f প্ৰদীপ শৰ্মাৰ গীত ~ Daily Assam

প্ৰদীপ শৰ্মাৰ গীত

প্ৰদীপ শৰ্মাৰ গীত 


আকাশৰ নীলাই পৃথিৱীৰ সাবটে

আকাশৰ নীলাই পৃথিৱীৰ সাবটে

  জোনাকে সাবটে সাগৰ

ফুলে ফুলে আজি সাবটা-সাবটি

   দিয়া পৰশ মৰমৰ।

উৰি উৰি ফুৰে মতলীয়া হৈ

কুসুমৰে পাহি পৰশ বাগৰি

   চঞ্চল অযুত মৰমৰ

   দিযা পৰশ অধৰৰ।।

পৃথিৱীয়ে আজি অপৰূপা সাজে

নিবিড় অমিয়া ফুলে পাতে ধৰেট

  মহা মিলন মিলনৰ

  প্ৰীতি মধুৰ লগনত।।

0 comments:

Post a Comment

Write your Comment