কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনঃ প্ৰতিষ্ঠা


A. Very Short Type Questions:

 1. When was the Indian National Congress founded and by whom?

 কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্রতিষ্ঠা কৰিছিল? 


2. What is the meaning of defection?

দলত্যাগৰ অর্থ কি?


3. In which year era of coalition government started in centre? 

 কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল? 



B. Essay Type Questions:

  1. Discuss the causes of decline of Congress. 

কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলােচনা কৰা।


2. Discuss briefly about Narmada Bachao Andolan . Do you find the movement justified? Give reasons. 

 নর্মদা বাচাও আন্দোলন সম্পর্কে চমুকৈ আলােচনা কৰা। তুমি এই আন্দোলনটো যুক্তিসংগত বুলি ধাৰণা কৰানে? তােমাৰ যুক্তিৰ কাৰণ দশোৱা। 


3.  How did fourth General Election of 1967 change the dynamics of Indian politics?

 ১৯৬৭ চনত অনুষ্ঠিত সাধাৰণ নির্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিশীলতা কেনেদৰে পৰিবৰ্তন কৰিছিল? 



4. Explain briefly about the nature of Congress dominance at the national level. 

 ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্যৰ প্রকৃতি সম্পর্কে চমুকৈ বিশ্লেষণ কৰা।

5. What was the electoral verdict of the Fourth General Election of 1967? Discuss. 

 1967 চনৰ চতুর্থ সাধাৰণ নিৰ্বাচনৰ ফলাফল কি আছিল আলােচনা কৰা। 

6. Write briefly about the conflict between judiciary and executive in India during the Prime Ministership of Indira Gandhi. 

 ইন্দিৰা গান্ধীৰ প্রধানমন্ত্রীত্বৰ কালছােৱাত ভাৰতত সংঘটিত হােৱা কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজৰ সংঘাতৰ বিষয়ে চমুকৈ লিখা। 


7.  Discuss about the controversy relating to Presidential Election of 1969. 

 1969 চনৰ ৰাষ্ট্রপতি নির্বাচনৰ সৈতে জড়িত বিতর্কৰ বিষয়ে আলােচনা কৰা। 


 Additional Important Questions 

A. Very Short Type Questions: 

1. Name the two leaders who were known for the following two slogans

(a) Jai Jawan , Jai Kisan (b) Garibi Hatao

তলৰ ধ্বনি দুটাৰ বাবে পৰিচিত হােৱা নেতা দুজনৰ নাম লিখা- (ক) জয় জোৱান, জয় কিষাণ (গ) গৰিবী হটাও 


2. How many seats were secured by the Indian National Congress in the Lok Sabha in 1967 election? 

 ১৯৬৭ চনৰ লােকসভা নির্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে কিমান আসন লাভ কৰিছিল? 


3. Which party was the main opposition in the Lok Sabha in 1967?

 ১৯৬৭ চনত লােকসভাত প্রধান বিৰােধী দল কোন আছিল?


4. When the fourth general elections was held? 

চতুর্থ সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? 


5.What do you mean by SVD?

SVD বুলিলে তুমি কি বুজা? 


6. Which party was the main opposition in the Lok Sabha in 1967? 

 1967 চনৰ লােকসভাত প্রধান বিৰােধী দল কোন আছিল?  


   8. In India, which year was labelled as the 'danger ous decade'? 

 ভাৰতত কোন বছৰক বিপজ্জনক দশক হিচাপে আখ্যা দিয়া হৈছিল? 


 9. To which state did Lal Bahadur Shastri belong? 

 লাল বাহাদুৰ শাস্ত্রী কোন ৰাজ্যৰ লােক আছিল? 


10. Who became successor of Lal Bahadur Shastri as prime Minister of India? 

 ভাৰতৰ প্ৰধানমন্ত্রী হিচাপে লাল বাহাদুৰ শাস্ত্ৰীৰ পিছত কোন অধিষ্ঠিত হৈছিল? 


11. Name the full from of DMK 

 DMK ৰ সম্পূৰ্ণ ৰূপটো লিখা।


 12. Which year was considered as a landmark year in India's political and electoral history? 

ভাৰতৰ ৰাজনৈতিক আৰু নির্বাচন সম্পর্কীয় ইতিহাসত কোনটো বছৰক স্মৰণীয় বর্ষ হিচাপে বিবেচনা কৰা হয়?


 13. When was the system of coalition started in India? 

 ভাৰতত মৰ্চা ব্যবস্থা কেতিয়া আৰম্ভ হৈছিল? 


