শেহেতীয়া বিষয়সমূহ আৰু প্ৰত্যাহ্বান

RECENT ISSUES CHALLENGES

Class 12 Political Science

Question Answer Bank


A. Very Short Type Questions:

 1. Which party led the National Democratic Alliance ( NDA)?

 ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা ( NDA ) ৰ নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল?


2. Name the two cities which became divided into 'Communal Zones' at the time of partition. 

দেশ বিভাজনৰ সময়ত সাম্প্রদায়িক মণ্ডল’ত বিভক্ত হােৱা দুখন চহৰৰ নাম লিখা।


 3. What is the full form of UPA?

UPA ৰ সম্পূর্ণ নাম কি?


 4. Write any one recommendation of Mandal Commission. 

 মণ্ডল আয়ােগৰ যিকোনাে এটা পৰামর্শ লিখা।


5. Write one feature of New Economic Policy of India. 

ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা।

 

B. Short Type Questions:

1. When and why Mandal issue was raised in Indian Politics?

 কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল?


2. Write any two features of coalition government in India. 

 ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা।


3.  Mention two main features of New Economic Policy in India. 

 ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা। 


4. Mention two recommendations of the Mandal Commission.

 মণ্ডল আয়ােগৰ দুটা পৰামৰ্শ উল্লেখ কৰা।


5. Write two causes of the emergence of communalism in India. 

 ভাৰতত সাম্প্রদায়িকতাবাদৰ উদ্ভৱৰ দুটা কাৰণ লিখা।


C. Essay Type Questions:

1.  Discuss briefly the two challenges that India had to face immediately after independence. 

 স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হােৱা দুটা প্রত্যাহ্বানৰ বিষয়ে চমুকৈ আলােচনা কৰা।


2. Discuss the challenges  posed by communalism in India in relation to the Ayodhya and Godhra incident.

অযোধ্যা আৰু গোধৰা ঘটনাৰ সৈতে সম্পৰ্ক ৰাখি ভাৰতত সাম্প্ৰদায়িকতাবাদে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে বৰ্ণনা কৰা।


3. Describe the three challenges that India had to accept in the time of independence.

স্বাধীনতাৰ সময়ত ভাৰতে গ্ৰহণ কৰিবলগীয়া হোৱা তিনিটা প্ৰত্যাহ্বানৰ বিষয়ে বৰ্ণনা কৰা।


4. How far planning is relevant in the era of globalisation?

বিশ্বায়নৰ যুগত পৰিকল্পনা কিমান দূৰ প্ৰাসংগিক? আলোচনা কৰা।




Additional Important Questions

A. Very Short Type Questions:

1. When era of coalition govt started at the centre? 

 কেন্দ্ৰত কেতিয়া সংযুক্ত চৰকাৰৰ যুগ আৰম্ভ হয়?


 2. Which political party support the politics of ‘Hindutva? 

 কোন ৰাজনৈতিক দলে ‘ হিন্দুত্ব’ৰৰাজনীতি সমর্থন কৰে? 


 3. How many seats were secured by the Congress in the Lok Sabha elections held in 1989? 

 ১৯৮৯ চনত অনুষ্ঠিত হােৱা লােকসভা নির্বাচনত কংগ্ৰেছ দলে কিমান আসন লাভ কৰিছিল? 


4. In which year Babri Masjid was demolished? 

 কোন চনত বাবৰি মছজিদ ধ্বংস কৰা হৈছিল? 


5. Who was Kanshi Ram? 

 কাশীৰাম কোন? 


6. Name the finance minister of India who implemented the New Economic Policy. 

ভাৰতৰ বিত্তমন্ত্রীজনৰ নাম লিখা যিয়ে নতুন অর্থনৈতিক নীতি ৰূপায়ণ কৰে। 


7. Write the name of two countries other than India where generally coalition govts. are formed. 

ভাৰতৰ বাহিৰেও সংযুক্ত চৰকাৰ গঠন হােৱা আন দুখন দেশৰ নাম লিখা।


8. When were the New economic reforms announced? 

 কেতিয়া নতুন অর্থনৈতিক সংস্কাৰ ঘােষণা কৰা হৈছিল? 


