বিশ্বায়ন
A. Short Type Questions:
1. What are the causes of globalization?
বিশ্বায়ন অথবা গােলকীকৰণৰ কাৰণসমূহ কি কি?
2 What are the different dimension of globalization?
বিশ্বায়নৰ বিভিন্ন মাত্রাসমূহ কি কি?
3. Mention the name of two organizations related to the process of globalization.
বিশ্বায়ন প্রক্রিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম উল্লেখ কৰা।
4. Write the name of two organizations involved with economic globalization.
অর্থনৈতিক বিশ্বায়নৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা।
5. Write two causes of Globalization.
বিশ্বায়নৰ দুটা কাৰণ লিখা।
C. Essay Type Questions:
1. What are the political economic and cultural effects of globalization? Discuss.
বিশ্বায়নৰ ৰাজনৈতিক অর্থনৈতিক আৰু সাংস্কৃতিক প্রভাৱসমূহ কি কি? আলােচনা কৰা ৷
2. Write two arguments in favour of and two arguments against globalization.
বিশ্বায়নৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি প্রদর্শন কৰা।
3. Discuss brielly about of globalization.
বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা।
4. Discuss briefly about the economic consequences of Globalization.
বিশ্বায়নৰ অর্থনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা।
Additional Important Questions:
A. Very Short Type Questions:
1. What is globalization?
বিশ্বায়ন কি?
2. Mention one feature of globalisation.
বিশ্বায়নৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
3. Name any two sources of globalization.
বিশ্বায়নৰ যিকোনাে দুটা উৎসৰ নাম লিখা।
4. Write one merit of globalization.
বিশ্বায়নৰ এটা গুণ লিখা।
5. When new economic policy was adopted in India?
ভাৰতত কেতিয়া নতুন অর্থনৈতিক নীতি কার্যকৰী হৈছিল?
6. Mention one negative impact of globalization.
বিশ্বায়নৰ এটা নেতিবাচক প্রভাৱ উল্লেখ কৰা।
7. Write one problem of globalization.
বিশ্বায়নৰ এটা সমস্যা লিখা।
18. Write the full form of WTO.
WTO ৰ সম্পূৰ্ণ ৰূপটো লিখা।
9. What do you mean by developing country?
উন্নয়নশীল ৰাষ্ট্ৰ বুলিলে তুমি কি বুজা?
10. What is Protectionism?
সুৰক্ষাবাদ কি?
11. Write the full form of WSF.
WSF-ৰ সম্পূর্ণ ৰূপটো লিখা।
12. What is meant by economic globalization?
অর্থনৈতিক গােলকীকৰণে কি বুজায়?
13. What is meant by homogenisation?
সাংস্কৃতিক একীভূতকৰণে কি বুজায়?
14. What is World Social Forum?
বিশ্ব সামাজিক মঞ্চ কি?
15. Write the significance of Scattle Conference ( 1999 ) of WTO.
WTO ৰ স্কেল সন্মিলনৰ ( 1999 )তাৎপর্য কি?
16. In which areas Globalization is not beneficial?
কোন ক্ষেত্ৰত গােলকীকৰণ লাভদায়ক নহয়?
17. When first world Social Forum Meeting was organised?
বিশ্ব সামাজিক মঞ্চৰ প্ৰথম খন বৈঠক আয়ােজন কেতিয়া কৰা হৈছিল?
18. What is Protectionism?
প্ৰতিৰক্ষাবাদ কি?
19. In India who are indigenous people?
ভাৰতত খিলঞ্জীয়া লােক কোন?
20. When did the process of Globalization begin?
গােলকীকৰণ প্রক্রিয়া কেতিয়া আৰম্ভ হৈছিল?
21. What does Globalization include?
গোলকীকৰণে কিহক সামৰি লয়?
B. Short Type Questions:
1. Write two features of Globalization.
বিশ্বায়নৰ দুটা বৈশিষ্ট্য লিখা।
2. Mention any two impacts of globalization on the developing countries.
উন্নয়নশীল দেশৰ ওপৰত বিশ্বায়নৰ যিকোনাে দুটা প্ৰভাৱ উল্লেখ কৰা।
3. Explain briefly role in the process of globalization.
বিশ্বায়নত ভাৰতৰ ভূমিকা চমুকৈ ব্যাখ্যা কৰা।
4. Write two negative political result globalization.
বিশ্বায়নৰ দুটা নেতিবাচক ৰাজনৈতিক ফল লিখা।
5. Write any two causes of globalization.
বিশ্বায়নৰ যিকোনাে দুটা কাৰণ লিখা।
6.What do you understand by globalization of economy?
