১) পৃথিৱীৰ মহাসাগৰ কেইখন?

উত্তৰঃ পাঁচ (৫) খন ।


২) পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ মহাদেশ কোনখন?

উত্তৰঃ অষ্ট্ৰেলিয়া ।


৩) বছৰৰ কোনটো দিনত দিন-ৰাতি সমান হয়?

উত্তৰঃ ২১ মাৰ্চ ।

৪) পৃথিৱীৰ গতি কেইটা আৰু কি কি?

উত্তৰঃপৃথিবীৰ গতি দুটা। আহ্নিক গতি আৰু বাৰ্ষিক গতি ।


১৯) প্থিৱীৰ উচ্চতম পানীৰ ফোৰোৱা কোনটো?

উত্তৰঃ আৰিজোন।

২০) প্থিৱীৰ উচ্চতম মিনাৰ কোমটো?

উত্তৰঃ কুতুব মিনাৰ (নতুন দিল্লী)।

২১) প্থিৱীৰ উচ্চতম ৰা'লষ্টেচনৰ নাম কি আৰু ক'ত আছে?

উত্তৰঃ কনডন ষ্টেেচন (বলিভিয়া)।

২২) প্থিৱাৰ উ্চ্তম বিমান বন্দৰটোৰ নাম কা আৰু ক'ত আছে?

উত্তৰঃ বাংডা বিমান বন্দৰ (তিব্বত)। 

২৩) বিশ্বৰ দীৰ্ঘতম দলংখন ক'ত আছে?

উত্তৰঃ  চানদেশৰ ডংহাই দলং(৩২.৫ কিলোমিটাৰ) । 

২৪) প্থিৱীৰ বৃহৎ জলপ্ৰপাতৰ নাম কি আৰু ক'ত আছে?

উ্ত্তৰঃ চেটেল' এজ্ঞেল ( ভেনিজুৱেলা)।

২৫) বিশ্বৰ উচ্চতম স্তম্ভ কোনটো আৰু ক'ত আছে?

উত্তৰঃ চি এ টাৱাৰ (কাডান) ।

২৬) প্থিৱীৰ উচ্চতম ঘৰ বা বিল্ডিং কোনটো আৰু ক'ত আৱস্থিত?

উত্তৰঃ  বাৰ্জ ডেবাই ( উচ্চতা ৫১২.১ মিটাৰ ২৯.০২৮ ফুট )।    
                                  
  ২৭) বিশ্বৰ উচ্চতম অফিচভৱন ক'ত আছে?

উত্তৰঃ পেট্ৰনছ টুিন টাৱাৰচ ( মালেয়েছিয়া )। 

২৮) বিশ্বৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী কোনটো?

উত্তৰঃ এণ্ডিজ ( দঃ আমেৰিতা ) । 

২৯) বিশ্বৰ দীৰ্ঘতম বন্ধ ?

উত্তৰঃ হীৰাকুন্দ ( মহানদী.ভাৰত )। 

৩০) বাশবৰ উচ্চতম আগ্নেগিৰি কোনটো?

উত্তৰঃ কটোপাক্সি ( এণ্ডিজ পৰ্বত)।

৩১) বিশ্বৰ দীৰ্গতম ৰে'লদলঙৰ নাম কি? 

উত্তৰঃ হেৰি প্লং দলং ( আমেৰিকা যুক্ত ৰাষ্ট্ৰ ) 

৩২) বিশ্বৰ উচ্চতম বান্ধ কোমচো আৰু ক'ত আছে?

উত্তৰঃ ৰগুণ স্কাই বান্ধ ( তাজাকিস্তান ) ।

৩৩) বাশ্বৰ দীৰ্ঘতম ৰে'লৰ প্লেটফৰ্ম কোনটো?

উত্তৰঃ খড়়গপুৰ ( ভাৰত ) দৈঘ্য় ২৭৩৩  ফুট । 

৩৪) বিশ্বৰ দীৰ্ঘতম বাৰান্দা কোনটো?

উত্তৰঃ ৰোমেশ্বৰম মন্দিৰৰ বাৰান্দা (  ভাৰত ) ।

৩৫)বিশ্বৰ দীৰ্গতম প্ৰাচীৰ কোনখন ?

উত্তৰঃ চীনৰ প্ৰাচীৰ ( দৈৰ্ঘ্য় ২৭৪০ কিঃকিঃ।

৩৬) বিশ্বৰ দীৰ্ঘতম ৰে'ল সুৰঙ্গটোৰ নাম কি?

উত্তৰঃ চেইকান ৰে'ল টানেল ( জাপান ,৫৩.৮৫ কিঃ মিঃ )। 

৩৭)  বিশ্বৰ দীৰ্ঘতম মহাকাব্য়খনৰ নাম কি?

উত্তৰঃ মহাভাৰত ? 

৩৮) বিশ্বৰ বৃহত্তম স্থৱচৰ প্ৰাণী কোনবিধ ?

উত্তৰঃ আফ্ৰিকাৰ বনৰীয়া হাতী ( উচ্চতা ৩.২ মিটাৰ )। 

৩৯) বাশ্বৰ আটাইতকৈ দুখীয়া দেশ কতোনখন ?

উত্তৰঃ মোজাম্বিক ( আফ্ৰিকা )। 

৪০) বিশ্বৰ বৃহত্তম জলচৰ প্ৰাণী কোনবিধ?

উত্তৰঃ নীলা তিমি। 

৪১) বিশ্বৰ বৃহত্তম সাগৰিয়া চৰাি কোনবিধ?

উত্তৰঃ এলবেট্ৰছ। 

৪২) বিশ্বৰ বৃহতম ঘন্টা  ?

উত্তৰঃ মস্কোৰ পিতলৰ ঘন্টা ( ওজন ২০০ টন )।

৪৩) বিশ্বৰ বৃহত্তম সাগৰ কোনখন?

উত্তৰঃ গক্ষিন চীন সাগৰ।

৪৪) বিশ্বৰ বৃহত্তম প্ৰাসাদ কোনটো আৰু ক'ত আছে?

উত্তৰঃ ইম্পোৰিয়েল পেচেল ( বেইজিং, চিন ) । 

৪৫) বিশ্বৰ বৃহত্তম মন্দিৰ কোনটো?

উত্তৰঃ এনকোৰ ৱাট ( কম্বোডিয়া )।

৪৬) বিশ্বৰ বৃহত্তম উদ্য়ান কোনখন?

উত্তৰঃ উত্তৰ-পৃৱ ৰাষ্ট্ৰীয় উদ্য়ান ( গ্ৰীনলেণ্ড ) ।

৪৭) বিশ্বৰ বৃহত্তম মগজিদটোৰ নাম কি? 

উত্তৰঃ মগজিদ অল হাৰাম ( ছৌদি আৰৱ )

৪৮) বিশ্বৰ বৃহত্তম ষ্টেডিয়ামটোৰ নাম কি আৰু ক'ত আছে?

উত্তৰঃ ৰংগ্ৰোডো মে ডে ষ্টেডিয়াম  ( উত্তৰ কোৰিয়া ) য।

৪৯) বিশ্বৰ বৃহত্তম যাদুঘৰ ক'ত আছে?

উত্তৰঃ আমেৰিকাৰ মিউজয়াম আৱ নেচৰেল হিষ্ট'ৰী,নিৰ্উয়ক?

৫০)  বিশ্বৰ বৃহত্তম মহাসাগৰ কোমখন?

উত্তৰঃ নিউৰ্য়ক ( ইউ এছ এ ) 

৫১) বিশ্বৰ বৃহত্তম গোটেল কোনখন আৰু ক'ত আছে?

উত্তৰঃ দি এক্সকেলিবাৰ হোটেল ( লাছ ভেগাছ, আমেৰিকা )।

৫২) বিশ্বৰ বৃহত্তম হ্ৰদ কোনটোক কোৱা হয়?

উত্তৰঃ কাস্পিয়ান ( গভীৰতা ৯৪৬ মিটাৰ, আয়তন ৩৯৪,২৯৯ বৰ্গ কিলোমিটাৰ )।

৫৩) বিশ্বৰ বৃহত্তম মৰুভৃমি নাম কি?

উত্তৰঃ উত্তৰ আফ্ৰিকাৰ চাহাৰা ( ৮৪,০০,০০০ বৰ্গ কিলোমিটাৰ )।

৫৪) বিশ্বৰ বৃহত্তম পুথিভৰালটোৰ নাম কি আৰু ক'ত আছে ?

উত্তৰঃ ইউনাইটেড ষ্টেট্ছ লাইব্ৰেী আৱ কংগ্ৰেছ; আমেৰিকা।

৫৫) বিশ্বৰ বৃহত্তম উপসাগৰ কোনখন ?

উত্তৰঃ মেক্সিকো উপসাগৰ ( ১৫,৪২,৯৯০ বৰ্গ কিলোমিটাৰ )।

৫৬) বিশ্বৰ বৃহত্তম নিমান বন্দটোৰ নাম কি?

উত্তৰঃ চিকোগা আন্তৰ্জাতিক বিমান বন্দৰ ( আমেৰিকা যুক্তৰাষ্ট )। 

৫৭) বিশ্বৰ সৰ্বাধিক জনবহুল দেশ কোনখন?

উত্তৰঃ চীনদেশ।

৫৮) বিশ্বৰআটাইতকৈ সৰি দিশ কি?

উত্তৰঃ আষ্টেলিয়া?

৫৯) বিশ্বৰ সাৰ্বধিক জনবহুল মহানগৰ কোনখন?

উত্তৰঃ চাংহাই ( চানদেশ )।

৬০) বিশ্বৰ আটাইতকৈ দ্ৰ্ৰুতবেগীচৰাই কোনবিধ?

উত্তৰঃ ছুইফট।

৬১) বিশ্বৰ আটাইতকৈল কম জনসংখ্য়া থকা দেশ কোনখন?

উত্তৰঃ ভেটিকান চিটি।

৬২)বিশ্বৰ দ্বিতীয়  সৰ্বাধিক জনবহুল দেশ কোনখন?

উত্তৰঃ ভাৰতৰ্বষ।

৬৩)বিশ্বৰ আটািতকৈ  শীতল  ঠাই কোনখন? 

উত্তৰঃ  ভাৰ্খুয়ানক্স ( ছাইবেৰিয়া )। 

৬৪)  বিশ্বৰ বৃবত্তম  চৰাই কোনবিধ ?

উত্তৰঃ উটপক্ষী ।

৬৫)বিশ্বৰ আটািতকৈ দীঘল নদীখন কোনখন?

উত্তৰঃ

 নীল নদী ( আফ্ৰিকা ) ।

66) বিশ্বৰ হত্তম বেংক কোনটো?

উত্তৰঃ বেংক অৱ আমেৰিকা ।

৬৭) বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ চৰাই কোনবিধ?

