পাঠ-ছয় 
অধ্যৱসায়- সফলতাৰ গুপ্ত কৌশল 


১)ৰাজু কোনেকুৱা স্বভাৱৰ খেতিয়ক আছিল  ?

উত্তৰঃ ৰাজু সোপোৰা স্বভাৱৰ খেতিয়ক আছিল।

২) যেতিয়া  সমুৱে দেখিলে যে খেতিত পানী  একান্ত দৰকাৰ, তেতিয়া তেওঁ কি পৰিকল্পনা কৰিলে ?

উত্তৰঃ-  যেতিয়া  সমুৱে দেছিলে যে খেতিত পানী একান্ত দৰকাৰ, তেতিয়া তেওঁ জনসিঞ্চন প্ৰক্ৰিয়া পৰিকল্পনা কৰিলে।

৩) সমুক ঘৈণীয়েকে ঘৰলৈ খাবৰ কাৰনে মাতিবলৈ আহোঁতে সমুৱে ঘৈনিয়েকক কি কলে ?

উত্তৰঃ- সমুক ঘৈণীয়েকে ঘৰলৈ খাবৰ কাৰণে মাতিবলৈ আহোঁতে সমুৱে ঘৈনিয়েকক ক'লে - " মোৰ এই কাম শেষ নোহোৱা পৰ্যন্ত আৰু আমাৰ পথাৰে পানী নোপোৱালৈকে মই ঘৰলৈ নাযাওঁ ।

৪) সমুৰ কষ্ঠ কৰি কৰা কামৰ কি ফল হ'ল ? 

উত্তৰঃ- সমুৰ কষ্ঠ কৰি কৰা কামৰ ভাল ফল হ'ল।

৫) ৰাজুৱে নিজৰ খেতিৰ পৰা কিয় একো শস্য চপাব নোৱাৰিলে  ?

উত্তৰঃ- পানীৰ অভাৱত ৰাজুৰ খেতিপথাৰৰ শস্য়বোৰ লেৰেলি গ'ল। সেইকাৰণে ৰাজুয়ে নিজৰ খেতিৰ পৰা একো শস্য় চপাব নোৱাৰিলে।

৬) সমুৱে  কেনেকৈ খেতিৰ পৰা ইমান বেছিকৈ গোমধান চপাব  পাৰিলে ? 

উত্তৰঃ- খেতিপথাৰত সময়ত পানী যোগান ধৰাৰ কাৰণে সমুৱে খেতি পৰা ইমান বেছিকৈ গোমধান চপাব পাৰিলে।




Type Arup Koch 

Author By : Rajashree Bora 

Check by - Mukesh Borah



Post ID : DABP006392