অর্থনীতিৰ বিশ্বায়ন / গােলকীকৰণ বুলিলে তুমি কি বুজা?
7 . Write a short - note on World Social Forum.
বিশ্ব সামাজিক ফ’ৰামৰ ওপৰত এটা চমুটোকা লিখা।
৪. Explain the process of Globalization adopted in India.
ভাৰতত গ্ৰহণ কৰা বিশ্বায়নৰ পদ্ধতি ব্যাখ্যা কৰা।
9. Do you agree with the argument that globalization leads to cultural heterogeneity?
বিশ্বায়নে সাংস্কৃতিক বহুত্বত গঢ় দিয়ে বােলা বিষয়ত তুমি একমতনে?
10. Critically evaluate the impact of changing role of the state in the developing countries in the light of globalization.
বিশ্বায়নৰ প্ৰেক্ষাপটত উন্নয়নশীল দেশবােৰত ৰাষ্ট্ৰৰ পৰিৱৰ্তিত ভূমিকাৰ প্ৰভাৱ মূল্যায়ন কৰা।
11. Describe the impact of globalization in India.
ভাৰতত বিশ্বায়নৰ প্ৰভাৱ বৰ্ণনা কৰা।
12. Write about Socio - cultural impacts of globalization on the developing countries.
উন্নয়নশীল ৰাষ্ট্ৰসমূহত বিশ্বায়নৰ সামাজিক - সাংস্কৃতিক প্ৰভাৱৰ বিষয়ে লিখা।
13. How has technology contributed to globalization?
প্রযুক্তিবিদ্যাই কেনেকৈ বিশ্বায়নত বৰঙণি যােগাইছে?
14. What is the difference between globalization of the present and of the past?
অতীত বিশ্বায়ন আৰু বৰ্তমানৰ বিশ্বায়নৰ মাজত পার্থক্য কি?
15. Describe the impact of World Trade Organization on the Indian economy.
ভাৰতীয় অর্থনীতিৰ ওপৰত বিশ্ব বাণিজ্য সংগঠনৰ প্ৰভাৱ বর্ণনা কৰা।
16. Describe the impact of globalization on the nature of state.
ৰাষ্ট্রৰ প্ৰকৃতিত বিশ্বায়নৰ প্ৰভাৱ বর্ণনা কৰা।
17. How does globalization affect state sovereignty?
ৰাষ্ট্রৰ সার্বভৌমত্বক গােলকীকৰণে কিদৰে প্রভাবিত কৰে?
18. Mention two factors involved with economic global satiation?
অর্থনৈতিক গােলকীকৰণৰ সৈতে জড়িত দুটা কাৰক উল্লেখ কৰা।
19. Do you think that globalization pose a threat to cultures in the world?
বিশ্বৰ সংস্কৃতিত গােলকীকৰণে ভাবুকিৰ সৃষ্টি কৰা বুলি তুমি ভাবানে?
20. Do you think that the cultural consequences of globalization are always negative?
গােলকীকৰণৰ সাংস্কৃতিক পৰিণতি সদায় নেতিবাচক বুলি তুমি ভাবানে?
21. What is meant by cultural heterogenisation?
সাংস্কৃতিক একীভুতকৰণে কি সুচায়?
22. What are the social - cultural consequences of Globalization?
গােলকীকৰণৰ সামাজিক - সাংস্কৃতিক পৰিণতিবােৰ কি কি?
23. What has been India's experience in resisting globalisation?
ভাৰতৰ গােলকীকৰণৰ বিৰােধিতাৰ অভিজ্ঞতা কেনেকুৱা?
24. How far is it correct to say that Globalisation actually increases the activities of a state?
গােলকীকৰণে আচলতে এখন ৰাষ্ট্ৰৰ কর্মতৎপৰতা বৃদ্ধি কৰে বুলি কোৱাটো কিমানখিনি শুদ্ধ?
25. Do you think that globalisation leads to uniform results everywhere?
গােলকীকৰণে সকলােতে একেধৰণৰে ফলাফল দেখুওৱা বুলি তুমি ভাবানে?
26. What are the two unequal worlds that exist?
টিকি থকা অসম বিশ্ব দুখন কি কি?
27. What does liberalisation lead to?
উদাৰীকৰণৰ ফলাফল কি?
