অশোক বনত সীতা । অধ্যায় ১৫ । Chapter 15 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School |  চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ১৫


অশোক বনত সীতা


অনুশীলনীঃ


(১) লঙ্কাক সোণৰ লঙ্কা বুলি কিয় কোৱা হৈছিল ?

উত্তৰঃ নগৰৰ ঘৰবোৰত সোণ-ৰূপৰ কাৰুকাৰ্য কৰা আছিল বাবে লঙ্কা বুলিছিল।


(২) হনুমানে বিভীষণক কিদৰে লগ পালে ?

উত্তৰঃ হনিমানে বেশ সলাই নগৰত ঘূৰি থাকোতে এটা সোণৰ বিশাল ভৱনৰ ভিতৰত এটা মন্দিৰ আৰু তুলসীৰ গছ এজন দিব্য পুৰুষে ভগৱানক পূজা কৰি আছিল তেওঁ আছিল ৰাৱনৰ সৰু ভায়ে ক বিভীষণ | তেওঁ ৰাক্ষস যদিও সৎ আছিল | গতিকে হনুমানে নিজৰ পৰিচয় দি বিভীষণৰ লগত চিনাকি হ'ল এনেদৰে বিভীষণক লগ পালে।


(৩) হনুমানে ৰাৱণৰ উপবনখন কিয় উছন কৰিলে ?

উত্তৰঃ হনুমানে ৰাৱণক উপবনখন ফল খাবলৈ গছৰ ওপৰত জঁপিয়াই পৰিল আৰু উপবনখন উছন কৰিলে।


(৪) সীতা কোন বনত আছিল ?

উত্তৰঃ সীতা অশোক বনত আছিল।


(৫) হনুমানে সীতাক লগ পাই কি দিলে ?

উত্তৰঃ হনুমানে সীতাক লগ পাই ৰামৰ আঙঠিটো আৰু ৰামৰ বাতৰিটো দিলে।


Apurba Kakati