নলিনী বালা দেৱী
Nalini Bala Devi

(১৮৯৮-১৯৭৭)

চমু পৰিচয়ঃ-

    নলিনী বালা দেৱী জন্ম হৈছিল ১৮৯৭ চনৰ বৰপেটা জিলাত। তেখেতৰ পিতৃ নাম নবীনচন্দ্ৰ বৰদলৈৰ আৰু মাতৃ নাম হেমন্ত কুমাৰী।

শিক্ষাঃ- 
    তেতিয়া দিনত ছোৱালীবোৰক পঢ়া প্ৰতি গুৰুত্ব পোৱা নাছিল। নলিনী বালা দেৱীয়ে তেওঁ গৃহতে পঢ়া-শুনা কৰিছিল। ঘৰতে তেওঁ ছবি অঁকা, সাহিত্য, সংস্কৃত, গীত এইবোৰ শিক্ষা নলিনী বালা দেৱীয়ে  ঘৰতে গ্ৰহণ কৰিছিল।  


বিবাহঃ-
    ১৯০৯ চনত তেখেতে জীৱেশ্বৰ চাংকাকতিৰ লগত বিবাহত বহিছিল ১৯১৭ চনত অকালতে স্বামীক হেৰুৱাই নলিনী বালা দেৱীয়ে তেওঁ পিতৃ আৰু মাতৃ ঘৰলৈ আহিছিল। 

কবিতাৰ পুথিসমূহঃ-
    অসমৰ কবিসকলৰ ভিতৰত নলিনী বালা দেৱীয়ে এগৰাকী প্ৰতিষ্ঠিত কবি। 'সন্ধিয়াৰ সুৰ', 'সপোনৰ সুৰ', 'পৰশমণি', আদি তেখেতৰ উল্লেখযোগ্য কবিতাৰ পুথি। 'মীৰাবাঈ', 'শেষ পূজা', 'পাৰিজাতৰ অভিষেক' আদি শিশু নাটিকাৰ লগতে তেখেতে আত্মজীৱনী আৰু পিতৃ জীৱনীও লিখি থৈ গৈছে। 

    'পদ্মশ্ৰী' সন্মান লাভ কৰা কবি নলিনী বালা দেৱী ১৯৭৭ চনত মৃত্যু হয়।


Nayan Jyoti Bordoloi