SEBA Word and Meaning Class 9 | Class IX Word Meaning |

Lesson: 1
The Fun They Had

Word Meaning:

1.
Wrote: লিখা
About: কিবা কথা
diary: দিনলিপি
page: পৃষ্ঠা
Found: পাইছিল
real book: সঁচা কিতাপ/ প্ৰকৃত কিতাপ
old: পুৰণি/আগৰ
grandfather: ককাদেউতা
Once: এৱাৰ
stories: গল্প/কাহিনী
printed: ছপা হৈছিল
paper: কাগজত
turned: ঘূৰাইছিল
pages: পৃষ্ঠাবোৰ
Yellow: হালধীয়া
crinkly: কোচখোৱা/ ভাঁজখোৱা
awfully: অত্যন্ত/অত্যাধিক
funny: হাস্যকৰ/ধেমেলীয়া/ ৰসাযুক্ত
stood: একোঠাইতে/ নিশ্চলভাৱে
instead of: পৰিৱৰ্তে
moving: চলাচল কৰা
supposed to: আশা কৰিব পৰা
screen: পৰ্দা
turned back: উভতিযোৱা
first time: প্ৰথমবাৰ

2.
waste: অনৰ্থক, অৰ্থহীন
through: মাধ্যম
guess: অনুমান
television: দূৰদৰ্শন
million book: দহলাখ কিতাপ
plenty: বহুত, অজস্ৰ
elven: এঘাৰ
tele books: টেলি কিতাপ
thirteen: তেৰ
house: ঘৰ
Pointed: আঙুলিয়াই দিয়া
looking: চাই থকা
busy: ব্যস্তু
reading: পঢ়ি থকা
attic: ৰ্চাটৰ ওপৰত\সৰু কোঠা
school: বিদ্যালয়

3.
Scornful: ঘৃণাপূৰ্ণ
what's there to write about School: বিদ্যালয় সম্পৰ্কে লিখিবলদৃগীয়া কি আচে 
hate: বেয়া পোৱা, ঘৃণা কৰা
always: সদায়
mechanical: যান্ত্ৰিক
teacher: শিক্ষক
test: পৰিক্ষা
after: পাছত
geography: ভূগোল
worse: অতি বেয়া
shaken: জোকাৰি দিয়া
sorrowfully: দুখেৰে 
sent: পঠাইছিল
country: দেশ\অঞ্চল
inspector: পৰিদৰ্শক\নিৰীক্ষক

4/
round(ৰাউণ্ড): ঘূৰণীয়া
red foce(ৰেডফেচ): ৰঙা মুখায়বৰ
box(বকচ): বাকচ
tools(টুলচ): যন্ত্ৰপাতি
dials(ডায়েলছ): ঘড়ী বা টেলিফোন আদিৰ মুখপাতবোৰ
wires(ওৱাইৰচ্): তাৰ
aport(এপাৰ্ট): দূৰ, আঁতৰ
hoped( হ'পড): আশা কৰিছিল
together(টুগেদাৰ): একেলগে
again(এগেইন): পুনৰ/আকৌ
knew(নিউ): জানিছিল
right(ৰাইট): সঠিক/শুদ্ধ
after(আফটাৰ): আগত
hour(আৱাৰ):ঘণ্টা
large(লাৰ্জ): বৃহ/ প্ৰকাণ্ড
ugly(আগলি): কুসিত
big(বিগ):ডাঙৰ
shown(চোন্): দেখুৱাইছিল
slot(শ্লট): নিদিষ্ট স্থান/ঠাই
put(পুট): কৰা
punch(পান্স): ছাপ মাৰা যন্ত্ৰ
code(ক'ড): সংকেত
calculated(কেলকুলেটেড): গণনা কৰা যন্ত্ৰ
in no time(ইন ন' টইম): সোণকালে/দ্ৰুতগতি

5/
smiled (মাইল্ড): হাঁহিছিল
finished(ফিনিচড্): সমাপ্ত কৰিছিল
potted(পেটেড্): পিহি দিয়া
head(হেড):মূৰ
sector(চেক্টৰ): ভাগ
geared(গিয়েৰ্ড): নিদিষ্ট মানলৈ মিলোৱা
quick(কুইক): সোনকালে
happen(হেপেন): ঘটা, সংঘটিত হোৱা
sometimes(চামটাইমচ্): কেতিয়াবা
slowol(এভাৰেজ): গড়
overall(ওভাৰঅল): সামগ্ৰিকভাবে
pattern(পেটাৰ্ণ): ধৰণ
progress(প্ৰগেছ): সফলতা
quit(কুৱাইট): সম্পূৰ্ণ
satisfactory(চেটিচফেক্টৰী): সনেতোষজনক
disappointed(ডিচ্-এপইণ্টড): নিৰাশ হোৱা
altogether(অলটুগেদাৰ): একেবাৰে
rearly(ৰিয়াৰলি): প্ৰায়
blanked(ব্লেংকড্): 

