বিশ্বায়ন (Globalisation) | Chapter 9 | (অধ্যায় ৯) | Class 12 Political Science Question Answer | HS 2nd Year Political Science | Higher Secondary 2nd Year Political Science Solution | দ্বাদশ শ্ৰেণীৰ  সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি ।

Chapter 9 

বিশ্বায়ন (Globalisation)


প্রশ্নাৱলী 

শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

১। বিশ্বায়ন সম্পর্কে কোনবােৰ বাক্য শুদ্ধঃ

(ক) বিশ্বায়ন পূৰামাত্রাই অর্থনৈতিক ঘটনা। 

(খ) বিশ্বায়ন ১৯৯১ চনত আৰম্ভ হৈছিল। 

( গ ) বিশ্বায়ন পশ্চিমীয়াসদৃশ। 

( ঘ ) বিশ্বায়ন বহুমুখী ঘটনা। 

উত্তৰঃ

২। বিশ্বায়নৰ প্ৰভাৱ সম্পর্কে কোনবােৰ বাক্য শুদ্ধ? 

( ক ) ৰাষ্ট্ৰ আৰু সমাজৰ ওপৰত বিশ্বায়নে কেৱল নেতিবাচক প্রভাৱ পেলাইছে। 

( খ ) সকলাে ৰাষ্ট্ৰ আৰু সমাজৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ সমানে পৰে। 

( গ ) ৰাজনৈতিক কার্যকলাপৰ ওপৰতে বিশ্বায়নৰ প্ৰভাৱ সীমাৱদ্ধ । 

( ঘ ) বিশ্বায়ন বাৰুকৈ সাংস্কৃতিক একতাৰ ফল। 

উত্তৰঃ

৩। বিশ্বায়নৰ কাৰক সম্পর্কে কোনবােৰ বাক্য শুদ্ধ? 

( ক ) কাৰীকৰী কৌশল বিশ্বায়নৰ এটা দৰকাৰী কাৰক 

( খ ) এটা বিশেষ সম্প্রদায়ৰ মানুহৰ বাবেহে বিশ্বায়ন

( গ ) বিশ্বায়নৰ আমেৰিকাত উৎপত্তি হৈছিল 

( ঘ ) অর্থনৈতিক স্বতন্ত্রতা একমাত্র বিশ্বায়নৰ কাৰণ 

উত্তৰঃ

৪। বিশ্বায়ন সম্পর্কে কোনবােৰ বাক্য শুদ্ধ? 

( ক ) বিশ্বায়ন কেৱল বস্তুৰ আদান - প্রদানৰ বাবে 

( খ ) বিশ্বায়ন মূল্যবােধৰ সংঘাট সংযুক্ত নহয় 

( গ ) সেৱা বিশ্বায়নৰ এটা তাৎপর্যহীন অংশ 

( ঘ ) বিশ্বায়ন সমগ্র বিশ্বজুৰি সম্বন্ধযুক্ত 

উত্তৰঃ

৫। বিশ্বায়নৰ সম্পর্কে কোনবােৰ বাক্য মিছা / অশুদ্ধ? 

( ক ) বিশ্বায়নৰ সমর্থকসকলে যুক্তি দৰ্শাই যে ই অধিক অর্থনৈতিক বিকাশ সাধন কৰিব। 

( খ ) বিশ্বায়নৰ সমালােচকসকলে যুক্তি দৰ্শাই যে ই অর্থনৈতিক বৈষম্যৰ সৃষ্টি কৰিব। 

( গ ) বিশ্বায়নৰ সমর্থকসকলে যুক্তি দর্শাই যে ই সাংস্কৃতিক ঐক্যবদ্ধতা অধিক দৃঢ় কৰিব। 

( ঘ ) বিশ্বায়নৰ সমালােচকসকলে যুক্তি প্রদর্শন কৰে যে ই সাংস্কৃতিক ঐক্যবদ্ধতা অধিক দৃঢ় কৰিব। 

উত্তৰঃ

৬। সমগ্র বিশ্বজোৰা আদান - প্রদান কি ? ইয়াৰ উপাদানসমূহ কি কি? 

