পাঠঃ―১০

নোৱাৰোঁ 

   👉Text Book PDF
   👉MCQ Answer
   👉MCQ Online Exam


অনুশীলনী ঃ

১। কবিতাটো মুখস্থ কৰা।

উত্তৰঃ

২। নোৱাৰোঁ কবিতাটোৰ ৰচক কোন?

উত্তৰঃ নোৱাৰোঁ কবিতাটোৰ ৰচক মোঃ চোলেইমান খাঁ।


৩। কোনটো কথা বৰ বেয়া?

উত্তৰঃ নোৱাৰোঁ কথাটো বৰ বেয়া।

 

৪। কবিৰ মতে কোনবোৰ মানুহ এলেহুৱা হয়?

উত্তৰঃ কবিৰ মতে নোৱাৰোঁ বুলি কোৱা মানুহ এলেহুৱা হয়।


৫। সহজে কৰিব নোৱাৰা কাম এটা তুমি কেনেকৈ কৰিবা?

উত্তৰঃ সহজে কৰিব নোৱাৰা কাম এটা মই এশবাৰ কৰিম।


৬। বাক্য সাজা ঃ

নোৱাৰোঁ - নোৱাৰোঁ কথাটি বৰ বেয়া কথা। 

কদাপি - নোৱাৰোঁ বুলি আমি কদাপি ক'ব নালাগে।   

বচন - মহাত্মা গান্ধীয়ে বহুতো ভাল বচন কৈছিল। 

এলেহুৱা - নোৱাৰোঁ বুলি কোৱা মানুহ এলেহুৱা হয়।  

দহজনে - দহজনে পাৰা কামটো এদিন তুমিওঁ পাৰিবা।


৭। খালী ঠাই সম্পূৰ্ণ কৰা ঃ

(ক) ভাল নাম পাবলৈ যদি কৰা মন,

                তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন।

(খ) এলেহুৱা যিটো হয়

        নোৱাৰোঁ সিটোৱে কয়।


 

Mampi Kakati

Check: Himashree Bora. ( Date: 22-5-2022)

Post ID : DABP006117

*****