পাঠঃ ১৬
অসমৰ উদ্য়োগ আৰু কুটীৰ শিল্প
(১) তলত দিয়া উদ্য়োগসমূহ অসমৰ ক'ত আছে লিখা一
(ক) তেল শোধানাগাৰ থকা ঠাই।
উত্তৰঃ ডিগবৈ, নুমলীগড়, নুনমাটি।
(খ) কয়লা খনিৰ থকা ঠাই।
উত্তৰঃ মাৰ্ঘেৰিটা।
(গ) জুইশলা কাৰখানা থকা ঠাই।
উত্তৰঃ ধুবুৰী।
(ঘ) কাগজ কল থকা ঠাই।
উত্তৰঃ জাগীৰোড।
(ঙ) তাপবিদ্য়ুৎ প্ৰকল্প থকা ঠাই।
উত্তৰঃ নামৰূপ, চন্দ্ৰপুৰ, চালাকাটি।
(২) অসমৰ প্ৰসিদ্ধ কুটীৰ শিল্পসমূহৰ নাম আৰু সেইবোৰ উৎপাদনৰ ঠাইৰ নাম লিখা।
উত্তৰ:-
কুটীৰ
শিল্প |
উতপাদিত
সামগ্ৰী |
ক’ত আছে |
বয়ন |
পাট মুগা |
শুৱালকুছি, ঢকুৱাখানা |
কাঁহ |
কাঁহৰ বাচন-বৰ্তন |
সৰ্থেবাৰী |
পিতল |
পিতলৰ বাচন-বৰ্তন |
হাজো |
মৃত |
মাটিৰ সামগ্ৰী |
আশাৰীকান্দি(ধুবুৰী),
শালমৰা(মাজুলী), তিতাবৰ |
বাঁহ |
বাঁহৰ তৈয়াৰী
সামগ্ৰী |
নলবাৰী |
বেত |
বেতেৰে তৈয়াৰী
সামগ্ৰী |
শিলচৰ, গোলাঘাট |
পাটী |
পাটী |
কৰিমগঞ্জ |
গহনা |
গহনা(অসমীয়া
অলংকাৰ) |
যোৰহাট, নগাঁও,
বৰপেটা |
(৩) তলত উল্লেখ কৰা সমগ্ৰীবোৰ কোনবিধ কুটীৰ শিল্পৰ দ্বাৰা উৎপাদিত লিখা।
গামোচা, গলপতা, থুৰীয়া, চেকেলী, কাঁহী–বাতি, বিচনী, নাও, ঢাৰি, জোনবিৰি, জাকৈ।
উত্তৰঃ কুটীৰ শিল্পৰ দ্বাৰা উৎপাদিত সমগ্ৰীবোৰ হ'ল - গলপতা, থুৰীয়া, কাঁহী-বাতি, বিচনী, ঢাৰি, জোনবিৰি, জাকৈ।
Mampi Kakati
Post ID : DABP006468