পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ


 A. Short Type Questions: 

1. Environmental issues have become a matter of serious concern in global politics.Why?

 ৰাজনীতিত পাৰিপাৰ্শ্বিক বিষয়সমূহ গুৰুত্বপূর্ণ বিষয়ত পৰিণত হৈছে কিয়? 


2. What do you mean by greenhouse gas? 

 সেউজগৃহ গেছ বুলিলে তুমি কি বুজা? 


 3. In which year was Kyoto Protocol signed? The Protocol dealt witproblem of the environment? 

 কিয়ট ’চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? এই চুক্তি পৰিবেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল?


B. Essay Type Questions: 

 1. Discuss critically about resource geopolitics.

 সম্পদৰ ভূ-ৰাজনীতিৰ বিষয়ে সমালােচনামূলক আলােচনা কৰা। 


2. Discuss India's stands in global environmental debates. 

 বিশ্বজনীন পাৰিবেশিক বিতর্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি আলােচনা কৰা। 


3. What is common but differentiated responsibility? Discuss briefly.

 উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা মানে কি? চমুকৈ আলােচনা কৰা।


4. What is the relationship between the rights of indigenous people and environment? Discuss briefly.

খিলিঞ্জিয়া জনসাধৰণৰ অধিকাৰ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক কি? চমুকৈ আলোচনা কৰা।


 Additional Important 

 A. Very Short Type Questions : 

1. Write the full from of UNEP 

 UNEP ৰ পূৰ্ণ ৰূপটো লিখা।


2. What is earth summit?

 ধৰিত্ৰী শীর্ষ সন্মিলন কি? 


3. When did India sign and ratify the Kyoto Protocol? 

 কিয়ট প্ৰট'কলত ভাৰতে কেতিয়া স্বাক্ষৰ আৰু সমর্থন কৰিছিল?


4. What is meant by green house gas emission? 

সেউজ গৃহৰ গেছ নির্গমণে কি সুচায়?


5. Write the full from of UNFCCC.

 UNFCCC ৰূপটো কি?


6. In which year the world council of Indigenous people was formed?

 খিলঞ্জীয়া লােকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল?


7. Which day is celebrated as Environmental Awareness day?

 পৰিৱেশ সচেতনতা দিৱস কোন দিন উদযাপন কৰা হয়? 


8. What is Agenda 21? 

এজেণ্ডা —21 কি?


9. Why is it necessary to enact environmental! Awareness day?

 পৰিৱেশ সম্পৰ্কীয় আইন প্রণয়ন প্রয়ােজনীয়তা কিয়?


10. How many states attended Earth summit of 19922?

 1992 চনৰ ধৰিত্ৰী শীর্ষ সন্মিলনত কিমানখন ৰাষ্ট্ৰই ভাগ লৈছিল?


11. In which year the UN Framework Convention ! on climate change was held?

জলবায়ু পৰিৱর্তন সম্পর্কীয় ৰাষ্ট্ৰসংঘৰ আধাৰ অভিবর্তন কোন চনত অনুষ্ঠিত হৈছিল? 


B. Short Type Questions:

1. What do you mean by Multinational Company? 

 বহুজাতিক কোম্পানী বুলিলে তুমি কি বুজা?


2. What are the recent characteristics Globalisation? 

বিশ্বায়নৰ সাম্প্রতিক বৈশিষ্ট্যসমূহ কি কি? 


3. What is meant by WSF?

 WSF অৰ্থ কি?


4. How has technology contributed to Globalisation? 

 বিশ্বায়নক প্রযুক্তিবিদ্যাই কেনেদৰে বৰঙণি যােগাইছে? 


5. What are the positive impact of Globalisation? 

বিশ্বায়নৰ ইতিবাচক প্রভাৱসমূহ কি কি? 


6. Whether 21st century is the age of Globalisation? 

 একৈশ শতিকাটো বিশ্বায়নৰ যুগনে? 


7. When new economic policy was adopted in India? 

 ভাৰতত নতুন অর্থনৈতিক নীতিসমূহ কেতিয়া প্ৰয়ােগ কৰা হৈছিল?


