The Rad Not Taken (Word Meaning) | Lesson 1(pome) | Class 9 English | SEBA Class 9 English Word and Meaning | English to Assamese Word and Meaning Class 9 English | Textbook Class IX Word and Meaning Assam

Lesson-1 (Pome) 

The Rad Not Taken 

Word Meaning:

1/

road(ৰোড): ৰাস্তা, পথ

diverged(ডাইভাৰ্চড): পৃথক হোৱা

yellow(ইয়েল'): হালধীয়া

wood(উড):অৰণ্য, হাবি-বন

sorry(চৰি):দুখিত

travel(ট্ৰভেল:যাত্ৰা কৰা, ভ্ৰমণ

traveller(ট্ৰভেলাৰ):যাত্ৰী

stood(ষ্টুড):থিয় হ'ল, থিয় হৈ থকা

looked(লুকড): চালে, চাইছিল

down(ডাউন): তললৈ

as far as(এজ ফাৰ এজ): যিমান দূৰলৈকৈ

bent(বেন্ট): ভাজ লগা

undergrowth(আগুাৰগ্ৰোথ): ঘাহঁ, বননি 

2/

took(টুক): লৈছিল

just(জাষ্ট): ঠিক

fair(ফেয়াৰ):ন্যায্য, সুন্দৰ

perhaps(পাৰহেপচ্): সম্ভৱতঃ

better(বেটাৰ): ভাল,উত্তম

claim(ক্লেইম):অধিকাৰ, দাবী

grassy(গ্ৰাচি): ঘাঁহেৰে পৰিপূৰ্ণ, ঘাঁহনি

wear(ওৱেৰ): পোচাক পৰিধান কৰা, পিন্ধা

though(দো): যদিও

passing(পাচিং): পাৰহোৱা,পাৰ হৈ যোৱা

worm(ব্ণ):পিন্ধিছিল,পলু

really(ৰিয়লি):প্ৰকৃততে, সঁচাকৈয়ে

wanted wear(ওৱান্টডওৱেৰ): বিচৰা পোছাক, ব্যৱহাৰ নোহোৱা,

3/ 

morning(মনিং): ৰাতিপুৱা, 

equally(ইকুৱেলি): সমানে,

lay(লে): পৰি থকা

leave(লিভচ্): পাতবোৰ, এৰি যাওক

step(ষ্টেপ): খোজ, পদক্ষেপ

trodden(ট্ৰডেন): খোজ কঢ়া, ভৰিৰ চাপ, দলিত

black(ব্ল্যাক): কলা

kept(কেপ্ট): ৰাখিছিল, ৰখা হৈছে

yet(ইয়েট): তথাপি,এতিয়াও

knowing(নোইং): জ্ঞাত হোৱা, জনা,জানিছে 

way(ওৱে): ধৰণ, উপায়

ever(এভাৰ): কেতিয়াবা

come back(কাম বেক): উভতি অহা

4/

telling(টেলিং): কোৱা

somewere(চামহোৱেৰ): কৰবাত, কিছুমান আছিল

ages(এজেচ্): যুগ, বহু বছৰ, বয়স

hance(হেন্স): গতিকে, সেয়ে

less(লেচ্): কম

made(মেড): কৰিছিল, নিৰ্মিত

all(অল): সকলো

difference(ডিফাৰেন্স): পাৰ্থক্য, পৰিৱৰ্তন, ভিন্নতা


Apurba Kakati