অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা | অধ্যায় ২৮ |  Chapter 28 | Class 12 Geography Solution Assam |  Class 12 Geography Question and Answer Assamese  Medium |  Class 12 Geography Question Answer | Class 12 Geography Suggestion | Class 12 Geography Free Question and Answer Notes | HS Second Year Geography | দ্বাদশ শ্ৰেণী মানৱ ভূগোল | দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ প্ৰশ্ন আৰু উত্তৰ অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা পাঠটো প্ৰশ্ন আৰু উত্তৰ |

অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা


 (ক) এটা শব্দ / বাক্যত উত্তৰ কঁৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -১ ) 

১। উত্তৰ - পূৱ ভাৰতৰ ৰাজ্যসমূহৰ মুঠ ভৌগােলিক ক্ষেত্রফল কিমান?

উত্তৰঃ- 


 ২। উত্তৰ-পূব ভাৰতৰ চাৰিসীমা স্পর্শ কৰা পৰৰাষ্ট্ৰসমূহৰ নাম লিখা।

উত্তৰঃ-


৩। কাৰ্বি আংলং জিলাত অৱস্থিত ধনশিৰি আৰু কপিলী নদীৰ মাজৰ উচ্চভূমি খণ্ডটো—

(ক) স্তুপ পর্বত 

(খ) দাক্ষিণাত্য মালভূমিৰ খণ্ডবিশেষ 

(গ) ভংগীল পর্বত

(ঘ) নদীৰ অৱক্ষেপ


৪। অসমৰ জলবায়ু আচল অর্থত তলৰ কোনটো লক্ষণৰ হােৱা দেখা যায়? 

(ক) Cwa অথবা Cwg 

(খ) বৃষ্টিপ্রধান মধ্যতাপী

(গ) পার্বত্য নাতিশীতল

(ঘ) ক্রান্তীয় মৌচুমী

উত্তৰঃ 

৫। তলৰ কোনখন ঠাইত বার্ষিক বৃষ্টিপাত আটাইতকৈ কম?

 (ক) ডিব্ৰুগড (খ) লামডিং (গ) শিলচৰ (ঘ) ধুবুৰী 

৬। অসমৰ কোন অৱস্থানত আন্তঃবেদিকা অৱস্থানৰ জালাহভূমি দেখা যায়? 

উত্তৰঃ-


৭। অসমৰ চাৰিসীমাৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উল্লেখযােগ্য উপনৈৰ সংখ্যাঃ

 (ক) ১১০ খন (খ) ৯০ খন (গ) ৫৭ খন (ঘ) ৩৩ খন । 

উত্তৰঃ

৮। তলত উল্লেখ কৰা ব্ৰহ্মপুত্ৰৰ কোনখন উপনৈ হিমালয়ভেদী শ্রেণীভুক্ত নহয়? 

(ক) সােৱণশিৰী (খ) মানাহ (গ) সােণকোষ (ঘ) বুঢ়ীদিহিং


উত্তৰঃ


৯। তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ পােনপটীয়া উপনদীৰ পৰিৱর্তে এখন প্ৰ-উপনদী

(ক) জীয়া-ধনশিৰী (খ) চম্পাৱতী (গ) জাঁজী (ঘ) দৈয়াং

উত্তৰঃ


 ১০। অসমৰ কোনখন জিলাত পুৰুষ অনুপাতে নাৰী জনসংখ্যা (লিংগ তানুপাত ) সর্বোচ্চ?


(ক) লখিমপুৰ  (খ) মৰিগাঁও  (গ) বঙাইগাঁও (ঘ) উত্তৰ কাছাৰ

উত্তৰঃ

১১। যােৰহাট / পৌৰ - কামৰূপ / ধুবুৰী / বৰপেটা জিলাত অসমৰ ভিতৰতে 6 বছৰৰ অনূর্ধ্ব শিশুৰ সর্বনিম্ন অনুপাত পােৱা যায় ( শুদ্ধ বিকল্প বাছি উলিওৱা ) ।

উত্তৰঃ-


১২। তলৰ কোনটো জনগােষ্ঠীয়ে অসমত দ্রাবিড় গােষ্ঠীয় উপাদান সংযােগ কৰিছে?

