ৰোগ নিৰাময়ৰ চাবি-কাঠী | ৰোগ নিৰাময়ৰ চাবি-কাঠী কিতাপখনৰ তথ্য সমূহ |
ৰোগ নিৰাময়ৰ চাবি-কাঠী
ৰোগ নিৰাময়ৰ চাবি-কাঠী
ৰোগ নিৰাময়ৰ চাবি-কাঠী
ডাঃ ৰফিক আলী
আৰ. জি. পাব্লিসেশ্বনাছ্
পাণবজাৰ, গুৱাহাটী-১
প্ৰকাশকঃ
আৰ. জি. পাব্লিকেশ্বনছ
যশোৱন্ত ৰোড, মাৰ্কেট ক'ম্ফৰ্ট
পাণবজাৰ, গুৱাহাটী-৭৮১০০১
© প্ৰকাশক
প্ৰথম প্ৰকাশঃ নৱেম্বৰ, ২০১৮
মূল্যঃ ৪০.০০ টকা
মুদ্ৰকঃ
শৰাইঘাট ফটো টাইপছ্ প্ৰাইভেট লিমিটেড
উদ্যোগ পাম, বামুণীমৈদাম
গুৱাহাটী-৭৮১০২১
সূচীপত্ৰ
অজীৰ্ণতা
অতিসাৰ বা পেটচলা বা উদৰাময়
গ্ৰহণী
মেদবহুলতা
উচ্চ ৰক্তচাপ
নিম্ন ৰক্তচাপ
হৃদৰোগ
পানীলগা বা চৰ্দি
জ্বৰ
মেলেৰিয়া জ্বৰ
শ্বাসনলীৰ প্ৰদাহ
কাহ
হাঁপানি
যক্ষ্মা
বসন্ত
মধুমেহা বা বহুমূত্ৰ
ৰক্তহীনতা
পেট কামোৰণি
খৰ-খজুৱতি
আজিনাই, মাংস বৃদ্ধি
হিকটি
ফোঁহোৰা
এলাৰ্জি বা শীত পিত্ত বা আমবাত
ছালৰ ৰোগ ৰুক্ষতা
শিশুৰ মাত নোলালে
শালমইনা
ঘামচি
গাৰ ছাল শোটোৰা পৰিলে
গলগণ্ড বা ঘেগ
ওকণি
শৰীৰৰ কোনো অংগ ফুলিলে
জণ্ডিছ বা কামলা
পিত্তশিলা আৰু পিত্তশূল
কৌষ্ঠকাঠিন্য
অৰ্শ
মূত্ৰকৃচ্ছ্ৰ
মূত্ৰপাথৰী বা বৃক্ক-শূল
ৰক্ত প্ৰস্ৰৱ
স্বপ্নদোষ বা শুক্ৰমেহ
ধাতুদৌৰ্বল্য
ঋতু-শূল
ওঁঠ ফাটিলে
শ্বেতপ্ৰদৰ বা বগা স্ৰাৱ
স্তনৰ ৰোগ
গৰ্ভধাৰণত অক্ষম
সঠিক সময়ত ঋতুমতী নহ'লে
শাৰীৰিক পুষ্টি সাধনৰ বাবে
উন্মাদ আৰু কামোন্মাদ
কৃমি
চকু নামিলে
দাঁতৰ ৰোগ
চুলি আৰু নখৰ ৰোগ
শ্বেতী বা বগা দাগ
ৰক্তপিত্ত বা ৰক্তস্ৰাৱ
যৌৱন ধৰি ৰাখিবলৈ,
শৰীৰৰ লাৱণ্য বঢ়াবলৈ
বাত বিষ
অনিদ্ৰা
শিশুৱে বিছনাত প্ৰস্ৰাৱ কৰিলে
স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ
শুক্ৰ তাৰল্য