পৰমাণুৰ গঠন | Chapter 2 | Class 11 Chemistry Assamese medium | HS 1st Year Chemistry Suggestion Assam | Class 11 Chemistry Question And Answer Assam | Higher Secondary 1st year Chemistry Answer notes | অধ্যায় ২ | উচ্চ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুঠিৰ ৰাসায়নৰপৰমাণুৰ গঠন প্ৰশ্ন উত্তৰ

 

2.1

(i)1 g ইলেকট্ৰনত থকা ইলেকট্ৰনৰ সংখ্যা গণনা কৰা।

(ii) 1 mol ইলেকট্ৰনৰ ভৰ আৰু আধান গণনা কৰা।

2.2

(i) 1 mol মিথেনত থকা সৰ্বমুঠ ইলেকট্ৰনৰ সংখ্যা গণনা কৰা।

(ii) 7 mg 14C ত থকা (a) নিউট্ৰনৰ সংখ্যা আৰু (b) নিউট্ৰনৰ ভৰ গণনা কৰা(নিউট্ৰনৰ ভৰ = )

(iii) STP ত 34 mg NH3ত থকা প্ৰটিনৰ (a) সংখ্যা আৰু (b) ভৰ গণনা কৰা। উষ্ণতা আৰু চাপ সলনি কৰিলে উত্তৰ সলনি হব নেকি?

2.3 নিম্নোক্ত নিউক্লিয়াচবোৰৰ প্ৰতিটোতে কিমানটাকৈ নিউট্ৰন আৰু প্ৰটন আছে লিখা-

2.4 নিম্নোক্ত পৰমাণু ক্ৰমাংক (Z) আৰু ভৰ ক্ৰমাংক (A) ব্যৱহাৰ কৰি ইহঁতে নিৰদেশ কৰা মৌলৰ সম্পূৰ্ণ চিহ্ন লিখা।

i. Z=17, A=35

ii. Z=92, A=233

iii. Z=4, A=9

2.5 ছ’ডিয়াম লেম্পৰপৰা নিৰ্গত হালধীয়া পোহৰৰ তৰংগদৈঘ্য  580 nm লে কম্পনাংক (V) আৰু তৰংগ সংখ্যা গণনা কৰা

2.6 নিম্নোক্ত প্ৰতিটো ফটনৰ শক্তি গণনা কৰা-

i.  Hz কম্পনাংকযুক্ত পোহৰ

ii. 0.50 A0তৰংগদৈৰ্ঘ্যযুক্ত পোহৰ

2.7 পৰ্য্যায়বিশিষ্ট পোহৰৰ তৰংগদৈৰ্ঘ্য, কম্পনাংক আৰু তৰংগসংখ্যা গণনা কৰা।

2.8 4000 pm তৰংগদৈৰ্ঘবিশিষ্ট পোহৰে 1 J পৰিমাণৰ শক্তি নিৰ্গত কৰিলে কিমানটা ফটন থাকিব গণনা কৰা।

2.9 তৰংগদৈৰ্ঘ্যবিশিষ্ট ফটনে 2.13 e V কাৰ্য ফলন য়ুক্ত ধাতুপৃষ্টত আঘাত কৰিলে

i. টনৰ ইলেকট্ৰন ভল্ট (e V) হিচাপে শক্তি,

ii. নিৰ্গত ফটইলেকট্ৰনৰ গতি শক্তি, আৰু

iii. ফটইলেকট্ৰনৰ বেগ গণনা কৰা। ( )

2.10 242nm তৰংগদৈৰ্ঘ্যবিশিষ্ট বিদু চুম্বকীয় তৰংগই ছডিয়াম পৰমাণুক অকল আয়নিতহে কৰে। ছডিয়ামৰ আয়নীকৰণ শক্তি kj mol-1 এককত গণনা কৰা।

 

 

 

2.11 25 ৱাটৰ বাল্ক এটাই 0.57um তৰংগদৈর্ঘ্যযুক্ত হালধীয়া পোহৰ নিৰ্গত কৰিলে প্রতি ছেকেণ্ডত কিমানটা কোৱাণ্টা নির্গত হ’ব গণনা কৰা৷

2.12 এটা ধাতুৰ পৃষ্ঠত 6800 A0তৰংগদৈর্ঘ্যৰ বিকিৰণ আপতিত হলে শূন্য বেগেৰে ইলেকট্রন নির্গত হয়। ধাতুটোৰ কাৰ্য্যফলন (W0)আৰু প্ৰভাৱসীমা কম্পনাংক (v0) গণনা কৰা।

2.13 হাইড্রজেন পৰমাণু এটাৰ ইলেকট্রনৰ n = 4 শক্তিস্তৰৰ পৰা n = 2 শক্তিস্তৰলৈ সংক্রমিত হলে নির্গত হোৱা বিকিৰণৰ তৰংগদৈর্ঘ্য গণনা কৰা।

