সানমিহলি প্ৰশ্ন | Class 4 | Social Science | Sankardev School | Question Answer |

সানমিহলি প্ৰশ্ন


১। অসমত প্ৰতি বছৰে বানপানী হোৱাৰ প্ৰধান কাৰণ তিনিটা উল্লেখ কৰা।

উত্তৰঃ অসমত প্ৰতি বছৰে বানপানী হোৱাৰ প্ৰধান কাৰণ তিনিটা হ'ল 

১) 

২। ভূমিকম্পৰ তীব্ৰতা কিহৰ সহায়েৰে জোখা হয়?

উত্তৰঃ ভূমিকম্পৰ তীব্ৰতা চিচম'গ্ৰাফৰ সহায়েৰে জোখা হয়।


৩। অসমত হোৱা দুটা ডাঙৰ ভূমিকম্পৰ সময় উল্লেখ কৰা।

৪। আগ্নেয়গিৰিৰ উদ্গিৰণ বুলিলে কি বুজা? 

৫। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্য়া কিমান?

৬। অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি?

৭। ব্ৰহ্মপুত্ৰৰ তিনিখন উত্তৰ বাহিনী আৰু তিনিখন দক্ষিণ নৈৰ নাম লিখা।

৮। ব্ৰহ্মপুত্ৰ উপত্য়কাত কেইখন জিলা অন্তৰ্ভুক্ত?

৯। বৰাক উপত্য়কাৰ জিলাকেইখনৰ নাম লিখা।

১০। উৰাজাহাজ কোনে আৱিস্কাৰ কৰিছিল?

১১। ডাক টিকট প্ৰথম কেতিয়া ব্য়ৱহাৰ কৰা হৈছিল?

১২। দুখন পষেকীয়া আলোচনীৰ (অসমীয়া) নাম লিখা।

১৩। বানপানী নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে কি কি ব্য়ৱস্থা হাতত লয়?

১৪। বড়ো আৰু মিচিংসকলে পালন কৰা প্ৰধান দুটা উৎসৱৰ নাম লিখা।

১৫। অসমৰ দীৰ্ঘতম ৰে'ল সুৰংগটোৰ নাম কি আৰু ই কোন জিলাত অৱস্থিত?

১৬। ৰাজ্য়িক আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মুৰব্বী দুজনক  কি বোলে?

১৭। ভাৰতৰ দুখন নদীৰ নাম লিখা।

১৮। পনীয়া সোণ বুলিলে কি বুজা? অসমক কিয় পনীয়া সোণৰ ৰাজ্য় বুলি কোৱা হয়?

১৯। টেলিভিছনৰ কেইটামান সুবিধা উল্লেখ কৰা। 

২০। অসমত ধুমুহা কেতিয়া হয়?

২১। ভাৰতৰ প্ৰাকৃতিক ভিভাগৰ সাগৰৰ পাৰৰ উপকূল অঞ্চলত কি কি ৰাজ্য় অন্তৰ্গত?

২২। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত জনবসতি কিয় ঘন?

২৩। পঞ্চায়ত মানে কি?

২৪ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য়কেইখনৰ ভাষা কি কি?

২৫। উদ্য়োগবোৰৰ পৰা আমি লাভ কৰা সুবিধাসমূহ কি কি?

২৬। ৰোপণ খেতি কাক বোলে?

২৭। সাপ আৰু কেঁচুৱে আমাক কেনেদৰে উপকাৰ কৰে?

২৮। উদ্ভিদৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কি কি?

২৯। প্ৰাণী সমাজৰ ভাৰসাম্য় মানে কি?

৩০। গছ-গছনিয়ে প্ৰদূষণ ৰোধ কৰাত কেনেদৰে সহায় কৰে?

৩১। অসমৰ পাঁচখন চাহ বাগিচাৰ নাম লিখা।

৩২। ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে আৰু নিৰ্মীয়মান দলংকেইখন কি কি?

৩৩। পৰ্যটনৰ পৰা পোৱা পাঁচটা সুবিধা উল্লেখ কৰা।

৩৪। বাঘ সংৰক্ষণ প্ৰকল্প কোন অভয়াৰণ্য়ত আছে?

৩৫। ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য়ত কি পোৱা যায়?

৩৬। ভাৰতৰ প্ৰথম তেল শোধানাগাৰ ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিল?

৩৭। অসমৰ চাৰিটা জনজাতীয় ভাষা আৰু চাৰিটা অজনজাতীয় ভাষাৰ নাম লিখা।

৩৮। মণিপুৰৰ দুটা জনগোষ্ঠীৰ নাম লিখা।

৩৯। মেঘালয়ৰ জনগোষ্ঠীৰ নাম লিখা।

৪০। চাহ বাগিচাৰ বনুৱাসকলৰ প্ৰধান উৎসৱ কি? 

৪১। তলত দিয়া অসমীয়া নাৰী সমাজৰ অলংকাৰ কেইবিধ ক'ত পিন্ধে চিনাক্ত কৰা। 

 দুগ্দুগী, থুৰীয়া,  কেৰু, গামখাৰু, গলপতা, বেনা।

৪২। শুদ্ধ উত্তৰ বাছি উলিওৱা一

(ক) এখন ঠাইৰ জলবায়ু নিৰ্ণয় কৰিবলৈ ঠাইখনৰ বতৰৰ অৱস্থা ১বছৰ/ ২ বছৰ/ ৩বছৰ কেইবাবছৰ ধৰি লক্ষ্য় কৰা হয়।

(খ) অসমৰ প্ৰধান শস্য় ধান/ঘেঁহু/ মাহ।

(গ) অসমত বছৰটোৰ অধিক সময়/ কম সময় সূৰ্যৰ পোহৰ প্ৰায় থিয়কৈ পৰে।

(ঘ) ১২২৬/১২২৮/১৫২৪ খ্ৰীষ্টাব্দত অসমত আহোম ৰাজ্য় স্থপন হয়।

(ঙ) ভাৰতবৰ্ষত বৰ্তমান সংবিধান স্বীকৃতি ভাষা ১৮/ ২১/ ২২টা।

 ৪৩। কিয় বিখ্য়াত লিখা一

গুৱাহাটী, শুৱালকুছি, ডিব্ৰুগড়, যোৰহাট, ডিগবৈ, নামৰূপ, তিনিচুকীয়া, ডিফু, শিলচৰ, হাফলং।

৪৪। চমুটোকা লিখা一

সামাজিক বনানিকৰণ, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক, অসমৰ কুটীৰ শিল্প, অসমৰ প্ৰাচীন কীৰ্তিচিহ্ণ।



Type:-Sri Bidyut Thakuria.




Post ID : DABP006494