9.What was the Ayodhya Issue? 

অযোধ্যা কাণ্ড কি?


 10. When did the phase of coalition politics begin? 

সংযুক্ত ৰাজনীতিৰ পর্যায় কেতিয়া আৰম্ভ হৈছিল?


11. What is meant by Hinduism or Hindutva? 

 হিন্দুত্ববাদ আৰু হিন্দুত্বৰ অর্থ কি?


12. Discuss the role of BSP.

  BSP ৰ ভূমিকা আলােচনা কৰা। 


13. Discuss the main features of Coalition Government in India.

 ভাৰতৰ সংযুক্ত চৰকাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ আলােচনা কৰা। 


14. What do you understand by Right to Information Act 2005?

 2005 চনৰ তথ্য জনাৰ অধিকাৰ আইনখনৰ বিষয়ে তুমি কি বুজা? 


 15. Write a short note on lok Sabha elections of 2009. 

 2009 চনৰ লােকসভা নির্বাচনৰ ওপৰত এটা চমুটোকা লিখা।


 16. Describe the significance of Mandal Commission Report.

 মণ্ডল আয়ােগৰ প্রতিবেদনৰ গুৰুত্ব বর্ণনা কৰা। 


17. Write a note on Seculaism. 

ধর্মনিৰপেক্ষতাৰ ওপৰত এটা টোকা লিখা। 


 18. Write a note on Democracy. 

 গণতন্ত্রৰ ওপৰত এটা টোকা লিখা।


 19. Who provided the leadership to NDA government and UPA government of 2004? 

 2004 NDA আৰু UPA চৰকাৰৰ নেতৃত্ব কোনে বহন কৰিছে? 


 20. List any two recommendations of Mandal Com mission. 

 মণ্ডল আয়ােগৰ যিকোনাে দুটা পৰামর্শ উল্লেখ কৰা ।


21. What do you mean by 'Congress System'? 

 কংগ্ৰেছী পদ্ধতি’বুলিলে কি বুজা? 


 22. What is 'Kar seva'? 

 ' কৰ সেৱা’ কি? 


23. Who was the head of the coalition govt. of 1989? 

1989 চনৰ মৰ্চা চৰকাৰখনৰ মূৰব্বী কোন আছিল? 


 24. In 1989 who formed the Govt? 

 1989 কোনে চৰকাৰ গঠন কৰিছিল? 


 25. After Advani who became the president of B.J.P.? 

 আদৱানিৰ পিছত বিজেপিৰ সভাপতি কোন হৈছিল?


26. How many parties formed The NDA? 

কিমানটা দলে মিলি এন ডি এ গঠন কৰিছিল? 


27. Which political party energed as the single largest party in 1996 parliamentary election? 

 1996 চনৰ সংসদীয় নির্বাচনত কোনটো ৰাজনৈতিক দল একক সংখ্যাগৰিষ্ঠ দল হিচাপে জিলিকি উঠিছিল? 


28. What do you mean by UPA. 

UPA বুলিলে কি বূজা?


 29. Write one causes responsible for the growth of regional parties.

 আঞ্চলিক দলসমুহৰ বিকাশৰ বাবে দায়ী এটা কাৰণ লিখা। 


 30. In which year Janata Dal was formed 

কোন চনত জনতা দল গঠিত হৈছিল?  


31. In which year Bharatia Janata Party was estabished? 

 কোন চনত ভাৰতীয় জনতা পাটী গঠিত হৈছিল?


32. Who was the head of the coalition Govt from 1999 to 2004? 

 1999 চনৰ পৰা 2004 চনলৈ মৰ্চা চৰকাৰখনৰ মুৰব্বী কোন আছিল? 


 33. Who became the Prime Minister of India after 2004 election.

 2004 চনৰ নিৰ্বাচনৰ পিছত ভাৰতৰ প্রধানমন্ত্রী কোন হৈছিল? 


 B. Short Type Questions: 

1. What is the meaning of Globalization. 

বিশ্বায়নৰ অর্থ কি? 