 14. To which MLA did the phrase 'Aya Ram, Gaya Ram 'belong?

 আয়া ৰাম গয়া ৰাম ’খণ্ডবাক্যটি কোনগৰাকী বিধায়কৰ আছিল? 


 15. When the foruth general election was held? 

 চতুর্থ সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?


 16. What is the mening of defection? 

 দলত্যাগৰ অর্থ কি?


17. What do you mean by Syndicate? 

 ছিণ্ডিকেট বুলিলে কি বুজা?


18. When Pt. Jawaharlal Nehru died? 

জৱাহৰলাল নেহৰুৰ মৃত্যু কেতিয়া হৈছিল?


19. Why were 1960s labelled as the dangerous decade? 

1960 ৰ দশকটোক কিয় বিপজ্জনক দশক আখ্যা দিয়া হৈছিল?


 20. When did the era of coalition govt begin?  

মৰ্চা চৰকাৰৰ যুগ কেতিয়া আৰম্ভ হৈছিল? 


21. Who was the founder of Congress Socialist 'Party'. 

 কংগ্ৰেছ ছচিয়েলিষ্ট পার্টীৰ প্ৰতিষ্ঠাপক কোন আছিল? 


22. Who became the Prime Minister of India after Pt. Jawahar Lal Nehru? 

 পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল? 


23. When Pt; Jawaharlal Nehru died? 

 জৱাহৰলাল নেহৰুৰ মৃত্যু কেতিয়া হৈছিল? 


24. Write one factor that led to the popularity of Indira Gandhi's Govt.in the year 1970? 

1970 চনত ইন্দিৰা গান্ধী চৰকাৰলৈ জনপ্রিয়তা আনি দিয়া এটা কাৰক লিখা।


 25. Who was the political successor of Lal Bahadur Shastri? 

 লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল? 



 B. Short Type Questions:

1. Define coalition govt.

সংযুক্ত চৰকাৰৰ সংজ্ঞা দিয়া।


 2. What do you know about Lal Bahadur Shastri?

 লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে তুমি কি জানা? 


 3. Write a note on Eelction -Verdict.  

নিৰ্বাচনৰ ফলাফলৰ ওপৰত এটা টোকা লিখা। 


 4. What is the responsibility of a political leader in a democratic system? 

এটা গণতান্ত্রিক ব্যৱস্থাত এজন ৰাজনৈতিক নেতাৰ দায়বদ্ধতা কি?


 5. What do you mean by Non - Congressism?                                        কংগ্ৰেছবাদ মানে তুমি কি বুজা? 


 6. Who was Indira Gandhi? 

 ইন্দিৰা গান্ধী কোন আছিল? 


 7. Write a note on Dr. Ram Manohar Lohia. 

ডº ৰাম মনােহৰ লােহিয়াৰ ওপৰত এটা টোকা লিখা।


8. Who was K. Kamraj? 

 কে. কেমৰাজ কোন আছিল?


9. What was Grand Alliance?

  বৃহৎ মিত্রতা কি?


10. Write a short note on Privy Purses. 

বিশেষ বানচৰ ওপৰত এটা চমুটো লিখা।  


11. What was 'Ay a Ram Gaya Ram'? 

'আয়াৰাম গয়াৰাম' কি? 


 12. Briefly explain about necessity of coalition govts. 

 সংযুক্ত চৰকাৰৰ প্ৰয়ােজনীয়তাৰ বিষয়ে চমুকৈ লিখা। 


13. Write short note on abolition of privy Purse of princely states.

 ৰাজশাসিত ৰাজ্যসমূহৰ বিশেষ বানচৰ বিলােপ সাধনৰ ওপৰত এটা চমুটোকা লিখা।


14. Give recommendation on the prevention of corruption among the politicians. 

 ৰাজনীতিকসকলৰ মাজৰ দুনীতি বাধা দিয়াৰ বাবে পৰামর্শ দিয়া।


15. What is duel social structure. 

 দ্বৈত সামাজিক গঠন কি?