6/
superior(চুপিৰিয়ৰ): বহলভাৱে, ডাঙৰ
kind(কাইণ্ড): দয়ালু
stupid(ষ্টুপিড): বুৰ্বক, মুৰ্খ
Hundreds (হান্ড্ৰেডচ্): শকত
Ago (এৰ্গ): আগতে
Stupid (ষ্টুপিড): বুৰ্বক, মুৰ্খ
Added (এডেড): যোগ দিছিল
Loftilly (লফিটলি): গৰ্বিতভাবে, উচ্চভাৱে
Pronouning (প্ৰনাউন্সিং): উচ্চাৰণ কৰি
Corefully (কেয়াৰফুলি): সতৰ্কতাৰে, সাৱধানে
Centuries (চন্টুৰুজ): শতাব্দী
Hurt (হাৰ্ত): বেদনা, দুখ
Shoulder (চল্ডাৰ): কান্ধ
Regular (ৰেগুলাৰ): সদাই, নিয়মিত
Anyway (ত্ৰনিওৱে): যি নহওক
For a While (ফৰ এ হোৱাইল): কিছু সময়ৰ বাবে 
Sure (উত্তৰ): নিশ্তিত

7/
enough (এনাফ): যথেষ্ট
smart(স্মাৰ্ট): জ্ঞানী
betcha(বেটচা্): বাজী লগোৱা
Prepared(প্ৰিপেষাৰ্ড): সাজু, প্ৰস্তুত
dispute(ডিচ্পুট্): কাজি:য়া
strange(ষ্ট্ৰেঞ্জ):অচিনাকী, আশ্চৰ্যজনক
teach(টিচ্): শিকোৱা
screamed(স্ক্ৰিমড): কিৰলি মাৰিছিল  বা চিঞৰিছিল
laughter(লাফটাৰ): হাঁহি মৰা
live(লিভ): বাস কৰা 
special(স্পিচিয়েল): বিশেষ
kids(কিডচ্): সৰু ল'ৰা-ছেৱালী
learned(লাৰ্নড): শিকিছিল
Same ago(ছেম এজ): সমবয়সীয়া

8/ 
adjusted(এডজাষ্টেড):উপযোগ কৰা, মিলা
fit(ফিট): ঠিক হোৱা
mind(মাইণ্ড): মন
each(ইচ্): প্ৰত্যেক
taught(টট্):শিকাইছিল
differently(ডিফাৰেন্টলি):ভিন্ন ধৰণে, পৃথকভাৱে
quickly(কুইকলি):ততালিকে, শীঘ্ৰে
funny(ফানি):হাস্যসম্পদ, ধেমেলীয়া
wanted(ওয়ান্টেড):বিচাৰিছিল
weren't (ওৰেন'ত): নাছিল
half(হাফ):আধা
finished(ফিনিচড):সমাপ্তহোৱা
mamma(মামা):মা
probably(প্ৰবেব্লি):সম্ভৱত
time(টাইম):সময়

9/ 
nonchalantly(নচচালাল্টলি): অধিক আগ্ৰহ প্ৰদৰ্শন নকৰাকৈ
walked(ওৱাকড): আগবাঢিছিল
whistling(হুইচিলিং): সূহপৰি বজাই
dusty(ডাষ্টি): লেতেৰা
tucked(তাকিড):গুঁজি থোৱা
beneath(বিনিথ্): তলত
arm(আৰ্ম): বাহু
bedroom(বেডৰূম): শোৱনি কোঠা
waiting(ওৱেটিং): অপেক্ষা কৰি থকা 
except(একচেপ্ট): বাহিৰে
learned(লাৰ্নড): শিকিছিল
better(বেটাৰ): ভাল, উত্তম
regular(ৰেগুলাৰ):সদায়
lit up(লিট আপ): উজলি উঠিছিল
arithmetic(এৰিথমেৰ্টিকা): পাটিগণিত
adsition(এডিশ্বন): যোগ
proper(প্ৰপাৰ):বিশুদ্ধ, নিদিষ্ট্ৰ
fractions(ফেক্শ্বন): ভগ্নাংশ
insert(ইনচাৰ্ট): ভৰাই দিয়া
slot(স্লট): স্থান

10/

sigh(চাই): দীৰ্ঘনিশ্বাসৰ দৰে শব্দ কৰা
thinking(থিংকিং): ভাবি থকা
neighborhood(নেইবাৰহুড): প্ৰৰ্তিবেশী
laughing(লাফিং): হাঁহি থকা
Shouting(চাউটিং): চিঞৰ-বাখৰ কৰা
Schoolyard(স্কপলৰায়াড): বিদ্যালয় প্ৰাংগণ
another(আনডাৰ):আন এটা


Apurba Kakati
(Morigaon)