 2. What do you understand by privatisation.

 ব্যক্তিগতকৰণৰ দ্বাৰা তুমি কি বুজা?



 3. When was Babri Masjid demolished? Why was Babri Maasjid demolished? 

বাবৰি মছজিদ কেতিয়া ধ্বংস কৰা হৈছিল? কিয় বাবৰি মছজিদ ধ্বংস কৰা হৈছিল? 


4. Discuss two factors of Globalization  

 বিশ্বায়নৰ দুটা উপাদান আলােচনা কৰা।


5. Detine Liberalism. 

 উদাৰীকৰণৰ সংজ্ঞা দিয়া। 


6. Write short note on Lok Sabha election of 2004. 

২০০৪ চনৰ লােকসভা নির্বাচনৰ ওপৰত এটা চমুটোকা লিখা।


7. Describe the significance of Mandal Commission Report.

মণ্ডল আয়ােগৰ প্রতিবেদনৰ গুৰুত্ব বর্ণনা কৰা।


8. Write a short note on ' Creamy Layer '. 

‘ক্রিমিলেয়াৰ'ৰ ওপৰত এটা চমুটোকা লিখা। 


9. Define communalism? 

সাম্প্রদায়িকতাবাদৰ সংজ্ঞা দিয়া।


10. Write a short note on Hung Parliament. 

ওলোমা সংসদৰ ওপৰত এটা চমুটোকা লিখা। 


11.  Write any four functions of the scheduled caste and scheduled tribe commission. 

 অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি আয়ােগৰ যিকোনাে চাৰিটা কার্যাৱলী লিখা। 


12.  Write a short note on Ayodhya case.

বহু ঘটনাৰ ওপৰত এটা চমুটোকা লিখা।  


13.  Write a short note on Bahujan Samaj Party. 

 বহুজন সমাজ পার্টিৰ ওপৰত এটা চমুটোকা লিখা। 


14.  Describe the meaning and Nature of Coalition politics. 

 সংযুক্ত ৰাজনীতিৰ অৰ্থ আৰু প্রকৃতি বর্ণনা কৰা।


 15. Write a short note on New Economic policy.  

 নব্য অর্থনৈতিক নীতিৰ ওপৰত এটা চমুটোকা লিখা।


 16. Describe the impact of communalism on Indian political system. 

 ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত সাম্প্রদায়িকতাবাদৰ প্ৰভাৱ বর্ণনা কৰা। 


 17. Write a note on UPA. 

ইউ পি এৰ ওপৰত এটা টোকা লিখা।


 18. What do you know about National Democratic Alliance? 

 ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ বিষয়ে তুমি কি জানা?


 19. Why are regional parties necessary? Give any two reasons for it  

আঞ্চলিক দল কিয় প্রয়ােজনীয়? ইয়াৰ যিকোনাে দুটা কাৰণ দিয়া।



20. Write any two features of coalition govt. 

সংযুক্ত চৰকাৰৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা। 


 21. Give any two suggestions to eliminate the communalism. 

 সাম্প্রদায়িকতাবাদ নির্মূলৰ বাবে যিকোনাে দুটা পৰামৰ্শ আগবঢ়োৱা।  

22. Write a note on CPI and CPI ( M ) 

 চি পি আই আৰু চি পি আই ( এম ) ৰ ওপৰত এটা টোকা লিখা।


 23. Write about the Ram Mandir and Rath Yatra. 

 ৰামমন্দিৰ আৰু ৰথযাত্ৰাৰ বিষয়ে লিখা। 


24. How many seats were secured by BJP and Congress in 2004 election? 

 2004 চনৰ নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছে কিমানকৈ আসন লাভ কৰিছিল? 


25. What were the new economic reforms when were the new economic reforms announced?  

নতুন অর্থনৈতিক সংস্কাৰবােৰ কি কি? এই নতুন অর্থনৈতিক সংস্কাৰসমূহ কেতিয়া ঘােষণা কৰা হৈছিল?


26. Which election led to the era of coalitions and why? 

 কোনটো নির্বাচনে মৰ্চা যুগৰ সূচনা কৰিছিল আৰু কিয়? 