উত্তৰঃ হামিংবাৰ্ড।

৬৮)   বিশ্বৰ আটাইতকৈ বৃহত্তম নদীখন কোনখন?

উত্তৰঃ আমাজান ( দক্ষিন আমেৰিকা ) । 

৬৯) বশ্বৰ আটাইতকৈ দ্ৰুত বেগী স্থলচৰপ্ৰাণী কাক কোৱা হয়?

উত্তৰঃ চিতাবাঘ। 

৭০) বিশ্বৰ ক্ষুদ্ৰ দ্বাপটচোৰ নাম কি? 

উত্তৰঃ উমান্দদ ( অসমত ) ব্ৰহ্মপুএ  নদীৰ মাজত আছে।

৭১) প্থিৱীৰ সাৰ্বধিত জনসংখ্য়া থকা দেশখনৰ নাম কি?

উত্তৰঃ চীন দেশ ( ১৩৫ কোটি ) ।

৭২) পৃথিৱীৰ ব্য়াৰ্সাধ কিমান?

উত্তৰঃ প্ৰায় ৬৪০০ কিললোমিটাৰ।

৭৩) পৃথিৱীৰ মেৰুদণ্ড বুলিলে কি বুজা ?

উত্তৰঃ পৃথিৱী দুই মেৰু সংযোগী গোলাকাৰ নহয়, নাচপটি এটা নাচিনী দুই মেৰু অলপ চাপ খোৱা।

৭৪)বাৰ্ষিক গতি কাক বোলে ?

উত্তৰঃপৃথিৱীয়ে সৃৰ্যৰ চাৰিওফালে এপাক ঘৃৰাৱলৈ প্ৰায় এবছৰ সময় লয়। ইয়াকে বাৰ্ষিক গতি বোলে।

৭৫) আহ্নিক গতি কাক বোলে?

উত্তৰঃ পৃথিৱীয়ে নিজৰ কক্ষত এবাৰ প্ৰদক্ষিণ কৰিবলৈ ২৩ ঘন্টা ৫৬ মিনিট ৪.০৯ ছেকেণ্ড বা প্ৰায় ২৪ ঘন্টা সময় লাগে।ইয়াকে আহ্নিক গতি বোলে।

৭৬) বাৰ্ষিক গতি ফলত কি হয়?

উত্তৰঃ বাৰ্ষিক ফলত পৃথিৱীত দিন-ৰাতি চুটি-দীঘল আৰু ঋতু পৰিৱৰ্তন হয়।

৭৭) ভৃগোল মানে কি?

উত্তৰঃ ভৃগোল শব্দৰ সংক্ষিপ্ত উত্তৰ হ'ল পৃথিৱীৰ আকৃতি সম্য়ক জ্ঞান। মানে পৃথিৱী আৰু গোল মানে আকৃতি। অৰ্থাৎ পৃথিৱীৰ আকৃতিৰ অধ্য়য়নকে চমুকৈ ইয়াক ভৃগোল বুলি কোৱা হয়।

৭৮) পৃথিৱীৰ কেইভাগ পানা আৰু কেই ভাগ স্থল?

উত্তৰঃ তিনি ভাগ পানী আৰু এক ভাগ স্থল।

৭৯) আহ্নিক গতিৰ ফলত পৃথিৱীত কি হয়? 

উত্তৰঃ আহেনিক হতিৰ ফলত পৃথিলীত দিন-ৰাতি হয়।

৮০) পৃথিৱীৰ কি কি সাগৰ আৰু উপ-সাগৰ আছে? 

উত্তৰঃ (ক)উত্তৰ সাগৰ (খ) ভৃম্ধ্য় সাগৰ (গ) লোহিত সাগৰ (ঘ) জাপান সাগৰ (ঙ) চীন সাগৰ (চ) ক্য়াৰিবিয়ান সাগৰ (ছ) আন্দামান সাগৰ (জ) বেৰি সাগৰ (ঝ) ওখটস্ক্ সাগৰ (ঞ) বাল্টিক সাগৰ (ট)বঙ্গোপ সাগৰ (ঠ) পাৰস্য় উপ-সাগৰ (ড)গাডছন উপ- সাগৰ ।

৮১) পৃথিৱীৰ উচ্চতম প্ৰাণী কি?

উত্তৰঃ জিৰাফ।

৮২) ভৰতগৰ্ষৰ উপকৃল ৰেখাৰ দৈৰ্ঘ্য় কিমান?

উত্তৰঃ প্ৰায় ৫,৭০০ কিঃ মিঃ । 

৮৩) আগ্নেয় দ্বীপমালাৰ কোনটো উল্লোখযোগ্য়  দ্বীপপুজ্ঞ?

উত্তৰঃ ফকলেণ্ড দ্বীপপুজ্ঞ।

৮৪) সমুদ্ৰৰ গভীৰতা কিহৰ সমায়ত নিৰ্ণয় কৰা সম্ভৱ হয়?

উত্তৰঃ শব্দ-তৰংগৰ সগায়ত।

৮৫) কোন মহালাগৰৰ গড় গভীৰতা সৰ্বোচ্চ ?

উত্তৰঃ পশান্ত মহাসাগৰৰ। গভীৰতা ৪,১৮৮ মিটাৰ হয়।

৮৬) আটলান্টিকৰ প্ৰায় ভিতৰ ভীগত আৱস্থিত উল্লোখযোগ্য় প্ৰবাল দ্বীপ কোলটো?

উত্তৰঃ বাৰমুণ্ডা দ্বীপ

৮৭) বৰ্তমানলৈ সমুদ্ৰত কি কি সম্পদৰ সন্ধান পোৱা গৈছে?

উত্তৰঃ কয়লা, খনাজ তেল, ফচফেট, স্বাভাৱিক গেছ, লৱণ, ক্লোৰিণ, তাম, মাছ, তিমি, শামুক, হাঙৰ, প্ৰবাল, বিভান্ন প্ৰকাৰৰ ৰাসায়নিক দ্ৰব্য়, সামুদ্ৰিক আৰু বিভিন্ন প্ৰকাৰৰ ঘোঁৰা, উদ্ভিদ।

৮৮) সাগৰৰ পানী কি শক্তি উ ৎপাদনৰ কাৰ্যত ব্য়ৱহাৰ হয়?

উত্তৰঃ জল- বিদু ৎ।

৮৯) প-থিৱীৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি?

উত্তৰঃ সুন্দৰবন ( পশ্চিমঙ্গ)।

৮৯) পৃথিৱীৰ বৃহত্তম নদী- দ্বীপটোৰ  নাম কি?

উত্তৰঃ মাজুলি।

৯০) ইংলিশ  চেনেলৰ দৈৰ্ঘ্য় কিমান?

উত্তৰঃ ৫৬৪ কিঃ মিঃ ।

৯১) কেনে ধৰনৰ সাগৰৰ পানী লৱণৰ পৰিমাণতকৈ বেছি?

উত্তৰঃ আবদ্ধ সমুদ্ৰৰ পানী। 

৯২) মেকমোহন লাইন বা ৰেখা কে?

উত্তৰঃ ভাৰত বা চীনৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা।

৯৩) পৃথিৱীৰ বৃগত্তম দ্বীপটোৰ নাম কি?

উত্তৰঃ গ্ৰীনলাণ্ড। 

৯৪)ভাৰতৰ কোনখন ৰাজ্য়ৰ চাৰিস্য়মা এখন বিদেশী ৰাষ্ট্ৰই তিনিফালৰ পৰা আগুৰি আছে?

উত্তৰঃ এিপুৰা।

৯৫) ভাৰতবৰ্ষ কেতিয়া স্বাধিন হয়?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে।

৯৬) স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্নৰ জেনেৰেল কোন আছিল?

উত্তৰঃ লৰ্ড মাউন্ট বেটেন ( ১৯৪৭ )। 

৯৭) পৰাধীন ভাৰতত কোনে শাসন চলাইছিল ?

উত্তৰঃ ইংৰাজে।

৯৮) চুলতান মামুদে কেইবাৰ ভাৰত আক্ৰমন কৰীছিল?

উত্তৰঃ ১৭ বাৰ। 

৯৯) সম্ৰাট অশোকৰ  কোতিয়া অভাষেক হৈছিল?

উত্তৰঃ ২৭৩ খ্ৰীঃ পৃঃত।

১০০) তাঁচপাতৰ প্ৰথম অবিস্কাৰ ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ ১১২০ খ্ৰীষ্টীব্দত, চীন দেশত।

১০১) কুষান বংশৰ শ্ৰেষ্ঠ সম্ৰাট কোন আৰু কেতিয়া সিংহাসনত বহিছিল?

উত্তৰঃ কণিষ্কিক। ৭৮ খ্ৰীষ্টাব্দত।

১০২) সৰ্বপ্ৰথম ক'ত  আৰু কেতিয়া জলচালিত যান্ত্ৰিক ঘড়ী নিৰ্মম হৈছিল?

উত্তৰঃ ১০৯০খ্ৰীষ্টাব্দত, চীন দেশত। 

১০৩)চুলতান মামুদে বাৰে বাৰে ভাৰত আক্ৰমন কৰা কাৰন কি আছিল?

উত্তৰঃ ধন-সম্পদৰে ভৰ্তি সোমনাথ  মন্দিৰ লুট কৰাৰ কাৰণে।

১০৪) ইংলিচ চেনেল ( ৩৪ কিলোমিটাৰ ) সাঁতুৰি পাৰ হেৱা প্ৰথম ভাৰতীয় পুৰ্ষজনৰ নাম কি?

উত্তৰঃ মিহিৰ সেন ( ২৭ ছেপ্টেম্বৰ, ১৯৫৮ ) । 

১০৫) বিশিবৰ আচৰিত পিচাৰ হেলনিয়া টাৱাৰ কেতায়া নিৰ্মাণ হৈছিল?

উত্তৰঃ ১১৭৪ খ্ৰীঃত, ইটালীৰ পিচা নামৰ ঠাইত।

১০৬) এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় কোন?

উত্তৰঃ টেনজিং নাৰ্গে।

১০৭) পাল বংশৰ প্ৰতিষ্ঠা কোন?

উত্তৰঃ গোপাল। ভাৰতৰ প্ৰথম ৰাষ্টপতি কোন?

১০৮) ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্টপতি কোন?

উত্তৰঃ ড° ৰাজেন্দ্ৰ প্ৰসাদ।

১০৯)বৈাদ্ধ ধৰ্ম প্ৰৱৰ্তক গৈাতম বৈাদ্ধৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ খ্ৰীঃ পৃঃ ৫৬৩ ত।

১১০) ভাৰতৰ প্ৰথম প্ৰধান মন্তি কোন ?:

উত্তৰঃ জৱহৰলাল নেহেৰু।

১১১) চীন, জাপান আৰু কোৰিয়াত কোনে বৈাদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল?

