এম-এচ-ৱৰ্ড । অধ্যায় ১২ । Chapter 12 | Class 6 Computer Crose Question And Answer Sankardev School | Class 6 Computer Corse Solution Sankardev School | Class 6 Computer Corse Suggestion Sankardev School | Class 6 Computer Crose Free Question And Answer Assam Sankardev School | ষষ্ঠ মান শ্ৰেণীৰ কম্পিউটাৰ শিক্ষাৰ সহায়িকা । ভাৰতী কম্পিউটাৰ শিক্ষা ষষ্ঠ মান শ্ৰেণীৰ এম-এচ-ৱৰ্ড পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

অধ্যায় ১২


এম-এচ-ৱৰ্ড 

(MS-Word)


অনুশীলনীঃ


১| MS word  কি ?

উত্তৰঃ MS word হৈছে বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু বহুল ব্যৱহাৰ word processing  চফটৱেৰ।


২| MS word ত কম্পিউটাৰ খোলাৰ স্তৰ কেইটা কি কি ?

উত্তৰঃ  MS wordত কম্পিউটাৰ খোলাৰ স্তৰ চাৰিটা সেইকেইটা হ'ল 

Start - All program - Ms-Office - Ms-Word.


৩| MS wordত কি কি কাম কৰিব পৰা যায় ?

উত্তৰঃ MS wordত চিঠি,তথ্য,দৰ্খাস্ত আদি টাইপ কৰিব পাৰি। জন্মদিনৰ কাৰ্ড,  বিয়াৰ কাৰ্ড, শিক্ষক দিৱসৰ কাৰ্ড বনাব পাৰি।


৪| MS word ৰ File ৰ extension  টো কি ?

উত্তৰঃ MS word ৰ File ৰ extension টো doc. 


৫| Document এখন Print তুমি কনেদৰে কৰিবা ?

উত্তৰঃ Document এখন Print কৰিবলৈ হ'লে প্ৰথমে Office buttonত click কৰিব লাগিব। office buttonৰ ভিতৰত থকা print option ত click কৰিব লাগিব। এনে ক্ষেত্ৰত যিখন print window  ওলাব তাত page range ৰ অধীনত page box ত print  কৰিব লগা পৃষ্ঠাৰ নম্বৰ দিব লাগিব। যদি গোটেই file  টো print  কৰিব লগা হয় তেন্তে All ত click  কৰিব লাগিব। যদি কাম কৰি থকা page টো print কৰিব লগা হয়, তেন্তে current page ত click কৰিব লাগিব। ইয়াৰ property  লৈ গৈ paper size ত, পৃষ্ঠাপ আকাৰ A4, Legal  নাইবা সুবিধা অনুসৰি জোখ দিব লাগিব। সকলো option  প্ৰত্রোজন পূৰোৱাৰ পিছত OK button ত click  কৰিলে print কৰিব খোজা পৃষ্ঠাকেইটা print  হৈ ওলাই আহিব।


৬| MS wordত প্ৰথমবাৰৰ বাবে File save কৰাৰ পদ্ধতিটো লিখা |

উত্তৰঃ MS wordত প্ৰথমবাৰৰ বাবে File save কৰাৰ পদ্ধতিটো হ'ল এটা নতুন file  বনোৱাৰ পাছত তাক ভৱিষ্যতে ব্যৱহাৰ কৰিবলৈ save কৰি ৰাখিব লাগে। ইয়াৰ বাবে office button ত click  কৰি save as option ত click  কৰিব লাগে। লগে লগে save as dialog box  খোল খাব আৰু file name box ত file ৰ নাম এটা টাইপ কৰিব লাগে আৰু save button ত click  কৰিলে file টো উপযুক্ত স্থানত save  হৈ থাকিব।


৭| MS word ত আখৰ style সলাবলৈ তুমি কি কৰিবা |

উত্তৰঃ MS word ত আখৰ style সলাবলৈ প্ৰথমে আখৰ সমূহ select কৰি লৈ style button ত click  কৰি প্ৰয়োজনীয় আখৰৰ style   দিলৈ হ'ল।


৮| MS word ৰ document ত ছবি insert কৰিব পাৰিনে ? যদি পাৰি কেনেদৰে কৰিবা ?

উত্তৰঃ MS word ৰ document ত ছবি insert কৰিব পাৰি । insert কৰিব হ'লে প্ৰথমে insert tap ত click  কৰি picture ত গৈ clip art ত click কৰিলে লগে লগে task page ৰ স্থানত insert clip art window ত দেখা পোৱা যাব।


৯| আখৰৰ ৰং কেনেদৰে সলনি কৰিবা ?

উত্তৰঃ আখৰৰ ৰং সলনি কৰিব হ'লে প্ৰথমে আখৰ সমূহ select কৰি লৈ text color button ত click  কৰিলে এখন color pallet  ওলাব। এই colour palette  ৰ যিকোনো এটা ৰং select  কৰিলে select কৰি থোৱা আখৰসমূহ ৰঙীন হৈ পৰিব।


Apurba Kakati





Post ID : DABP005826