Lesson-2
The Sound of of Music
(II) Bismillah Khan
1.
Emperor(এমপেৰৰ): সম্ৰাট ৰজা
banned (বেনড): নিষিদ্ধ কৰিছিল
musical(মিউজিকেল): সংগীত বিষয়ক
instrument(ইন্সট্ৰুমেন্ট): যন্ত্ৰ
Pungi(পুংগী):পুংগী
royal(ৰয়েল):ৰাজকীয়
residence(ৰিচিডেন্স):আকাম
shrill(শ্ৰিল):তীক্ষ্ন স্বৰ, বিশিষ্ট
unpleasant(আনপ্লিডেন্টে): অপ্ৰিয়, কৰ্কশ
sound(চাউণ্ড): শব্দ
generic(জেনৰিক): জাতিগত
reeded(ৰিডেড): নলজাতীয় গছৰ তৈয়াৰী বাহী, বাদ্যযন্ত্ৰৰ ৰীড
noisemakers(নইজমেকাৰ): স্থলস্থূলকাৰী
barber(বাৰ্বাৰ):নাপিত
Professional(প্ৰফেশ্বনেল): পেচাদাৰী
access (এক্সেস): প্ৰৱেশাধিকাৰ
improve (ইম্প্রোভ): উন্নত কৰা
tonal (টনেল): সুৰ বা স্বৰ জাতীয়
Quality(কোৱালিটি): গুণ
chose(চুজ): বাছনি কৰা
pipe(পাইপ): নলী, নল
natural(নেচাৰেল): স্বাভাৱিক, প্ৰাকৃতিক
hollow (হল):ফোঁপোলা , খালী
stem(ষ্টেম): মিহি, কোমল
broader(ব্ৰডাৰ):বহুল
holes(হ'লচ্):বিন্ধা
closing (ক্লজিং):বন্ধ কৰি
soft(চফট):কোমল, মিহি
melodious(মেল'ডিয়াৰচ্): সুমধুৰ
produced(প্রোডিউসড):উৎপাদিত
instrument(ইনস্ট্রৰুমেন্ট): সা-সঁজুলি
royalty(ৰয়েলটি): ৰাজপৰিয়ালবৰ্গ
impressed(ইমপ্ৰচড): অভিভূত হোৱা
different(ডিফাৰেন্ট):পৃথক
chamber(চেম্বাৰ): কক্ষ
nai(নেই): নাপিত
named(নেমড): নামাকৰণ কৰা হৈছিল
2.
considered(কমচিডাৰ্ড); বিবেচিত হৈছিল
auspicious(অচা্পিচিয়াচ): শুভলক্ষণযুক্ত, আশাদায়ক্ৰ
reason(ৰিজন): কাৰণ
still(ষ্টীল): এতিয়াও
indispensable(ইনডিচপেন্সবল): অপৰিহাৰ্য
component(কম্পনেন্ট): উপাদান, অংগ
north Indian (নৰ্থ ইণ্ডিয়ান) : উত্তৰ ভাৰতীয়
wedding(ওৱেডিং): বিবাহ
part(পাৰ্ট):অংশ
naubat(ন'বাট): নটা বাদ্যযন্ত্ৰ সমাহাৰ
traditional(ট্ৰেডিশ্বনেল): পৰম্পৰাগতৰ
ensemble(অনচেম্বল):সামগ্ৰিভাৱে দেখা
royal courts(ৰয়েল কৰ্ট): ৰাজসভা
recently(ৰিচেন্টলি):সম্প্ৰতি, বৰ্তমান
credit(ক্ৰেডিট):সন্মান, খ্যাতি
bringing(ব্রিনজিং):অনা হৈছে
classical(ক্লাচিকেল):শাস্ত্ৰীয়
stage(ষ্টজ): পৰ্যায়
ustad(উস্তাদ):উস্তাদ
3.
Played(প্লেড): খেলিছিল
gillidanda(গিলিডাণ্ডা): এবিধ খেল
pond(পণ্ড): পুখুৰী
ancient(এনিচিয়েন্ট): পুৰণি
estate(ইষ্টেট):ৰাজ্য
regularly(ৰেগুলাৰলি): নিয়মিতভাৱে
nearby(নিয়াৰবাই): ওচৰত
sing(চিং):গোৱা
earn(আৰ্ন): লাভ কৰা, উপাৰ্জন কৰা
weighing(ওৱেইং): ভৰ, ওজন
prize(প্ৰাইজ): পুৰস্কাৰ
happened(হেপন্ড):ঘটিল
travelled(ট্ৰেভেলড্): ভ্ৰমণ কৰিছিল
highest(হায়েষ্ট):সৰ্বোচ্চ
civilion(চিভিলিয়ান): সভ্যতা
Baharat Ratna(ভাৰত ৰত্ন): ভাৰত ৰত্ন
4.
