উত্তৰ-পূৱ ভাৰতত অসমৰ স্থিতি | অধ্যায় ২৩ | Chapter 23 | Class 12 Geography Solution Assam | Class 12 Geography Question and Answer Assamese Medium | Class 12 Geography Question and Answer | Class 12 Geography Suggestion | HS Second Year Geography | দ্বাদশ শ্ৰেণী মানৱ ভূগোল | Class 12 Geography Free Question and Answer Notes | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ প্ৰশ্ন আৰু উত্তৰ | উত্তৰ-পূৱ ভাৰতত অসমৰ স্থিতি পাঠটো প্ৰশ্ন আৰু উত্তৰ | 


উত্তৰ-পূৱ ভাৰতত অসমৰ স্থিতি


(১) উত্তৰ-পূৱ ভাৰত কাক বোলে ?

উত্তৰঃ ভাৰতৰ উত্তৰ-পূৱ কোণত অৱস্থিত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয় ৰাজ্যক লৈ অসমৰ ভৌগোলিক অঞ্চলটোক সাধাৰণতে উত্তৰ-পূৱ ভাৰত বোলে।

(২) উত্তৰ-পূৱ ভাৰতৰ সমগ্ৰ অঞ্চলটোৰ ভৌগলিক আয়তন কিমান ?

উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ সমগ্ৰ অঞ্চলটোৰ ভৌগলিক আয়তন ২৫৫,০৮৩ বৰ্গ কিলোমিটাৰ।

(৩) ভাৰতৰ চাৰিসীমাৰ ভিতৰত ডুৱাৰ্স সমতলখন সাধাৰণতে কিমান কিলোমিটাৰ বহল ?

উত্তৰঃ ভাৰতৰ চাৰিসীমাৰ ভিতৰত ডুৱাৰ্স সমতলখন সাধাৰণতে ১৮-৬০ কিলোমিটাৰ বহল।

(৪) ত্ৰিপুৰা আৰু মণিপুৰ কি অঞ্চল আছিল ? 

উত্তৰঃ ত্ৰিপুৰা আৰু মণিপুৰ দুটা কেন্দ্ৰীয়-শাসিত অঞ্চল আছিল।

(৫) উত্তৰ-পূৱ ভাৰতৰ কেন্দ্ৰীয় অৱস্থানৰ উঃ অক্ষাংশ কিমান ?

উত্তৰঃ উত্তৰ পূৱ ভাৰতৰ কেন্দ্ৰীয় অৱস্থানৰ ২৪° ৬'- ২৮° ০ ' উঃ অক্ষাংশ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Post ID : DABP006422