উত্তৰঃ কণিষ্কই।

১১২) খীষ্টান ধৰ্মৰ প্ৰৱতক যীশুখ্ৰীষ্টৰ জন্মস্থান ক'ত?

উত্তৰঃ খ্ৰীঃ পৃঃ ৪ত জাৰুজালেমৰ নেথেলমাহত।

১১৩) ভাৰতবৰ্ষৰ ক'ত প্ৰথম মুছলিম ৰাজ্য় স্থাপন হৈছিল?

উত্তৰঃ সিন্ধু আৰু মুলতানত প্ৰথম মুছলিম ৰাজ্য় স্থাপিত হয়?

১১৪) কোনে দিল্লীৰ ৰাজধানী দেনগিৰিলৈ স্থানান্তৰ কৰিছিল?

উত্তৰঃ মগম্মদ- বিন-তোঘলকে।

১১৫) ইংলিচ চেনেল ( ৩৪ কিলোমাটাৰ ) সাঁতুৰি পাৰ হোৱা প্ৰথম মহিলাগৰাকিৰ নাম কি?

উত্তৰঃ আৰতী সাহা ( ২৯ ছেম্পেম্বৰ, ১৯৫৯) ।

১১৬) বাইবেলৰ প্ৰথম অনুমোদিত সংস্কৰণ কেতিয়া ছপা হৈছিল?

উত্তৰঃ ১৬১১ খ্ৰীষ্টাব্দত । 

১১৭) বিশ্বৰ কোন ঠাইত আৰু কেতিয়া প্ৰথম পিৰামিড নিমাৰ্ণ কৰা হৈছিল?

উত্তৰঃ খ্ৰীঃ পৃঃ ২৭৫০ ত মাচৰত । ( বৰ্তমান ইজিপ্ত নামেৰে জনাজাত )।

১১৮) আমুমানিক কিমান চনৰ পৰা নৱপ্ৰস্তৰ যুগৰ পাতনি হয়?

উত্তৰঃ খ্ৰীঃ পৃঃ ৬০০০ৰ পৰা।

১১৯) ভাতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন?

উত্তৰঃ ইন্দিৰা গান্ধী।

১২০) আমেৰিকা প্ৰথম যুক্তৰাষ্ট্ৰৰ কোন আছিল?

উত্তৰঃ জৰ্জ ৱাশ্বিংটন ( ১৭৮৯ চন ) ।

১২১) ফৰাচি ৱিপ্লৱৰ সৃচনা কেতিয়া হয়?

উত্তৰঃ ১৭৮৯ চনত । 

১২২) কেতিয়াৰ পৰা বৰ্ণৰ আৱিষ্কাৰ হয় আৰু আৱিষ্কৃতি হয়?

উত্তৰঃ খ্ৰীঃ পৃঃ ৩৫০০ত সুমোৰিয়াত য

১২৩) ভাৰতত কোনে সৰ্বপ্ৰথম তুকী সাম্ৰাজ্য় বিস্তাৰিত কৰে?

উত্তৰঃ মহম্মদ ঘোৰী । 

১২৪) কোনজন ৰজাই অলিম্পিক খেল নন্ধ কৰি দিছিল?

উত্তৰঃ ৰোম সম্ৰাট ১ম ফিওডেছিয়াছে ( ৩৯৪ খ্ৰীঃ পৃঃত ) । 

১২৫) ভাৰতবৰ্ষত প্ৰথম ক'ত ৰে'লপথ নিমাৰ্ণ কৰিছিল?

উত্তৰঃ বোম্বাই ( মুম্বাই ) ৰ পৰা থাইনেলৈ ।

১২৬) বিশ্বৰ আচৰিত চীনৰ প্ৰাচীৰ কেতিয়া নিমাৰ্ণ কৰা হয়?

উত্তৰঃ খ্ৰীঃ পৃঃ ২১৪ ত ( ইয়াৰ দৈৰ্ঘ্য় ২২৪০ কিঃ মিঃ ) ।

১২৭) চুলতান মামুদে প্ৰথম কিমান চনত ভাৰত আক্ৰমন কৰিছিল?

উত্তৰঃ ১০০১ খ্ৰীঃত । 

১২৮) আমেৰিকাৰ সংনিধানখন কেতিয়া প্ৰণয়ন কৰা হয়?

উত্তৰঃ ১৭৮৮ চনত। 

১২৯) তৰাইনৰ প্ৰথম যুদ্ধত কোনে কাক পৰাজিত কৰাছিল ?

উত্তৰঃ পৃথ্বীৰাজ চৌহনে মহম্মদ ঘোৰীক পৰাজিত কৰিছিল ।

১৩০) ভাৰতত প্ৰথম ডাকঘৰ ক'ত স্থাপন হৈছিল ?

উত্তৰঃ কলকাতাত ( ১৮৫৪ ) ।

১৩১) কোনজন ৰজাই কৃষিৰ উৎপাদন আৰু বিতৰণক ৰাষ্ট্ৰীয়কৃত কৰিছিল?

উত্তৰঃ চীলা সম্ৰাট চী-চ্য়াঙএ ( ১০৬৮ খ্ৰীঃত ) । 

১৩২) বিশ্বৰবিখ্য়াত শিল্পী লিঅ' নাৰ্ডো দ্য়-ভিন্সিৰ কালজয়ী চিত্ৰখনৰ নাম কি?

উত্তৰঃ মনালিছা ( অংকণ কৰে  ১৫০৩ খ্ৰীঃ ত ) ।

১৩৩) শিল্প বিপ্লৱৰ আৰম্ভ ক'ত আৰু কেতিয়াপৰা হৈছিল?

উত্তৰঃ ইংলেণ্ডত ,১৭৭০ চনত য 

১৩৪) বৰ্তমানৰ আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি. চি. । পুৰণি ৰাজধানী নাম কি ?

উত্তৰঃ ফিলাডেলফিয়া । 

১৩৫) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনক কোন ?

উত্তৰঃ এলান  অক্টেভিয়ান হিউম ( ১৮৮৫ চন ) । 

১৩৬) আৰ্যসমাজৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ স্বামী দয়াদন্দ সৰস্বতী ।

১৩৭) মোগল সাম্ৰাজ্য়ৰ লৰ্বশেষ ৰজাজল কোন?

উত্তৰঃ দ্বিতীয় বাহাদুৰ শ্বহ ।

১৩৮) সম্ৰাট অশোকৰ একমাত্ৰ যুদ্ধ খ কি?

উত্তৰঃ খ্ৰীঃ পৃঃ ২৬১ ত হোৱা কলিং যুদ্ধ ।

১৩৯) ভাৰত বুৰজ্ঞীৰ স্ৰবশেষ হিন্দু ৰজাৰন কোন?

উত্তৰঃ হৰ্ষবৰ্দ্ধন।

১৪০) কোন চনত ভাৰতৰ তাজধানী কলকাতাৰ পৰা দিল্লীৰলৈ স্থানান্তৰ হয়?

উত্তৰঃ ১৯২১ চনত ১২ এপ্ৰিলত।

১৪০) ভাৰতত মোগল সাম্ৰাজ্য় কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ১৫২৬ খ্ৰীঃত জাহিৰুদ্দিন মহম্মদ বাবৰে।

১৪১) বিশ্বৰ আশ্চৰ্য বেবিলনৰ শৃন্যোদ্যন  কোনে কৰিছিল?

উত্তৰঃ সম্ৰাট নেবুছাদ নেজাৰে।

১৪২) ইতিহাসৰ আটাইকৈ কম সময়ৰ যুদ্ধখন কেতিয়া হৈছিল?

উত্তৰঃ ১৮৯৬ চনৰ ২৭ আগষ্টত মাত্ৰ ৩৮ মিনিট ধৰি চলা ব্ৰিটেিন আৰু টাজ্ঞানিয়াৰ মাজৰ যুদ্ধখন ।

১৪৩) সংকাৰ আন্দোলনৰ ভোটাতৰা বুলি কাক কয়?

উত্তৰঃ মাৰ্টনি লুথাৰক।

১৪৪) কাৰ স্মিতিত সম্ৰাট ছাহজাহানে তাজনহল লিমাৰ্ণ কৰিছিল?

উত্তৰঃ পত্নী মমতাজৰ স্মৃতিত ( ১৬৩১ খ্ৰীষ্টাব্দ ) ।

১৪৫) ভাৰত বুৰজ্ঞীত কোনজন ৰজাক জ্ঞানী-মুৰ্খ বুলি কোৱা হয়?

উত্তৰঃ মহম্মদ বিন টোগলক।

১৪৬) কোনজন একমায়কত্ববাদী শাসকে ইহুদীসকলৰ ওপৰত অবৰ্ণনীয় অত্য়াচাৰ চলাইছিল?

উত্তৰঃ  জাৰ্মানীৰ শাসক হিটলাৰে।

১৪৭) ১৩৩৮ খ্ৰীষ্টাব্দত ইংৰাজ আৰু ফৰাছীৰ মাজত হোৱা যুদ্ধখনক কি নামেৰে জনা যায়?

উত্তৰঃ এশনছৰীয়া যুদ্ধ ( এই যুদ্ধ ১৫১ বচৰ 
ধৰি চলি আছিল।

১৪৮) আমেৰিকা কেতিয়া স্বাধিন হয়?

উত্তৰঃ ১৭৭৬ চনৰ চাৰি জুলাইত।

১৪৯) ইৰাক-ইৰানৰ যুদ্ধ কেতিয়া সংঘটিত হয়?

উত্তৰঃ ১৯৮০ ।

১৫০) চীনদেশ কেতিয়া স্বাধিন হয়?

উত্তৰঃ ১৯১১ চনৰ ১১ অক্টোবৰত।

১৫১) পৃথিৱী পৰিভ্ৰমন কৰা প্ৰথম গৰাকী ব্য়ক্তি কোন?

উত্তৰঃ মেগেলান।

১৫২) মহাত্মা গান্ধায়ে কোন ঠাইত লোণ আইন ভংহ কৰে?

উত্তৰঃ দাণ্ডি নামে ঠাইত ।

১৫৩) পাকিস্তান কেতিয়া স্বাধীন হয়?

উত্তৰঃ ১৯৪৭ চনৰ ১৪ আগষ্টত ।

১৫৪) দাল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা হৰাকি কোন?

উত্তৰঃ চুলতানা ৰেজিয়া ( কাৰ্যকাল ১২৩৬-১২৩৯ চন ) ।

১৫৫) ১৯৯১ চন আৰু ২০০৩ চনত সংঘটিত উপসাগৰিয় যুদ্ধ কাৰ কাৰ মাজত হয়?

উত্তৰঃ আমেৰিকা আৰু ইৰাকৰ মাজত।

১৫৬) ব্ৰাহ্মসমৰাজ কোলে পতিষ্টা কৰিছিল?