2.14H-পৰমাণুৰ ইলেকট্রনটোn = 5 কক্ষপথত থাকিলে পৰমাণুটোক আয়নীত কৰিবলৈ কিমান শক্তিৰ প্রয়োজন হ’ব গণনা কৰা। এই প্রশ্নৰ উত্তৰটোক H- পৰমাণুৰ আয়নীকৰণ শক্তিৰ সৈতে (n=1 কক্ষপথৰপৰা ইলেকট্রনটোক আতৰাবলৈ প্রয়োজনীয় শক্তি) তুলনা কৰা।

2.15 হাইড্রজেন পৰমাণুৰ ইলেকট্রনটো n = 6 কক্ষপথৰপৰা ভূমিস্তৰ অৱস্থালৈ সংক্রমিত হলে কিমান সংখ্যক বর্ণালী ৰেখা পোৱা যায়?

2.16 i. হাইড্রজেন পৰমাণুৰ প্রথম কক্ষপথত ইলেকট্রনটোৰ শক্তি–2.18×10-18J লে পঞ্চম কক্ষপথত শক্তি গণনা কৰা। ii. হাইড্রজেন পৰমাণুৰ পঞ্চম কক্ষপথৰ বৰৰ ব্যাসার্ধ গণনা কৰা।

2.17 হাইড্রজেন বর্ণালীৰ বামাৰ শ্ৰেণীৰ আটাইতকৈ দীঘল তৰংগদৈর্ঘ্যযুক্ত বিকিৰণৰ তৰংগসংখ্যা গণনা কৰা।

2.18হাইড্রজেন পৰমাণুৰ ইলেকট্রনটোক প্রথম ব’ৰ কক্ষপথৰ পৰা পঞ্চম ব’ৰ কক্ষপথলৈ স্থানান্তৰিত কৰিবলৈ প্রয়োজন হোৱা শক্তিৰ পৰিমাণ জুল এককত গণনা কৰা। ইলেকট্রন পুনঃ ভূমি স্তৰ অৱস্থালৈ আহিলে কিমান তৰংগদৈর্ঘ্য বিশিষ্ট বিকিৰণ নির্গত হ'? দিয়া আছে, হাইড্রজেন পৰমাণুৰ ইলেকট্রনটোৰ ভূমি স্তৰ শক্তি হ’ল

2.19 হাইড্রজেন পৰমাণুৰ n- তম কক্ষপথত ইলেকট্রনটোৰ শক্তি হ’ল n=2কক্ষপথৰ পৰা ইলেকট্রনটোক সম্পূৰ্ণৰূপে আতৰাবলৈ প্রয়োজনজন হোৱা শক্তি গণনা কৰা। এই সংক্রমণ ঘটাবলৈ প্রয়োজন হোৱা পোহৰৰ দীর্ঘতম তৰংগদৈর্ঘ্য cm এককত গণনা কৰা।

2.20 বেগেৰে গতি কৰি থকা ইলেকট্রনৰ তৰংগদৈর্ঘ্য গণনা কৰা।

2.21 ইলেকট্রন এটাৰ গতি শক্তি আৰু ইয়াৰ ভৰ  লে তৰংগদৈর্ঘ্য গণনা কৰা।

2.22 তলৰ কোনকেইটা সমইলেকট্রনীয় বাচি উলিওৱা-

Na, K, Mg2+, Ca2+, S2-, Ar

( i ) নিম্নোক্ত আয়নবোৰৰ ইলেকট্রনীয় বিন্যাস লিখা-

(a) H- (b) Na+ (c) 02 (d) F-

(ii)তলত কিছুমান মৌলৰ পৰমাণুৰ বহিৰতম ইলেকট্রনীয় বিন্যাস দিয়া হৈছে-মৌল তিনিটাৰ প্ৰতিটোৰে পৰমাণু ক্ৰমাংক কি হ'ব লিখা।

(iii) তলত দিয়া ইলেকট্রনীয় বিন্যাসে কি কি মৌল নিদের্শ কৰিছে লিখা-2.24 মুখ্য কোৱান্টাম সংখ্যাৰ(n-ৰ) সর্বনিম্ন কি মানৰ বাবেg অৰবিটেল পোৱা যাব?

