প্ৰদীপ শৰ্মাৰ গীত 


আকাশৰ নীলাই পৃথিৱীৰ সাবটে

আকাশৰ নীলাই পৃথিৱীৰ সাবটে

  জোনাকে সাবটে সাগৰ

ফুলে ফুলে আজি সাবটা-সাবটি

   দিয়া পৰশ মৰমৰ।

উৰি উৰি ফুৰে মতলীয়া হৈ

কুসুমৰে পাহি পৰশ বাগৰি

   চঞ্চল অযুত মৰমৰ

   দিযা পৰশ অধৰৰ।।

পৃথিৱীয়ে আজি অপৰূপা সাজে

নিবিড় অমিয়া ফুলে পাতে ধৰেট

  মহা মিলন মিলনৰ

  প্ৰীতি মধুৰ লগনত।।




Post ID : DABP006685