উত্তৰঃ ৰাজা মাহমোহন ৰায়ে।

১৫৭) সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মতো নাম কি?

উত্তৰঃ দিন-ঈ-ইলাহি।

১৫৮) ১৯১৪ চনত আৰম্ভ হোৱা প্ৰথম বিশ্ব যুদ্ধ কিমান চনত শেষ হয়?

উত্তৰঃ ১৯১৮ চনত ।

১৫৯) পৃথিৱীৰ বিভিন্ন দেশ পৰিভ্ৰমন আন কাইগৰীকি মান বিশিষ্ট ব্য়ক্তি কোন কোন?

উত্তৰঃ ফাগিয়ান, হিউয়েন চাং, ইবান ( ইৰান ) বটুতা, কেপ্তেইন কুক, মাৰ্ক পলো।

১৬০) প্ৰত্য়ক্ষ গণতন্ৰ এতিয়া ( বৰ্তমানে ) প্ৰচলন থকা ৰাষ্ট্ৰখনৰ নাম কি?

উত্তৰঃ ছুইজালেণ্ড।

১৬১) ১৫২৮ চনত বাবৰে ইব্ৰাহিম লোডীক পৰাস্ত কৰা যুদ্ধ খনৰ নাম কি?

উত্তৰঃ পাণিপথৰ প্ৰথম যুদ্ধ।

১৬২) ইৰাকৰ পুৰনি নাম কি?

উত্তৰঃ মেছ'পটেমিয়া।

১৬৩) কিমান চনত হাটলাৰে জাৰ্মানৰ শাসকৰ পদবী লাভ কৰিছিল?

উত্তৰঃ ১৯৩৩ চনত ।

১৬৪) আহোম সকলে অসমত কিমান বছৰ শাসন কৰিছিল?

উত্তৰঃ প্ৰায় ৬০০ বছৰ ( এই সময়ত মুঠ ৪০ জন ৰজাই ৰাজত্ব কৰিছিল) ।

১৬৫) ভাৰতীয় নৱজাগৰণৰ জনক কোন?

উত্তৰঃ ৰাজা ৰামমোহন ৰায়।

১৬৬) আফ্ৰিকাৰ কোনজন স্বাধীনতা সংগ্ৰামীক ২৭ বছৰ কাৰাগাৰত ৰখা হৈছিল?

উত্তৰঃ ড° নেলচন মেণ্ডেলা।

১৬৭) কোনবিধ সামগ্ৰীৰ আবিষ্কাৰে প্ৰাক- ঐতিহাসিক যুগৰ অৱসান সৃচায়?

উত্তৰঃ লিখন সঁজুলি।

১৬৮) ছোভায়েট ৰছিয়াৰ কমিউনিষ্ট দলৰ মৃখ্য় নেতা লেনিনৰ প্ৰকৃত নাম কি আছিল?

উত্তৰঃভ্লাদিমিৰ ইলিচ উলিয়ানভ.

১৬৯) ১৯৪৫ চনত জাপানৰ দুখন ঠাইত দুটা শক্তি শালী আণৱিক বোমাৰ বিষ্ফোৰণ ঘটাৱা হৈছিল।ঠাই দুখনৰ নাম কি?

উত্তৰঃ হিৰোছিমা আৰু নাগাছাকি ।

১৭০) ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন?

উত্তৰঃ মঙ্গল পাণ্ড।

১৭১) আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমন কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল?

উত্তৰঃ খৃঃ পৃঃ ৩২৭ আৰু মেচিড'নিয়া দেশ।

১৭২) ভাৰত দেশৰ কোনজন স্বাধীনতা সংগ্য়ামত মৃত্য়ুৰ পিছত গান্ধীজীৰ সংগ্ৰাম নেতা নিৰ্বাচিত হয়?

উত্তৰঃ লোকমনি বাল গংগাধৰ তিলক।

১৭৩)  ভাস্কো-ডা-গামাি কোন চনত ভাৰতলৈ আহিব পৰা সমুদ্ৰপথৰ আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ১৮৯৪ চনত।

১৭৪) দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হয়?

উত্তৰঃ ১৯৩৯ চনত ।

১৭৫) পলাচী যুদ্ধ কিমান চনত সংঘটিত হয়?

উত্তৰঃ ১৭৫৭ চনত ।

১৭৬) পথৰুঘাতৰ ৰন কিমান চনত সংঘটিত হয়?

উত্তৰঃ ১৮৯৪ চনত ।

১৭৭) কিমান চনত দ্বিতীয় বিশ্বযুদ্ধ  সমাপ্ত হয়?

উত্তৰঃ ১৯৪৫ চনত ।

১৭৮) চিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হয়?

উত্তৰঃ ১৮৫৭ চনত।

১৭৯) ১৯৭১ চনত ভাৰত-পাক যুদ্ধৰ অন্তত কোনখন নতুন ৰাষ্ট্ৰ গতিঠ হৈছিল?

উত্তৰঃ বাংলাদেশ।

১৮০) অসমৰ কোন দুজন ব্য়ক্তিক ইংৰাজৰ বাপক্ষে কৰা বিদ্ৰোহৰ বাবে ফাঁচী দিয়া হৈছিল?

উত্তৰঃ মণিৰাম দেৱান আৰু পিয়লি ফুকন ( ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী )।

১৮১) ১৫৫৭ খ্ৰীষ্টাব্দৰ কোনখন যুদ্ধত আকবৰৰ সৈন্য়দলৰ হাতত মেৱাৰৰ শাসক ৰাণা প্ৰতাপ সিংঘ পৰাজিত হৈছিল?

উত্তৰঃ হলদিঘাটৰ যুদ্ধ। 

১৮২) চীনসকলৰ মতে তেওঁলোকৰ ৰজা পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা। তেওঁলোকৰ ৰজা কাৰ বংশধৰ?

উত্তৰঃ ড্ৰেগনৰ।

১৮৩) ১৬৭১ খ্ৰাষ্টাব্দত মোগলৰ সেনাপতি ৰাম সিংহ আৰু আহোম সৈনৰ সেনাপতি বীৰ লাচিত বৰফুকনৰ মেজত হোৱা যুদ্ধ খনক কি নামেৰে জনা যায়?

উত্তৰঃ শৰাইঘাট যুদ্ধ।

১৮৪) ১৮২৬ চনৰ ইংগ-বৰ্ম্মী যুদ্ধত ব্ৰিটিছসকলে মানৰ লহত কৰা সন্ধিক কি নামেৰে জনা যায়?

উত্তৰঃ ইয়াণ্ডাবু সন্ধি।

১৮৫) কোনখন ৰণত আহোম সৈন্য়ই মোহল বাহিলীক খেদি নি মাহান নদী আহোম আৰু মোগলৰ সীমা নিৰ্দ্ধৰণ কৰে?

উত্তৰঃ ১৬৮১ খ্ৰীষ্টাব্দত ইটাখুলীৰ ৰণ।

১৮৬) চীন- ভৰতৰ যুদ্ধ কিমান চনত হয়?

উত্তৰঃ ১৯৬১( ১৯৭১ ভৰত-পাকিস্তানৰ মাজত যিদ্ধ হয়।

১৮৭) বিশ্বৰ কোন যুদ্ধৰ পৰা মহিলাসকল পুলিচত ভৰ্তি হয়?.

উত্তৰঃ ২য় বিশ্বযুদ্ধ পৰা ( ১৯৩৯ )। 

১৮৮) আহোম ৰ্সবপ্ৰথম আৰু সৰ্বশেষ ৰজাজনৰ কি?

উত্তৰঃ সৰ্বপ্থম ৰজাজনৰ স্বৰ্গদেউ চুকাফা আৰু ৰ্সবশেষ ৰজাজন হল পুৰন্দৰ সিংহ।

১৮৯) ১৯৯৯ চনত ভৰত াৰু পাকিস্তানৰ মাজত হোৱা অঘোষিত যুদ্ধখন কি?

উত্তৰঃ কাৰ্গিল যুদ্ধ।

১৯০) ইতিহাস কাক কোৱা হয় ?

উত্তৰঃ সমগ্ৰ মানৱ গোষ্ঠীৰ ধাৰাবাহিক ক্ৰমবিকাশেই হৈছে ইতিহাস।

১৯১) কম্পিউটাৰত , যুদ্ধ বোমাৰ ( পাৰমাণিক ) পৰীক্ষা চলোৱা দেশ খনৰ নাম কি ?

উত্তৰঃ আমেৰিকা।

১৯২) ভাৰতৰ বুৰজ্ঞীৰ কোমটো সময়ক হিন্দুবাদৰ সোণালী যুগ বোলা হয়?

উত্তৰঃ গুপ্ত যুগত ( ৩২০-৫৫০ খ্ৰীষ্টাব্দত ) ।

১৯৩) বিখ্য়াত মহাভাৰতৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ খ্ৰীঃ পৃঃ ৯৯৮ ত।

১৯৪) দ্বিতীয় বিশ্ব যুদ্ধ জাপানৰ হিৰোচিমা আৰু মাগাছাকিৰ ওপৰত আমেৰিকাই কি বোমা নিক্ষেপ কৰিছিল? 

উত্তৰঃএটম বোম।

১৯৫) বিষাক্ত ফচজিন গেছ যুদ্ধত কোনে প্ৰথম ব্য়বহাৰ কৰিছিল?

উত্তৰঃ জাৰ্পানীয়ে ( ১৯১৫ চনত ১১ ডিচেম্বৰত ) ।

১৯৬ ) স্বাধীনতা আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰক কিমান চনত ইংৰাজে ফাঁচি দিয়ে?

উত্তৰঃ ১৯৪৩ চনৰ ১৫ জুনত।

১৯৭) 'লোকেল ডিফেন্স ভলন্টিয়াৰ ফ'ৰ্চৰ বৰ্তমান অতি চিনাকি নামটো কি ?

উত্তৰঃ হোম গাৰ্ড ( দ্বিতায় বিশ্ব যুিদ্ধ সময়ত স্থাপন হৈছিল ) ।

১৯৮) ঐতিহাসিক দিশৰ ভাৰতৰ ভৌহলিক কোন -কোন অঞ্চল আটাইতকৈ গুৰুত্বপৃৰ্ণ?

উত্তৰঃ সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমতলভৃমি ঐতিহাসিক দিশৰপৰা গুৰুত্বপুৰ্ণ।

১৯০) সিন্ধু সভ্য়তাৰ নিদৰ্শন ক'ত দেশা যায়?

উত্তৰঃ সিন্ধৰ লাৰকানা জিলাৰ মহেনজ্ঞোদদাৰো, পশ্চিম পাজ্ঞাবৰ মন্টগোমাৰী জডিলাৰ হৰপ্পা আৰু গুজৰাটৰ লোথান ইত্য়াদি স্থানত। 

২০০) আৰ্যসকল ভৰতবৰ্ষলৈ আনুমানিক কেতিয়া আহিছিল?