(ক) মিচিং 

(খ) আহােম

(গ) চাহ - শ্রমিক সম্প্রদায়

(ঘ) বাংলা আৰু হিন্দীভাষী

উত্তৰঃ

 ১৩। অসমত সৰ্বনিন্ন সাক্ষৰতা জিলাজিকলাখন হৈছে যােৰহাট / ডিব্ৰুগড় / ধুবুৰী / কাছাৰ।

উত্তৰঃ

১৪। অসমৰ কোনটো জীৱীকাখণ্ডত পুৰুষতকৈ নাৰীৰ সংখ্যা অধিক?

 (ক) কৃষিখণ্ড (খ) কুটীৰ শিল্প (গ) চৰকাৰী সেৱা খণ্ড (ঘ) বৃহৎ উদ্যোগ 

উত্তৰঃ

১৫। ২০১১ চনৰ জনগণনা অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?

উত্তৰঃ-


১৬। অসমত বৰ্তমান কিমানখন গাঁও আছে?

উত্তৰঃ-

 

১৭। গুৱাহাটীৰ বাহিৰে অসমৰ লক্ষাধিক জনসংখ্যাৰ চহৰসমূহ কি কি?

উত্তৰঃ-


১৮।  অসমৰ ভিতৰত সর্বনিম্ন নগৰীকৰণৰ জিলাখন কি?

উত্তৰঃ-


১৯। অসমত জনগণনা চহৰৰ সংখ্যা কিমান?

উত্তৰঃ-


২০। অসমৰ কিমান শতাংশ লােকে চহৰসমূহত বাস কৰে?

উত্তৰঃ-

 

২১। অসমৰ যিকোনাে এটা কৃষি - আনুষংগিক বৃত্তিৰ নাম লিখা।

উত্তৰঃ-


২২। অসমত বছৰি কিমান মাটিত অন্তৰণ কৃষি কৰা হয়? 

উত্তৰঃ-


২৩। অসমৰ মুঠ কৃষিভূমিৰ কিমান শতাংশত চাহ খেতি কৰা হয়?

উত্তৰঃ-


২৪। অসমৰ আটাইতকৈ অধিক কৃষিভূমি আবৰি থকা শস্য কি?

উত্তৰঃ-


২৫। বাণিজ্যিক পৰিসৰত মাটি কঁঠাল উৎপাদনকাৰী অসমৰ যিকোনাে দুখন জিলাৰ নাম লিখা।

উত্তৰঃ-


 ২৬। অসমৰ যিকোনাে এবিধ অ-পৰম্পৰাগত কুটীৰ শিল্পৰ নাম লিখাঁ। 

উত্তৰঃ- 


২৭। অসমৰ সর্ববৃহৎ তেল শােধনাগাৰটো কোন ঠাইত আছে?

উত্তৰঃ- 


২৮। ভাৰতৰ বাকী অংশৰ লগত অসমৰ পথসংযােগ দিয়া ৰাষ্ট্ৰীয় পথটোৰ নাম কি?

উত্তৰঃ-


২৯। অসমত সৰ্বমুঠ কেইটা ৰাষ্ট্ৰীয় পথ আছে?

উত্তৰঃ-

 

৩০। অসমৰ কোনখন জিলাত মুঠ পথৰ দৈৰ্ঘ আটাইতকৈ বেছি?

উত্তৰঃ- 


৩১। প্রতি ১০০ বর্গকিলােমিটাৰ ক্ষেত্রফলৰ বিপৰীতে অধিক দৈৰ্ঘ্যৰ পথ থকা জিলাখন কি?

 (ক) কাৰ্বি আংলং (খ) কামৰূপ  (গ) ওদালগুৰি  (ঘ) শিৱসাগৰ

 উত্তৰঃ

৩২। ৰাজ্যখনৰ ক্ষেত্রফল অনুপাতে ভাৰতীয় গড় হিচাপতকৈ অসমত ৰেলপথৰ দৈর্ঘ্য

(ক) নিচেই কম

 (খ) ডেৰ গুণতকৈও বেছি 

 (গ) সমান

 (ঘ) সামান্যভাৱে কম

উত্তৰঃ

৩৩। তলৰ কোনটো চহৰযুটিৰ মাজত ৰেলসেৱাৰ মান বাছ সেৱাৰ সমান উন্নত নহয়?

