পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ (Environment And Natural Resources) | Chapter 8 (অধ্যায় 8) | Class 12 Political Science | Question Answer Assamese Medium | HS 2nd Year Political Science Solution | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান


অধ্যায় 8

 পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ  

 Environment And Natural Resources 


প্রশ্নাৱলী 

১। তলৰ কোনবােৰ পাৰিপাৰ্শ্বিকতা সম্পর্কে গঢ়ি উঠা আটাইতকৈ ভাল ব্যাখ্যা-

( a ) উন্নত দেশবােৰ প্রকৃতিক ৰক্ষণা-বেক্ষণ দিয়াত সমান। 

( b ) পাৰিপাৰ্শ্বিকতাক ৰক্ষণা-বেক্ষণ দিয়াটো দেশীয় আৰু আদিবাসীসকলৰ বাবে অপৰিহার্য। 

( c ) পাৰিপাৰ্শ্বিকতাৰ অৱনতি মানুহৰ কার্য-কলাপে ব্যাপক কৰিছে আৰু ই বিপদজনক স্তৰ পাইছে। 

( d ) ওপৰৰ এটাও নহয়। 

উত্তৰঃ

২। ভূশীর্ষ অধিবেশনৰ বিষয়ে তলত উল্লেখ কৰা প্ৰতিটো বাক্যৰ বিপৰীতে শুদ্ধ নে অশুদ্ধ লিখা— 

( a ) ইয়াত ১৭০ খন দেশে যােগদান কৰিছিল , হাজাৰ NGOS আৰু বহুত MNCS . 

(b) শীর্ষ সন্মিলনখন ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত হৈছিল। 

(c) পােন প্রথমবাৰৰ বাবে বিশ্ব পাৰিপাৰ্শ্বিকতাৰ বিষয় ৰাজনৈতিক স্তৰত দৃঢ়তাৰে একগােট কৰা হৈছিল। 

(d) ই এখন শীর্ষ সন্মিলন।

উত্তৰঃ

৩। ৰিয়ো (Rio) শীৰ্ষসন্মিলনৰ ফলাফল কি আছিল।

উত্তৰঃ

৪। বিশ্ব সাধাৰণ ভুমি (কমনচ) মানে কি? ইয়াক কেনেকৈ লুন্ঠন আৰু বিষাক্ত কৰা হৈছে?

উত্তৰঃ

৫। ১৯৯০ চনৰ পৰা ৰাষ্ট্রবিলাকে বিশ্ব পাৰিপাৰ্শ্বিকতাক ৰক্ষাৰ ক্ষেত্ৰত সর্বোচ্চ স্থান দিছে। 

উত্তৰঃ

৬। বিশ্ব পাৰিপাৰ্শ্বিকতাক আৰু অধিক ধ্বংস নকৰাকৈ অর্থনৈতিক বিকাশ সাধন কৰাটোৰ ক্ষেত্ৰত ৰাষ্ট্ৰবােৰ বিৰাট প্রত্যাহ্বানৰ সন্মুখীন হৈছে । আমি ইয়াক কেনেকৈ অতিক্রম কৰিব পাৰাে? কেইটামান উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰঃ

আৰ্হি প্রশ্নাৱলী 

ৰচনাধর্মী প্রশ্ন : 

১। খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিৱেশৰ মাজৰ সম্পর্ক কি ? চমুকৈ আলােচনা কৰা।

উত্তৰঃ

২। পাৰিপাৰ্শ্বিকতা মানে কি বুজা ? পাৰিপাৰ্শ্বিকতা দূষিতৰ কাৰণসমূহ বর্ণনা কৰা। 

উত্তৰঃ

৩। পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ কাৰণে বিশ্বস্তৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে বর্ণনা কৰা।

উত্তৰঃ 

৪। সম্পদৰ ভূৰাজনীতিৰ বিষয়ে সমালােচনামূলক আলােচনা কৰা। 

উত্তৰঃ

৫। পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ কাৰণে বিশ্বৰ কোন অংশৰ অধিক দায়িত্ব আছে আৰু কিয়? 

উত্তৰঃ

৬। বিশ্ব ৰাজনীতিত পাৰিপাৰ্শ্বিকতাৰ গুৰুত্ব আলােচনা কৰা।

উত্তৰঃ

৭ | বিশ্ব ভূমি সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে?

