Lesson-16

Eklavya

একলব্য


Answer these questions. 

(তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া) 

1. Why was Arjuna Drona's favourite pupil?

 (অৰ্জুন কিয় দ্ৰোণৰ প্ৰিয় শিষ্য আছিল?) 

Ans: Arjuna was Drona's favourite pupil because he was best in many skills. Arjuna could fight with a mace, a sword, a lance or any other weapon. But the weapon he used best was a bow and arrow. He was such a skilled archer that there was no one to match him. No matter how difficult the target, his arrow would find it.

(অৰ্জুন দ্ৰোণৰ প্ৰিয় শিষ্য আছিল কাৰণ অৰ্জুন অনেক বিদ্যাত পাৰ্গত আছিল। তেওঁ তৰোৱাল,যাঠি আদিৰ লগতে অন্যান্য অস্ত্ৰৰে যুদ্ধ কৰিব জানিছিল। কিন্তু এই সকতোবোৰ অস্ত্ৰৰ মাজত তেওঁৰ ধনুবিদ্যাত অতুলনীয়ভাৱে পাৰ্গত আছিল। যিমানেই কঠিন লক্ষ্য নহওঁক কিয়, তেওঁ সেই লক্ষ্যভেদ কৰিব পাৰিছিল)


2. What happened when Drona took the Pandavas into the forest? 

(দ্ৰোণই পাণ্ডৱসকলক হাবিলৈ লৈ যাওঁতে কি ঘটিল?)

Ans: When Drona took the Pandavas into the forest to teach them how to hunt ,they saw many signs that they were not alone. There were arrows stuck fast on the trees as if someone had been practising archery.

(দ্ৰোণই পাণ্ডৱসকলক চিকাৰবিদ্যা শিকাবৰ বাবে হাবিলৈ লৈ গৈছিল। তেতিয়া তেওঁলোকে হাবিৰ মাজত অনেক চিন দেখিছিল। সেই চিনবোৰ এনেধৰণে লগোৱা আছিল যে সেইবোৰ দেখি কোনোবাই সদায় ধনুবিদ্যাৰ অনুশীলন কৰে যেন লাগিছিল)


3. Why was Drona surprised by what had happened? What did he do next? 

(কিহে দ্ৰোণক আচৰিত কৰি তুলিছিল?তাৰ পাছত তেওঁ কি কৰিছিল?) 

Ans: When one of their dogs ran foreward barking loudly then swiftly through the air came seven shining arrows straight towards the dogs. Drona could see that they came from a great distance and with only the sound of the dog's barking to guide them to the royal party. They were arrows of a true warrior and this sight surprised Drona.

(যেতিয়া তেওঁলোকৰ এটা কুকুৰ জোৰেৰে দৌৰি গৈছিল তেনেতে সাতডাল জোঙাল কাড়ঁ আহি পৰিছিল। দ্ৰোণই দেখি গম পাইছিল যে এই কাড়ঁবোৰ যথেষ্ট দূৰৈৰ পৰা কেৱল কুকুৰৰ মাত অনুসৰণ কৰিয়ে এৰা হৈছে। সেয়া কোনো পাৰ্গত যোদ্ধাৰ কাড়ঁ আছিল। আৰু এই দৃশ্যই দ্ৰোণক আচৰিত কৰি তুলিছিল।)

      He wondered who the unknown archer could be. So, Drona and his pupils set off in search of the person who could have shot the arrows. 

(তেওঁ সেই অচিনাকি ধনুৰ্বিদজন কোন হ’ব পাৰে জানিব বিচাৰিছিল। গতিকে তেওঁ নিজৰ শিষ্যসকলক তাৰ গম ল’বলৈ পঠিয়াইছিল।)


4. Why had Drona refused to accept Ekalavya as a pupil? How did the boy still succeed in making Drona his teacher? 

(দ্ৰোণই একলব্যক কিয় শিষ্য হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ? ল’ৰাজনে কেনেকৈ দ্ৰোণক নিজৰ গুৰু ৰূপে পাবলৈ সক্ষম হ’ল?)

Ans: Drona refused to accept Eklavya as a pupil saying that Eklavya wasn't a Kshatriya. Ekalavya made a clay image of Drona in the forest and since then, he had  practised with his bow and arrow. Thus he succeded in making Drona his teacher.

 (দ্ৰোণই একলব্যক তেওঁ এজন ক্ষত্ৰিয় নহয় বাবে  শিষ্য হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তাৰ পাছত একলব্যই হাবিৰ মাজত দ্ৰোণৰ এক মাটিৰ মূৰ্তি সাজি লৈছিল আৰু তেতিয়াৰ পৰাই ধনুবিদ্যাৰ অনুশীলন আৰম্ভ কৰিছিল।এনেদৰেই তেওঁ দ্ৰোণক নিজৰ গুৰু ৰূপে পাবলৈ সক্ষম হ’ল)


5. "And who is your teacher?" How did Drona react on hearing Ekalavya's answer to this question?