উত্তৰঃ ৩০০০-২৫০০থ্ৰীঃ পৃঃ।

২০১) সিন্ধু সভ্য়তালৈ কিমান ধৰমৰ লিপি পোৱা যায়?

উত্তৰঃ প্ৰায় ২৭০ ধৰণৰ হৰপ বিশিষ্ট চিত্ৰলিপি।

২০২) আৰ্যসকনৰ সাহিত্য় আৰু ধৰ্মগ্ৰন্থৰ নাম কি? 

উত্তৰঃ বেদ।

২০৩) আৰ্যসকলৰ আদিন বাস্থান ক'ত আছিল?

উত্তৰঃ ইউৰাল পৰ্বতৰ দক্ষিনে তৃণভৃমি আঞ্চলত.

২০৪) জৈনধৰ্ম সৰ্বপ্ৰতম কোনে প্ৰচাৰ কৰিছিল?

উত্তৰঃ ঋষভদেবে।

২০৫) নদী মাতৃক সভ্য়তা কেৃোন যুগত ঘটিছ্ল ?

উত্তৰঃ তাম্ৰযুগত।

২০৬) বৌদ্ধ ধৰ্মৱলম্বী দুটা সম্প্ৰদায়ৰ নাম কি?

উত্তৰঃ হীনযান আৰু মহাজান।

২০৭) আৰ্য সকলৰ জীৱনধাৰাৰ চাৰিটি আশ্ৰম কি কি ?

উত্তৰঃ ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য়, বানপ্ৰস্থ আৰু সন্য়াস।

২০৮) বৈজ্ঞানিকসকলৰ মতে সিন্ধু সভ্য়তাৰ স্থায়িত্ব কেতিয়া?

উত্তৰঃ ২৪০০ খ্ৰীঃ পৃঃ । 

২০৯) কৰ্ম ,মায়া, মুক্তি, পৰমাত্মা ইত্য়াদি আধ্য়াত্মিক আলোচনা বেদৰ কোন আংশত আছে?

উত্তৰঃ উপনিষদত।

২১০) ' মেছপটেমিয়া'কথাটিৰ আৰ্থ কি ?

উত্তৰঃ দুটা নদীৰ মাজত থকা দেশ।

২১১) সিম্ধু সভ্য়তা কেতিয়া আৱিষ্কৃত হৈছিল?

উত্তৰঃ ১৯২২ খ্ৰীঃ ।

২১২) বেদ মুঠতে কেইখন?

উত্তৰঃ চাৰিখন।

২১৩) মহাবীৰৰ মৃতু ্য়ক'ত হাছিল?.

উত্তৰঃ ৰাজগৃহৰ ওচৰত পাবা নগৰত।

২১৪) গৌতম বুদ্ধ জ্ন্ম ক'ত হৈছিল?

উত্তৰঃ নেপালৰ কপিলাবস্ত ৰাজ্য়ৰ লুম্বিনী গাঁৱত।

২১৫) ইতিহাসৰ জনক কাক কোৱা হয়?

উত্তৰঃ গ্ৰীক ঐতিহাসিক হিৰোডেটাছক।

২১৬) প্ৰথম চন্দ্ৰগুপ্তৰ উপাধি কি আছিল?

উত্তৰঃ বিক্ৰমাদিত্য়।

২১৭) মেগদৃত কাব্য় পুঠি কোনে লিখিছিল?

উত্তৰঃ মহাকবি কালিদাসে।

২১৮) আৰ্যসকলৰ সাহিত্য় আৰু ধৰ্মগ্ৰন্থৰ মাজত কোনটো পুৰণি?

উত্তৰঃ ঋকবেদ।

২১৯) শিলাদিত্য় উপাধি কোনে গ্ৰহন কৰিছিল?

উত্তৰঃ হৰ্ষবৰ্দ্ধন।

২২০) গৌতম বুদ্গদ্ধ দেউতাক, মাক আৰু ঘৈণিয়েকৰ নাম কি আছিল?

উত্তৰঃ শুদ্ধোধন, মায়াদেবী আৰু যশোধাৰা।

২২১) ''সিংহবিক্ৰম'' কাৰ উপাধি আছিল?

উত্তৰঃ দ্বিতীয় চন্দ্ৰগুপ্তৰ।

জৈল ধৰ্ম কেইতা ভাগত ভগোৱা হৈছিল?

উত্তৰঃ চতুৰ্যম।

২২২) বুদ্ধদেৱক আৰি কি কি নামেৰে জনা য়ায?

উত্তৰঃ সিদ্ধাৰ্থ , শাক্য়সিংহ , তথাগত আৰু বোধিসত্ব।

২২৩) চাণক্য় আচল লাম কি?

উত্তৰঃ বিষ্ণুগুপ্ত।

224) গৌতম বুদ্ধৰ উপদেশ কোন গন্থত আছে?

উত্তৰঃ এিপিকট গন্থত।

২২৫) ক'কআৰু কি আবস্বতা গৌতম বুদ্ধই দিব্য়জ্ঞান লাভ কৰিছিল?

উত্তৰঃ উৰুবিলেব বোধিবৃক্ষৰ তলত।

২২৬) আলেকজেণ্ডাৰ মৃত্য়ৃ ক'ত হৈছিল?

উত্তৰঃ ৩২৩ খ্ৰীঃ পৃঃত মাত্ৰ ৩৩ বছৰ বয়সত।

২২৭) বৌদ্ধ ধৰ্মৰ মৃল স্তোত্ৰ কি?

উত্তৰঃ ( ক ) বুদ্ধ শৰণং গচ্ছামি। ( খ ) ধৰ্মং শৰণং গচ্ছামি ।

( গ ) সঙ্ঘম্ শৰণং গচ্ছামি।

২২৮) গৌতম বুদ্ধই কোন ঠাইত মৃত্য়ু ূৰণকৰিছিল?

উত্তৰঃ কুশীনহৰত।( ৮০ বছৰ বয়সত ) । 

২২৯) হৰ্ষবৰ্দ্ধনৰ ৰাজধানী ক'ত আছিল?

উত্তৰঃকনৌজত।

২৩০) প্ৰাচিন ভাৰতৰ সৰ্বপ্ৰথম সৰ্বভাৰতীয় সম্ৰাট কোন আছিল?

উত্তৰঃ চন্দ্ৰগুপ্ত মৌৰ্য।

২৩১) বেদ প্ৰথম কোনে ৰচনা কৰিছিল?

উত্তৰঃ দ্বৈুপায়ন বেদব্য়াস ( সম্পৃৰ্ণ নাম- মহষি কৃষ্ণ দ্বৈপায়ন বেদব্য়াস ) ।

২৩২) ভাৰতৰ মহাকাব্য় দুখনৰ নাম কি?

উত্তৰঃ ''ৰামায়ণ''আৰ্ ''মহাভৰত''।

২৩৩) বেদক কেইভাগত বাভক্ত আৰু কি কি ?

উত্তৰঃ বেদখন চাৰি ভাগত বিভক্ত আৰু সেইকেইখন হল-ঋক, সাম, যুজঃ আৰু অথৰ্ব।

২৩৪ঃ উপনিষদ কি ?

উত্তৰঃ বেদৰ শেষ আধ্য়ায় উপনিষদ নামেৰে পৰিষদ।

২৩৫) সাহিত্য়ত নোবেল বঁটা লাভ কৰা প্ৰথম মহিলা গৰাকী কোন?

উত্তৰঃ চেলমা লাগেৰলফ ( ছুইডেন, ১৯০৯ চন ) ।

২৩৬)  সৰ্বপ্ৰথম কোন দেশত হাতেলিখা পুথি ছপা কৰা হৈছিল?

উত্তৰঃ ৮৬৮ খ্ৰীষ্টাব্দত চীন দেশত।

২৩৭) কোনগৰাকী ভৰতীয়ই সৰ্বপ্ৰথম সাহিত্য়ত নোবোল বংটা লাব কৰে?

উত্তৰঃ ১৯১৩ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে ( গ্ৰন্থ ঃ দীতীনজ্ঞলি ) ।

২৩৮) ইংৰাজ ভাষাত প্ৰাচীনতম মহাকাব্য়খন কি ?

উত্তৰঃ বেউলফ।

২৩৯) ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাহিত্য় পুৰস্কাৰ কোনটো?

উত্তৰঃ জ্ঞানপীঠ।

২৪০) বিশ্বৰ প্ৰথম সান্ধ্য় সংবাদপত্ৰখমৰ নাম কি?

উত্তৰঃ '' দ্য় ইভিনিং পোষ্ট''( লণ্ডন, ১৭০৬ খ্ৰীঃ ) ।

২৪১) কোনে সৰ্বপ্ৰথম ইংৰাজ গ্ৰন্থ ছপা কৰে ?

উত্তৰঃ উইলিয়াম কাক্সাটোনে ১৪৭৪ চনত ।

২৪২) বুকাৰ বঁটা লাভ কৰা  প্ৰথম ভৰতীয় সাহিত্য়ক গৰাকী কোন?

উত্তৰঃ অৰুন্ধতী ৰয় । গ্ৰন্থ ' দি গড আৱ স্মল থিংছ'।

২৪৩) পৃথিৱীৰ কোম ঠাইত সৰ্বপ্ৰথম চতি্িঠিৰ বাকচ প্ৰচলন হয় ?উত্তৰঃ পেৰিচত ( ১৬৫৩ চনত ) ।

২৪৪) ভৰত চৰকাৰৰ অঞ্চলিক ভাষাত দিয়া সৰ্বোচ্চ পুৰস্কাৰটোৰ নোম কি ?

উত্তৰঃ সাহিতেয় একাডেমী বঁটা।

২৪৫) জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভৰতীয় মহিলা কোন?

উত্তৰঃ আশাপৃৰ্ণ দেৱী। গ্ৰন্থখনৰ নাাম আছিল ''প্ৰথম প্ৰতিশ্ৰুতি''।

২৪৬) জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিতেয় কোন?

উত্তৰঃ  ড° বীৰেন্দ্ৰ কুমাৰ ভট্টচাৰ্য্য়।

২৪৭) অমৃত প্ৰীতমে কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ পুৰস্কাৰপ লাভ কৰিছিল?

উত্তৰঃ 'কাগজ তে বনবাস'।

২৪৮) বিশ্বৰ কোনগৰাকী সাহিত্য়িকক ৰহস্য় কাহিনীৰ 'মুকুট বিহীন সম্ৰাজ্ঞী।

উত্তৰঃ আগাথা ক্ৰিষ্টীক।

২৪৯) জ্ঞানপীঠ বঁটী লাভ কৰা প্ৰথম অসমীয়া সাহিতি্য়ক গৰাকী কোন?

