Chapter 14

হনুমান সাগৰ পাৰ হ’ল



১। অঙ্গদ কাৰ পুত্ৰ আছিল ?

(ক) সুগ্ৰীৱ

(খ) বালী

(গ) হনুমান

উত্তৰ- (খ) বালী ।


২। কোন কোন সাগৰ পৰা পালে ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) হনুমান আৰু ৰাম, লক্ষ্মণক

(গ) হনুমান আৰু জাম্বৱন্তক, অঙ্গদ

উত্তৰ- (খ) হনুমান আৰু ৰাম, লক্ষ্মণক ।


৩। সাগৰ ওচৰত এটা কি আছিল ?

(ক) এটা গুহা আছিল

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) এটা পুখুৰী আছিল

উত্তৰ- (ক) এটা গুহা আছিল ।


৪। গুহাৰ ভিতৰত কোনে কেকাই আছিল ?

(ক) এটা প্ৰকাণ্ড সিংহয়ে

(খ) এটা প্ৰকাণ্ড চৰায়ে

(গ) এটা প্ৰকাণ্ড কুকুৰে

উত্তৰ- (খ) এটা প্ৰকাণ্ড চৰায়ে ।


৫। সেই চৰাইটো নাম কি আছিল ?

(ক) সম্পাতী

(খ) জটায়ু

(গ) সুগ্ৰীৱ

উত্তৰ- (ক) সম্পাতী ।


৬। সম্পাতী ককায়েক কোন আছিল ?

(ক) জটায়ু

(খ) নাচিকেত

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) জটায়ু ।


৭। সম্পাতী ক’লৈ যাওটে পাখিবোৰ পুৰি গৈছিল ?

(ক) জুই ওচৰলৈ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) সূৰ্য্য ওচৰলৈ

উত্তৰ- (গ) সূৰ্য্য ওচৰলৈ ।


৮। কোনে জটায়ু মৃত্যু বাতৰি শুনি বৰ আঘাত পালে ?

(ক) হনুমানে

(খ) সম্পাতী

(গ) ৰাম

উত্তৰ- (খ) সম্পাতী ।


৯। সম্পাতীৰ কাৰ ওপৰত খং উঠিছিল ?

(ক) ৰাৱণৰ ওপৰত

(খ) ৰামৰ ওপৰত

(গ) হনুমানৰ ওপৰত

উত্তৰ- (ক) ৰাৱণৰ ওপৰত ।


১০। সীতাৰ ঠিকনা কথা কোনে হনুমানক কৈছিল?

(ক) জটায়ু

(খ) অঙ্গদ

(গ) সম্পাতী

উত্তৰ- (গ) সম্পাতী ।