 (পিছে তোমাৰ গুৰু কোন?" দ্ৰোণৰ এই প্ৰশ্নত একলব্যৰ উত্তৰ শুনি তেওঁ কি প্ৰতিক্ৰিয়া দিছিল?)

Ans: On hearing Ekalavya's answer to this question feelings of envy and fear began to arise in Drona's heart, though he allowed no sign of them to show upon his face.

 (একলব্যৰ উত্তৰ শুনি দ্ৰোণৰ মনত হিংসা আৰু ভয়ৰ সৃষ্টি হৈছিল যদিও তেওঁ মূখমণ্ডলত এই কথাৰ কোনো উমান পাব দিয়া নাছিল।)


6. Why did Ekalavya readily agree to Drona's suggestion of a contest with his pupils?

 (একলব্যই দ্ৰোণৰ প্ৰতিযোগিতাৰ পৰামৰ্শত কিয় সন্মতি দিছিল?) 

Ans: Ekalavya readily agree to Drona's suggestion of a contest with his pupils to match the skill with them.

(একলব্যই দ্ৰোণৰ প্ৰতিযোগিতাৰ পৰামৰ্শত দ্ৰোণৰ অন্য শিষ্যৰ লগত তেওঁৰ বিদ্যাৰ তুলনা কৰি সন্মতি দিছিল।)


7. How did Drona ensure that Arjuna remained the best archer in the world? 

(দ্ৰোণই কেনেদৰে অৰ্জুন যাতে সদায় শ্ৰেষ্ঠ হৈ থাকে সেয়া নিশ্চিত কৰিছিল?)

Ans: It was apparent that Ekalavya was simply the best and even Arjuna could not excel him. So,in order to make Arjuna the best, Drona asked Ekalavya to cut the thumb aof his right hand and give it to him so that he could never draw his bow again.

(একলব্য যে সকলোতকৈ শ্ৰেষ্ঠ আৰু অৰ্জুনেও যে তেওঁক পাছ পেলাব নোৱাৰে সেয়া দেখি গম পোৱা গৈছিল।গতিকে অৰ্জুন যাতে সদায় শ্ৰেষ্ঠ হৈ থাকে সেয়া নিশ্চিত কৰিবলৈ একলব্যক নিজৰ সোঁ হাতৰ বুঢ়া আঙুলিটো কাটি গুৰুদক্ষিণা দিবৰ বাবে কৈছিল যাতে একলব্যই আৰু কেতিয়াও কাড়ঁ টোৱাব নোৱাৰে।)


Grammar in Communication

1.Imagine that you visited a friend who lives in another city. Report what your friend said. Use the prompts on the next appropriately.

(তোমাৰ এখন অন্য চহৰত কোনো বন্ধু আছে বুলি ভাবা৷ আৰু তেওঁ কি কৈছে সেয়া কোৱা।কাষত দিয়া উদাহৰণ ব্যৱহিত কৰিবা।)


3. Did you have a good trip? 

(তোমাৰ যাত্ৰা আৰামদায়ক আছিল নে?)

Ans: He enquired if I had a good trip.

(সি জানিব বিচাৰিছিল যে মোৰ যাত্ৰা আৰামদায়ক আছিল নে)


4. Could you find my house easily?

 (মোৰ ঘৰতো সহজতে  বিচাৰি পাইছিলা নে?)

Ans: He enquired if I could find his house easily.

(সি সুধিছিল যে তাৰ ঘৰতো সহজতে বিচাৰি পাইছিলা নে)


5. Why didn't you phone me? 

(তুমি মোক ফোন কিয় নকৰিলা?)

Ans: He asked why I didn't phone him. 

(সি মই তাক কিয় ফোন নকৰিলো সুধিছিল)


6. Why didn't you bring your brother? 

(তুমি তোমাৰ ভাইক কিয় লৈ নাহিলা?) 

Ans: He asked me why I didn't bring my brother. 

(সি মোক মই কিয় ভাইক নিনিলো সুধিছিল)


7. Have you had lunch yet?

 (তুমি এতিয়া দুপৰীয়াৰ আাহৰ গ্ৰহণ কৰিলা নে?) 

Ans: He enquired if I had my lunch yet.

(সি মোক মই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ নে সুধিছিল)


8. Would you like to do a bit of sightseeing?

(তুমি অলপ ফুৰা-চকা কৰিবলৈ ভাল পাবানে?)

Ans: He asked me if I would like to do a bit of sightseeing.

(সি মোক অলপ ফুৰা চকা কৰিবলৈ ভাল পামনে সুধিছিল)


Words in Communication

Match these words with their dictionary meanings.

 (তলত দিয়া শব্দসমূহৰ আভিধানিক অৰ্থৰ সৈতে মিলোৱা)

Ans:

1.absent minded: (adj) tending to forget things or not paying attention to what is happening around you. 

