সীতাক বিচাৰি । অধ্যায় ১৩  । Chapter 13 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School |  চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ১৩


সীতাক বিচাৰি


(১) লক্ষ্মণ খঙৰে সুগ্ৰীৱৰ কাষলৈ কিয় হৈছিল ?

(ছাত্ৰ-ছাত্ৰী সকল এই প্ৰশ্ন টো ভূল হৈ আচে হৈছিল নহয় গৈছিল হে হব লাগে )

উত্তৰঃ লক্ষ্মণ খঙৰে সুগ্ৰীৱৰ কাষলৈ গৈছিল কাৰণ সীতাক বিচৰাত একো সহায় নকৰা বাবে খঙৰে লক্ষ্মণ সুগ্ৰীৱৰ ওচৰলৈ গৈছিল।


(২) জটায়ুৱে কি কৈছিল ?

উত্তৰঃ জটায়ুৱে সীকাক দক্ষিণ ফালে পোৱা সমভাৱনা বেছি আছিল বুলি কৈছিল।


(৩) ৰামে নিজৰ আঙঠি হনুমানক কিয় দিছিল ?

উত্তৰঃ ৰামে নিজৰ আঙঠি হনুমানক দিলে কাৰণ সীতাক ক'বলৈ বাতিৰও পঠিয়ালে। 


(৪) খালী ঠাই পূৰ কৰা-

(ক) সুগ্ৰীৱৰ বিশেষ পৰামৰ্শদাতা হনুমান আছিল।

(খ) কিষ্কিন্ধ্যা ৰাজ্যত ঋক্ষ আৰু বান্দৰ জাতিয়ে বাস কৰিছিল।

(গ) বালীৰ পুত্ৰৰ নাম অঙ্গদ আছিল।

(ঘ) ভালুকবোৰৰ দলপতি জাম্বৱন্ত ক আছিল।


Apurba Kakati