উত্তৰঃ

৮। পাৰিপাৰ্শ্বিকতাৰ বিষয়ত ভাৰতৰ স্থিতি কি? 

উত্তৰঃ

৯। এন্টার্কটিকাৰ ওপৰত এটা টোকা লিখা। 

উত্তৰঃ

১০। পাৰিপাৰ্শ্বিকতা দূষিতকৰণৰ চাৰিটা বিষয় লিখা। 

উত্তৰঃ

১১। বিশ্বজনীন পাৰিবেশিক বিতর্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি আলােচনা কৰা।

উত্তৰঃ

১২। বিশ্বজনীন উমৈহতীয়া মানে কি বুজা ? “ বিশ্বজনীন উমৈহতীয়া’ৰ ৰক্ষণাবেক্ষণৰ বাবে তিনিটা ব্যৱস্থাৰ পৰামৰ্শ দিয়া 

উত্তৰঃ

১৩। সম্পদৰ ভূ - ৰাজনীতি মানে কি ? বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদৰ নাম উল্লেখ কৰা। 

উত্তৰঃ

১৪। উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা মানে কি ? চমুকৈ আলােচনা কৰা। 

উত্তৰঃ

চমুটোকা লিখাঃ 

১। বিশ্ব ভূমি মানে কি বুজা ? বিশ্ব ভূমি সংৰক্ষণৰ বাবে দুটা পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ

২। সমবায় ভূমিৰ সংৰক্ষণ আলােচনা কৰা।

উত্তৰঃ 

৩। চলিত বিকাশৰ আৰ্হিয়ে পাৰিপাৰ্শ্বিকতাক কেনেদৰে কলুষিত কৰিছে ? 

উত্তৰঃ

৪। প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যক্তিৰ ভূমিকা চমুকৈ আলােচনা কৰা। 

উত্তৰঃ

৫। ৰাষ্ট্ৰসংঘৰ পাৰিপাৰ্শ্বিকতা আঁচনি সম্পর্কে লিখা। 

উত্তৰঃ

৬। কয়ােটা প্ৰট'কলৰ তাৎপর্য কি ? এই প্ৰট'কলত ভাৰত স্বাক্ষৰকাৰী হয় নে? 

উত্তৰঃ

অতি চমু উত্তৰৰ প্রশ্ন : 

১। ৰিঅ ’ সন্মিলনে কাৰ্যসূচী -২১ ' নামৰ উন্নয়নমূলক কর্মসূচীক অনুমােদন জনাইছিল। ( হয় নে নহয় লিখা )

উত্তৰঃ

২।১৯৯২ চনৰ ভূমি শীর্ষ সন্মিলনৰ বিষয়ে কি জানা লিখা। 

উত্তৰঃ

৩। কিয়ট ’ চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল ? এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল?

উত্তৰঃ

৪। কয়ােটো প্ৰট'কল ( Kyoto Protocol ) কি? 

উত্তৰঃ

৫। ভাৰতে কায়টো প্রটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমােদন কৰে? 

উত্তৰঃ

৬। খিলঞ্জীয়া জনসাধাৰণৰ বিশ্বপৰিষদ গঠন হৈছিল ১৯৭৪/১৯৭৫/১৯৭৬ চনত। ( শুদ্ধ উত্তৰটো বাছি উলিওৱা )

উত্তৰঃ

৭। ৰাষ্ট্ৰসংঘৰ ২০০৬ চনৰ মানৱ বিকাশ আঁচনিৰ বিষয়ে কি জানা লিখা। 

উত্তৰঃ

৮। সেউজগৃহ ( গ্রীণ হাউচ ) গেছ মানে কি বুজা?

উত্তৰঃ

৯। পানী প্ৰদূষণৰ দুটা কাৰণ লিখা। 

উত্তৰঃ

১০। পাঁচ জুনত কিয় বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস পালন কৰা হয়? 

উত্তৰঃ

১১। পাৰিপাৰ্শ্বিকতা সম্পর্কে ভূমিপুত্ৰসকলৰ অধিকাৰ কেনেদৰে সংৰক্ষণ কৰিব পাৰি? 