(অন্যমনস্ক:পাহৰি যোৱা আৰু ওচৰে পাজৰে কি হৈ আছে মন নিদিয়া)

2.broad-minded: (adj) willing to consider ideas and opinions that are new or different from your own.

(বহল মনৰ: আনৰ পৰামৰ্শ বিচাৰ কৰা আৰু নিজতকৈ বেলগ মতামতসমূহো গ্ৰহণ কৰা)

3.strong-minded:(adj) determined and unwilling to change your opinions or beliefs.

(কঠোৰ মনৰ:আকোৰগোঁজ আৰু নিজৰ মতামত পৰিৱৰ্তন কৰিব নিবিচৰা)

4.Open-minded: (adj) approving willing to accept other people's behaviour and beliefs.

(মুকলি মনৰ: আনৰ মতামত গ্ৰহণ কৰা আৰু উদাৰ মনৰ)

5.narrow-minded:dj) disapproving not willing to accept ideas and ways of behaving that are different from your own.

(ঠেক মনৰ:আনৰ মতমত গ্ৰহণ নকৰা আৰু নিজৰ লগত অমিল মতসমূহক গুৰুত্ব নিদিয়া)


Word meaning:

Place- স্থান।

Cousin- মাহী।

Expert- বিশেষজ্ঞ।

Warfare- যুদ্ধ।

Appoint- নিযুক্তি কৰা।

Warrior- যোদ্ধা।

Wield- চালনা কৰা।

Mace- গদা।

Strength- শক্তি।

Skill- দক্ষতা।

Enemy- শত্ৰু।

Moving- চলন্ত।

Chariot- ৰথ।

Superb- চমৎকাৰ।

Swordsmen- তৰোৱালধাৰী।

Pupil- চকুৰ মণি।

Weapon- অস্ত্ৰ।

Bow and arrow- ধনু আৰু কাঁড়।

Target- লক্ষ্য়।

Teach- শিক্ষণ।

Hunt- চিকাৰ।

Alone- অকলশৰীয়া।

Stuck- লাগি ধৰা।

Practising- অনুশীলন কৰি থকা।

Archery- ধনুৰ্বিদ্যা।

Swiftly- দ্ৰুতগতিত।

Shining- জিলিকি থকা।

Straight- পোন।

Distance- দূৰত্ব।

Guide- নিৰ্দেশনা দিয়া।

Sight- দৃষ্টি।

Wonder- আশ্চৰ্য।

Unknown- অজ্ঞাত।

Set- স্থাপন কৰা।

Person- ব্যক্তি।

Shot- নিক্ষেপ কৰা কাৰ্য।

Prayer- প্ৰাৰ্থনা।

Beside- ওচৰত।

Foresters- বনকৰ্মী।

Exclaim- উচ্চাৰণ কৰা।

Learn- শিকা।

Desire- আকাংক্ষা।

Clay- বোকা মাটি।

Mindedly- মননশীলভাৱে।

Concentration- ঘনত্ব।

Whisper- ফুচফুচাই কোৱা।

Remember- মনত ৰখা।

Youth- যুৱকাল।

Kneeling- আঁঠু কাঢ়ি।

Troubled- অসুবিধাগ্ৰস্ত।

Envy- ঈৰ্ষা।

Fear- ভয়।

Arise- উঠা।

Allowed- সন্মতি দিয়া।

Show- প্ৰদৰ্শনী।

Contest- প্ৰতিযোগিতা।

Matched- মিল থকা।

Happier- অধিক সুখী।

Joyfully- আনন্দৰে।

Suggestion- পৰিমৰ্শ।

Even- যুগ্ম।

Retired- অৱসৰপ্ৰাপ্ত।

Defeated- পৰাজিত।

Shame- লজ্জা।

Jealousy- ঈৰ্ষা।

Trained- প্ৰশিক্ষণপ্ৰাপ্ত।

Refused- অস্বীকাৰ কৰা।

Superior- শ্ৰেষ্ঠ।

Bitterly- তিক্তভাৱে।

Disappointed- নিৰাশ।

Skill- দক্ষতা।

Appear- প্ৰকট হোৱা।

Aware- জ্ঞাত।

Custom- অনুকুলন কৰা।

Willingly- ইচ্ছাকৃতভাৱে।

Pleasure- আনন্দ।

Delighted- আনন্দিত।

Regarded- সন্মানীয়।

Admired- প্ৰশংসিত।

Thumb- বুঢ়া আঙুলি।

Slightly- অলপীয়াকৈ।

Rival- প্ৰতিদ্বন্দী।

Gently- লাহে লাহে।

Stroke- আঘাত।

Brave- সাহসী।

Strength- শক্তি।

Weakness- দুৰ্বলতা।

Quietly- নিৰৱে।

Glad- পুলকিত।

Sacrifice- ত্যাগ।


Word meaning by- Punya Hazarika.

Himadri Borah

(M.A in English)

Check: Himashree Bora. (Date: 22-06-2022)