নব্য সামাজিক আন্দোলনৰ উত্থান
A . Very Short Type Questions:
1. Name the leader of Narmada Bachao Andolan.
নর্মদা বাচাও আন্দোলনৰ নেতাগৰাকীৰ নাম লিখা।
2. Who is called the ' Milkman of India'?
ভাৰতৰ দুগ্ধমানৱ ’ কাক কোৱা হয়?
3. Why Dalit Panthers was formed?
দালিত পেন্থাৰচৰ গঠন কিয় হৈছিল ?
4. In which district was Anti - Arrack Movement started?
কোনখন জিলাত আৰাক - বিৰােধী আন্দোলন আৰম্ভ হৈছিল?
B. Short Type Questions:
1. Why did Chipko Movement begin?
চিপকো আন্দোলন কিয় আৰম্ভ হৈছিল?
2. What do you mean by social movement? Give one example of a social movement.
সামাজিক আন্দোলন মানে কি বুজা? সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া।
3. What is Narmada Bachao Movement? Who was the leader of this movement?
নর্মদা বাচাও আন্দোলন কি? এই আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল?
C. Essay Type Questions:
1. Would you consider the anti - arrack movement as a Women's movement? Why?
আৰাক বিৰােধী আন্দোলনটো তুমি মহিলাৰ আন্দোলন বুলি ভাবা নেকি? কিয়?
2. Write about the Chipko Movement. What was the impact of this Movement?
চিপকো আন্দোলনৰ বিষয়ে লিখা। এই আন্দোলনৰ প্ৰভাৱ কি আছিল?
3. Discuss briefly about Narmada Bachao Andolan.
নর্মদা বাচাও আন্দোলনৰ বিষয়ে চমুকৈ আলােচনা কৰা।
4. Discuss the regional movements of North East India. What are the reasons of these movements in this area?
উত্তৰ - পূব ভাৰতত আঞ্চলিক আন্দোলনৰ আলােচনা কৰা। এই অঞ্চলটোৰ এনে আন্দোলনৰ জন্ম হােৱাৰ কাৰণসমূহ কি?
5. Discuss briefly about Chipko movement.
চিপকো আন্দোলনৰ বিষয়ে চমুকৈ আলােচনা কৰা।
Additional Important Questions:
A. Very Short Type Questions:
1. In which year All India Kisan Sabha was established?
সর্বভাৰতীয় কিষাণ সভা কিমান চনত প্রতিষ্ঠা হৈছিল?
2. Write the name of the Prime Minister of India who implemented the recommendation of the Mandal Commission.
মণ্ডল আয়ােগৰ পৰামৰ্শাৱলী ৰূপায়ণ কৰা ভাৰতৰ প্ৰধান মন্ত্রীজনৰ নাম লিখা।
3. When did farmers movement start in India?
ভাৰতত কেতিয়া কৃষক আন্দোলন আৰম্ভ হৈছিল?
4. What is Narmada Bachao Andolan?
নর্মাদা বচাও আন্দোলন কি?
5. Who led the Narmada Bachao Andolan?
নৰ্মদা বচাও আন্দোলনক কোনে নেতৃত্ব দিছিল?
6. Where Chipko Movement began?
চিপকো আন্দোলন ক'ত আৰম্ভ হৈছিল?
7. Where and when Dalit Panthers was formed?
দলিত পেন্ধাৰচ কেতিয়া আৰু ক'ত গঠন হৈছিল?
8. Write the names of two organization of farmers.
দুটা কৃষক সংগঠনৰ নাম লিখা।
9. When movement for Right to information was started?
তথ্য জনাৰ অধিকাৰৰ বাবে কেতিয়া আন্দোলন আৰম্ভ হৈছিল?
10. What was the main demand of Dalit Panthers?
দলিত পেছাৰচৰ প্ৰধান দাবী কি আছিল?
11. Who is the leader of Bharatiya Kisan Union?
ভাৰতীয় কিষাণ সন্থাৰ নেতা কোন আছিল?