27. Which political party pursued the politics of Hindutva? 

 কোনটো ৰাজনৈতিক দলে হিন্দুত্বৰ ৰাজনীতিক অনুসৰণ কৰে? 


 28. What is BAMCEF ? In which year it was formed?

 BAMCEF কি? কোন চনত ইগঠিত হৈছিল? 


29 . Write the full name of AIADMK. 

AIADMK পূর্ণ নামটো লিখা। 


30. Write the two features of Coalition Govt . in India. 

 ভাৰতৰ মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা? 


 31. Write few lines about Economic Globalization. 

 অর্থনৈতিক গােলকীকৰণ সম্পর্কে কেইশাৰীমান লিখা। 


 32. What were the main manifesto of BJP? 

বিজেপি মূল ইস্তাহাৰ কি? 


33. Since 1989 until elections of 2004 which party has been gaining strength in Lok pha. 

 1989 চনৰ পৰা 2004 চন পর্যন্ত কোনটো দল লােকসভাত শক্তিশালী হৈ উঠিছিল?


C. Essay Type Questions:

1. Explain about the reforms in Foreign Trade Sector.

 বৈদেশিক বাণিজ্যিক ক্ষেত্ৰৰ সংস্কাৰৰ বিষয়ে ব্যাখ্যা কৰা।


2.  Explain about characteristics of Globalisation. 

বিশ্বায়নৰ বৈশিষ্ট্যৰ বিষয়ে ব্যাখ্যা কৰা।



3. Explain about the reforms in industrial sector. 

ঔদ্যোগিক ক্ষেত্ৰৰ সংস্কাৰৰ বিষয়ে ব্যাখ্যা কৰা। 


4. Write an essay on North - East politics. 

 উত্তৰ পূবৰ ৰাজনীতিৰ ওপৰত এখন ৰচনা লিখা। 


 5. Write a note on Hindu communalism. 

হিন্দু সাম্প্রদায়িকতাবাদৰ ওপৰত এটা টোকা লিখা। 


6. Discuss about suggestions to eliminate com munalism. 

 সাম্প্রদায়িকতাবাদ নির্মূলৰ পৰামৰ্শাৱলীৰ বিষয়ে আলােচনা কৰা। 


 7. Explain about the role of communalism in Indian Politics. 

 ভাৰতীয় ৰাজনীতিত সাম্প্রদায়িকতাবাদৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰা। 


8. Discuss the role of casteism in the Indian politics. 

 ভাৰতীয় ৰাজনীতিত জাতিভেদ প্রথাৰ ভূমিকা আলােচনা কৰা। 


9. Write an essay on the history of coalition politics in India during the last two decades. 

বিগত দুটা দশকত ভাৰতত সংযুক্ত ৰাজনীতিৰ ইতিহাসৰ ওপৰত এখন ৰচনা লিখা। 


10. Describe about positive effects of Globalisation. 

 বিশ্বায়নৰ ইতিবাচক প্রভাৱৰ বিষয়ে বর্ণনা কৰা। 


11. Critically analyse about New Economic Policy of India. 

 ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ বিষয়ে সমালােচনাত্মকভাৱে বিশ্লেষণ কৰা ।


 12. Explain the causes for emergence and development of communalism in India. 

ভাৰতত সাম্প্রদায়িকতাবাদৰ উদ্ভৱ আৰু বিকাশৰ কাৰণসমূহ ব্যাখ্যা কৰা।


13. What do you understand by Backward ! classes? Explain constitutional provisions regarding the Backward classes 

 পিছপৰা শ্রেণী বুলিলে তুমি কি বুজা? পিছপৰা শ্ৰেণীৰ বাবে সাংবিধানিক নিয়মসমূহ ব্যাখ্যা কৰা। 


