উত্তৰ-পূৱ ভাৰতত অসমৰ স্থিতি | অধ্যায় ২৩ | Chapter 23 | Class 12 Geography Solution Assam | Class 12 Geography Question and Answer Assamese Medium | Class 12 Geography Question and Answer | Class 12 Geography Suggestion | HS Second Year Geography | দ্বাদশ শ্ৰেণী মানৱ ভূগোল | Class 12 Geography Free Question and Answer Notes | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ প্ৰশ্ন আৰু উত্তৰ | উত্তৰ-পূৱ ভাৰতত অসমৰ স্থিতি পাঠটো প্ৰশ্ন আৰু উত্তৰ |
উত্তৰ-পূৱ ভাৰতত অসমৰ স্থিতি
(১) উত্তৰ-পূৱ ভাৰত কাক বোলে ?
উত্তৰঃ ভাৰতৰ উত্তৰ-পূৱ কোণত অৱস্থিত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয় ৰাজ্যক লৈ অসমৰ ভৌগোলিক অঞ্চলটোক সাধাৰণতে উত্তৰ-পূৱ ভাৰত বোলে।
(২) উত্তৰ-পূৱ ভাৰতৰ সমগ্ৰ অঞ্চলটোৰ ভৌগলিক আয়তন কিমান ?
উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ সমগ্ৰ অঞ্চলটোৰ ভৌগলিক আয়তন ২৫৫,০৮৩ বৰ্গ কিলোমিটাৰ।
(৩) ভাৰতৰ চাৰিসীমাৰ ভিতৰত ডুৱাৰ্স সমতলখন সাধাৰণতে কিমান কিলোমিটাৰ বহল ?
উত্তৰঃ ভাৰতৰ চাৰিসীমাৰ ভিতৰত ডুৱাৰ্স সমতলখন সাধাৰণতে ১৮-৬০ কিলোমিটাৰ বহল।
(৪) ত্ৰিপুৰা আৰু মণিপুৰ কি অঞ্চল আছিল ?
উত্তৰঃ ত্ৰিপুৰা আৰু মণিপুৰ দুটা কেন্দ্ৰীয়-শাসিত অঞ্চল আছিল।
(৫) উত্তৰ-পূৱ ভাৰতৰ কেন্দ্ৰীয় অৱস্থানৰ উঃ অক্ষাংশ কিমান ?
উত্তৰঃ উত্তৰ পূৱ ভাৰতৰ কেন্দ্ৰীয় অৱস্থানৰ ২৪° ৬'- ২৮° ০ ' উঃ অক্ষাংশ।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Post ID : DABP006422