উত্তৰঃ

১২। UNEP- ৰ দুটা প্রধান কার্য উল্লেখ কৰা। 

উত্তৰঃ

১৩। সমগ্র বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা।

উত্তৰঃ

১৪। ৰিঅ ' সম্মিলনে কাৰ্যসূচী -২১ ' নামৰ এক উন্নয়নমূলক কর্মসূচীত অনুমােদন জনাইছিল। ( হয় নে নহয় লিখা )

উত্তৰঃ

উত্তৰ দিয়া ঃ

১ ।কোনখন ভূমি শীর্ষ সন্মিলনে পৰিৱেশৰ বিষয়ক বিশ্ব ৰাজনীতিত আগস্থান দিছিল? 

উত্তৰঃ

২। কিমানখন উন্নয়নশীল দেশৰ পানী সংৰক্ষণৰ ভাল ব্যৱস্থা নাই? 

উত্তৰঃ

৩। কোন চনত ৰায় - দি - জেনেৰিয়াে পৰিৱেশ সংৰক্ষণ শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল? 

উত্তৰঃ

৪। বিশ্বত ভূমিপুত্র / দেশীয় মানুহ কিমান আছে? 

উত্তৰঃ

৫। কোন চনত দেশীয় মানুহৰ বিশ্বসভা গঠন হৈছিল?

উত্তৰঃ 

৬।১৯৯২ চনৰ ভূমি শীর্ষ সন্মিলনৰ তাৎপর্য কি? 

উত্তৰঃ

৭।কোন চনত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন গঠন সন্মিলন অনুষ্ঠিত

উত্তৰঃ হৈছিল? 

৮। আন্তর্জাতিক পৰিৱেশ সম্পর্কীয় আঁচনিখনৰ নাম কি? 

উত্তৰঃ

৯। পাৰিপাৰ্শ্বিকতাৰ ওপৰত আইন প্রণয়নৰ প্রয়ােজনীয়তা কিয়? 

উত্তৰঃ

১০। ভাৰতীয় সংবিধানৰ 48A- নং অনুচ্ছেদত কি বর্ণনা আছে দাঙি ধৰা। 

উত্তৰঃ

১১। পাৰিপাৰ্শ্বিকতাৰ সজাগতা বুলিলে কি বুজা? 

উত্তৰঃ

১২ । কোন তাৰিখক বিশ্ব সজাগতা দিৱস হিচাপে পালন কৰা হয়?

উত্তৰঃ 

১৩। কোনটো বছৰক বিশ্বৰ ভূমিপুত্র / দেশীয় জনসাধাৰণৰ আন্তর্জাতিক বছৰ হিচাপে পালন কৰা হয়? 

উত্তৰঃ

১৪। পাৰিপাৰ্শ্বিকতা বিষয়ক বিশ্ব ৰাজনীতিৰ কিয় অংশ বুলি কোৱা

উত্তৰঃ উচিত?

১৫ । ভাৰতে কোন চনত অর্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? 

উত্তৰঃ

শুদ্ধ উত্তৰ বাছি উলিওৱা ঃ 

১। ভূমি শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল -

( a ) লণ্ডনত 

( b ) নিউইয়র্কত 

( c ) নিউদিল্লীত 

(d) ৰায়-দি-জোনোৰিওত

উত্তৰঃ

২। বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস পালন কৰা হয়— 

( a ) ৫ মার্চত 

( b ) ৫ জুনত 

( c ) ৫ জানুৱাৰীত

( d ) ৫ এপ্রিলত 

উত্তৰঃ

৩। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন অধিবেশন অনুষ্ঠিত হৈছিল— 

( a ) ২০০৪ চনত 

( b ) ১৯৯৭ চনত 

( c ) ২০০১ চনত 

( d ) ১৯৯২ চনত 

উত্তৰঃ

৪। ভূমিপুত্র / দেশীয় জনসাধাৰণৰ বিশ্ব পৰিষদ গঠন কৰা হৈছিল— 

( a ) ১৯৫০ চনত 

( b ) ১৯৭৫ চনত 

( c ) ১৯৯০ চনত 

( d ) ২০০৭ চনত 

উত্তৰঃ 

৫। খালী ঠাই পূৰণ কৰা। 

বসুন্ধৰা সন্মিলন             ত             চনত অনুষ্ঠিত হৈছিল।

৬। ৰায়’ সন্মিলনে কাৰ্যসূচী 21 ' নামেৰে বিকাশমূলক কার্যপন্থাৰ এক তালিকাৰ পৰামৰ্শ আগবঢ়াইছিল। ( শুদ্ধ অথবা অশুদ্ধ লিখা ) 

উত্তৰঃ