16. List the two challenges faced by Indira Gandhi after the 1967 election. Mention her strategy towards the challenges. 

 1967 চনৰ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধীয়ে সন্মুখীন হােৱা দুটা প্রত্যাহ্বান কি কি? প্রত্যাহ্বান দুটাৰ ক্ষেত্ৰ তেওঁৰ কৌশল উল্লেখ কৰা।


17. Describe about the formation coalition govt . in 1967 to 1977. 

 ১৯৬৭ চনৰ পৰা ১৯৭৭ চনলৈ সংযুক্ত চৰকাৰ গঠনৰ বিষয়ে বর্ণনা কৰা। 


 18. What were the two challenges faced by India from 1964 to 1966 during Lal Bahadur Shastri's brief Prime Ministership? 

লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্রধানমন্ত্রীত্বৰ সময়ছােৱাত 1964 ৰ পৰা 1966 চনলৈ ভাৰতে সম্মুখীন হােৱা প্ৰত্যাহ্বান দুটা লিখা। 


19. When and why did Congress face challenge of political succession second time? 

 কংগ্ৰেছ কেতিয়া আৰু কিয় দ্বিতীয় বাৰলৈ ৰাজনৈতিক উত্তৰাধিকাৰত্বকলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল? 


20. How fouty general election jolted - the Congress? 

চতুর্থ সাধাৰণ নির্বাচনে কিদৰে কংগ্ৰেছক বিপর্যস্ত কৰিছিল? 


 21. What do you mean by Coalition Govt?  

মৰ্চা চৰকাৰ বুলিলে কি বুজা?


23. What does the word ' Political Earthquake ' sig -nify in Indian politics? 

 ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূঁইকপ’শব্দ দুটাই কি তাৎপর্য বহন কৰে?


24. Give the status of SVD 

SVD ৰ স্থিতি উল্লেখ কৰা।


 25. Explain the term ' Grand Alliance'. 

 মহা মৰ্চা ' অভিধাটো ব্যাখ্যা কৰা।  


 26. Write few lines aboat Morarji Desai. 

মেৰাৰজী দেশাইৰ বিষয়ে কেইশাৰীমান লিখা।


 27 . When Shastri's Prime Ministership came to an end? who was the Political Successor of Lal Bahadur Shustri?

 শাস্ত্ৰীৰ প্রধান মন্ত্রিত্বৰ  অৱসান কেতিয়া ঘটিছিল? লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল?



28. When Pt Nehru died and who became the Prime Minister of India after Pt . Nehru? 

 পণ্ডিত নেহৰুৰ মৃত্যু কেতিয়া হৈছিল আৰু পণ্ডিত নেহৰুৰ পিছত ভাৰতৰ প্রধানমন্ত্রী কোন হৈছিল?


29. Give the status of SVO in the new Era of Coalition.

 নতুন মৰ্চা যুগত SVO ৰ মর্যাদা উল্লেখ কৰা।


 30. What speculation arose after the death of Pt. Nehru in the Indian Politics? 

 পণ্ডিত নেহৰুৰ মৃত্যুৰ পিছত ভাৰতীয় ৰাজনীতিত কি অস্থিৰতাৰ সৃষ্টি হৈছিল? 


 32. Write short notes on:  চমুটোকা লিখা 


C. Essay Type Questions: 


1. Write an essay on Congress Victory in 1971 election and politics of Garibi Hatao. 

 ১৯৭১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ বিজয় আৰু গৰীবী হটাওৰ ৰাজনীতিৰ ওপৰত এখন ৰচনা লিখা।


2.  Discuss in brief the challenges to Indira Gandhi as a party leader.

দলৰ নেত্রী হিচাপে ইন্দিৰা গান্ধীৰ প্ৰতি থকা প্রতিবন্ধকতাসমূহ চমুকৈ আলােচনা কৰা। 


3. Write an essay on the challenges of political succession.

 ৰাজনৈতিক উত্তৰাধিকাৰীৰ প্রতিবন্ধকতাৰ ওপৰত এখন ৰচনা লিখা। 

4. Write an essay on the electoral verdict of Fifth Lok Sabha election held in 1971. 

1971 চনৰ পঞ্চম লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী ওপৰত এখন ৰচনা লিখা।


5. What were the factors which led to the popuIlarity of Indira Gandhi's govt. in 1970's? 

1970s চনৰ ইন্দিৰা গান্ধীৰ চৰকাৰক জনপ্রিয় কৰা উপাদানসমূহ  কি কি আছিল?


 6. Discuss the major issue which led to the split of the Congress Party in 1969. 

 ১৯৬৯ চনত কংগ্ৰেছ দলৰ বিভাজনৰ প্রধান বিষয়সমূহ আলােচনা কৰা। 


 7. Why is the decade of sixties known as 'dangerous decade'?

 ঠিৰ দশকটোক কিয় ভয়ানক বা বিপজ্জনক দশক বুলি জনা যায়?


 8. What does the term ' Syndicate ' mean in the context of the Congress Party of the sixties? What role did the syndicate play in the Congress party? 

