সাগৰৰ ওপৰত সাঁকো । অধ্যায় ১৮ । Chapter 18 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School | চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ১৮

সাগৰৰ ওপৰত সাঁকো

    👉Download Book PDF

    👉Online Exam

    👉MCQs


অনুশীলনীঃ


(১) সাগৰ পাৰ হোৱাৰ  সমস্যা কেনেদৰে সমাধান হ'ল ?

উত্তৰঃ সাগৰ পাৰ হোৱাৰ সমস্যা এনেদৰে সমাধান কৰিলে যে সুগ্ৰীৱৰ সেনা-বাহিনীত নল আৰু নীল নামৰ দুজন পাকৈত অভিযন্তা আছিল তেওঁলোকে শিল, পাথৰ,মাটি,বালি এনেদৰে তৈয়াৰ কৰিলে যে সাগৰ ওপৰত ভাহিব ধৰিলে আৰু সেইবোৰ এক গোট কৰি সাঁকো নিৰ্মাণ কৰিলে সাঁকো ওপৰত উঠি সাগৰ পাৰ হব পাৰিব এনেদৰে সাগৰ পাৰ হোৱা সমস্যা সমাধান কৰিলে।


(২) কেৰ্কেটুৱাৰ পৰা আমি কি শিক্ষা পাওঁ ?

উত্তৰঃ কেৰ্কেটুৱাৰ পৰা আমি এইটো শিক্ষা পাওঁ যে সৰু-বৰ সকলো প্ৰাণী মিলি-জুলি কাম কৰিলে ডাঙৰ কাম কৰিব পাৰো। সকলো কামে সহজ  হৈ পৰে।


(৩) খালী ঠাই পূৰ কৰা-

(ক) সুগ্ৰীৱৰ সেনাত নল আৰু নীল নামেৰে দুজন অভিযন্তা আছিল।

(খ) কেৰ্কেটুৱাৰ পিঠিত ৰামৰ আঙুলিৰ চিন থাকি গ'ল।

(গ) নল-নীলে সাগৰৰ ওপৰত সাঁকো সাজিলে।


Apurba Kakati