12. What was Mandal Commission?
মণ্ডল আয়ােগ কি?
13. Why were popular movements started?
গণ-আন্দোলন কিয় আৰম্ভ হৈছিল?
14. Name an Act passed by parliament for the abolition of untouchability in India.
সংসদে ভাৰতত অস্পৃশ্যতা বর্জনৰ বাবে প্রণয়ন কৰা এখন আইনৰ নাম লিখা।
15. What is Sardar Sarovar project?
চৰ্দাৰ সৰােবৰ আঁচনি কি?
16. How Many times the auctions in Nellore district were postpond?
নেলাৰ জিলাত নিলাম কিমানবাৰ স্থগিত হৈছিল?
17. What was the novel aspect of the Chipko Movement?
চিপকো আন্দোলনৰ আদৰ্শগত ধাৰণা আছিল?
18. Who was Namdeo Dhasal?
নামদেও ছাল কোন আছিল?
19. Would you consider the Anti -Arrack Movement as a women's movement? -Why?
সুৰা বিৰােধী আন্দোলনক তুমি এক মহিলা আন্দোলন বুলি গ্ৰহণ কৰানে? কিয়?
20. Write the names of two organizations of farmers.
দুটা কৃষক সংগঠনৰ নাম লিখা।
21. Where Chipko Movement began? Mention one feature of Chipko Movement.
চিপকো আন্দোলন ক'ত আৰম্ভ হৈছিল? চিপকো আন্দোলনৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
22. What does ' POW ' stand for?
POW ৰ সম্পূৰ্ণ ৰূপ লিখা।
23. Write the full form of NFE.
NFF ৰ পূৰ্ণ ৰূপটো লিখা।
24. In which district was the ' Anti - arrack ' movement started?
সুৰা বিৰােধী’আন্দোলন কোন জিলাত আৰম্ভ হৈছিল?
25. Write the full from of MKSS
MKSSৰ সম্পূৰ্ণ ৰূপটো লিখা।
26. Who is the leader of Bharatiya Kissan Union?
ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা কোন আছিল?
27. Which organization started the movement for Right to Information?
কোনটো সংগঠনে তথ্য জনাৰ অধিকাৰ আন্দোলনৰ সূচনা কৰিছিল?
28. Which amendments granted reservation to woman in political affairs?
ৰাজনৈতিক পৰিক্ৰমাত মহিলাৰ বাবে সংৰক্ষণৰ অনুমােদন কোনটো সংশােধনীয়ে দিছিল?
29. To which state Shetkari Sanghatana belongs?
শ্বেতকাৰী সংঘটনা কোন ৰাজ্যৰ?
B. Short Type Questions:
1. What was Chipko Movement?
চিপকো আন্দোলন কি?
2. What are popular Movements?
গণ আন্দোলন কি?
3. What was Anti-Arack Movement ?
সুৰা বিৰোধী আন্দোলন কি?
4. What do you mean by empowerment of women?
মহিলা সবলীকৰণৰ দ্বাৰা তুমি কি বুজা?
5. What provision have been made in the chapter of Fundamental Rights in our constitutions for the empowerment of women?
আমাৰ সংবিধানৰ মৌলিক অধিকাৰৰ অধ্যায়ত মহিলা সবলীকৰণৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে?
6. Write a short note on Environmental Movement.
পৰিবেশ আন্দোলনৰ ওপৰত এটা চমুটোকা লিখা।
7. Write a short note on Mandal Commission.
মণ্ডল আয়ােগৰ ওপৰত এটা চমুটোকা লিখা।
8. What is the status of women's representatives in India's legislature?
ভাৰতৰ বিধানমণ্ডলসমূহত মহিলা প্রতিনিধিৰ মর্যাদা কি?