 14. Discuss about relationship between BJP and RSS.

 বিজেপি আৰু আৰ এছ এছৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা। 


15. Write an essay on Muslim Communalism. 

মুছলমান সাম্প্রদায়িকতাবাদৰ ওপৰত এখন ৰচনা লিখা। 


16. Discuss about policies and programmes of BJP. 

 বিজেপিৰ নীতি আৰু কার্যাৱলীৰ বিষয়ে বর্ণনা কৰা। 


 17. In which year, which political party emerged as the single largest party in parliamantary election? 

 কোন বছৰত কোনটো ৰাজনৈতিক দলে লােকসভা নির্বাচনসমূহত একক সংখ্যাগৰিষ্ঠ দল হিচাপে মুকি মাৰিছিল। 


 18. Briefly trace the issue of Kar seva. 

কৰ সেৱাৰ বিষয়টো চমুকৈ লিখা। 


 19. Write a note on U.F.  United Front 

 ইউ এফ ( সংযুক্ত মর্চা ) ৰ বিষয়ে এটা টোকা লিখা। 


 20. Write the rise of OBCs in North Indian Politics. 

 উত্তৰ ভাৰতীয় ৰাজনীতিত অ’ বিচিৰ উত্থানৰ বিষয়ে লিখা। 


21. List the parties having a powerful rural base among the OBC. 

 অ’ বিচিৰ মাজত শক্তিশালী গ্রাম্য ভিত্তি থকা দলসমূহৰ তালিকা দিয়া।


 22. What led to the serious debate over Secular ism? 

 ধর্মনিৰপেক্ষতাক লৈ কিহে গুৰুত্বপূৰ্ণ বিতর্ক সৃষ্টি কৰিছিল? 


23 . Write a note on Hung parliament. 

 ওলমা সংসদৰ বিষয়ে এটা টোকা লিখা।


 24. Mention the main points of criticism of the Mandal Commission Report. 

মণ্ডল আয়ােগৰ প্রতিবেদনৰ সমালােচনা কৰাৰ মূল কাৰণবােৰ উল্লেখ কৰা। 


25. List the four groups emerged in 1990s.

 1990 মূৰ দাঙি উঠা গােট চাৰিটা কি কি আছিল?


26. Why is the importance of regional parties in creasing in India. 

 ভাৰতত আঞ্চলিক দলসমূহৰ গুৰুত্ব বাঢ়িছে কিয়? 


 27. Trace the emergence of BJP as a powerful Force in post emergency politics . 

জৰুৰীকালীন অৱস্থাৰ পৰৱর্তী ৰাজনীতিত এটা ক্ষমতাশালী শক্তি হিচাপে বিজেপিৰ উত্থানৰ বিষয়ে লিখা।


28. Write short note on Gujarat Riots. 

 গুজৰাট সংঘর্ষ বিষয়ে চমু টোকা লিখা। 


29. Which election led to the era of coalition and why? 

 কোনটো নির্বাচনে মৰ্চা যুগৰ পাতনি মেলিছিল আৰু কিয়? 


30. State the main issues in Indian Politics in the period after 1989. What different configuration of political parties these differences lead to? 

1989 চনৰ পিছৰ কালত ভাৰতীয় ৰাজনীতিৰ মূল বিষয়সমূহ উল্লেখ কৰা। ৰাজনৈতিক দলসমূহৰ এই পার্থক্য সৃষ্টিকাৰী বিভিন্ন স্থিতি কি আছিল? 


31. Explain Lok Sabha election 2004

 2004 চনৰ লােকসভা নির্বাচনৰ বিষয়ে ব্যাখ্যা কৰা।


32. Write any four features of the coalition and why? 

 মৰ্চা চৰকাৰৰ যিকোনাে চাৰিটা বৈশিষ্ট্য লিখা। 


33. Explain briefly any four developments, witnessed by the country from 1989 to 1992. 

 1989 চনৰ পৰা 1992 চনলৈ দেশত দেখিবলৈ পােৱা যিকোনাে চাৰিটা পৰিঘটনা চমুকৈ ব্যাখ্যা কৰা। 


 34. Write any four major politics of Janata Dal. 

জনতা দলৰ চাৰিটা প্রধান ৰাজনীতিৰ বিষয়ে লিখা। 


 35. Why are the Regional Parties becoming more popular these days? 

 বর্তমান আঞ্চলিক দলসমূহ অধিক জনপ্রিয় হৈ উঠিছে কিয়?  