উত্তৰঃ মামনি ৰয়চম গোস্বামী।

২৫০) কোনজন ব্ৰিটিছ প্ৰধানমন্তীক সাহিত্য়ৰ নোবোল বঁটা লাব কৰা হৈছিল?

উত্তৰঃ উইনষ্টন চাৰ্চিলক।

২৫১) জনপ্ৰিয় কাৰ্টুন ফেইনৰ জন্মদাতা কোন?

উত্তৰঃ লি ফক্।

২৫২) আলবাৰ্ট ক্য়েমুৰ বিখ্য়াত গ্ৰন্থখনৰ নীম কি?

উত্তৰঃ প্লেগ।

২৫৩)'' মেন এম্ড ছুপাৰ মেন', গ্ৰন্থয়কনৰ লেখক কোন?

উত্তৰঃ জৰ্জ বাৰ্ণাৰ্ড শ্ব'।

২৫৪) 'আৰবীয়ান নাইটছ'ৰ ৰচক কোন?

উত্তৰঃ ছাৰ ৰিচাৰ্ড বাৰ্টন ।

২৫৫) চালমান ৰুশ্বদিৰ কোনখম গ্ৰন্থ ভাৰতত নিষিদ্ধ কৰা হৈছিল?

উত্তৰঃ দ্য় চাটানিক ভাৰ্চেছ।

256) মানৱ শৰীৰত পেশী কেইডাল থাকে ? 

উত্তৰঃ ৬৩৯ ডাল । 

২৫৭) মানুহৰ মূৰটোত নিউৰণ কিমান থাকে ? 

উত্তৰঃ প্রায় ১৪০০ কোটি । 

২৫৮)বিশ্বৰ প্রথম টেষ্ট টিউব বেবীটোৰ ( শিশুটোৰ ) নাম কি ? 

উত্তৰঃ দুর্গা ( ১৯৮৬ চনৰ ৬ আগষ্ট ) ।

২৫৯) শক্তিৰ প্রধান উৎস কি ? 

উত্তৰঃসূর্য । 

২৬০) পদাৰ্থৰ সূক্ষ্মতম কণাটোৰ নাম কি ? 

উত্তৰঃঅণু । 

২৬১) প্রাথমিক ৰং কেইটা আৰু কি কি ? 

উত্তৰঃ তিনিটা । ৰঙা , সেউজীয়া আৰু নীলা ।

২৬২) নেমুটেঙাত থকা এছিড বিধৰ নাম কি ? 

উত্তৰঃ চাইট্রিক এছিড । 

২৬৩) আটাইতকৈ পাতল গেছ কোনটো ?

উত্তৰঃ হাইড্রজেন । 

২৬৪) প্রটন কি ?

 উত্তৰঃ পদার্থৰ পৰমাণুত থকা ধনাত্মক আধানযুক্ত কণিকা । 

২৬৫) প্রাণীজগতৰ কোনবিধ প্ৰাণীৰ চকু তিনিটা ? 

উত্তৰঃ টুয়াটৰাে নামৰ এবিধ প্রাণী ।

২৬৬) আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন ? 

উত্তৰঃ এন্টনী লেভয়চিয়ৰ । 

২৬৭) চৌডা পানীৰ বৈজ্ঞানিক নাম কি ? 

উত্তৰঃ কার্বনিক এছিড় । 

২৬৮) কোনবিধ প্রাণীয়ে পানী নাখায় ? 

উত্তৰঃ কৃষ্ণষাড় মৃগই ।

২৬৯)  কোনবিধ প্রাণী বহু বছৰ ধৰি জীয়াই থাকে ? 

উত্তৰঃ কাছ ( প্রায় ২০০ ) বছৰ ।।

২৭০) কোনবিধ চৰায়ে ভৰিৰে কণী উমনি দিয়ে ?

উত্তৰঃ পেঙ্গুইনে।

২৭১) লাফিং গেছ কি?

উত্তৰঃ লাইট্ৰাচ্ অক্সাইড।

২৭২) অক্সিজেনৰ উতলাংক কিমান?

উত্তৰঃ ১৮২,৯৭৬ চেন্টিগ্ৰেড।

২৭৩) কি চৰপায়ে পিচলৈও ুৰিব পাৰে?

উত্তৰঃ হামিংবাৰ্ড ( ক'তো নোৰোৱাকৈ ৮০ কিলোমিটাৰ যাব পাৰে ) ।

২৭৪) আটাইতকৈ ডাঙৰ পক্ষী কি?

উত্তৰঃ অষ্ট্ৰিচ ( প্ৰায় ১৫৬ কিলোগ্ৰাম ) ।

২৭৫) জীৱ কাক কয় ?

উত্তৰঃ যাৰ জীৱন আছে তাকে জাৱ কয়।

২৭৬) জীৱ-বিৱৰ্তনৰ জনক কোন?

উত্তৰঃ চাৰ্লচ ডাৰউইন।

২৭৭) কোনবিধ প্ৰণােয়ে ভয় খালে নেজডাল এৰি পলায় ?

উত্তৰঃ জেঠীয়ে।

২৭৮) লেজাৰ ৰ সম্পৃৰ্ণ নাম কি?

উত্তৰঃ লাইট এমপ্লিফিচেকন বাই ষ্টিমুলেটড এচিম অফ্ ৰেডিয়েচন।

২৭৯) নিস্ক্ৰয় গেছ কোনবিধ?

উত্তৰঃ আৰ্গন।

২৮০) প্ৰাণীৰ দেহত হৰমোন সৃষ্টিকাৰী গ্ৰন্থীক কি বোলে?

উত্তৰঃ এন্ড্ৰোক্ৰাইন গ্ৰন্থি।

২৮১) সমগ্ৰ জীৱ-জগতক কেইতা ভাগত ভাজগ কৰা  হৈছে?

উত্তৰঃ দুটা-.যেনে- উদ্ভিদ আৰু প্ৰাণী ।

২৮২) লিয়ৰ লাইটৰ বৰণ নীলা কিয় ৰঙা হয়?

উত্তৰঃ আৰ্গন গেছ থকা বাবে।

২৮৩) একমাত্ৰ কোনবিধ প্ৰীণীয়ে চিত হৈ শুব পাৰে?

উত্তৰঃ মানুহে।

২৮৪) এন্টিবায়'টিক কি?

উত্তৰঃ ভেঁকুৰৰ পৰা নিসৃত যি পদৰ্থই জীৱানু বংশ বৃদ্ধিত বাধা দাব পাৰে?

২৮৫) সৃৰ্যৰ পোহৰত যে সাতোটা ৰং আছে এই কথা কোনে প্ৰমাণ কৰিছিল?

উত্তৰঃ চাৰ আইজাক লাউটনে।

২৮৬) আটাইচতকৈ গধুৰ আৰু পাতল পদাৰ্থ কি ?

উত্তৰঃ গধুৰ ইউৰকেনিয়াম আৰু পাতল পদীৰ্থ লিথিয়াম।

২৮৭) কোনবিধ গছে আটাইতকৈ বাছি ফল দিয়ে?

উত্তৰঃ আখৰোট গছে।

২৮৮) আটাইতকৈ বিষাক্ত মৈলবিধৰ নাম কি?

উত্তৰঃ প্লুটোনিয়াম।

২৮৯) আটৈইতকৈ বেছি দিন ফল দিয়া গছবিধ কি?

উত্তৰঃ নাচপতি ( জাৱলকান প্ৰায় ৩০০ বছৰ )।

২৯০) সৰ্বপ্ৰথম কেতিয়া হাইড্ৰ'জেন বোমা পৰীক্ষা কৰা হৈছিল?

উত্তৰঃ ১৯৫২ চনত মাৰ্শ্বাল দ্বীপত।

২৯১) এজন সুস্থ মানুহৰ দেহত তেজৰ গতি বেগ কিমান?

উত্তৰঃ ঘন্টাত সাতমাইল ( প্ৰায় ১১ কিলোমিটাৰ ) ।

২৯২) সৰ্বপ্ৰথম উলিওৱা নিউক্লিয়াম চাবমেৰিয়ান কি ?

উত্তৰঃ নাটিলাচ ( আমেৰিকা ) ।

২৯৩) পৃথিৱীৰ ভিতৰত কোনজন বিজ্ঞানীকে আটাইতকৈ সৰহ আবিষ্কাৰ কৰিছিল?

উত্তৰঃ আমেৰিকাৰ বিজ্ঞানী টমাচ  আলভা এডিচনে।

২৯৪) কি পৰিঘটনাৰ বাবে পানীৰে পৃৰ্ণ মাত্ৰ এটাৰ তলিখন প্ৰহকৃত 
ঠাইতকৈ কিছু ওপৰত দেখা যায়?

উত্তৰঃ পেহৰৰ প্ৰতিসৰণৰ বাবে।

২৯৫) সৰ্বপ্ৰথম কেতিয়া ভাৰতৰ জাতীয় পতাকাৰ ৰং নিৰ্বাচিত হৈছিল?

উত্তৰঃ ৬ আগষ্টত ১৯০৬ চনত।

২৯৬) ৰবান্দ্ৰনাথ ৰচিত ভাৰতৰ জাতীয় সঙ্গীত ''জন -গণ-মন-অধিনায়ক'' কেতিয়া নিৰ্বচিত হয়?

উত্তৰঃ ২৪ জানুৱাৰী, ১৯৫০ চনত.

২৯৭) বৰ্তমান ভাৰতৰ জাতীয় পতকাখন কেতিয়া সাংবিধানিক সভাত স্থায়ীভাৱে গৃহীত হয়?

উত্তৰঃ ২২ জুলই, ১৯৪৭ চন।

২৯৮) বৰ্তমান ভাৰতৰ সংবিধানত কোইটা মৈলিক আধিকাৰ আছে?

উত্তৰঃ সাতটা।

২৯৯) ভাৰত যুক্তৰাষ্ট্ৰৰ অঙ্গৰাজ্য়ৰ সংখ্য়া কিমান?

উত্তৰঃ ৰাজ্য়ৰ সংখ্য়া ২৯ খন।

৩০০) ভাৰতৰ শেষ গৱৰ্ণৰ জেনেৰেল নাম কি?

উত্তৰঃ চক্ৰবৰ্তী ৰাজাগোপালাতাৰী।

৩০১) ভাৰতৰ শিক্ষিত লোকৰ হাৰ কিমান? 

উত্তৰঃ শতকাৰ ৭৪.০৪ শতাংশ ( ২০১১ ) ।

৩০২) ''দাদা  চাহেব ফাল্কে বঁটা কিহৰ বাবে দিয়া হয়?

উত্তৰঃ দেবীকা  ৰাণী।

৩০৩) ভাৰতৰ সৰ্বপ্ৰথম কোন ব্য়াৰিষ্টাৰ হৈছিল?

