Lesson 3
গোট-১
অসমৰ জনগোষ্টীৰ গাঁথনি আৰু সংস্কৃতি
A. অতি চমু উত্তৰ লিখা ঃ
১) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বাহিৰাগত গোষ্টী কোনটো ?
(এই প্ৰশ্নটো ২০১৪ আৰু ২০১৭ চনত আহিছিল)
উত্তৰঃ
২) কাৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল ?
(এই প্ৰশ্নটো ২০১৪ আৰু ২০১৭ চনত আহিছিল)
উত্তৰঃ
৩) বৌদ্ধ ধৰ্মৰ মূলমন্ত কি ?
(এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)
উত্তৰঃ
৪) প্ৰাচীন কালৰে পৰা অসমদেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল ।
(এই প্ৰশ্নটো ২০১৮চনত আহিছিল)
উত্তৰঃ
৫) জনজাতীয় গোষ্ঠীক অন্য কি নামেৰে জনা যায় ?
এই প্ৰশ্নটো ২০১৯ চনত আহিছিল)
উত্তৰঃ
৬) আব্দুূছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল ?
এই প্ৰশ্নটো ২০২০চনত আহিছিল)
উত্তৰঃ
B. চমু উত্তৰ লিখা
১) অসমত কোন সময়ছোৱাত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষাৰ প্ৰচলন কৰা হৈছে ?
এই প্ৰশ্নটো ২০১১চনত আহিছিল)
উত্তৰঃ
২) গতিকে মূলতে অসমীয়া জন-সংস্কৃতিৰ ধাৰক এইবোৰ জাতি- গোষ্টীয়েই আছিল। ইয়াত কোনবোৰ জাতি - গোষ্টীৰ কথা কোৱা হৈছে ?
এই প্ৰশ্নটো ২০১২চনত আহিছিল)
উত্তৰঃ
৩) চাহ বনোৱাসকলৰ অসমৰ সামাজিক জীৱনত অৰিহনা কেনেধৰনৰ ?
এই প্ৰশ্নটো ২০১৪চনত আহিছিল)
উত্তৰঃ
৪) অসমৰ চাহ-বনোৱাসকল ভাৰতবৰ্ষৰ কোন কোন প্ৰদেশৰ পৰা অহা বুলি অসমৰ জমগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটিত উল্লেখ কৰা হৈছে ?
এই প্ৰশ্নটো ২০১৫চনত আহিছিল)
উত্তৰঃ
৫) অসমৰ পুৰণি সাহিত্য সমলবোৰৰ নাম কি ?
এই প্ৰশ্নটো ২০১৬চনত আহিছিল)
উত্তৰঃ
৬) ডাকৰ বিষয়ে এটি টোকা লিখাঁ ।
এই প্ৰশ্নটো ২০১৭চনত আহিছিল)
উত্তৰঃ
৭) অসমীয়া জনজাতিৰ ধাৰক বুলি কোনসকলক বুজায়?
এই প্ৰশ্নটো ২০১৯চনত আহিছিল)
উত্তৰঃ
৮) এই গোটেইবোৰ হল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। -কথাষাৰৰ অন্তনিৰ্হিত অৰ্থটি বুজাই লিখা্ঁ ।
(এই প্ৰশ্নটো ২০20 চনত আহিছিল)
উত্তৰঃ
C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ
১। দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল -অসমীয়া ভাষা- পাঠৰ আলমত চমুকৈ বুজাই
লিখা্ঁ ।
(এই প্ৰশ্নটো ২০১১ আৰু ২০১৪ চনত আহিছিল)
উত্তৰঃ
২) ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে - ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰুসংস্কৃতিক কেনেদৰে কটকটীয়া কৰিলে আলোচনা কৰাঁ ।
(এই প্ৰশ্নটো ২০১২চনত আহিছিল)
উত্তৰঃ
৩) লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ললে । ইয়াত কাৰ সংস্কৃতিৰ লগত তেওঁলোক কেনেদৰে মিলি গল?
(এই প্ৰশ্নটো ২০১৩চনত আহিছিল)
উত্তৰঃ
৪) অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ উল্লেখ কৰা ।
(এই প্ৰশ্নটো ২০১৩ আৰু ২০১৪ চনত আহিছিল)
উত্তৰঃ
৫) বৃটিচ আহিল- চাহ উদ্যাগ প্ৰতিষ্টা হল- লিখকে চাহ উদ্যাগ প্ৰতিষ্টা হোৱাৰ লগত আমাৰ দেশৰ কি পৰিবৰ্তন লক্ষ্য কৰিছে ।
এই প্ৰশ্নটো ২০১৬চনত আহিছিল)
উত্তৰঃ
৬) অসমৰ বৈচিত্ৰপূৰ্ণ জনগোষ্টীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ ৰক্ষা পৰিছে । - কথাষাৰৰ তাৎপৰ্য মুকলিকৈ বুজাই লিখা্ঁ।
(এই প্ৰশ্নটো ২০১৭চনত আহিছিল)
উত্তৰঃ
৭) লগে লগে নতুন এডল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ললে । -ইয়াত কাৰ কথা কোৱা হৈছে লিখা ?তেওঁলোক কৰ কৰ পৰা আহিছিল? অসম ৰ সংস্কৃতিৰ লগত তেওঁলোক কেনেদৰে মিলি গল ?
(এই প্ৰশ্নটো ২০১৩চনত আহিছিল)
উত্তৰঃ
-------------------------------
বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
-------------------------------
0 Comments