Born(বৰ্ণ):জন্মগ্ৰহণ কৰা, জন্মা
well-known(ওৱেল-নোল): সুপৰিচিত
Nawaz(নাওয়াজ):নৱাজ
court(কৰ্ট): ৰাজসভা
Paigambar(পাইগাম্বৰ):পাইগাম্বৰ
Paternal(পেটাৰ্নেল): দেউতাকৰ সম্পৰ্কীয়, পৈতৃক
ancestor(এনচেষ্টৰ): পূৰ্বপুৰুষ
great(গ্ৰেট): মহান
shehnai player(চেহনাই প্লেয়াৰ): চেইনাই বাদক
5.
young(ইয়ং):ডেকা
maternal Uncle) (মেটানেল আংকল): মোমায়েক
fascinated(ফেচিনেটেড): আকৰ্ষিত হৈছিল
watching(ওৱাচিং): লক্ষ্য কৰি
Practise(প্ৰকটিচ্): অনুশীলন
accompany(একমপেৰ্নি): সহয়োগ কৰা
employed(এমপ্লইড): নিয়োজিত
play(প্লে):বজোৱা
sit(চিট):বহা
captivate(কেপটি্ভেট): বশীভূত কৰা
onend(অনএণ্ড):বহু সময়
slowly(শ্লোলি): লাহে লাহে
started(স্টার্টেড): আৰম্ভ হল
getting(গেটিং): প্ৰাপ্ত কৰা হৈছে
lesson(লেচনচ্): পাঠ
practising(প্রাক্টিসিং): অনুশীলন কৰা
throughout(থ্ৰুআউট): গোটেই
banks(বেংকচ্):তীৰ, পাৰ
apprentice(এপ্ৰেন্টিচ): শিকাৰু, শিক্ষানীতি
favourite(ফ্ৰেভাৰিট):প্ৰিয়
haunts(হন্টচ্): সগনে অহা-যোৱা কৰা
solitude(চলিটিউড):একান্ত, অকলে
flowing water(ফ্লোইং ওৱাটাৰ): বোৱতী পানী
inspired(ইন্সপায়াৰ্ড): অনুপাণিত কৰা
invent(ইনভেন্ট): আৱিষ্কাৰ কৰিছিল
raagas(ৰাগাজ): ৰাগ
earlier(আৰ্লিয়াৰ): পূৰ্বতে
considered(কন্সিডাৰ্ড): গণ্য কৰা হৈছিল, বিবোচিত হৈছিল
beyond(বিয়ন্ড): তাৰ বাহিৰত
range(ৰেঞ্জ): পৰিসৰ, পৰিধি
6.
accompanied(একোম্পানীয়েড): লগত
conference(কনফাৰেন্স):সন্মিলন
recital (ৰিচাইটেল): সংগীতানুষ্ঠান, আবৃতি
patted(পেটেড): থপৰিৰ্যাই দিয়া
backবেক): পিঠি
often-heard(অফেল-হাৰ্ড): প্ৰায় শুনা
radio(ৰেডিঅ): অনাতাঁৰ
7.
gained(গেইনড): লাভ কৰিছিল
independence(ইন্ডিপেনডেন্স): স্বাধীনতা
first Indian(ফাৰ্ষ্ট ইন্ডিয়ান): প্ৰথম ভাৰতীয়
greet(গ্ৰিট): অভিবাদন
nation(নেশ্বন):দেশ
pourd(প'ৰড): ঢালি দিয়া
heart(হাৰ্ট): অন্তৰ, হৃদয়
Red fort(ৰেড ফৰ্ট): লালকিল্লা
audience(অডিয়েন্স): দৰ্শক
included(ইনক্লুডেড): সন্নিবিষ্টহৈ থকা
later(লেটাৰ): পাছলৈ
famous(ফেমাউচ):বিখ্যাত, প্ৰসিদ্ধ
Destiny (ডেষ্টিনি): ভাগ্য
Speech(স্পিট্): ভাষণ, বক্তৃতা
8.
memorable(মেংমৰেবল): স্মৰণীয়
Performance(পাৰ্ফনেন্স): অভিনয়, কৃতিত্ব
Abroad - এবৰোড - বিদেশ
Trip - ট্ৰিপ - যাত্ৰা
maestro - মেষ্ট্ৰ - সংগীতজ্ঞ
Gifted - গিফটেড - উপহাৰ দিছিল।
Priceless - প্ৰাইচলেজ - মূল্যৱান
Carpet - কাৰ্পেট - দলিচা
Souvenirs - চভনিৰচ - স্মৃতিচিহ্ন
Fascinated - ফেচিনিটেড - আকৰ্ষিতচ হোৱা, মোহিত হোৱা।
Director - ডিৰেক্টৰ - নিৰ্দেশক
Impressed - ইম্প্ৰেচড - অভিভূত হোৱা
Festival - ফেষ্টেভেল - উৎসৱ
named - নেমড - নামাকৰণ কৰা
Compositions - কম্পজিশ্বেন - ৰচনা
Turned out - ৰ্টানড আউট - পৰিণত হোৱা
Nationwide - নেশ্বনওৱাইড - দেশব্যাপী
Chatbuster - চাৰ্টবাস্তাৰ - নামজ্বলা, প্ৰসিদ্ধ
Huge - হিউজ - বৃহৎ
Success - চাকচেচ - সাফল্য
Celluloid - চেলুলইড - পুৰণিকলীয়া চলচ্চিত্ৰ পদ্ধতি
Venture - ভেন্সাৰ - সাহসিক কাম
Limited - লিমিটেড - সীমাবদ্ধ
Artificiality - আটিফিচিয়েলিটি - কৃত্ৰিমতা
Glamour - গ্লেমাৰ - চমক
emphasis - এমফেচিচ - বল প্ৰয়োগ কৰি, জোৰ প্ৰদান কৰি
9.