উত্তৰঃ জ্ঞানেন্দ্ৰমোহন ঠাকুৰ।

৩০৪) ভাৰতৰ শিক্ষিত পুৰুষ আৰু মহিলাৰ সৃংখ্য়া শতকাৰ কিমান?

উত্তৰঃ পুৰুষৰ শতকাৰ ৮২.১৪ জন, মহিলাৰ শতকাৰ ৬৫.৪৬ গৰাকী।

৩০৫) কোনজন ভাৰতায়ই সৰ্বপ্ৰথম অক্সফোৰ্ড বিশ্ববিদ্য়ালয় ভাৰতীয় অধ্য়াপকৰ সন্মান পাইছিল?

উত্তৰঃ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ।

৩০৬) ভাৰতৰ চুপ্ৰিম ক'ৰ্টৰ বিচাৰপতিৰ অৱসৰ গ্ৰহনৰ বয়স কিমান?

উত্তৰঃ ৬৫ বছৰ।

৩০৭) কোন ভাৰতীয় সৰ্বপ্ৰথম হািকোৰ্টৰ বিচাৰপতি হৈছিল?

উত্তৰঃ ৰমাপ্ৰসাদ ৰায়।

৩০৮) ভাৰতৰ জাতীয় কংগ্ৰিছ কোন চনত গঠিম হৈছিল?

উত্তৰঃ ১৮৮৫ চনত।

৩০৯) ভাতৰত লোকসভাৰ কাৰ্যকালস কিমান ?

উত্তৰঃ পাঁচ বছৰ।

'চাৰমিনাৰ  'কি ক'ত অৱস্থিত?

উত্তৰঃ হায়দৰাবাদত অৱস্থিত সৌধ, স্থাপত্য় শিল্পৰ নিৰ্দশন।

৩১০) ''চিটি অৱ জয়''কাক বোলে?

উত্তৰঃ কলকাতা।

৩১১) ভাতৰত ৰাজ্য়সভাৰ সভাপতি জনকলকি বোলে?

উত্তৰঃ উপৰাষ্ট্ৰপতি।

৩১২) পৃথিৱীৰ বৃহত্তম গণতান্তিক দ্শনৰ নাম কি ?

উত্তৰঃ ভাৰতবৰ্ষ।

৩১৩)ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম অ ধিৱেশনম ক'ত অনুষ্ঠিত ছিলহৈ

উত্তৰঃ মুম্বাইত। 

৩১৪) ৰাজ্য়ৰ বিধান সভাৰ সদস্য় হ'বলৈ প্ৰাৰ্থীৰ বয়স কমপক্ষে কিমান হোৱা প্ৰয়োজন?

উত্তৰঃ ২৫ বছৰ।

৩১৫)  ''ভাবা পৰমাণু গৱেষণাকেন্দ্ৰ '' ভাতৰত ক'ত অৱস্থিত?

উত্তৰঃ মুম্বাইত।

৩১৬) ২০০৫ চনত সাহিত্য় একাডেমী পুৰস্কাৰ কোন গৰাকী লেখিকাই প্ৰত্য়াখ্য়ান কৰিছিল?

উত্তৰঃ  বুকাৰ পুৰস্কাৰ জয়ী লেখিকা অৰুন্ধতী ৰায়ে।

৩১৭)   'ডঃ মাৰ্টিন লুথান কিং' কোম আছিল?

উত্তৰঃ আমেৰিকাৰ কৃষ্ণাঙ্গ নেতা।

৩১৮) কোনবিধ প্ৰাণীয়ে পানী নাখায়?

উত্তৰঃ আফ্ৰিকাৰ কৃষ্ণাঙ্গ হৰিণে।

৩১৯) কিমান ওজনলৈকে পাৰ্চেল কৰা হয়?

উত্তৰঃ ২০ কেজি পৰ্যন্ত।

৩২০) পৃথিৱাৰ দৈৰ্ঘতম সংবিধানখন কোন দেশৰ ?

উত্তৰঃ ভাৰতবৰ্ষ।

৩২১) প্ৰতি মিনিঠত পৃথিৱীৰ মৃত্য়ুৰ সংখ্য়া কিমান?

উত্তৰঃ প্ৰতি মিনিটত গড়ে প্ৰায় ৯০ জন মানুহৰ মৃত্য়ু হয়।

৩২২) ভাৰতৰ আটািতকৈ ডাঙৰ জাতায় প্ৰতিষ্টান কোনটো? 

উত্তৰঃ ভাৰতীয় ৰে'ল।

৩২৩) ভাৰতৰ প্ৰথম ক'ত পাতাল ৰে'লৰ চলাচল আৰম্ভ হৈছিল?

উত্তৰঃ কলকাতাত।

৩২৩) 'পাবলো পিকাছো'কোম আঠছিল?

উত্তৰঃ বিশ্ববিখ্য়াত চিত্ৰশিল্পী।

৩২৪) গোটেি ভাৰতবৰৰ্ষত বৰ্তমান কিমান ৰে'ল ষ্টেচন আছে?

উত্তৰঃ ৩৮,৪২৮ টা।

৩২৫) কনিষ্ঠতমা মহিলা যিগৰাকিয়ে মাুণ্ট এভাৰেষ্ট জয় কৰিছিল তেওঁৰ নাম কি ?

উত্তৰঃ ভাৰতৰ ডিকি জোলমা।

৩২৬) হজৰত মহম্মদ কিমান খ্ৰীঃত ঐআৰু ক'ত জন্ম গ্ৰহন কৰিছিল?

উত্তৰঃ ৫৭০ খ্ৰীষ্টাব্দত, মক্কাত।

৩২৭)  পৃথিৱী যে ঘৃৰণীয়া তাক প্ৰথম কোনে আববিষ্কাৰ কৰিছিল?

উত্তৰঃ পাইথাগোৰাছে।

৩২৮)  ভাৰতৰ প্ৰথম টেলিভিশন কেতিয়া আৰম্ভ হয়?

উত্তৰঃ ১৫ চেপ্তেম্বৰ, ১৫৫৯ চনত দিল্লীত।

৩২৯) ভাৰতৰ সবাতোকৈ জনবহুল চহৰৰ নাম কি?

উত্তৰঃ কলকাতা আৰু মুম্বাই।

৩৩০) গোটেই ভাৰতবৰ্ষত প্ৰতিদিনা কিমান যাত্ৰী ৰে'লত যাত্ৰায়ত কৰে?

উত্তৰঃ প্ৰায় ৯৫ লাখ।

৩৩১) ভাৰতৰ আঞ্চলিক সেনা দিৱস কোন দিনা পালন কৰা হয়?

উত্তৰঃ ১৮ নবেম্বৰ। 

৩৩২) বিশ্বৰ কলঙ্ক হিছাপে কোন ঘটনাক চিহ্ননিত কৰা হয়?

উত্তৰঃ ১৯৪৫ চনত আমেৰিকাৰ পৰমানু বোমাৰ পৰীক্ষাৰ ঘটনাক।

৩৩৩) ভাৰতৰ কোনখন ৰাজ্য়ত আটাইতকৈ বেছি শিক্ষিত লোক আছে?

উত্তৰঃ কেৰাল।

৩৩৪) পৰাধীন ভাৰতৰ শেষ ভাইচৰয় কোন আছিল?

উত্তৰঃ লৰ্ড মাউণ্ট ব্য়াটেন।

৩৩৫) ভাৰতৰ যুদ্ধক্ষেত্ৰত প্ৰদৰ্শন কৰা জনক ৰাষ্ট্ৰই কি কি পুৰস্কাৰ দিয়ে?

উত্তৰঃ (১) শৌৰ্যচক্ৰ, (২) পৰমবীৰ চক্ৰ, (৩) কীৰ্তি চক্ৰ।

৩৩৬) ''কিউ. এম. এস.'' -ৰ অৰ্থ কি?

উত্তৰঃ কুইক মেইল চাৰ্ভিছ।

৩৩৭) শিল্পকলাৰ ক্ষেত্ৰত ভাৰতে কি কি ৰাষ্ট্ৰীয় পুৰস্কাৰ দিয়ে?

উত্তৰঃ ললিতকলা একাডেমি পুৰস্কাৰ।

৩৩৮)  ভাৰতৰ নৌবাহিনী দিৱস কোন দিনা পালন কৰা হয়?

উত্তৰঃ ১৫ ডিচেম্বৰ।

৩৩৯) নিৰ্জনতম দ্বীপ কাক কয়? 

উত্তৰঃ ছণ্ট হেলেনা।

৩৪০) ভাৰতৰ সৰ্বপ্ৰথম ছপাখাল ক'ত আৰম্ভ হৈছিল?

উত্তৰঃ চেন্নাইত।

৩৪১) প্ৰাচীন ভাৰতৰ বিশ্ববিদ্য়ালয়কেইখল আৰু কি কি?

উত্তৰঃ নালন্দ, তক্ষশীলা, লৱণাক্ত সাগৰৰ নাম কি? 

৩৪৩) পৃথিৱীৰ ভিতৰত বৃহত্তম গীৰ্জা ক'ত আছে? 

উত্তৰঃ ৰোমৰ ছেণ্ট পিটাৰ্স।

৩৪৪) ছুৱেজখাল কোন বছৰত খোলা হয়?

উত্তৰঃ ১৮৬০ চনত।

৩৪৫) ''উদিত সৃৰ্যৰ দেশ কাক কয়?

উত্তৰঃ জাপানক।

৩৪৬) সঙ্গীত, নৃত্য় আৰু নাটকৰ জৰিতে ভাৰত চৰকাৰে কেনে ধৰনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ দিয়ে? 

উত্তৰঃ সঙ্গীত নাটক একাডেমি পৰস্কাৰ ।

৩৪৭) পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সেতু ক'ত অনস্থিত? 

উত্তৰঃ ভাৰতৰ শোন সেতু।

৩৪৮) পৃথিৱীৰ ভিতৰত কোনটো ভাষাতন মানুহে বেছি কথা কয়? 

উত্তৰঃ চীনা ভাষাত। এই ভাষাত ৭০ কোটি মানুহে কথা কয়।

৩৪৯) পৃথিৱীৰ দৈৰ্ঘতম সুৰঙ্গ কোনটো?

উত্তৰঃ লণ্ডলৰ ৰে'ল সুৰঙ্গ।

৩৫০) ভাৰতৰ শিক্ষানীৰি কেতিয়া ঘোষণা কৰা হয়? 

উত্তৰঃ ১৪ জুন, ১৯৬৮ চনত।

৩৫১) প্ৰথম বিশ্বযুদ্ধ কিমানদিন ধৰি চলিছিল?

উত্তৰঃ ৪ বছৰ ৩৮ দিন।

৩৫২) পৃথিৱীৰ দৈৰ্ঘতম ৰে 'লপ ক'ত অৱস্থিত?