2.25 এটা ইলেকট্রন 3d অৰবিটেলত থাকিলে n, আৰু ৰ সম্ভাব্য মানবোৰৰ লিখা।

2.26 এটা মৌলৰ পৰমাণু এটাত 29 টা ইলেকট্রন আৰু 35 টা নিউট্রন আছে। ইয়াত থকা প্ৰ'টনৰ সংখ্যা আৰু পৰমাণুটোৰ ইলেকট্রনীয় বিন্যাস লিখা।

2.27 তলত দিয়া প্রতিটোতে কিমানটাকৈ ইলেকট্রন আছে লিখা

2.28 (i)এটা পাৰমাণৱিক অৰবিটেলৰ বাবে n=3 'লে  আৰু ৰ মান লিখা।

(ii)3d অৰবিটেলত থকা ইলেকট্রনৰ বাবে  আৰু ৰ সম্ভাব্য মান লিখা।

(iii ) তলত দিয়াবোৰৰ ভিতৰত কোনবোৰ অৰবিটেল সম্ভব হয় লিখা—

2.29 তলৰ কোৱান্টাম সংখ্যাৰ সংহতিবোৰে কি কি অৰবিটেল নির্দেশ কৰিছে লিখা—

2.30 তলৰকোৱাণ্টাম সংখ্যাৰ সংহতিবোৰৰ কোনকেইটা অশুদ্ধ লিখা-

2.31 এটা পৰমাণুত থকা কিমানটা ইলেকট্ৰনৰ তলত দিয়া কোৱাণ্টাম সংখ্যাৰ মান সম্ভব হব-

2.32 প্রমাণ কৰা যে হাইড্রজেন পৰমাণুৰ ইলেকট্রনটো যিটো কক্ষপথেৰে ঘূৰি থাকে সেই কক্ষপথটোৰ পৰিধি ইলেকট্রনটোৰ দ্য ব্রয়লি তৰংগদৈর্ঘ্যৰ অখণ্ড গুণীতক।

2.33 হাইড্রজেন বর্ণালীৰ কোনটো সংক্ৰমণৰ তৰংগদৈর্ঘ্য ৰ পৰা n = 2 সংক্ৰমণৰ তৰংগদৈর্ঘ্যৰ সমান হ’ব?

2.34 প্রক্রিয়াটোৰ বাবে প্রয়োজনীয় শক্তি বর্ণনা কৰা। ভূমিস্তৰ অৱস্থাত H পৰমাণুৰ শক্তি

2.35 কার্বন পৰমাণু এটাৰ ব্যাস 0.15 nm হলে 20cm দীঘল সৰলৰেখা এডালত এটাৰ পাছত এটাকৈ কিমানটা কার্বন পৰমাণু ৰাখিব পৰা যাব?

2.36 টা কার্বন পৰমাণু এটাৰ পাছত এটাকৈ সজাই যাওতে 2.4cm দৈর্ঘ্য আগুৰিলে। কার্বন পৰমাণুৰ ব্যাসার্ধ গণনা কৰা।

2.37 জিংক পৰমাণুৰ ব্যাস হলে

(a )জিংক পৰমাণুৰ ব্যাসার্ধ pmএককত গণনা কৰা;

(b)জিংক পৰমাণুবোৰ এটাৰ পাছত এটাকৈ লগ লগাই গলে যদি 1.6 cm দৈর্ঘ্য আগুৰে তেন্তে ইয়াত থকা জিংক পৰমাণুৰ সংখ্যা গণনা কৰা।

2.38 এটা কণাৰ আধান ইয়াত থকা ইলেকট্রনৰ সংখ্যা গণনা কৰা।

2.39 মিলিকানৰ পৰীক্ষাত X- ৰশ্মি আপতিত হোৱাৰ ফলত তেল টোপালত আধান জমা হয়। তেল টোপালৰ আধান- লে ইয়াত কিমানটা ইলেকট্রন আছে গণনা কৰা।

2.40 ৰাডাৰফৰ্ডৰ পৰীক্ষাত সাধাৰণতে ল্ড, প্লেটিনাম আদি গধূৰ পৰমাণুৰ পাতল পাতকa-কণাৰে আঘাত কৰা হয়। এলুমিনিয়ামৰ দৰে পাতল পৰমাণুৰ পাতল পাত এচটাক a-কণাৰে আঘাত কৰিলে পৰ্যবেক্ষণ কৰা ফলাফলৰ কিবা পৰিৱৰ্তন হ'ব নেকি?

2.41 79Br- এনেকুৱা চিহ্ন ব্যৱহাৰ কৰা হয়; কিন্তু আৰু 35Br ধৰণৰ চিহ্ন ব্যৱহাৰ কৰা নহয় ইয়াৰ কাৰণ কি লিখা।

2.42 এটা মৌলৰ ভৰ ক্ৰমাংক 81 আৰু ইয়াৰ পৰমাণুত প্ৰ’টিনৰ তুলনাত 31.7% বেছি নিউট্ৰন আছে মৌলটোৰ পাৰমাণৱিক চিহ্ন লিখা।

2.43 এটা আয়নৰ ভৰ ক্ৰমাংক 37 আৰু ইয়াৰ এটা ঋণাত্মক আধান আছে। আয়নটোত ইলেকট্ৰনতকৈ 11.1% বেছি নিউট্ৰন আছে। আয়নটোৰ চিহ্ন কি হ?

