Chapter 13

সীতাক বিচাৰি


১। কিষ্কিন্ধ্যা ৰাজ্য ভাল কৰাত কোন প্ৰসন্ন হৈছিল ?

(ক) সুগ্ৰীৱ

(খ) হনুমান

(গ) ৰাম

উত্তৰ- (ক) সুগ্ৰীৱ ।


২। লক্ষ্মণৰ খং দেখি কোনে ভয় খালে ?

(ক) সুগ্ৰীৱে

(খ) হনুমানে

(গ) সকলো বান্দৰে

উত্তৰ- (গ) সকলো বান্দৰে ।


৩। কোনে লক্ষ্মণক ক্ষমা-প্ৰাৰ্থনা কৰিলে ?

(ক) হনুমানে

(খ) সুগ্ৰীৱ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) হনুমানে ।


৪। সীতাক পোৱা সম্ভাৱনা কোন দিশ ফালে বেছি আছিল ?

(ক) পূৱফালে

(খ) দক্ষিণফালে

(গ) উত্তৰফালে

উত্তৰ- (খ) দক্ষিণফালে ।


৫। জটায়ুৱে কি কৈছিল ?

(ক) ৰাৱণৰ লঙ্কা উত্তৰফালে আছে

(খ) ৰাৱণৰ লঙ্কা পূৱফালে আছে

(গ) ৰাৱণৰ লঙ্কা দক্ষিণফালে আছে

উত্তৰ- (গ) ৰাৱণৰ লঙ্কা দক্ষিণফালে আছে ।


৬। ৰাৱণ থকা ৰাজ্যখনৰ নাম কি ?

(ক) লঙ্কাৰ

(খ) কিষ্কিন্ধ্যা

(গ) অযোধ্যা

উত্তৰ- (ক) লঙ্কাৰ ।


৭। দক্ষিণফালে যোৱা দলটো মুৰব্বীজনৰ নাম কি ?

(ক) হনুমান

(খ) অঙ্গদ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) অঙ্গদ ।


৮। দক্ষিণফালে যোৱা দলটো সহায় কাৰণে কাক পঠিয়াছিল

(ক) ৰাম আৰু লক্ষ্মণক

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) হনুমান আৰু জাম্বৱন্তক

উত্তৰ- (গ) হনুমান আৰু জাম্বৱন্তক ।


৯। বালী পুত্ৰ নাম কি ?

(ক) জাম্বৱন্ত

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) অঙ্গদ

উত্তৰ- (গ) অঙ্গদ ।


১০। ৰামে কাক আঙঠি দিছিল ?

(ক) জাম্বৱন্তক

(খ) হনুমান

(গ) সুগ্ৰীৱ

উত্তৰ- (খ) হনুমান ।