8. Write two negative aspects of Globalisation. 

 বিশ্বায়নৰ দুটা নেতিবাচক প্রভাৱ লিখা।


9. Why was India exempted from the requirements of the Kyoto Protocol?

কিয়ট প্রকলৰ বাধ্যবাধকতাৰ পৰা ভাৰতক কিয় ৰেহাই দিয়া হৈছিল?


10. Give two examples of Global commons.  

  গোলকীয় জনসাধাৰণৰ দুটা উদাহৰণ দিয়া। 


11. Do you think that cooperation over the global commons is not easy. Why? 

গােলকীয় জনসাধাৰণৰ সহযােগিতা সহজ নহয় কিয়?


12. Mention the names of two gases which are considered to be responsible for global warming?

গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচিত গেছ। দুটাৰ নাম লিখা। 


13. Write the UN definition of indigenous people.

 খিলঞ্জীয়া লােক সম্পর্কে সংঘৰ সূত্ৰটো লিখা।


14. What is meant by resource geo - politics? 

সম্পদৰ ভূ-ৰাজনীতি বুলিলে কি বুজা? 


15. Write two causes of water pollution. 

 জল প্ৰদূষণৰ দুটা কাৰণ লিখা। 


16. Write two issues relating to environmental degradation. 

 পাৰিপাৰ্শ্বিক অৱনতিৰ সৈতে সম্পর্কিত দুটা বিষয় লিখা।


17. What is the main issue of Indigenous peoples? 

 খিলঞ্জীয়া লােকৰ মূল বিষয়টো কি? 


 18. Why are India and China exempted from Kyoto Protocol? 

 কিয়ট’প্রকলৰ পৰা চীন আৰু ভাৰতক কিয় ৰেহাই দিয়া হয়?


19. Give the significance of Earth Summit

ধৰিত্ৰী শীর্ষ সন্মিলনৰ তাৎপর্য লিখা। 


 20. Give the concept of resource geopolities. 

সম্পদৰ ভূৰাজনৈতিৰ ধাৰণা দিয়া। 


21. What is marine and costal degradation?

সাগৰীয় আৰু উপকূলীয় অৱনতি কি?  


22. How much population of the World is under threat of warming?

 বিশ্ব জনসংখ্যাৰ কিমান সংখ্যকে উষ্ণতাৰ ভাবুকিৰ সন্মুখীন হৈছে? 


B. Essay Type Questions:

1. What were the outcomes of the Rio Summit?  

ৰিঅ-'শীষ সন্মিলনৰ ফলাফলবােৰ কি কি?


2. What is meant by the global commons? How are they exploited and polluted?

 বিশ্বৰ সামূহিক সম্পদ মানে কি? এই সম্পদবােৰ কেনেকৈ শােষণ আৰু দূষিত কৰা হৈছে? 


3. What is meant by' common but differentiated responsibilities'? How could we implement the idea?

  'সামূহিক কিন্তু পৃথক দায়ৱদ্ধতা’বুলিলে কি বুজা? আমি কেনেকৈ এই আদর্শটো কার্যত প্ৰয়ােগ কৰিব পাৰিম?


4. Why have issues related to global environ mental protection become the priority concern of states since the 1990s? 

1990 দশকৰ পৰা ৰাষ্ট্ৰসমূহৰ মাজত বিশ্বপাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ বিষয়টোৱে কিয় গুৰুত্ব পাবলৈ আৰম্ভ কৰে? 


5. Discuss the role of UNO in consolidating environmental issues within the arena of global politics. 

 গােলকীয় ৰাজনীতিৰ পৰিমণ্ডলৰ ভিতৰত পাৰিপাৰ্শ্বিক বিষয়সমুহ একগােট কৰাত UNO ৰ ভূমিকা আলােচনা কৰা।


6. What is meant by ' Global Commons'? Suggest two steps for protection of ' Global Commons'.

গােলকীয় জনসাধাৰণ বুলিলে কি বুজা? গােলকীয় জনসাধাৰণৰ সুৰক্ষাৰ বাবে দুটা পদক্ষেপৰ পৰামর্শ দিয়া।


 7. ' Issues related to the rights of the indigenous people have been neglected for very long'- Mention some measures which have been taken to protect the rights of indigenous people.

 খিলঞ্জীয়া লােকসকলৰ অধিকাৰ সম্পৰ্কীয় বিষয়বােৰ। দীর্ঘদিন ধৰি উপেক্ষিত হৈ আছিল। খিলঞ্জীয়া লােকসকলৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা কেইটামান ব্যৱস্থাৰ উল্লেখ কৰা। 


 8. What is meant by resource geopolitics? Mention two resources which are relevant for global politics.

সম্পদ ভূ-ৰাজনীতিয়ে কি সূচায়? গােলকীয় ৰাজনীতিৰ বাবে প্ৰাসংগিক দুটা সম্পদৰ উল্লেখ কৰা। 


9. Find out more about the Kyato Protocal which major counteies did not sign it? and why? 

দেশসমূহে স্বাক্ষৰনৰা কিয়ট প্রটকলৰ বিষয়ে ব্যাখ্যা কৰা । এই দেশবােৰে কিয় স্বাক্ষৰ কৰা নাছিল? 


10. What are green house gases? What are their effects?

 সেউজগৃহ পৰিঘটনা কি? ইয়াৰ প্ৰভাৱবােৰ কিকি? 


11. Write major problems of ecological issues. 

 পৰিৱেশ বিষয়ক প্রধান সমস্যাবােৰ লিখা। 


 12 . Explain the concept of water wars with examples 

 জল যুদ্ধৰ ধাৰণাটো উদাহৰণসহ ব্যাখ্যা কৰা। 


 13. Write a note an the UN's definition and rights of Indigenous peoples. 

ৰাষ্ট্ৰসংঘৰ সংজ্ঞা আৰু খিলঞ্জীয়া লােকৰ অধিকাৰৰ বিষয়ে এটা টোকা লিখা। 


14. What are different perspectives for which the rich and the poor countries agree to protect the Earth?

ধনী আৰু দুখীয়া দেশবোৰে পৃথিৱীখনক সুৰক্ষিত ৰখাৰ বাবে সন্মত হােৱা বিভিন্ন দিশবােৰ কি কি?


 15. Write short notes on ( চমু টোকা লিখাঃ) 

 (ক) Land degradation (ভূমিৰ অৱনতি) 

(খ) Pollution and climate change (প্ৰদূষণ আৰু জলবায়ুৰ পৰিৱর্তন)

(গ) Global warming. (গােলকীয় উষ্ণতা বৃদ্ধি।) 


16.  Write a brief note on India's stand on environmental issues.

 পাৰিপাৰ্শ্বিক বিষয়বােৰৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি সম্পর্কে চমুকৈ লিখা। 

17. What is the significance of oil and water in global politics?

 গােলকীয় ৰাজনীতিত তেল আৰু পানীৰ তাৎপর্য কি? 


18.Write a short note on common property resources.

উমৈহতীয়া স্বত্তৰ সম্পদৰ বিষয়ে টোকা লিখা।


 19. Mention some of the programmes through which the Indian government is participating in global efforts against global warming or emission of pollutants. 

গােলকীয় উষ্ণতা বৃদ্ধি আৰু প্ৰদূষণ নির্গমনৰ বিৰুদ্ধে গােলকীয় প্রচেষ্টাত ভাৰত চৰকাৰে অংশ গ্রহণ কৰা কেইটামান কাৰ্যসূচীৰ উল্লেখ কৰা। 


20. What is Kyoto Protecol? Explain. 

কিয়ট প্ৰট'কল কি? ব্যাখ্যা কৰা।


 21. Write about the protection of global common. 

গােলকীয় জনসাধাৰণৰ বিষয়ে লিখা।


22. Explain UNFCCC 

 UNFCCC ৰ বিষয়ে ব্যাখ্যা কৰা। 


Type - Nayan Jyoti Bordoloi