অধ্যায় ৭

পেইণ্ট 

(Paint)

    👉Online Exam Click Here
    👉Download Books PDF 
    👉MCQs Answer

অনুশীলনীঃ


১। পেইন্ট খােলাৰ পদ্ধতিটো লিখা । 

উত্তৰঃ পেইণ্ট খোলাৰ পদ্ধতিটো Start - Programme - Accessories - Paint।


২। পেইণ্টৰ Window ত কেইটা অংশ থাকে ? 

উত্তৰঃ পেইণ্টৰ Windowত তিনিটা অংশ থাকে।


৩। পেইণ্টৰ Window খন আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে নিজে চেষ্টা কৰিবা।


৪। কি টুলৰ সহায়ত পেইণ্টত ছবি আঁকা হয় ? 

উত্তৰঃ পেঞ্চিল টুলৰ সহায়ত পেইণ্টৰ ছবি অঁকা হয়।


৫। কি টুলৰ সহায়ত বেকা ৰেখা অঁকা হয় ?

উত্তৰঃ  লাইন টুলৰ সহায়ত বেকা ৰেখা অঁকা হয়।


৬। সত্য আৰু অসত্য লিখা – 


(ক) টেক্স টুল লিখাৰ বাবে ব্যৱহাৰ কৰা হয় । 

উত্তৰঃ  সত্য।


(খ) কার্ভ টুলৰ সহায়ত ৰং কৰা হয় । 

উত্তৰঃ সত্য।


(গ) পিক কালাৰ টুলৰ সহায়ত অঁকা অংশ মচিব পাৰি । 

উত্তৰঃ অসত্য।


(ঘ) লাইন - টুলৰ সহায়ত বেকা ৰেখা আঁকিব পাৰি । 

উত্তৰঃ অসত্য।


(ঙ) ফিল কালাৰ টুলৰ সহায়ত ৰং দিব পাৰি । 

উত্তৰঃ সত্য।



Apurba Kakati 

Check by - Mukesh Borah





Post ID : DABP005822