Lesson-17 

THE KITE

চিলা


1. Understanding the poem  

1.What is said to be soaring like a ship? 

(কিহে এখন জাহাজৰ দৰে উপঙি আছে?) 

Ans: The kite  is said to be soaring like a ship.

(এখন চিলাই  এখন জাহাজৰ দৰে উপঙি আছে)


2. What 'sail' does the kite have?

 (চিলাখনৰ কেনেধৰণৰ পাল তৰা আছিল?) 

Ans: The kite have the thread as a 'sail'.

(চিলাখনৰ ৰছীডাল নাৱৰ পালৰ দৰে আছিল)


3. Pick out the words which denote 'laziness' in the poem. Who is lazy?

 (Laziness ৰ অৰ্থ প্ৰকাশ কৰা শব্দসমূহ লিখা৷ কাক এলেহুৱা বুলি কোৱা হৈছে?) 

Ans: Rest, slack . The kite is lazy.

(চিলাখনক এলেহুৱা বুলি কোৱা হৈছে)


4. How is the sky connected to the kite?

(আকাশ আৰু চিলাৰ সম্বন্ধ কেনেধৰণৰ?) 

Ans: The sky is connected to the kite as the ship is connected to the ocean. It sails in the sky like a ship in an ocean. 

(আকাশ আৰু চিলাৰ মাজৰ সম্বন্ধ সাগৰ আৰু জাহাজৰ দৰে৷ই আকাশত জাহাজ সাগৰত থকাৰ দৰে উপঙি থাকে)


5. Pick out some rhyming words from the poem. 

(কিছুমান একেই ছন্দযুক্ত শব্দ বাচি উলিওৱা)

Ans: Blue: new, tail: sail , dip: ship, crest: rest, slack: back, blows: goes, see: tree, thing: string


2. Fun with vocabulary: 

Make a list of all the action words used in the poem to describe the flight of the kite. (চিলাৰ উৰণক অভিহিত কৰা কিছু শব্দৰ তালিকা প্ৰস্তুত কৰা৷) eg. dive, dip...

Ans: soars, climbs, pull, rest, run, flap.


3. How bright on the blue

(নীলাত অতি উজ্জ্বল)

a) What is the blue? 

(ইয়াত নীলা কি?) 

Ans: The blue is the sky.

(ইয়াত নীলা মানে হ’ল আকাশ)


b) What looks bright? 

(কাক উজ্জ্বলৰূপে দেখা যায়?) 

Ans: The kite looks when it is new.

(চিলাখন যেতিয়া নতুন হৈ থাকে তাক উজ্জ্বলৰূপে দেখা যায়)


c) Give souce words connected to ship sailing. (জাহাজৰ গতিৰ লগত সম্পৰ্ক থকা শব্দসমূহ লিখা)

Ans: Sail, soars, gush, wind, string.


Word meaning:

Bright- উজ্বল।

Dive- জাঁপ দিয়া।

Dip- ডুব মৰা।

Tail- নেজ।

Soars- উৰি যায়।

Sail- পাল।

Tides- জোৱাৰ-ভাটা।

Climb- বগোৱা।

Crest- শিখৰ।

Pull- টনা।

Wind- বায়ু।

String- তাঁৰ।

Slack- শিথিলতা।

Breeze- বতাহ।

Blow- ফুৱাই দিয়া।

Wing- ডেউকা।

Thing- বস্তু।

Top- শীৰ্ষ।


Word meaning by- Punya Hazarika.

Himadri Borah

(M.A in English)