28. Write two definition of Globalisation.
গোলকীক ৰণৰ দুটা সংজ্ঞা লিখা।
29. What are global common? Give any two examples.
গােলকীয় জনসাধাৰণ কি ? দুটা উদাহৰণ দিয়া।
30. Write a note on টোকা লিখা।
(ক) World Social Forum (বিশ্ব সামাজিক মঞ্চ) ( WSF )
(খ) World Trade organization ( বিশ্ব বাণিজ্য সংগঠন।) ( WTO )।
(গ ) International Monetary Fund ( আন্তঃ ৰাষ্ট্ৰীয় বিত্তীয় নিধি ) (WSF)
C. Essay Type Questions:
1. Describe positive and negative aspects of Globalization.
বিশ্বায়নৰ ইতিবাচক আৰু নেতিবাচক ফল বর্ণনা কৰা।
2. What do you understand by the concept of Globalisation? Discuss its main features.
বিশ্বায়নৰ ধাৰণাটোৰ দ্বাৰা তুমি কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যবােৰ আলােচনা কৰা।
3. Describe problems of Globalization.
বিশ্বায়নৰ সমস্যাবােৰ বৰ্ণনা কৰা।
4. What are the economic implications of globalization? How has globalisation impacted on India with regard to this particular dimension?
বিশ্বায়নৰ অর্থনৈতিক ফলশ্রুতি কি? এই নিদিষ্টি ক্ষেত্ৰত বিশ্বায়নে ভাৰতত কেনেকৈ প্ৰভাৱ পেলাইছে?
5. Do you agree with the arguments that globalisation leads to Cultural heterogenity?
বিশ্বায়নে সাংস্কৃতিক বহুত্ব গঢ় দিয়ে বােলা যুক্তিত তুমি একমতনে?
6. What are the consquences of Globalisation?
গােলকীকৰণৰ পৰিণতিবােৰ কি কি?
7. What are the economic implications globalisation?
গােলকীকৰণৰ অর্থনৈতিয়ে সৰৰিছে কি কি?
8. 'Resistence to globalisation in India has come from different quarters 'eleborate the statement.
ভাৰতত গােলকীকৰণৰ বিৰুদ্ধে বিভিন্ন পক্ষৰ পৰা প্রতিবন্ধকতা আহিছে — উক্তিটো বহলাই লিখা।
9. Cultures are not static things Explain.
সংস্কৃতি স্থবিৰ নহয় — ব্যাখ্যা কৰা।
10. Point out the ways that globalisation can be seen to have an impact on global culture.
গােলকীয় সংস্কৃতিত গােলকীকৰণৰ প্ৰভাৱ কিদৰে দেখা যায় আঙুলিওৱা।
11. What does the Economic globalisation involve?
অর্থনৈতিক গােলকীকৰণৰ সৈতে কি জড়িত?
12. In Globalisation what are the determinants of economic and social priorities?
গােলকীকৰণত অর্থনৈতিক আৰু সামাজিক অগ্রাধিকাৰবােৰৰ নিৰ্ধাৰক কি কি?
13. Examine the responsible factors for the emergence of the process of globalisation.
গােলকীকৰণ প্ৰক্ৰিয়াটো উদ্ভৱৰ বাবে দায়ী কাৰকবােৰ বিশ্লেষণ কৰা।
14. Write the criticism of globalisation.
গােলকীকৰণৰ সমালােচনা লিখা।
15. Make a list of products of Multinational companies ( MNCs ) that are used by your family.
তোমাৰ পৰিয়ালত ব্যৱহাৰ হােৱা বহুৰাষ্ট্ৰীয় কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এখন তালিকা দিয়া।
16. Globalisation affects us in our home , in what we eat drink, wear and indeed what we think '. Point out the cultural consequences of globalisation'
গােলকীকৰণে আমাৰ ঘৰখনক প্রভাবিত কৰিছে , আমাৰ খােৱা পিন্ধা সকলােকে আৰু আচলতে মাৰ চিন্তকো প্ৰভাৱিত কৰিছে। গােলকীকৰণৰ সাংস্কৃতিক পৰিণতি দেখুওৱা।
17. What are the political , economic and cultural effects of globalisation? ( গােলকীকৰণৰ ৰাজনৈতিক , অর্থনৈতিক আৰু সাংস্কৃতিক প্রভাববােৰ কি কি?
18. What is worldwide interconnectedness? What are its components?
বিশ্বব্যাপী সংযােজিতকৰণ কি? ইয়াৰ উপাদানবােৰ কি কি?
19. Examine the responsible factors for the emergence of the process globalization.
গােলকীকৰণৰ প্রক্রিয়াটো উদ্ভৱৰ বাবে দায়ী কাৰকসমূহ তুমি মানি লােৱানে।
20. How does Globalization redues, the states 'capacity to govern?
গােলকীকৰণে কিদৰে ৰাষ্ট্ৰৰ পৰিচালনা ক্ষমতা হ্রাস কৰে?
21. What does liberalisation lead to?
গােলকীকৰণৰ ফলাফল কি?
Type- Nayan Jyoti Bordoloi