কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ | Chapter 4 | Class 11 Economics Assam | Class 11 Economics Assamese Medium Quiestion And Answer | HS 1st Year Assamese Medium Economics notes | HS 1st Year Economics Assamese Medium | Higher Secondery Economics Suggestion | HS 1st Year Assamese Medium Economics Question And Answer

১। চমু উত্তৰ দিয়া

( ক ) লৰেন্স জে কেপ্লেনে কেন্দ্রীয় প্রবৃত্তিৰ মাপ সম্পর্কে আগবঢ়োৱা মতটো লিখা ।

( খ ) “ ক্রমবর্ধমান বা ক্রমহ্রাসমান ৰূপত সজোৱা সংখ্যা কেতবােৰৰ মধ্যমূল্য বা দুটা মধ্যমূল্যৰ গাণিতিক মাধ্যকে মাধ্যিকী বুলি ক'ব পাৰি ” —এই মত কোনে আগবঢ়াইছিল ?

( গ ) বহুলক কাক বােলে ?

( ঘ ) লঞ্জে ৰেখা বুলিলে কি বুজা ?

( ঙ ) লঞ্জে ৰেখাৰ সহায়ত কি কি অধ্যয়ন কৰিব পাৰি ?

২। অর্থ লিখা ?

( ক ) মাধ্যকী

( খ ) বহুলক

( গ ) প্ৰসাৰ বা বিস্তাৰ

( ঘ ) লঞ্জে ৰেখা

( ঙ ) গিনি সহগ

৩। গাণিতীয় মাধ্য কি? উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

৪। মানক বিচলনৰ দুটা গুণ আৰু দুটা দোষ লিখা।

৫। এক বহুলক আৰু দ্বি-বহুলকৰ পাৰ্থক্য ব্যাখ্যা কৰা।

৬। পৰিসৰ কি? তলৰ তথ্যৰ পৰা পৰিসৰ নিৰ্ণয় কৰা।

    ৪৬, ৫৭, ২৪, ৬৫, ৮৫, ৬১, ৫৮

৭। অসমূহিত বা অমণ্ডলীকৃত তথ্যৰাশি আৰু সমূহিত বা মণ্ডলীকৃত তথ্যৰাশিৰ মাধ্যিক্য কি দৰে নিৰূপণ কৰা হয়?

৮। তলত কেতবোৰ ওজন (গ্ৰামৰ হিচাপত) দিয়া হৈছে। সংখ্যা কেইটাৰ মাধ্য বিচলন নিৰ্ণয় কৰা।

    ৭০, ৮০, ৭০, ৮০ আৰু ৬০।

৯। তলত দিয়া সংখ্যা কেইটাৰ মানক বিচলন বা বিচ্যুতি নিৰ্ণয় কৰা।

১০। তলত দিয়া ৰাশিকেইটাৰ বহুলক ননৰ্দ্ধাৰণ কৰকা।

    ৩, ৫, ২, ৬, ৫, ৯, ৫, ২, ৮, ৬

১১। তলৰ তথ্যৰ পৰা চতুৰ্থক বিচ্যুত নিৰূপণ কৰা।

ৰোল নং ঃ    ১    ২    ৩    ৪    ৫    ৬    ৭

নম্বৰ ঃ     ২০    ২৮    ৪০    ১২    ৩০    ১৫    ৫০

১২। কেন্দ্ৰীয় প্ৰবৃত্তিৰ জোখবোৰ কি কি? সমান্তৰ মধ্যক কিয় আদৰ্শৰ জোখ হিচাপে বিবেচিত হয়? কেন্দ্ৰীয় প্ৰবৃত্তিৰ জোখবোৰৰ কোনটো আটাইতকৈ প্ৰতিনিধিত্বমূলক?

CBSE Sample question

1. When Wold you consider the median to be a better representative of the data Discuss.

2. Which average is affected most by the presence of extreme items

(a) median

(b) arthmetic mean

(c) mode?

4. Which Measure of disw persion is best and how?

5. What is a lorenz Curve? How is it derived?



7. Name any two positional values.

8. What are the essentials of a good average?

9. What are the demerits of median?

10. Write the formula for the Calculation of median.


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Type: Pallab Jyoti Bora


Post ID : DABP002845