সূচকাংক বা সূচক সংখ্যা | Chapter 6 | Class 11 Economics Assam | Class 11 Economics Assam Quiestion And Answer | HS 1st Year Economics notes | HS 1st Year Economics Assamese Medium | Higher Secondery Economics Suggestion |
১। তলত দিয়া বিবৃতিসমূহ শুদ্ধ নে অশুদ্ধ লিখা?
(ক) সূচকাংকৰ সহায়ত মুদ্রাগত আয়ৰ পৰিৱৰ্তন নির্ণয় কৰিব পাৰি।
(খ) সূচকাংক প্রস্তুত কৰোঁতে যিকোনাে বছৰ ভূমি বছৰ হিচাপে গ্ৰহণ কৰিব পাৰি।
(গ) পাইকাৰী দাম খুচুৰা দামৰ তুলনাত কম হয়।
(ঘ) সূচকাংকত নিবাচিত সামগ্ৰীৰ তুলনামূলক গুৰুত্ব প্রতিফলিত কৰিব নােৱাৰি।
(ঙ) ধাৰাবাহিক সূচকাংকত ভূমি বছৰৰ পৰিৱৰ্তন নহয়।
(চ) সূচকাংকক অর্থনীতিৰ চাপমান যন্ত্র বুলি কোৱা হয়।
২। চমু উত্তৰ দিয়া।
(ক) সূচকাংক কি?
(খ) গড় দাম কিদৰে নিৰ্দ্ধাৰণ কৰা হয়?
(গ) ভাৰিত বা ভাৰসমন্বিত সূচকাংক কি?
(ঘ) সূচকাংকই মজুৰি নীতি নিদ্ধাৰণত কিদৰে সহায় কৰে?
৩। সূচকাংক প্রস্তুতকৰণত কি কি ব্যৱস্থা হাতত ল'ব লাগে ব্যাখ্যা কৰা।
৪। পাইকাৰী সূচকাংক আৰু জীৱন নিবাহ ব্যয় সূচকাংকৰ পার্থক্য ব্যাখ্যা কৰা।
৫। সূচকাংকৰ যিকোনাে চাৰিটা সীমাবদ্ধ তা ব্যাখ্যা কৰা।
৬। সূচকাংকৰ ব্যৱহাৰিক তাৎপর্য ব্যাখ্যা কৰা।
৭। পাইকাৰী দৰ সূচকাংক গঠন-প্রণালীৰ ওপৰত চমুকৈ লিখা।
৮। জীৱন ধাৰণৰ ব্যয়সূচক গঠন কৰিবলৈ আৱশ্যকীয় পাঁচটা পদক্ষেপ উল্লেখ কৰা।
৯। জীৱন ধাৰণৰ ব্যয়সূচকৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।
১০। বন্ধনীৰ ভিতৰৰ পৰা সঠিক শব্দ বাছি লৈ খালী ঠাই পূৰণ কৰাঃ
জীৱনধাৰণৰ ব্যয়সূচক ৰ ওপৰত গঠন কৰা হয়।
(উৎপাদন ব্যয়/পাইকৰী দৰ/উপভোক্তাৰ দৰ)
১১। সূচকাংক এটা অর্থনৈতিক চাপমান যন্ত্র। ব্যাখ্যা কৰা।
১২। দৰ সূচক সংখ্যাক অর্থনৈতিক চাপমান যন্ত্র বােলা হয় কিয়?
১৩। সূচকাংক প্রস্তুতকৰণৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব লাগে? ব্যাখ্যা কৰা।
১৪। ব্যাখ্যা কৰাঃ
( ক ) লাচপেয়ৰৰ সূচকাংক
( খ ) পাশ্চিৰ সূচকাংক
( গ ) চেনচেক্স ( ঘ ) মানৱ উন্নয়ন সূচকাংক
1. Which price index is an indicator of change in the general price level?
2. Why is the Laspeyre's method very widely used?
3. How many stocks go into the making of sensex?
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Post ID : DABP002849
1 Comments