9. Write a note on Movement for Right to information.
তথ্য জনাৰ অধিকাৰ আন্দোলনৰ ওপৰত এটা টোকা লিখা।
10. Write any three arguments against Reservation.
সংৰক্ষণৰ বিৰুদ্ধে যিকোনাে তিনিটা যুক্তি লিখা।
11. Write about Farmer's Movement.
কৃষক আন্দোলনৰ বিষয়ে লিখা।
12. Mention main features of Non - political movements.
অনাৰাজনৈতিক আন্দোলনসমূহৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
13. Write down the name of Socio - Religious Movements of the 19th century.
উনৈশ শতিকাৰ সামাজিক ধর্মীয় আন্দোলনসমূহৰ নাম লিখা।
14. What are the main activities which are under taken by the Bharatiya Kissan Union?
ভাৰতীয় কিষাণ সন্থাৰ প্ৰধান কাৰ্যসমূহ কি কি আছিল?
15. What is meant by popular movement? Explain the party - based and no - party based movement.
গণ আন্দোলনে কি বুজায়? দলভিত্তিক আৰু দলীয় ভিত্তিবিহীন আন্দোলন ব্যাখ্যা কৰা।
16. Explain briefly role of Mahatma Jyotiba Phoolay in Dalit Movement.
দলিত আন্দোলনত মহাত্মা জ্যোতিবা ফুলেৰ ভূমিকা চমুকৈ ব্যাখ্যা কৰা।
17. Write a short note on National Commission for Women '.
মহিলাৰ বাবে থকা ৰাষ্ট্ৰীয় আয়ােগৰ ওপৰত এটা চমুটোকা লিখা।
18. Write name of three laws enacted by the parliament since independence for the welfare of women.
মহিলাৰ কল্যাণৰ বাবে স্বাধীনতাৰ পিছত সংসদত গৃহীত যিকোনাে তিনিখন আইনৰ নাম লিখা।
19. Write short note on women's social status.
মহিলাৰ সামাজিক মর্যাদাৰ ওপৰত চমুটোকা লিখা।
20. Describe the main objectives of the National Policy of Empowerment of women 2001.
2001 ৰ মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতিৰ প্রধান উদ্দেশ্যসমূহ বর্ণনা কৰা।
21. Are you in favour of reservation of one - third seats for women in Lok Sabha ? Give arguments in support of your answer.
লােকসভাত মহিলাৰ বাবে এক - তৃতীয়াংশ আসন সংৰক্ষণৰ সপক্ষেনে? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।
22 . What was the role of Environmental Movement?
পৰিবেশ আন্দোলনৰ ভূমিকা কি?
C. Essay Type Questions:
1. What do you understand by social movement? Explain the distinction between social movement and political movement.
সামাজিক আন্দোলন বুলিলে তুমি কি বুজা? সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলনৰ মাজৰ পার্থক্য ব্যাখ্যা কৰা।
2. Write an essay on Farmers movement in India.
ভাৰতৰ কৃষক আন্দোলনৰ ওপৰত এখন ৰচনা লিখা।
3. Write an essay on women's movement in India.
ভাৰতৰ মহিলা / নাৰী আন্দোলনৰ ওপৰত এখন ৰচনা লিখা।
4. What is Feminism? Discuss its main feautures.
নাৰীবাদ কি? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা।
5. Write an essay on non- party movements.
দলবিহীন আন্দোলনৰ ওপৰত এখন ৰচনা লিখা।
6 Write about some characteristics of Bharatiya Kissan Union.
ভাৰতীয় কিষাণ সন্থাৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে লিখা।
17. What was the main recommendation of Mandal Commission? How was it implemented?
আয়ােগৰ প্ৰধান মশাৱলীসমূহ কি কি আছিল? এইবােৰ কেনেদৰে ৰূপায়ণ কৰা হৈছিল?