(ক) গুৱাহাটী বঙাইগাঁও (খ) গুৱাহাটী - যােৰহাট (গ ) গুৱাহাটী নগাঁও

(ঘ) যােৰহাট - নগাঁও

উত্তৰঃ

৩৪। অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰঃ-


 ৩৫। পৰিশােধিত পেট্রলজাত দ্রব্য সৰবৰাহকাৰী অসমৰ দীর্ঘতম নলিকাপথটোৱে কোন দুখন স্থান সংযােগ কৰিছে?

উত্তৰঃ- 


(খ) তলৰ প্রশ্নসমূহৰ ৩০ টা শব্দৰ ভিতৰত উত্তৰ লিখা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ ) 

১। দুৱার্স সমতল কি? অসমৰ ভৌগােলিক অৱস্থানৰ লগত ইয়াৰ সম্পর্ক কি?

 উত্তৰঃ-


২। কার্বি মালভূমিৰ পৰা ওলােৱা নদীসমূহৰ সামগ্রিক প্রতিৰূপ দাঙি ধৰা। 

উত্তৰঃ-


৩। অসমত পােৱা গ্ৰাম্য বসতিৰ প্ৰকাৰসমূহৰ এটি চমু পৰিচয় দিয়া। 

উত্তৰঃ-


৪। বৰাক সমতলৰ এটি ভূ-আকৃতিক পৰিচয় দাঙি ধৰা।

উত্তৰঃ-

 

৫। ডিগবৈ শােধনাগাৰৰ বৈশিষ্ট্যসমূহ থােৰতে উপস্থাপন কৰা।

উত্তৰঃ-

 

৬। অসমৰ নগৰীকৰণৰ যিকোনাে এটা আসােৱাহ উপস্থাপন কৰা।

উত্তৰঃ-


৭। অসমত জনগণনা চহৰসমূহৰ লক্ষণ আৰু অৱস্থান এটি আভাস দাঙি ধৰা।

উত্তৰঃ-


 ৮। অসমৰ জলবায়ুৰ ওপৰত বৃষ্টিপাত প্রতিৰূপৰ প্ৰভাৱসমূহ উপস্থাপন কৰা।

উত্তৰঃ-


৯। অসমৰ বিভিন্ন অৱস্থানৰ বিলসমূহৰ শ্ৰেণীবিভাজন কৰা।

উত্তৰঃ-

 

১০। অসমত ব্রহ্মপুত্র নদীখনৰ তিনিটা বৈশিষ্ট্য উপস্থাপন কৰা।

উত্তৰঃ-

 

১১। বৰাক নদীৰ অসমৰ মাজেৰে বৈ যােৱা খণ্ডটোৰ পৰিচয় দাঙি ধৰা।

উত্তৰঃ-


 ১২। উত্তৰ কাছাৰ জিলাৰ জনসমষ্টিত নাৰী জনসংখ্যা কম হােৱাৰ কাৰণ কি? 

উত্তৰঃ-


১৩। অসমত বৌদ্ধধৰ্মাৱলম্বী জনসংখ্যাৰ বিস্তৃতিৰ এটি চমু আভাস দিয়া।

উত্তৰঃ-

 

১৪। অসমত ৰাজ্যিক পৰিসৰত সাক্ষৰতাৰ ৰেহৰূপ থােৰতে উপস্থাপন কৰা।

উত্তৰঃ-


১৫। অসমৰ অৰ্থনীতিত ৰেচম শিল্পৰ গুৰুত্ব থােৰতে দাঙি ধৰা।

উত্তৰঃ-


১৬। নুমলীগড় তেল শােধনাগাৰৰ এটি পৰিচয় দাঙি ধৰা।

উত্তৰঃ-

 

১৭। অসমৰ পৰিবহন ব্যৱস্থা উন্নয়নৰ প্রধান অন্তৰায়সমূহ কি কি?

উত্তৰঃ-


 ১৮। অসমত আভ্যন্তৰীণ জলপথৰ প্ৰচলন ক্রমে সীমিত হৈ অহাৰ কাৰণ কি কি?

