিৰস্ত্রীকৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি?


 33. Where secretaiat of the UN is situated ? Who is the first Secratary -General of UN?

ৰাষ্ট্ৰসংঘৰ সচিবালয় ক’ত অৱস্থিত? ৰাষ্ট্ৰসংঘৰ প্রথমগৰাকী সচিব প্রধান কোন আছিল? 


34 . When was the charter of UN signed ? By 2006 how many member states are there ? 

ৰাষ্ট্ৰসংঘৰ চনত কেতিয়া স্বাক্ষৰ কৰা হৈছিল? 2006 পর্যন্ত কিমান সদস্য আছিল ? 

 36. Write the name of agencies which deal with so cial and economic issues.

 সামাজিক আৰু অর্থনৈতিক বিষয় সমূহৰ সৈতে জড়িত সংস্থাবোৰৰ নাম লিখা। 


 37. What makes the UN an indispensable organization?

 ৰাষ্ট্ৰসংঘক কিহে এক অপৰিহাৰ্য সংগঠন কৰি তুলিছে?


38. Name any two military alliances. 

যিকোনো দুটা সামৰিক মিত্র জোটৰ নাম লিখা। 



C. Essay Type Questions: 

1. Discuss about the role of India in United Nations. 

ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকা সম্পর্কে আলােচনা কৰা। 


2. Describe about the main organs of UN. 

ৰাষ্ট্ৰসংঘৰ প্রধান অংগসমূহৰ বিষয়ে বর্ণনা কৰা। 


 Discuss about aims and objectives of UNO.

 ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু উদ্দেশ্য সম্পর্কে আলােচনা কৰা। 


3. Explain about impact of WTO on Indian Economy.

ভাৰতীয় অর্থনীতিত বিশ্ব - বাণিজ্য সংগঠনৰ প্ৰভাৱ সম্পর্কে ব্যাখ্যা কৰা।


 5. Why some countries do not Want - India to be a Permanent member of the Security Council?

 কিছুমান দেশে ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হােৱাটো কিয় নিবিচাৰে? 


6. Write about need of reforms in the United ! Nations.

 ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়ােজনীয়তা সম্পর্কে লিখা। 


7.  As a citizen of India , how would you support India's candidature for the permanent membership of the Security Council? 

ভাৰতৰ এজন নাগৰিক হিচাপে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ প্রার্থিত্বক তুমি কেনেদৰে সমর্থন কৰিবা ?


8. Reforming the UN means restructuring of the Security Council.” – Explain.

“ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধনৰ অৰ্থ হৈছে নিৰাপত্তা পৰিষদৰ পুনৰ সংগঠন। ” —ব্যাখ্যা কৰা। 


9.  Explain about India's role in the reformation of  the United Nations.

 ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধনত ভাৰতৰ ভূমিকা সম্পর্কে ব্যাখ্যা কৰা। 


10. In a unipolar world , do you think that the UN is a balance to the US ? Give reasons. 

 এখনএক কেন্দ্রীক বিশ্বত ৰাষ্ট্ৰসংঘক তুমি মার্কিন যুক্তৰাষ্ট্ৰৰ সমকক্ষ বুলি ভাবানে? কাৰণ দর্শোৱা।


11.  Enurerate three main organs of the UN which are considered to be as Legislature , Executive and Judiciary of the UN. 

বিধায়িনী, কাৰ্যপালিকা আৰু ন্যায়পালিকা হিচাপে বিবেচিতৰাষ্ট্ৰসংঘৰ তিনিটা মূল অংগৰ বিষয়ে আলােচনা কৰা ৷


  12 . What changes occurred after the cold war? 

শীতল যুদ্ধৰ পিছত কি কি পৰিৱৰ্তন সংঘটিত হৈছে?


13. Mention the criteria that has been proposed for ! the inclusion of the new permanent and nonpermanent members of the Security Council. 

নিৰাপত্তা পৰিষদত নতুনকৈ স্থায়ী আৰু অস্থায়ী সদস্যৰ অন্তর্ভূক্তিৰ বাবে প্ৰস্তাৱ কৰা নিয়মবােৰ উল্লেখ কৰা ৷ 


14. What are the methods used by the united Nations to achieve its aims. 

ৰাষ্ট্ৰসংঘই নিজৰ লক্ষ্যত উপনীত হ’বলৈ অৱলম্বন কৰা পদ্ধতিবােৰ কি কি?


15. Write a short essay on the achievements and failures of the UNO. 

এটা বিশ্বসংস্থা হিচাপে UNO ৰ সফলতা আৰু বিফলতাবােৰৰ বিষয়ে এখন ৰচনা লিখা ৷


16. Can the UN serve as a balance against US dominance? 

 মার্কিন আধিপত্যৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘইএক সমকক্ষ হিচাপে সেৱা আগবঢ়াব পাৰেনে?


17. On what grunds India supports restructuring of the UN? 

 ভাৰতে কিহৰ ভিত্তিত ৰাষ্ট্ৰসংঘৰ পুনৰগঠনৰ প্রতি সমর্থন জনাইছে?


Type:- Nayan Jyoti Bordoloi