8. Do movements and protests in a country strengthen democracy? Give arguments.
এখন দেশৰ আন্দোলন আৰু প্রতিবাদে গণতন্ত্রক শক্তিশালী কৰেনে? যুক্তি দিয়া।
9. Identify the reasons which led to the Chipko movement in U.P. What was the impact of this movement?
উত্তৰ প্ৰদেশৰ চিপকো আন্দোলনৰ কাৰণসমূহ চিনাক্ত কৰা। এই আন্দোলনৰ প্ৰভাৱ কি আছিল?
10. What was Narmada Bachao Andolan? What was the criticism against it?
নৰ্মদা বচাও আন্দোলন কি? ইয়াৰ বিপক্ষে সমালােচনা কি?
11. Write an essay on Dalit Panthers.
দলিত পেস্থাৰচৰ ওপৰত এখন ৰচনা লিখা।
12. Why did the Narmada Bachao Andolan Op pose the dam projects in the Narmada Valley?
নর্মদা আন্দোলনে নর্মদা উপত্যকাত বান্ধ নিৰ্মাণত কিয় বিৰােধিতা কৰিছিল?
13. Why did Dalit Panthers resort to mass action?
দলিত পেছাৰ্ছে কিয় গণ আন্দোলনৰ আশ্ৰয় লৈছিল?
14. List the demands put forward by BKU.
BKU উত্থাপন কৰা দাবীসমূহ কি আছিল?
15. What were the demands for the Chipko Movement?
চিপকো আন্দোলনৰ দাবীবােৰ কি আছিল?
16. What does N.F.F stands for? How as fish workers ' life threatened in a big way?
NFF এ কি সূচায়? ব্যাপকভাৱে মৎস্য কর্মীসকলৰ জীৱনলৈ কিদৰে ভাবুকি আহিছিল?
17. Write the economic issues that raised by the B.K.U.
BKU ৱে দাঙি ধৰা অর্থনৈতিক বিষয়সমূহ লিখা।
18. What issues did the Dalit Panthers address?
দলিত পেছাছে কি কি বিষয়বােৰত মাত মাতিছিল?
19. Who were Namdev and Dhale? Write few lines about ' class struggle'.
নামদেৱ আৰু ধালে কোন আছিল? ‘শ্রেণী সংগ্রাম’ৰ বিষয়ে কেইশাৰীমান লিখা।
20. Stress light on the nature of non - party polical formations.
দলবিহীন ৰাজনৈতিক আৰ্হিৰ প্রকৃতি সম্পর্ক আলােকপাত কৰা।
21. Do movements protests in a country strengthen democracy? Justify your answer with example.
আন্দোলনসমূহৰ প্রতিবাদে এখন দেশৰ গণতন্ত্রক শক্তিশালী কৰি তােলেনে? তােমাৰ উত্তৰৰ যুক্তিযুক্তা উদাহৰণসহ প্রতিপন্ন কৰা।
22. Mention main features of Non - Political Movements.
অৰাজনৈতিক আন্দোলনসমূহৰ মূল বৈশিষ্ট্যবােৰ উল্লেখ কৰা।
23. The Anti - Arrack movement in Andhra Pradesh drew-attention of the country to some serious issues. What are these issues?
মদৰ বিৰুদ্ধে উত্তৰ প্রদেশত চলা আন্দোলনটোৱে কিমান গুৰুতৰ বিষয়ৰ প্ৰতি সমগ্র দেশৰে মনোযােগ আকৰ্ষণ কৰিছিল। সেই বিষয়বােৰ কি কি?
24. Explain briefly about Adidharma Movement.
আদিধর্ম আন্দোলনৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
25. What were the economic issues raised by the B.K.U?
BKU ৱে উত্থাপন কৰা অর্থনৈতিক বিষয়বােৰ কি কি আছিল?
26. What do you mean by B.K.U. what were their main demands? Which activities did they adopt for success?
BKU বুলিলে কি বুজা? তেওঁলােকৰ মূল দাবীবােৰ কি আছিল? সাফল্যৰ বাবে তেওঁলােকে কেনেকুৱা কাম-কাজ কৰিবলৈ লৈছিল?
Type- Nayan Jyoti Bordoloi