উত্তৰঃ-

 

১৯। অসমৰ বিমান পৰিবহন সম্পর্কে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ-

 

২০। অসমৰ পৰিবহন ব্যৱস্থাত নলিকাপথৰ গুৰুত্ব থােৰতে উপস্থাপন কৰা।

উত্তৰঃ- 


( গ ) কমবেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৫)  

১। অসমৰ ভূ-আকৃতিক বিভাগকেইটা কি কি? যিকোনাে এটাৰ ভূ-আকৃতিক লক্ষণসমূহৰ চমু বর্ণনা দিয়া।

উত্তৰঃ-

 

২। ব্রহ্মপুত্র উপত্যকাৰ নদনদীসমূহৰ বৈশিষ্ট্য থােৰতে আলােচনা কৰা।

উত্তৰঃ-

 

৩। অসমত বিভিন্ন ঋতুত হােৱা বৃষ্টিপাতৰ কাৰক, আঞ্চলিক বিস্তৃতি আৰু বায়ুমণ্ডলীয় উত্তাপৰ ওপৰত ইয়াৰ প্ৰভাৱ চমুকৈ আলােচনা কৰা।

উত্তৰঃ-


 ৪। অসমৰ জনসংখ্যাৰ সামাজিক গাঁথনিৰ ওপৰত আলােকপাত কৰা।

উত্তৰঃ-

 

৫। অসমৰ অধিবাসীসকলৰ জীৱিকা অর্থাৎ অর্থোপার্জনৰ প্ৰকাৰ আৰু বিভিন্ন আর্থিক খণ্ডত কর্মজীৱীসকলৰ নিয়ােগ সম্পর্কে এটি থুলমূল আভাস দিয়া।

উত্তৰঃ-


৬। অসমত পৌৰ জনসংখ্যাৰ বিতৰণ সম্পর্কে এটি টোকা যুগুত কৰা।

উত্তৰঃ-


৭। অসমত জনসংখ্যাৰ জিলাভিত্তিক বৃদ্ধিহাৰ আৰু ঘনত্বৰ এটি বিৱৰণ দাঙি ধৰা। 

উত্তৰঃ-


৮। অসমত কৃষিখণ্ডৰ অনগ্ৰসৰতাৰ প্ৰধান কাৰণসমূহ উল্লেখ কৰি যিকোনাে এটা কাৰণ সম্পর্কে সবিশেষ আলােচনা কৰা। 

উত্তৰঃ-


৯। অসমৰ কৃষি ব্যৱস্থাত ধানখেতিৰ একাধিপত্য সম্পর্কে চমু পর্যালােচনা কৰা। 

উত্তৰঃ-


১০। অসম ভাৰতৰ ভিতৰতে চাহ খেতিৰ প্রধান অঞ্চল হৈ উঠাৰ ভৌগােলিক কাৰণসমূহ চমুকৈ আলােচনা কৰা।

উত্তৰঃ-


 ১১। অসমত উৎপাদিত বিভিন্ন শ্রেণীৰ ফলমূলৰ সম্পর্কে এটি ভৌগােলিক বিৱৰণ দিয়া। 

উত্তৰঃ-


১২। অসমত বাঁহ - বেত উদ্যোগৰ বৈশিষ্ট্য আৰু সম্ভাৱনাসমূহ পর্যালােচনা কৰা। 

উত্তৰঃ-


১৩। অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় পথসমূহৰ সংৰেখন আৰু অর্থনৈতিক গুৰুত্বৰ ওপৰত আলােকপাত কৰা।

উত্তৰঃ-

 

১৪। অসমত ৰেল পৰিবহন খণ্ডৰ সমস্যা আৰু সম্ভাৱনাৰ এটি বিৱৰণ দিয়া। 

উত্তৰঃ-


১৫। পৃথিৱীৰ ভিতৰতে নদীবহুল অঞ্চলৰূপে চিহ্নিত অসমত আভ্যন্তৰীণ জল - পৰিবহন সম্প্ৰসাৰণ মুঠেই সহজসাধ্য নহয়। ” উক্তিটোৰ সত্যসাত্য বিচাৰ কৰা।

উত্তৰঃ-


 ১৬ । অসমৰ সামগ্রিক পৰিবহন ব্যৱস্থাটো যথেষ্ট উন্নত নােহােৱাৰ প্রাকৃতিক আৰু অর্থনৈতিক কাৰণবােৰ নির্ণয় কৰা।

উত্তৰঃ-


Type- Nayan Jyoti Bordoloi



Post ID : DABP006438