উত্তৰঃ

৭। বিশ্বায়নত কাৰিকৰী বিদ্যাৰ অৱদান কি? 

উত্তৰঃ

৮। বিশ্বায়নত উন্নয়নশীল ৰাষ্ট্ৰৰ প্ৰতি ৰাষ্ট্র এখনৰ পৰিৱৰ্তিত ভূমিকাৰ মূল্যায়ন কৰা। 

উত্তৰঃ

৯। বিশ্বায়নৰ অর্থনৈতিক ভাবার্থ কি ? ভাৰতত ইয়াৰ প্ৰভাৱ কেনে ধৰণৰ? 

উত্তৰঃ

১০। বিশ্বায়নৰ সংস্কৃতিক বিভিন্নতাৰ যুক্তিটো সমর্থন কৰা নে? 

উত্তৰঃ

১১। ভাৰতত বিশ্বায়নৰ প্ৰভাৱ কি? ভাৰতে ইয়াক কেনে ধৰণে গ্ৰহণ কৰিছে?

উত্তৰঃ


আৰ্হি প্রশ্নাৱলী 

ৰচনাধর্মী প্রশ্নঃ 

১। বিশ্বায়নৰ অর্থনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ

২। বিশ্বায়নৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক প্রভাৱসমূহ কি কি? আলােচনা কৰা। 

উত্তৰঃ

৩। বিশ্বায়নৰ ধাৰণা বুলিলে কি বুজা? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা। 

উত্তৰঃ

৪। বিশ্বায়ন মানে কি বুজা? বিশ্বায়নৰ প্রতিবন্ধসমূহ ভাৰতে কেনে ধৰণে গ্রহণ কৰিছে? 

উত্তৰঃ

৫। বিশ্বায়নৰ ইতিবাচক আৰু নেতিবাচক দিশ দুটা আলােচনা কৰা। 

উত্তৰঃ

৬। বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিসমূহৰ বিষয়ে আলােচনা কৰা। 

উত্তৰঃ

৭। বিশ্বায়নৰ ফলশ্ৰুতি সম্পর্কে থকা দুটা বিভিন্ন মতামত আলােচনা কৰা।

উত্তৰঃ

৮। বিশ্বায়নৰ ফলত উন্নয়নশীল দেশসমূহৰ পৰিৱৰ্তনশীল পৰিস্থিতিত কার্য-কলাপৰ হ্রাস-বৃদ্ধি আলােচনা কৰা। 

উত্তৰঃ

৯। বিশ্বায়নৰ ফলত উন্নয়নশীল দেশসমূহৰ পৰিৱর্তিত ভূমিকাৰ মূল্যায়ন কৰা। 

উত্তৰঃ

১০। বিশ্ব সাধাৰণ ভূমি মানে কি বুজা ? বিশ্ব সাধাৰণ ভূমি সংৰক্ষণৰ বাবে দুটা ব্যৱস্থা লিখা। 

উত্তৰঃ

১১। ৰাষ্ট্ৰৰ কার্য-কলাপৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ আলােচনা কৰা। 

উত্তৰঃ


চমুটোকা

১। বিশ্বায়নৰ অর্থ ব্যাখ্যা কৰা। 

উত্তৰঃ

২। বিশ্বায়নৰ চাৰিটা দোষ উল্লেখ কৰা। 

উত্তৰঃ

৩। নতুন আৰু পুৰণা বিশ্বায়নৰ মাজত দুটা পার্থক্য লিখা। 

উত্তৰঃ

৪। বিশ্ব সামাজিক ফৰামৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ

৫। বিশ্বায়নৰ ওপৰত ৰাজনৈতিক প্রভাৱ আলােচনা কৰা। 

উত্তৰঃ

৬। ভাৰতৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ আলােচনা কৰা। 

উত্তৰঃ

৭। উন্নয়নশীল দেশবিলাকত বিশ্বায়নৰ সামাজিক - সাংস্কৃতিক প্রভাৱ আলােচনা কৰা। 

উত্তৰঃ

৮। ৰাষ্ট্ৰৰ প্ৰকৃতিৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ আলােচনা কৰা। 