 ৬০ ৰ দশকত কংগ্ৰেছ দলৰ ক্ষেত্ৰত ‘ চিণ্ডিকেট'ৰ ধাৰণাই কি বুজাইছে? কংগ্ৰেছ দলত চিণ্ডিকেটে কি ভূমিকা পালন কৰিছে? 


9. Explain the emergence of Coalition Govts. 

2161 চৰকাৰৰ উৎপত্তি ব্যাখ্যা কৰা।


 10. Write short note on abolition of Privy Purse of Princely states.

 ৰাজকীয় ৰাজ্যসমূহৰ ৰাজ সাহার্য বিলুপ্তিৰ বিষয়ে এটা টোকা লিখা। 


 11. Why did the Indira Govt. decide to devalue the Indian Rupee in 1967? What was its result? 

 1967 চনত ইন্দিৰা চৰকাৰে কিয় টকাৰ মূল্য হ্রাস কৰিছিল? ইয়াৰ ফলাফল কি আছিল?

12. Explain briefly the term SVD in the new Era of Coalition. 

 নতুন মৰ্চাৰ যুগত SVD ৰ ধাৰণাটো চমুকৈব্যাখ্যা কৰা।


13. In which four states of the country the con gress did not get a majority in the state legislatures 

 দেশৰ কোন চাৰিখন ৰাজ্যত কংগ্ৰেছে ৰাজ্যিক বিধানসভাত সংখ্যাগৰিষ্ঠতা 1967 চনৰ নিৰ্বাচনত লাভ কৰা নাছিল? 


14. What was the Electoral verdict of the fourth ! general election of 1967?

 1967 চনৰ চতুর্থ সাধাৰণ নির্বাচনৰ নির্বাচনী ৰায়টো কি আছিল? 


 15. Discuss the nature of New Congress (R) part. 

নতুন কংগ্ৰেছ (আৰ) পার্টীৰ প্ৰকৃতিৰ বিষয়ে আলােচনা কৰা। 


 16. State reasons for the defect of the congress in 1967.Give reasons for your answer. 

 1967 চনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণবােৰ উল্লেখ কৰা। তােমাৰ উত্তৰৰ বাবে কাৰণবােৰ দর্শোবা।


 17. When and why did Congress face challenge of political succession second time? 

কেতিয়া আৰু কিয় কংগ্ৰেছে দ্বিতীয় বাৰলৈ ৰাজনৈতিক উত্তৰাধিকাৰত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল? 


 18. In what ways Indira Gandhi re-invented her party congress 

(R). কি উপায়েৰে ইন্দিৰা গান্ধীয়ে তেওঁৰ দল কংগ্ৰেছ (আৰ) ৰ পুনৰুদ্ভাৱন কৰিছিল? 


19. What is non - Congressism? Discuss in the light of Indian Political scene of 1967.  

অনাকংগ্ৰেছবাদ কি? 1967 চনৰ ভাৰতীয় ৰাজনৈতিক দৃশ্যপটৰ আলােকত আলােচনা কৰা। 



 20. List the two challenges faced by Indira Gandhi after the 1967 election . Mention her strategy to wards the challenges. 

1967 চনৰ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধীয়ে মুখামুখি হােৱা দুটা প্রত্যাহ্বান উল্লেখ কৰা । এইপ্রত্যাহ্বান সন্দৰ্ভত তেওঁৰৰণকৌশলবােৰ উল্লেখ কৰা। 


 22. Briefly discuss the nature of New Congress (R) party. 

 নতুন কংগ্ৰেছ (আৰ) পাৰ্টীৰ প্রকৃতি সম্পর্কে চমুকৈ আলােচনা কৰা।


24. Was the Congress split in 1969 avoidable? If the split had not taken place, how could it influenced the course of events in the 1970s.

1969  চনত কংগ্ৰেছৰ বিভাজন অৱশ্যম্ভাবী আছিলনে? যদিহে বিভাজন নহ'লহেতেন, তেন্তে 1970 ৰ দশকৰ ঘটনাৱলীত ইয়াৰ কেনে প্ৰভাৱ পৰিলহেঁতেন? 


 25. What is meant by Privy Purses? Why did Indira Gandhi insist on abolishing them in 1970? 

 প্রিভিপচি বুলিলে কি বুজা? 1970 চনত ইন্দিৰা গান্ধীয়ে ইবােৰৰ বিলােপ সাধনত কিয় জোৰ দিছিল?


26. What is ' Kamraj Plan'? Write in detail about K. Kamraj.

 কামৰাজ পৰিকল্পনা কি? কে কামৰাজৰ বিষয়ে বহলাই লিখা।