উত্তৰঃ অবিভক্ত ৰাছিয়াৰ ট্ৰান্স-ছাইবেৰিয়ান ৰে'লপথ।

৩৫৩) লেনিনৰ সমাধি ক'ত আছে?

উত্তৰঃ মস্কোৰ ৰেড স্কোয়াৰত।

৩৫৪) 'ৰেড স্কোৱাৰ' ক'ত আছে?

উত্তৰঃ মস্কোত।

৩৫৫) পৃথিৱীৰ আটাইতকৈ বেছি বয়সৰ মানুহ কোন?

উত্তৰঃ ম্য়াদাম কলমেণ্ট ( পেৰিছ )  ১২১ বছৰ।

৩৫৬) এলাহাবাদৰ কুম্ভমেলা প্ৰতি কিমান বছৰৰ পিছত অনুষ্ঠিত হয়? 

উত্তৰঃ ১২ বছৰ।

৩৫৭) ভাৰতয় ৰে 'লপথ বৰ্তমানে কেিতা ভাগত বিভক্ত?

উত্তৰঃ ৯ টা।

৩৫৮) আধিনিক কম্পিউটাৰৰ জনক কাক বোলে?

উত্তৰঃ চাৰ্লজ ব্য়াবেজক।

৩৫৯) টাইটানিক জাহাজখন কিমান চনত ডুব যায়      ?

উত্তৰঃ ১৯১২ চনত।

৩৬০) পৃথিৱীৰ উচ্চতম পৰ্বত শৃঙ্গ কোনটো? 

উত্তৰঃ এভাৰেষ্ট  শৃঙ্গ; ইয়াৰ দৈৰ্ঘ্য় ২৯০২৮ ফুট বা ৮৮৪৯ মিটাৰ।

৩৬১) ভাৰতীয় সংবিধানৰ ৰচয়িতা কোন। আনুষ্ঠানিকভাৱে কেতিয়া পৱৰ্তিত কৰা হয়।

উত্তৰঃ ডঃ আহম্বেদকাৰ নেতৃত্বাধীন ৫ জন সদস্য়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত।

৩৬২) পৃথিৱীত কি বিৰ্তক সভা আটাইতকৈ বেছি সময় লাগিছিল?

উত্তৰঃ ১৯৮৬ চনত আক্সফোৰ্ড বিশ্ববিদ্য়ালয়ে এক বিৰ্তক সভা ১৯৩ ঘণ্টা চলাইছিল।

৩৬৩) কোন পৰিব্ৰাজকে প্ৰথম সাগৰৰ পথেৰে পৃথিৱী প্ৰদ৭ন কৰিছিল?

উত্তৰঃ ম্য়াগেলান ।

৩৬৪) পৃথিৱী যে সৃৰ্যৰ চাৰিওপানে ঘৃৰি আছে তাক প্ৰথমে কোনে আবিষ্কাৰ কৰিছিল?

উত্তৰঃ কোপৰ্নিকাছে।

৩৬৫) ''ইণ্ডিয়া হাউছ'' ক'ত আৱস্থিত? 

উত্তৰঃ লণ্ডনত।

৩৬৬) শ্ৰীলঙ্কা কেতিয়া স্বাধীন হয়?

উত্তৰঃ ১৯৪৮ চনত।

৩৬৭) পৃথিৱীত কিমান ধৰনৰ গছ আছে?

উত্তৰঃ  প্ৰায় দুই লাক তেত্ৰিছ হাজাৰ।

৩৬৮)  ''SLV--O'' কিহৰ নাম?

উত্তৰঃ ভাৰতৰ প্ৰথম ৰকেটটাৰ নাম।

৩৬৯)  বিশ্বৰ বৃহত্তম পাৰ্ক কোনখন?

উত্তৰঃ কানাডাৰ উড বাকেনা নেচনেল পাৰ্ক।

৩৭০) ''আইফল টাওৱাৰ''ক'ত আৱস্থিত?

উত্তৰঃ ফ্ৰান্সৰ ৰাজধানী পেৰিচত।

৩৭১) স্বাধীন ভাৰতৰ সংবিধান কেতিয়াৰ পৰা প্ৰৱৰ্তন কৰা হৈছে? 

উত্তৰঃ ২৬ জানুৱাৰী, ১৯৫০ চনত.

৩৭২) কোন চতন ভাৰত আৰু পাকিস্তানৰ মাজত চিলমা চুক্তি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯২৭ চনত.

৩৭৪ঃ বিশ্ব কোন গৰাকী মানুহে  সৰ্বপ্ৰথম চন্দ্ৰত পদাৰ্পণ কৰিছিল? উত্তৰঃ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ নাল আৰ্মষ্ট্ৰং।

৩৭৫) কনকৰ্ড বস্তুটো কি?

উত্তৰঃ এনি ফ্ৰেন্স ছুপাৰচনিক জেট প্লেন।

৩৭৬) বিশ্বৰ আটাইতকৈ গতি সম্পন্ন জলচৰ প্ৰাণী কোনটো?

উত্তৰঃ আটলাণ্টিক স্নেইল ফিছ।

৩৭৭) বিশ্ব প্ৰতম মহাকাশচাৰী গৰাকী কোন?

উত্তৰঃ ৰাছিয়াৰ ভ্য়ালেণ্টিনা তেৰেস্কোৰ।

৩৭৮) কোন গছ প্ৰায় ৩৫০০ বছৰ পৰ্যন্ত জীয়াি থাকে?

উত্তৰঃ আমেৰিকাকৰ 'ৰিউ' গছ ।

৩৭৯) ভীৰতৰ কোনখন চহৰক ''হ্ৰদ নগৰী'' বুলি কোৱা হয়?

উত্তৰঃ ৰাজস্থানৰ জয়পুৰক.

৩৮০) কোন যুদ্ধত ভীৰতবৰ্ষৰ স্বাধীনতা হেৰুৱাব লগা হৈছিল?

উত্তৰঃ পলাশীৰ যুদ্ধত ১৭৫৭ খ্ৰীষ্টাব্দৰ ২৩ জুনত।

২৮১) ভাৰতে ইংৰাজসকলৰ বিৰুদ্ধে কি আন্দোলন কৰে?

উত্তৰঃ স্বদেশী আন্দোলন।

৩৮২) বিশ্বৰ প্ৰথম কোন মহিলাি এভাৰেষ্ট গিৰিশৃঙ্গ জয় কৰিছিল?

উত্তৰঃ জাপানৰ জনকা টাবেই।

৩৮৩) বিশ্বৰ আটাইতকৈ পুৰণি  খেলবিধ নাম কি?

উত্তৰঃ ধনুৰ্বিদ্য়া বা আৰ্চাৰি।

 ৩৮৪) এছিয়াৰ কেন ঠাইত সৰ্বপ্ৰথম আলিম্পিক হৈছিল?

উত্তৰঃ জাপানৰ ৰাজধানী টকিঅ'ত ( ১৯৬৪ চনত ) ।

৩৮৫) বিশ্বৰ আটািতকৈ প্ৰাচীন কেল সমাৰোহটোৰ নাম কি?

উত্তৰঃ ' গ্ৰেটেষ্ট শ্ব' অন দ্য় আৰ্থট'খ্য়াত অলিম্পিক।

৩৮৬) শেষ অলিম্পিক কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? 

উত্তৰঃ ২০১৬ চনত ব্ৰাজিলৰ ৰি'অ ডি জেনেৰিঅ'ত।

৩৮৭) অলিম্পিক খেলত প্ৰথম কোতিয়ৰ ৰা মহিলায় অংশ গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯০০ চনৰ পেৰিচ অলিম্পিকৰ পৰা।

৩৮৮) অলিম্পিকত ভাগ লোৱা প্ৰথম গৰাকী বাৰতীয় মহিলা এথলিট কোন ?

উত্তৰঃ মেৰী ডিচুজা।

৩৮৯) আধুনিক অলিম্পিকত প্ৰথমটো পদক অৰ্জন কৰা খেলুৱৈহৰাকী কোন?

উত্তৰঃ আমেৰিকাৰ ত্ৰিপল জাম্পাৰ জেম্পাৰ ব্ৰেণ্ডন কানলী।

৩৯০) বিশ্ব পাঁচখন মহাদশক বুজোৱা অলিম্পিক প্ৰতীক বল পাঁচটাৰ ৰং কি কি ?

উত্তৰঃ নীলা, হালধীয়া, ক'লা, ৰঙা আৰু সেউজীয়া।

৩৯১) অলিম্পিক খেল কেইবছৰৰ মৃৰত পতা হয়?

উত্তৰঃ ৪ বছৰৰ অন্তত।

৩৯২) ' ৰিঅ' অলিম্পিকৰ শ্লোগান কি আছিল?

উত্তৰঃ ''এ নিউ ৱৰ্ল্ড'' অৰ্থাৎ এখন নতুন পৃথিৱী।

৩৯৩) অহা কোন চনত আৰু ক'ত  অলিম্পিক খেল অনুষ্ঠিত হ'ব?

উত্তৰঃ ২০২০ চনত ব্ৰাজিলৰ ট'কিয়ত।

৩৯৪) ২০০৮ চনত প্ৰদান কৰা স্বৰ্ণ পদকৰ সংখ্য়া কিমান?

উত্তৰঃ ৩০২ টা স্বৰ্ণ পদক।

৩৯৫) বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুবৈ কাক কোৱা হয়?

উত্তৰঃ ব্ৰাজিলৰ পেলে ।

৩৯৬) ২০০৮ চনত বেইজিং অলিম্পিকত ভাগ লোৱা দেশৰ সংখ্য়া কিমান আছিল?

উত্তৰঃ বিভিন্ন দেশৰ ১০, ৭০৮ গৰাকী খেলুৱৈয়ে শ্ৰেষ্ঠত্বৰ যুঁজত অৱতীৰ্ণ  হৈছিল।

৩৯৭) বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল প্ৰতিযোগিতাখনৰ আচল নাম কি?

উত্তৰঃ ফিফা কাপ।

৩৯৮) ৰিঅ' অনিম্পিকৰ কোন খেলুৱৈ আমাৰ ৰাজ্য় পৰা প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰঃ বক্সিংত শিব থাপা।

৩৯৯) বিশ্বকাপ ফুটবল খেল প্ৰতিযোগিতাৰ খেল পৰিচালনা কৰিবৰ বাবে আমন্ত্ৰিত সৰ্বপ্ৰথম ভাৰতীয় কোন?

উত্তৰঃ কমলেশ্বৰ শংকৰ ( ২০০২ চন )।

৪০০) এদিনীয় ক্ৰিকেটত কম সংখ্য়াক বলত শতৰান কৰা খেলুৱৈ গৰাকী কোন?

উত্তৰঃ এ বি ডিভিলিয়াৰ্চ ( মাত্ৰ ৩১ টা বলত) ।