উত্তৰঃ

৯। বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা। 

উত্তৰঃ

১০। বিশ্বায়নৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি প্রদর্শন কৰা। 

উত্তৰঃ


অতি চমু উত্তৰৰ প্রশ্ন : 

১। বিশ্বায়নৰ দুটা কাৰণ লিখা। 

উত্তৰঃ

২। বিশ্বায়নৰ এটা সংজ্ঞা দিয়া। 

উত্তৰঃ

৩। উন্নয়নশীল দেশত বিশ্বায়নৰ দুটা প্রভাৱ লিখা। 

উত্তৰঃ

৪। বিশ্বায়নৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ

৫। বিশ্বায়নৰ দুটা ব্যৱস্থা উল্লেখ কৰা। 

উত্তৰঃ

৬। বিশ্বায়ন প্রক্রিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম উল্লেখ কৰা।

উত্তৰঃ

৭। বিশ্বায়নৰ দুটা নেতিবাচক ফলশ্রুতি উল্লেখ কৰা। 

উত্তৰঃ

৮। বিশ্বায়নৰ ওপৰত অর্থনীতিৰ প্ৰভাৱ অতি চমুকৈ লিখা।

উত্তৰঃ

৯। অর্থনৈতিক বিশ্বায়নৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা। 

উত্তৰঃ

১০। বিশ্বায়নৰ ওপৰত ৰাজনৈতিক প্রভাৱ চমুকৈ লিখা। 

উত্তৰঃ

১১। বিশ্বায়নৰ বিভিন্ন মাত্রাসমূহ কি কি? 

উত্তৰঃ

১২। বিশ্ব বেংক কোন চনত স্থাপন হৈছিল? ইয়াৰ যিকোনাে এটা কার্য উল্লেখ কৰা।

উত্তৰঃ



বস্তুনিষ্ঠ প্রশ্নাৱলীৰ উত্তৰ দিয়াঃ

১। বিশ্বায়নৰ এটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ

২। জাতি ৰাষ্ট্রৰ ওপৰত বিশ্বায়নৰ এটা প্ৰভাৱ লিখা। 

উত্তৰঃ

৩। বিশ্বায়নৰ এটা সুবিধা উল্লেখ কৰা। 

উত্তৰঃ

৪। বিশ্বায়নৰ এটা অসুবিধা লিখা। 

উত্তৰঃ

৫। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ

৬। বিশ্বায়নৰ এটা সমস্যা উল্লেখ কৰা। 

উত্তৰঃ

৭। বিশ্বায়নৰ এটা নেতিবাচক প্রভাৱৰ উদাহৰণ দিয়া। 

উত্তৰঃ

৮। বিশ্বায়ণে ৰাষ্ট্ৰৰ কার্য বৃদ্ধি কৰিছে বােলা কথাষাৰ সঁচা নে? 

উত্তৰঃ

৯। বিশ্বায়ন অথবা গােলকীকৰণৰ কাৰণসমূহ কি কি? 

উত্তৰঃ

১০। বিশ্বায়নৰ এক অন্যতম গুরুত্বপূর্ণ কাৰক হ’ল প্রযুক্তিবিদ্যা। ( হয় নে নহয় )

উত্তৰঃ

 শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

১। কেতিয়া বিশ্বৰ প্রথম WSF অনুষ্ঠিত হৈছিল? 

( ক ) ২০০১ চনত ( খ ) ২০০০ চনত ( গ ) ২০০৪ চনত ( ঘ ) ১৯৯৮ চনত 

উত্তৰঃ

২। বিশ্বায়নৰ আৰম্ভ হৈছিল - 

( ক ) ১৯৮১ চনত ( খ ) ২০০০ চনত ( গ ) ১৯৮৯ চনত ( ঘ ) ১৯৯১ চনত

উত্তৰঃ