আনন্দ চন্দ্ৰ আগৰৱালা


আনন্দচন্দ্ৰ আগৰৱালা

নামঃ আনন্দচন্দ্ৰ আগৰৱালা

✱ জন্মঃ- ১৮৭৪ চনৰ ৫ ছেপ্টেম্বৰ

✱ ঠাইঃ- তেজপুৰৰ কলংপুৰ মৌজাবৰঙাবাৰীত।

✱ পিতৃঃ- কাশীৰাম আগৰৱালা

✱ মাতৃঃ-  ৰাধিকা আগৰৱালা

✱ ৰচনাঃ- 'কোমল পাঠ' 'শিশু পাঠ' আৰু জিলিকনি''জোনাকী' কাকতত আদি।

✱ ভাষাঃ- অসমীয়া 

✱ উপাধিঃ'ভাঙৰ কোঁৱৰ'

✱ মৃত্যুঃ-  ১৯৩৯ চনত 

✱ ঠাইঃ- তেজপুৰত



 সূচীপত্ৰ

১। চমু পৰিচয়

২। জন্ম

৩। শিক্ষা

৪। কৰ্ম জীৱন

৫। ব্যক্তিগত জীৱন

৬। মৃত্যু

৭। গ্ৰন্থ সমূহ

৮। সন্মান

৯। তথ্য সংগহ




চমু পৰিচয়

আনন্দ চন্দ্ৰ আগৰৱালা জন্ম হয় ১৮৭৪ চনৰ ৫ ছেপ্টেম্বৰ তেজপুৰৰ কলংপুৰ মৌজাৰ বৰঙাবাৰীত নামৰ ঠাইত। তেখেতৰ পিতৃ নাম কাশীৰাম আগৰৱালা মাতৃ নাম ৰাধিকা আগৰৱালা। 


শিক্ষা-

আনন্দ চন্দ্ৰ আগৰৱালা বৰঙাবাৰীত পাঠশালা বিদ্য়ালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে। তাৰ পাছত তেজপুৰৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পাছ কৰি কলিকতাৰ মেট্ৰোপলিটান ইন্সটিটিউচনত নাম লগায় যদিও পঢ়-শুনা শেষ নকৰিলে। 

◼পিছত আনন্দ চন্দ্ৰ আগৰৱালা আৰক্ষী অধীক্ষৰ হয়গৈ।


কৰ্ম জীৱন

তেখেতে শিৱসাগৰৰ জিলা বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে তেখেতে চাকৰি পাৰিছিল। পিচলৈ তেখেতে শিলচৰ আৰক্ষী প্ৰশীক্ষণ কেন্দ্ৰৰ অধ্যক্ষ। ডিব্ৰুগড় জিলা সহ আৰক্ষী অধীক্ষক হৈ গৈ। তেখেতে ছাব-ইন্সপেক্টৰ আৰক্ষী অধ্যক্ষ পৰা  ১৯৩০ চনত অৱসৰ গ্ৰহণ কৰে।  তেখেত মঙ্গলদৈ ১৯৩৪ চনত অধিবেশনত তেখেতে সভাপতি হয়।


ৰচনাসমূহ

আনন্দ চন্দ্ৰ আগৰৱালা এগৰাকী প্ৰবন্ধকাৰ, কবি আৰু প্ৰত্নতত্ত্ববিদ আছিল। তেখেতৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত 'কোমল পাঠ' 'শিশু পাঠ' আৰু জিলিকনি' আদি। প্ৰথম দুখন শিশু পাঠ শেষখন কবিতাৰ সংগ্ৰহ। আনন্দ চন্দ্ৰ আগৰৱালা সেই সময়ত 'জোনাকী' কাকতত সাহিত্য জগতত প্ৰৱেশ কৰে। তেখেতে ইংৰাজী কবিতা 'ভাঙনি' কৰি 'ভাঙৰ কোঁৱৰ' উপাধি লৈছিল। 


☐ আনন্দ চন্দ্ৰ আগৰৱালা ১৯৩৯ চনত তেজপুৰত মৃত্যু ঘটে।

Nayan Jyoti Bordoloi 

(Morigaon )

আনন্দ চন্দ্ৰ আগৰৱালাৰ প্ৰশ্ন উত্তৰ