জনবসতি
অনুশীলনী
👉Download Book PDF
👉Online exam click here
👉MCQs Question and Answer
1.শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-
(i) আলিবাট, নদী আৰু খালৰ দুয়োকাষে গঢ়ি উঠা বসতি কোন আকৃতিৰ?
a) ঘূৰণীয়া বৃত্তাকাৰ, b) ৰৈখিক,
c) ক্ৰচ-আকৃতিৰ, d) বৰ্গক্ষেত্ৰাকৃতিৰ।
উত্তৰঃ
(ii) গ্ৰাম্য জনবসতিৰ তলৰ কোনবিধ বৃত্তি মুখ্যঃ-
a) প্ৰাথমিক, b) দ্বিতীয়ক,
c) তৃতীয়ক, d) চতুৰ্থক।
উত্তৰঃ
(iii) তলৰ কোনটো অঞ্চলত পুৰণি নগৰীয়া সভ্যতাৰ নিদৰ্শন পোৱা যায়?
a) হোৱাং হি উপত্যকাৰ, b) সিন্ধু উপত্যকাৰ,
c) নীল উপত্যকাৰ, d) মেছোপটোমিয়া।
উত্তৰঃ
(iv) ২০০৬ চনত ভাৰতৰ নিযুতীয় মহানগৰৰ সংখ্যা কিমান?
a) ৪০, b) ৪২,
c) ৪১, d) ৪৩.
উত্তৰঃ
(v) উন্নয়নশীল দেশত কোনবিধ সম্পদে সামাজিক আন্তগাঠনি সৃষ্টি কৰিব পাৰে?
a) বৃত্তিয়, b) মানৱ,
c) প্ৰাকৃতিক, d) সামাজিক।
উত্তৰঃ
2. নিম্ন উল্লেখিত প্ৰশ্নবোৰ ৩০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়াঃ-
(i) জনবসতিৰ সুত্ৰ কেনেকৈ দিবা?
(ii) অৱস্থান আৰু অৱস্থিতিৰ পাৰ্থক্য লিখা?
(iii) কি ভিত্তিত জনবসতি শ্ৰেণিবিভাগ কৰা হয়?
উত্তৰঃ আকাৰ আৰু আৰ্হি অনুসৰি বসতিৰ শ্ৰেণীবিভাগ কৰা হয় ।
(iv) মানৱ ভূগোলত জনবসতিৰ অধ্যয়ন কিয় কৰা হয়?
3. ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখাঃ-
(i) গ্ৰাম্য আৰু পৌৰ বসতি কি? প্ৰত্যেকৰেই বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ গ্ৰাম্য বসতিঃ গ্ৰাম্যবসতি ভূমিৰ সৈতে সৈতে নিবিড় ভাৱে জড়িত যেনে - কৃষি,কাঠকটা, মাছমৰা,জীৱজন্তু পালন কৰা আদি গ্ৰাম্য বসতিৰ প্ৰধান জীৱিকা আহিলা। বসতিৰ আকাৰবোৰ সৰু ।
পৌৰবসতিঃ নগৰৰ ক্ষিপ্ৰ বৃদ্ধি এটা বিশেষ মন কৰিবলগীয়া বিষয়।১৮১০ চনত এক নিযুততকৈ অধিক জনসংখ্যা বসবাস কৰা প্ৰথমখন চহৰ লণ্ডন ।
(ii) উন্নয়নশীল দেশত পৌৰবসতিৰ সমস্যা কি?
কাৰ্যকলাপ (Project work / activity)
ক) তুমি নগৰত বাস কৰানে ? যদি নকৰা ইয়াৰ ওচৰে-পাজৰে বাস কৰা নেকি? তোমাৰ কাম-কাজ কোনো প্ৰকাৰে নগৰৰ লগত জৰিত নে?
a) চহৰ খনৰ নাম কি?
b) ইয়াত পোনতে কোতিয়া বসতি স্থাপন হৈছিল?
c) নগৰখনৰ অৱস্থিতি কিয় নিৰ্বাচন কৰা হৈছিল?
d) নগৰখনৰ জনসংখ্যা কিমান?
e) নগৰখনৰ প্ৰকাৰ্য কি?
f) নগৰখনৰ এখন মানচিত্ৰ প্ৰস্তুত কৰি ইয়াৰ বিভিন্ন প্ৰকাৰ্য সম্পাদন স্থানবোৰত চিহ্নিত কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে পাঁচটাকৈ বিষয় অন্তভূক্ত কৰিব আৰু সহকাপাঠীৰ সতে মিলাই আলোচনা কৰিব।
5. নগৰখনৰ প্ৰদূষন ৰোধ কৰিবলৈ তুমি নিজাববায়াকৈ কি কৰিব পাৰা?
(i) জাৱৰ-জোঠৰ পেলোৱা-
(ii) ৰাইজৰ পৰিবহন ব্যৱহাৰ কৰি-
(iii) ঘৰুৱা পানীৰ ব্যৱহাৰ সুপৰিচালনা কৰি-
(iv) চুবুৰীয়া ঠাইত গছপুলি ৰোপন কৰি-
উত্তৰঃ (i)জাৱৰ-জোঠৰ পেলোৱা
Type: Nayan Jyoti Bordoloi
Author- Leena Kakati B.A 1st semester
Post ID : DABP006485