কণ আৰু মন

অনুশীলনী

    👉Text Book PDF
    👉MCQ Online Exam
    👉MCQ Answer

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ


ক) কন আৰু মনৰ মাজত কোন ডাঙৰ, কোন সৰু ?

উত্তৰঃ  কণ ডাঙৰ আৰু মন সৰু আছিল।


খ) কন আৰু মনে কি কি বস্তু ভগাই লৈছিল ?

উত্তৰঃ কণ আৰু মনে ফটা কঁথাখন, গছ-গছনি, ক'লী গৰুজনী আদি বস্তু ভগাই লৈছিল লৈছিল।


গ) মনৰ দুখ-কষ্ট দেখি কোনে তাক বুদ্ধি দিছিল ?

উত্তৰঃ  মনৰ দুখ-কষ্ট দেখি বুঢ়ী-আই সহায় কৰিছিল।


ঘ) কণহঁতৰ গাইজনীৰ ৰং কেনে আছিল ?

উত্তৰঃ কণহঁতৰ গাইজনীৰ ৰং ক'লী আছিল।


[২] চমু উত্তৰ দিয়াঁঃ


ক) কণ আৰু মনে ক'লী গাইজনী কেনেদৰে ভাগ কৰিছিল ?

উত্তৰঃ  কণ আৰু মনে ক'লী গাইজনী আগৰ ফাল টো মনক দিছিল আৰু পিছৰ ফাল টো কণে লৈছিল এনেদৰে ভগাই লৈছিল।


খ) ফটা-কঁথাখন কণে আৰু মনে কেনেদৰে ভগাই লৈছিল ?

উত্তৰঃ ফটা-কঁথাখন কণ আৰু মনে ৰীতি ভাগৰ সময় কণৰ আৰু দিনৰ ভাগৰ সময় মনৰ এনেদৰে ভগাই লৈছিল।


গ) বুঢ়ীৰ বুদ্ধিমতে মনে কি কৰিলে ?

উত্তৰঃ বুঢ়ীৰ বুদ্ধিমতে মতে মনে দিনত ফটা-কঁথা খন টিয়াই থৈ, কণে গছৰ ওপৰত থাকিলে মনে গুৰিটো কাটি থাকে , গৰুজনীৰ যেতিয়া খীৰাবলৈ ধৰে তেতিয়া এচাৰি এডাল লৈ তাইৰ কাণে-মূৰে কোব দিয়ে এনেদৰে কাম কৰিলে।


[৩] সঁচা নে মিছা লিখাঁঃ


ক) কণ হোজা ধৰণৰ আছিল, কিন্তু মন আছিল টেঙৰ স্বভাৱৰ ।

উত্তৰঃ মিছা।


খ) কণে গৰুজনী গাখীৰ খিৰাওঁতে মনে ঘাঁহ-পানী যোগান ধৰি দিছিল ।

উত্তৰঃ মিছা।


গ) কণ আৰু মনে শেষত মিলা-প্ৰীতিৰে থাকিবলৈ ল'লে ।

উত্তৰঃ সঁচা।


ঘ) মনক এগৰাকী যুৱতীয়ে বুদ্ধি দিছিল ।

উত্তৰঃ মিছা।

 


Apurba Kakati (Assam)

Check by - Mukesh Borah 



Post ID : DABP006513