Awards - এৱাৰ্ডচ - পুৰস্কাৰ, সন্মান
recognition - ৰেকগনিশ্বন - খ্যাতি
thick - থিক - প্ৰচুৰ, ঘন
fast - ফাষ্ট - বেগেৰে
invited - ইনভাইটেড - নিমন্ত্ৰিত হোৱা
Perform - পাৰফৰ্ম - অনুস্থিত কৰা
Prestigious - প্ৰেষ্টিডিয়োচ - সন্মজনক, প্ৰতিস্থিত
Lincoln - লিনকন
Centre - চেনট্ৰ - কেন্দ্ৰ
tookpart - টুকপাৰ্ট - অংশ গ্ৰহণ কৰিছিল
Exposition - এক্সপজিশ্বন - প্ৰদৰ্শনী
trade fair - ট্ৰেড ফেয়াৰ - বাণিজ্য মেল
Internationally - ইণ্টাৰনেশ্বনেলি - আন্তৰাষ্ট্ৰীয়ভাৱে
auditorium - আডিট'ৰিয়াম - প্ৰক্ষাগৃহ
10.
National awards - নেশ্বনেল এৱাৰ্ডচ - ৰাষ্ট্ৰীয় সন্মান
Conferred - কনফাৰ্ড - প্ৰদান কৰা হৈছিল।
11.
Awarded - এৱাৰ্ডেড - সন্মনিত কৰা হৈছিল
Highest - হায়েষ্ট - সৰ্বোচ্চ
Coveted - কভেট - অতিকৈ আকাংখিত, লোচী
Resting - ৰেচটিং - জিৰণি লোৱা
Chest - চেষ্ট - বুকু
Glinting - গ্লিণ্টিং - চমকি উঠা
Rare - ৰেয়াৰ - দূৰ্লভ
Richest - ৰিচেষ্ট - আপুৰুগীয়া, বহুমূল্যৱান
Tradition - ট্ৰেডিশ্বন - পৰম্পৰা
Even - ইভেন - আনকি
West - ওৱেষ্ট - পশ্চিম
Learn - লাৰ্ন - শিকা
12.
In spite of - ইন স্পাইট অফ - সত্ত্বেও
Travelled - টেভেল্ড - যাত্ৰা কৰিছিল
foncliy - ফনক্লি
exceedingly - একচিডিংলি - অত্যাধিক
Found of - ফাউণ্ড অফ - পোৱা গৈছে
Wonderful - ওৱাণ্ডাৰফুল - অদ্ভুত, সুন্দৰ, ধুনীয়া
Towns - টাউনচ - নগৰ
wanted - ওৱাণ্টেড - বিচাৰিছিল
head - হেড - মূৰব্বী
Promised - প্ৰতিজ্ঞা কৰিছিল
Recreate - ৰিক্ৰিয়েট - পুনৰ নিৰ্মাণ
atmosphere - এটমচফিয়েৰ - বাতাবৰণ
replicating - ৰিপ্লিকেটিং - নকল কৰি, অনুৰূপ কৰি
Transport - ট্ৰেন্সপৰ্ট - পৰিবহন
Leter - লেটাৰ - পিছত
Remembered - ৰিমেম্বাৰ্ড - মনত পেলোৱা
Whenever - হোৱেনএভাৰ - যেতিয়া
Yearning - ইয়ানিং - ইচ্ছা কৰা, উৎসুক হোৱা
See - চি - দেখা
Holy - হলি - পবিত্ৰ
Miss - মিচ - হেৰুওৱা
Unique - ইউনিক - অনুপম, একমাত্ৰ
Mattha - মথ - মাখন
13.
Perfect - পাৰ্ফেক্ট - উৎকৃষ্ট
Example - একজাম্পল - উদাহৰণ
rich - ৰিচ - সমৃদ্ধ শালী
Cultural - কালচাৰেল - সাংস্কৃতিক Heritage - হেৰিটেজ - উত্তৰাধিকাৰী, সূত্তে লাভ কৰা
effortless - এফটলেচালি - সহজে, বিনা প্ৰৰিশ্ৰমে
Accept - এচেপ্ট - গ্ৰহণ কৰিছিল
devout - ডিভেট - ধৰ্মনিষ্ঠ, ভক্তিমান
Naturally - নেচাৰেলি - স্বাভিৱিকতে, সাধাৰণতে ।
Post ID : DABP006109
13 Comments