মাই কম্পিউটাৰ । অধ্যায় ৯ । Chapter 9 | Class 6 Computer Corse Question And Answer Sankardev School | Class 6 Computer Corse Solution Sankardev School | Class 6 Computer Corse Suggestion Sankardev School | Class 6 Computer Corse Free Question And Answer Assam Sankardev School | ষষ্ঠ মান শ্ৰেণীৰ কম্পিউটাৰ শিক্ষাৰ সহায়িকা । ভাৰতী কম্পিউটাৰ শিক্ষা ষষ্ঠ মান শ্ৰেণীৰ মাই কম্পিউটাৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

অধ্যায় ৯


মাই কম্পিউটাৰ 

(My Computer)


অনুশীলনীঃ


১। মাই কম্পিউটাৰ (My Computer) কি ? 

উত্তৰঃ মাই কম্পিউটাৰ (My Computer)  হ'ল এবিধ মুখ্য Folder,য'ত কম্পিউটাৰটোৰ দৰকাৰী তথ্যসমূহ প্ৰণালীবদ্ধভাৱে জমা কৰি থোৱা হয়।


২। কম্পিউটাৰৰ অন্তৰ্গত Drive সমূহৰ বিষয়ে ক’ত দেখিবলৈ পােৱা যায় ?

উত্তৰঃ কম্পিউটাৰৰ অন্তৰ্গত Drive সমূহৰ বিষয়ে মাই কম্পিউটাৰ পৰ্দাখনত দেখিবলৈ পোৱা যায়।


৩। ফোল্ডাৰ (folder) বুলিলে কি বুজা ? 

উত্তৰঃ ফোল্ডাৰ (Folder)  বুলিলে এইটো বুজা যায় ফোল্ডাৰ হ'ল বহুতো ফাইলৰ সমষ্টি ।


৪। সত্য / অসত্য লিখাঃ 


(ক) মাই কম্পিউটাৰ (My Computer) হ'ল এবিধ গ্রাহক সঁজুলি (Input device) ।

উত্তৰঃ সত্য।


(খ) CD এখন মাই কম্পিউটাৰৰ জৰিয়তে চলাব পাৰি । 

উত্তৰঃ সত্য।


(গ) আইকনত (Icon) মাউচেৰে ক্লিক কৰিলে ইয়াৰ অন্তৰ্গত (File) ফাইলসমূহ বা তথ্য সমূহ পােৱা যায় । 

উত্তৰঃ সত্য।


(ঘ) মাই কম্পিউটাৰ হ’ল কম্পিউটাৰৰ মুখ্য Folder । 

উত্তৰঃ সত্য।


Apurba Kakati




Post ID : DABP005823