36. Write two advantages and two disadvantages of 'Coalition' Govt in India. 

 ভাৰতৰ মৰ্চা ’চৰকাৰৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা।


 37. In 2002 large scale violence against Muslims took place. Explain. 

 2002 চনত মুছলমানসকলৰ বিৰুদ্ধে ব্যাপক হিংসা সংঘটিত হৈছিল ব্যাখ্যা কৰা। 


 38. Explain the rise of Janata Dal. 

জনতা দলৰ উত্থানৰ বিষয়ে ব্যাখ্যা কৰা।


39. What have been the major trends in the electoral performance of the congress and the BJP. since 1989? 

 1989 চনৰ পৰা কংগ্ৰেছ আৰু বিজেপিৰ নির্বাচনী সফলতা-বিফলতাৰ প্ৰধান ধাৰাটো কি? 


40. Explain any four reasons for the emergency of the coalition era in the Indian democratic system. 

ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাত মৰ্চা যুগৰ বিকাশৰ চাৰিটা কাৰণ ব্যাখ্যা কৰা। 


41. Write the role of Telegu Desam. 

তেলেগু ভূমিকাৰ বিষয়ে লিখা। 


 42. Explain the politics and programme of Bharatiya Janata Party.

 ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতি আৰু কার্যসূচীৰ বিষয়ে ব্যাখ্যা কৰা। 


43. কংগ্ৰেছৰ আধিপত্য অৱনমিত হােৱা সত্বেও দলটোৱে দেশৰ ৰাজনীতিত নিজৰ প্ৰভাৱ বৰ্তাই ৰাখিছে তুমি মানি লােৱা নে? কাৰণ দশোৱা। 


44 . Examine the growing consensus over the cru cialissues. 

জটিল বিষয়সমূহৰ ক্ষেত্ৰত বর্ধিত সহমত বিশ্লেষণ কৰা।


45. Write a note on the Hindu -Muslim Riots in Gujarat.  

 গুজৰাট হিন্দু -মুছলমানৰ সংঘৰ্ষৰ বিষয়ে এটা টোকা লিখা। 


46. বহু মানুহে ভাবে যে সফল গণতন্ত্রৰ বাবে দ্বিদলীয় ব্যৱস্থাৰ প্রয়ােজন । যােৱা বিছ বছৰৰ ভাৰতৰ অভিজ্ঞতাৰ উল্লেখেৰে ভাৰতৰ বৰ্তমানৰ দলীয় ব্যৱস্থাৰ সুবিধাসমূহৰ বিষয়ে বহলাইলিখা ।


18. Explain the rise of Janata Dal.

 জনতা দলৰ উত্থানৰ বিষয়ে বহলাই লিখা। 



19. What led the policy makers to reduce the importance of state in India's economy from 1980s onwards. 

 1980 চনৰ পিছৰ পৰা ভাৰতৰ অর্থনীতিত ৰাজ্যৰ গুৰুত্ব নীতি নির্ধাৰকসকলে কিয় কমাই দিছিল?


20. Evaluate the role played by Telugu Desam Party and AIADMK after the elections of 1998. 

1998 চনৰ নিৰ্বাচনৰ পিছত তেলগু দেশম পার্টী আৰু এ আই এডি এম কে লােৱা ভূমিকাৰ মূল্যায়ন কৰা। 


 51. Analyse the policies and programme of National Democratic Alliance.

  ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ নীতি আৰু কাৰ্যসূচী বিশ্লেষণ কৰা। 


52. গুৰুত্বৰ প্রতিযােগিতা আৰু বিভিন্ন দ্বন্দৰ মাজত, বেছিভাগ ৰাজনৈতিক দলৰ মাজত সহমত স্থাপন। হ'বলগীয়া হৈছিল’ — এই উক্তিৰ ভিত্তিত সহমতৰ তিনিটা দিশ দেখুওৱা।


 53. Discuss the main features of coalition Govt. 

 চৰকাৰৰ প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা