সাংবিধানিক ব্যৱস্থাৰ সংকট


 A. Very Short Type Questions: 

1. Name the Indian President who proclaimed Emergency in 1975. 

 1975 চনত জৰুৰী অৱস্থা ঘােষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম লিখা। 


2. When was National Emergency due to internal distrurbance declared for the first time in India? 

ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃঙ্খলতাৰ কাৰণে জাতীয় জৰুৰীকালীন অৱস্থা কেতিয়া ঘােষণা কৰা হৈছিল?

 

3. Who started 'Total Revolution'?

'সৰ্বাত্মক বিপ্লৱ' কোনে আৰম্ভ কৰিছিল?


4. In Which state Navnirman movement took place?

কোনখন ৰাজ্যত নৱনিৰ্মাণ আন্দোলন সংঘটিত হৈছিল?


B. Short Type Questions: 


1.  What does the word " Political Earthquake'signify in Indian Politics? 

 ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূমিকম্প ’ শব্দটোৱে কি তাৎপর্য বহন কৰে?


2. On which date was the draft of the Indian Constitution signed and when it came into force? 

 ভাৰতীয় সংবিধানৰ খচৰা কোনদিনা স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছে? 


3. Write two consequences of emergency of 1975. 

 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা। 


 4. Write two consequences of 1977 Lok Sabha Election. 

1977 চনৰ লােকসভা নির্বাচনৰ দুটা ফলাফল লিখা।


 5. What is 'Grand Alliance' in the context of Indian Politics?

 ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ‘বিশাল মিত্ৰতা ’মানে কি? 


C. Essay Type Questions: 

1. Explain any three main outcome of Lok Sabha election of 1977.

 ১৯৭৭ চনৰ লােকসভা নির্বাচন যিকোনাে তিনিটা ফলাফল বিশ্লেষণ কৰা। 


2. What is meant by Emergency? Write any one ! effect of the declaration of emergency due to internal disturbances.

 জৰুৰীকালীন অৱস্থা মানে কি বুজা? আভ্যন্তৰীণ অশান্তিৰ বাবে ঘােষণা কৰা জৰুৰীকালীন অৱস্থাৰ যিকোনাে এটা প্ৰভাৱৰ বিষয়ে লিখা।


3.  The 1977 election for the first time saw the opposition coming into power at the Centre. What do you consider as the reasons for this  development? 

১৯৭৭ চনৰ নিৰ্বাচনৰ জৰিয়তে কেন্দ্রত প্ৰথমবাৰৰ বাবে বিৰােধীদলে চৰকাৰ গঠন কৰে এইবিকাশৰ কাৰণসমূহ তুমি কি কি বুলি ধাৰণা কৰা? 


4. Write a note on Navnirman Movement in Gujarat. 

 গুজৰাটৰ নৱনির্মাণ আন্দোলনৰ ওপৰত এটা টোকা লিখা। 


5. Analyze the lessons India got from Emergency.

জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতেগ্রহণ শিক্ষাৰ বিষয়ে ব্যাখ্যা কৰা।


6.'Explain any three main outcomes of Lok Sabha Election of 1977. 

 1977 চনৰ লােকসভা নির্বাচনৰ যি কোনাে তিনিটা প্রধান ফলাফল ব্যাখ্যা কৰা।                                                               


 7. Discuss the consequences of National Emergency declared on 25th June, 1975. 

 1975 চনৰ  25 জুনত ঘােষণা কৰা জাতীয় জৰুৰী অৱস্থাৰ পৰিণতিসমূহ আলােচনা কৰা।


8. Discuss about the confict between judiciary and exceutive during the decade of 1970. Who was the Prime Minister of India during that time? 

1970 ৰ দশকত সংঘটিত হােৱা ন্যায়পালিকা আৰু কার্যপালিকাৰ সংঘাত সম্পর্কে আলােচনা কৰা। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্রী কোন আছিল? 


9. Discuss briefly about the inititatives taken by Janata Government.

জনতা চৰকাৰে গ্রহণ কৰা উদ্যোগসমূহৰ চমুকৈ আলােচনা কৰা।


10.  Discuss the controversies regarding emergency. Do you think it was necessary? Justify your answer. 

জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতর্কসমূহ আলােচনা কৰা। তুমি জৰুৰীকালীন অৱস্থা ঘােষণা কৰাটো প্রয়ােজনীয় আছিল বুলি ভাবানে? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা দাঙি ধৰা।



Additional Important Questions:

A. Very Short Type Questions: 

1. In which year internal emergency was declared by Smt. Indira Gandhi? 

 কিমান চনত ইন্দিৰা গান্ধীয়ে আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘােষণা কৰিছিল? 


2. In which state NavNirman movement was started. 

 কোনখন ৰাজ্যত নৱনির্মাণ আন্দোলন আৰম্ভ হৈছিল? 


3. Who was the learder of Congress for Democracy?

  গণতন্ত্ৰৰ বাবে কংগ্ৰেছৰ নেতা কোন আছিল?


4. Who introduced the concept of ' Committed ! breaucracy and Jidiciary India? 

 ভাৰতত প্রতিশ্রুত আমােলাতন্ত্ৰ আৰু ন্যায়ালয়ৰ ধাৰণা কোনে উদ্ভাৱন কৰিছিল? 


5. Which party won the general elections in 1977? 

 ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত কোন দল বিজয়ী হৈছিল? 


6. When ‘Grand Alliance' was formed? 

 কেতিয়া বৃহৎ মিত্ৰতা গঠন হৈছিল? 


7. When Janata Party was formed and who was the first President of Janata Party? 

 জনতা দল কেতিয়া গঠন হৈছিল আৰু জনতা দলৰ প্ৰথম সভাপতি কোন আছিল?


8. Who Was Charu Majumdar? 

চাৰু মজুমদাৰ কোন আছিল? 

 

9. Write the name of any one civiliberties organization. 

 যিকোনাে এটা নাগৰিক স্বতন্ত্র সংগঠনৰ নাম লিখা। 


 10. Write one characteristics of committed bureau-cracy. 

 প্রতিশ্রুত আমােলাতন্ত্রৰ এটা বৈশিষ্ট্য লিখা। 


11. What was the slogan of Congress in 1971's election? 

 ১৯৭১ ৰ নিৰ্বাচনত কংগ্ৰেছৰ ধ্বনি কি আছিল? 


 12 . Who was J. P. Narayan? 

জে . পি . নাৰায়ণ কোন আছিল?


 13. Why and when did students protest in Bihar? 

 কেতিয়া আৰু কিয় বিহাৰৰ ছাত্ৰসকলে প্রতিবাদ কৰিছিল?


14. Why did non - Congress parties oppose the Congress?

 অনা - কংগ্ৰেছী দলসমূহে কিয় কংগ্ৰেছৰ বিৰােধীতা কৰিছিল?


15. In which region of India were Marxist - Leninist groups strong? 

 ভাৰতৰ কোন অঞ্চলত মার্কছ আৰু লেনিনৰ গােটসমূহ শক্তিশালী?


 16. Did the Congress Government misuse its Emergency Powers?

কংগ্ৰেছ চৰকাৰে জৰুৰীকালীন ক্ষমতা অপব্যৱহাৰ কৰিছেনে? 


 17. Who introduced Twenty Point Programme and why

কোনে আৰু কিয় কুৰি দফীয়া কাৰ্যসূচী উলিয়াইছিল?


18. List any two rasons for the victory of Congress in southern states 

দক্ষিণৰ ৰাজ্যসমূহত কংগ্ৰেছৰ বিজয়ৰ দুটা কাৰণ উল্লেখ কৰা। 


 19. Who organised the first nationwide Satyagraha and why? 

 কোনে আৰু কিয় প্রথম ৰাষ্ট্ৰজোৰা সত্যাগ্রহ সংগঠন কৰিছিল?


 20. Who founded the Communist Party of India (Marxist - leninist) 

 কমিউনিষ্ট পার্টী অৱ ইণ্ডিয়া ( মার্ক্সবাদী লেনিনবাদী ) ৰ প্ৰতিষ্ঠা কোনে কৰিছিল? 


21. By whom was the Shah Commission headed? 

শ্বাহ আয়ােগৰ নেতৃত্ব কোনে দিছিল? 


 22. By whom was the students movement in Gujrat and Bihar led? 

 গুজৰাট আৰু বিহাৰত ছাত্র আন্দোলনৰ নেতৃত্ব কোনে দিছিল?


 23. Mention any one subject included in the twenty point programmes made by Indira Gandhi. 

ইন্দিৰা গান্ধীৰ দ্বাৰা কুৰি দফীয়া কাৰ্যসূচীৰ অন্তর্ভুক্ত যিকোনাে এটা বিষয় উল্লেখ কৰা।


24. When did the Janata Government come to power?

জনতাৰ চৰকাৰ কেতিয়া ক্ষমতালৈ আহিছিল?


25. During the Period of which government was the Mandal Commission appointed?

কোন চৰকাৰৰ দিনত মণ্ডল আয়োগক  নিযুক্তি দিয়া হৈছিল?


26. Who became the symbol of restoration of democracy?

গণতন্ত্ৰৰ পুনৰানৰ্ত্তনৰ প্ৰতীক হিচাপে কোন পৰিগণিত হৈছিল?


27. When Jananta party was formrd?

জনতা পাৰ্টী কেতিয়া গঠিত হৈছিল?


28. Who was the first President of Janata Party?

জনতা পাৰ্টী প্ৰথম সভাপতিগৰাকী কোন আছিল?


29. Who lead railway strike of 1974?

1974 চনৰ ৰেলৱে ধৰ্মঘটৰ নেতৃত্ব কোনে দিছিল?


B. Short Type Questions : 

1 . Write two important characteristics of ' Com mitted Bureaucracy ' of India.

ভাৰতৰ প্রতিশ্রুত আমােলাতন্ত্ৰৰ দুটা বৈশিষ্ট্য লিখা।


 2.  What do you understand by civil Liberties Or ganization? 

 নাগৰিক স্বতন্ত্র সংগঠন বুলিলে তুমি কি বুজা? 


3. What do you mean by primary structure of the constitution? 

 সংবিধানৰ প্ৰাথমিক গঠন বুলিলে তুমি কি বুজা? 


4.  What do you know about Kesavananda Bharti case? 

 কেশৱানন্দ ভাৰতী গােচৰ সম্পর্কে তুমি কি জানা?


 5. Explain briefly about Bihar movement. 

 বিহাৰ আন্দোলনৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। 


16. How did the Emergency ( 1975-77 ) affect the fundamental rights of the Indian citizen? 

জৰুৰীৰ অৱস্থাই ( ১৯৭৫-৭৭ ) ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰত কেনেকৈ প্ৰভাৱ পেলাইছিল? 


 7. What is meant by Emergency? 

 জৰুৰী অৱস্থাই কি বুজায়? 


8. What do you know about Railway Strike of 1974? 

১৯৭৪ চনৰ ৰেলৱে ধর্মঘটৰ বিষয়ে তুমি কি জানা?


 9. What do you know about Gujrat Movement? 

গুজৰাট আন্দোলনৰ বিষয়ে তুমি কি জানা?


 10. Write three causes of the defeat of Congress in the elections of 1977. 

 ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হােৱাৰ তিনিটা কাৰণ লিখা।


 11. Explain briefly the impact of the 1977 elections.

১৯৭৭ - ৰ নিৰ্বাচনৰ প্ৰভাৱ চমুকৈ ব্যাখ্যা কৰা।


 12. What were the results of imposing internal emergency in 1975? 

1975-ৰ আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণাৰ ফলাফলসমূহ কি কি আছিল?


 13. What were the main decisions of Janata Party 1 after forming the govt . in 1977?

 ১৯৭৭ - ৰ চৰকাৰ গঠনৰ পিছত জনতা দলৰ প্রধান সিদ্ধান্তসমূহ কি কি আছিল?


14. Explain briefly about the Naxalite Movement. 

নক্সাল আন্দোলনৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। 


 15. What were the reasons of mid - term elections in 1980? 

 ১৯৮০ ৰ মধ্যৱর্তী নির্বাচনৰ কাৰণসমূহ কি কি? 


16. Write a note on the 42nd Amendment Act .  after the war between East Pakistan and India.

 42 তম সংশোধনী আইনৰ ওপৰত এটা টোকা লিখা।


 17.  Write your views on the economic conditions after the war between East Pakistan and India.

পূব পাকিস্তানৰ আৰু ভাৰতৰ মাজৰ যুদ্ধৰ পিছৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত তোমাৰ মতামত লিখা।


18. Write a note on the politics of Jai Prakashi Narayan. 

 জয় প্রকাশ নাৰায়ণৰ ৰাজনীতিৰ ওপৰত এটা টোকা লিখা। 


 19. How did the imposition of Emergency affect the party system in India? 

জৰুৰী অৱস্থা বলবৎকৰণে ভাৰতৰ দলীয় ব্যৱস্থাত কেনেদৰে প্ৰভাৱ পেলায়? 


 20. " India has one party dominant system.”Explain. 

 “ভাৰতত একদলীয় প্রভাৱৰ চৰকাৰ আছে।” - ব্যাখ্যা কৰা। 


21. Under what conditions can the President declare emergency? 

 কি পৰিস্থিতিত ৰাষ্ট্রপতিয়ে জৰুৰী অৱস্থা ঘােষণা কৰিব পাৰে?


 12. Who was Jagjiwan Ram?

 জগজীৱন ৰাম কোন? 


23. What were the reasons which led to the midterm election in 1980? 

1980 চনত মধ্যৱতী নির্বাচন অনুষ্ঠিত হােৱাৰ কাৰণসমূহ কি কি? 


24. What reasons did the government give for declaring a National emergency in 1975? 

 1975 চনৰ ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘােষণাৰ বাবে চৰকাৰে কি কি কাৰণ দৰ্শাইছে? 


25. Write a note on the politics after emergency.

জৰুৰী অৱস্থাৰ পৰৱর্তী ৰাজনীতিৰ ওপৰত এটা টোকা ।


 26. Discuss the statement - " was the emergency necessary " ? 

 “ জৰুৰী অৱস্থা প্রয়ােজনীয় আছিল নে? ”  উক্তিটো আলােচনা কৰা।


 27, What were the causes responsible for the formation of Janata Party? 

জনতা দলৰ সংগঠনৰ কাৰণসমূহ কি কি? 


 28. Analyse the conflict between the Judiciary and Parliament of India in 1973. 

 1973 চনৰ ন্যায়পালিকা আৰু ভাৰতৰ সংসদৰ মাজত সংঘাট সম্পর্কে বিশ্লেষণ লিখা।


29. What is "Naxalite Movement"? Evaluate its role in Indian politics. 

নক্সল আন্দোলন কি? ভাৰতীয় ৰাজনীতিত ইয়াৰ ভূমিকা মূল্যায়ন কৰা।


30. What do you know about Gujarat Movement? 

 গুজৰাট আন্দোলনৰ বিষয়ে তুমি কি জানা? 


31. What do you understand by Civil Liberties 'Organization'.

 জৰুৰীকালীন অৱস্থাৰ পৰা সমাজৰ বিভিন্ন অংশৰ বিভিন্ন আকাংক্ষাবােৰ কি আছিল।


 32. Write a note on Bihar Movement. 

 বিহাৰ আন্দোলনৰ বিষয়ে এটা টোকা লিখা।


33. Why U.S.A. stopped all aid to India? Give two reasons. 

 মার্কিন যুক্তৰাষ্ট্ৰই ভাৰতলৈ সকলাে সাহার্য বন্ধ কৰিছিল কিয়? দুটা যুক্তি দিয়া। 


 34. List the implication of emergency. 

 জৰুৰীকালীন অৱস্থাৰে সাঙোৰ খােৱা বিষয়সমূহৰ তালিকা দিয়া।


 35. Write the effects of emergency on working of the police andbureacracy. 

 আৰক্ষী আৰু আমােলাৰ কাম কাজৰ ক্ষেত্ৰত জৰুৰীকালীন অৱস্থাৰ পৰিণামসমূহ লিখা।


36. What do you mean by Press Censorship? 

সংবাদ মাধ্যমৰ চেঞ্চৰ শিপ বুলিলে কি বুজা?


 37. What do you mean by Preventive Detention? 

 প্ৰতিৰােধমূলক আটক বুলিলে কি বুজা? 


38. Why did non-congress parties oppose the congress? 

 অনাকংগ্ৰেছী দলসমূহে কংগ্ৰেছৰ বিৰােধিতা কিয় কৰিছিল? 


39. List the new parties formed on the eve of elections of 1977.

 1977 চনৰ নির্বাচন উপলক্ষে গঠন হােৱা নতুন দলসমূহৰ নাম লিখা।


 40. Explain any two outcome of Lok Sabha elections of 1972.

1972 চনৰ লােকসভা নির্বাচনৰ যিকোনাে দুটা ফলাফল ব্যাখ্যা কৰা। 


 C. Essay Type Questions:

  1. "The emergency showed that the foundations of constitutional democracy are very weak in our Country. ” -Explain. 

“ জৰুৰী অৱস্থাই দেখুৱাইছে যে আমাৰ দেশৰ সাংবিধানিক গণতন্ত্রৰ ভেটি অতিশয় দুর্বল । ”— ব্যাখ্যা কৰা।


 2. Why Shah Commission was appointed in 1977 by the Janata Party govt.? Give arguments. 

 ১৯৭৭ চনত জনতা দল চৰকাৰে কিয় শাহ আয়ােগ নিযুক্তি দিছিল? যুক্তি দিয়া।


3 . Explain about the policies and programmes of Janata Party. 

 জনতা দলৰ নীতি আৰু কার্যাৱলীৰ বিষয়ে ব্যাখ্যা কৰা। 


 4 . What reasons did the govt . give for declaring a National Emergency in 1975?

 ১৯৭৫ - ত ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘােষণাৰ বাবে চৰকাৰে কি কি কাৰণ দিছিল? 


 5. Explain briefly the impect of the 1977 elections. 

 1977 চনৰ নিৰ্বাচনৰ প্ৰভাবটো চমুকৈ ব্যাখ্যা কৰা।


 6.. " Indira Gandhi was left with no option excepti to impose Emergency.” – Discuss. 

 জৰুৰী অৱস্থা বলবৎ কৰাৰ বাহিৰে ইন্দিৰা গান্ধীৰ আন বিকল্প নাছিল । ” — আলােচনা কৰা।


7. Explain about various reasons which led to the defeat of the Congress in the 1977 election. 

 ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হােৱাৰ বিভিন্ন কাৰণসমূহৰ বিষয়ে ব্যাখ্যা কৰা। 


 8. Explain about the conflict between the judiciary and parliament of India in 1973. 

 1890 চনত ভাৰতৰ সংসদ আৰু ন্যায়পালিকাৰ মাজৰ সংঘাতৰ বিষয়ে ব্যাখ্যা কৰা। 


 9. What were the reasons which led to the mid term election in 1980? 

1980 চনত মধ্যকালীন নির্বাচন অনুস্থিত হােৱাৰ কাৰণবােৰ কি আছিল?


 10. What is meant by Emergency? Write any one effect of the declaration of emergency due to internal disturbance. 

 জৰুৰীকালীন অৱস্থাইকি সূচায়? আভ্যন্তৰীন অস্থিৰতাৰ বাবে ঘােষণা কৰা জৰুৰীকালীন অৱস্থাৰ যিকোনাে এটা প্ৰভাৱ লিখা। 


 11. Who introduced twenty Paint Programme and why? 

কোনে আৰু কিয় কুৰিদফীয়া কাৰ্যসূচী প্রৱর্তন কৰিছিল?


12. On whose petition Indira Gandhi's election was declared invalid by the court? 

কাৰ আবেদন ভিত্তিত ন্যায়ালয়ে ইন্দিৰা গান্ধীৰ নির্বাচনক অবৈধ ঘােষণা কৰিছিল? 


13. Emergency is one of the most controversial episodes in Indian politics - justify. 

জৰুৰীকালীন অৱস্থা হ'ল ভাৰতীয় ৰাজনীতিত আটাইতকৈ বিতর্কিত পৰিঘটনাসমূহৰ ভিতৰত এটা যুক্তিযুক্ততা বিচাৰ কৰা।


14. Critically examine what happened during emergency. 

 জৰুৰীকালীন সময়ছােৱাত ঘটা ঘটনাৱলীৰ  দোষ - গুণ পৰীক্ষা কৰা। 


15. List the issues which did not vanish even after the emergency. 

 আনকি জৰুৰীকালীন অৱস্থাৰ পিছতাে বিলুপ্ত নোেহােৱা বিষয়বােৰৰ তালিকা দিয়া।


16. What were the different expectations of different sections of society from emergency? 

জৰুৰীকালীন অৱস্থাৰ পৰা সমাজৰ বিভিন্ন শ্রেণীৰ বিভিন্ন আকাংক্ষাসমূহ কি কি আছিল?


17.  Write about the invalidity of Indira Gandhi's election? 

 ইন্দিৰা গান্ধীৰ নিৰ্বাচনৰ অবৈধতা সম্পর্কে লিখা।


18. What were the reasons which led to the midterm election in 1980.

 1980 চনৰ মধ্যকালীন নির্বাচনৰ কাৰণবােৰ কি কি আছিল? 


19. Explain briefly the policies and programmes of Janata Party. 

 জনতা পাৰ্টীৰনীতি আৰু কাৰ্যসূচীচমুকৈ ব্যাখ্যা কৰা।


 21. How did the emergency of 1975 benefit the Indian democratic setup? 

1975 চনৰ জৰুৰীকালীন অৱস্থাই ভাৰতীয় গণতান্ত্রিক গাথনিটোক কিদৰে লাভৱান্বিত কৰিছিল?


 22. How did the emergency ( 1975-77 ) affect the fundamental rights of the Indian citizen? Give example. 

জৰুৰীকালীন অৱস্থাই ( 1975-1977 ) কিদৰে ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰসমূহ খর্ব কৰিছিল? উদাহৰণ দিয়া।  কৰিছিল?