অ' নবৌ | জুবিনৰ অসমীয়া গান অ' নবৌ | অ' নবৌ জুবিন গান | Zubeen Grag Song A nabau

 

অ' নবৌ 




অ নবৌ অ

মোলৈ এজনী ছোৱালী চালিনে নাই 

কঁকাল খামুচিয়া 

লিহিৰিপতীয়া 

বগীকৈ ধুনীয়া চাই 

অ নবৌ মোলৈ বাৰু তই 

এজনী ছোৱালী চালিনে নাই ।।


পঢ়িলো-শুনিলোঁ 

চাকৰি নাপালো 

            এটিয়া কি কৰো ক ?

গাঁৱত পৰি আছে 

মাটি তিনিপুৰা

            খেতিতে ধৰো নে ক?।।

নাঙলৰ মুথিতে  

কিমান শকতি 

            আজি বুজি পালো মই 

খেতিত ধৰিলেও 

কঠিয়া ৰুবলৈ 

            ঘৰতনো কোন আছে ক ।

লগৰে লৰাবোৰ 

বাপেকী হৈ গল 

            তই দেখিছনে নাই  

গাঁৱৰে জীৱৰী বোৱাৰী হৈ গল 

            খবৰ ৰাখিছনে নাই ?

কুঁজাই আনে কুঁজী, 

কণাই আনে কাণি 

        মোলৈ জানো কোনো নাই

গাঁৱৰে এজনী গোটাই তই নিদিলি 

        মৰিলেও কান্দোতা নাই । ।

অ নবৌ অ................