2.44 এঠা আয়নৰ ভৰ ক্ৰমাংক 37 আৰু ইয়াৰ ঋণাত্মক আধান আছে। আয়নটোত থকা নিউট্ৰনৰ সংখ্যা ইলেকট্ৰনতকৈ 30.4% বেছি। আয়নটোৰ চিহ্ন লিখা।

2.45 তলৰ বিকিৰণবোৰক কম্পনাংক বৰ্দ্ধিত ক্ৰমত সজোৱা- (a)মাইক্ৰৱেভ অভেনৰ পৰা নিৰ্গত বিকিৰণ, (b)ট্ৰেফিক সংকেতৰ হালধীয়া পোহৰ, (c)FM ৰডিঅৰ বিকিৰণ,(d) মহাজাগতিক ৰশ্মি (e)X-ৰশ্মি

2.46 নাইট্ৰজেন লেজাৰ বিকিৰণ তৰংগদৈৰ্ঘ 337.1 nm;এই বিকিৰণৰ টা ফটন নিৰ্গত হলে লেজাৰটোৰ মুঠ শক্তি গণনা কৰা।

2.47 নিয়ম গেছ সাধাৰণতে নামাংকিত ফলনত (sign board) ব্যৱহাৰ কৰা হয়ইয়াৰ পৰা 616লস তৰংগদৈৰ্ঘ্য বিশিষ্ট বিকিৰণ নিৰ্গত হয় হলে নিম্নোক্তবোৰ গণনা কৰা-

A) ইয়াৰ কম্পনাংক,(b) 30s সময়ত বিকিৰণটোৱে অতিক্ৰম কৰা দূৰত্ব, (c) ইয়াৰ ফটনৰ শক্তি, আৰু (d) বিকিৰণটোৰ পৰা 2 j শক্তি পোৱা গলে নিৰ্গত ফটটনৰ সংখ্যা।

2.48 জ্যতিৰ্বিজ্ঞানৰ পৰ্য্যবেক্ষণত দূৰৰ তৰাৰ পৰা পোৱা সংকেতসমূহ সাধাৰণতে দুৰ্বল। যদি ফটন ধৰা পেলোৱা যন্ত্ৰটোৱে nm তৰংগদৈৰ্ঘ বিশিষ্ট বিকিৰণ শক্তি পায় তেন্তে যন্ত্ৰটোৱে পোৱা ফটনৰ সংখ্যা গণনা কৰা।

2.49 উত্তেজিত অৱস্থাৰ অণুৰ জীৱনকাল স্পন্দিত বিকিৰণ ৎসৰ (Pulsed radiation source) দ্বাৰা উত্তেজিত অৱস্থাৰ অণুৰ জীৱন কাল, নেনছেকেণ্ড (ns)ত জোখা হয়। বিকিৰণৰ উৎস 2 নেনছেকেণ্ড (ns) আৰু  স্পন্দিতউৎসৰ পৰা নিৰ্গত হোৱা ফটনৰ সংখ্যা লে উৎসটোৰ শক্তি গণনা কৰা।

2.50 589 nm আৰু 589.6 nm ত আটাইতকৈ দীঘল তৰংগদৈৰ্ঘ্যৰ দ্বয়ী (doublet) শোষণ দেখা যায়। প্ৰতিটোৰ কম্পনাংক আৰু দুয়োটা উত্তেজিত অৱস্থাৰ মাজৰ শক্তিৰ পাৰ্থক্য গণনা কৰা।

2.51 চিজিয়াম ধাতুৰ কাৰ্য্য পলন 1.9eV লে (a) প্ৰভাবসীমা তৰংগদৈৰ্ঘ্য, আৰু (b) প্ৰভাবসীমা কম্পনাংক গণনা কৰা। চিজিয়ামৰ ওপৰত 500 nm তৰংগদৈৰ্ঘ্য বিকিৰণ আপতিত হলে নিৰ্গত ফটইলেকট্ৰনৰ গতি শক্তি আৰু বেগ গণনা কৰা।

2.52 ছডিয়াম ধাতুৰ ওপৰত বেলেগ বেলেগ তৰংগদৈৰ্ঘ্যৰ বিকিৰণ আপতিত হব দিয়াত তলত দিয়া ফলাফল পোৱা গৈছে-

         500      450      400

       2.55      4.35      5.35

(a) প্ৰভাবসীমা তৰংদৈৰ্ঘ্য আৰু (b) প্লাংকৰ দ্ৰুবকৰ মান গণনা কৰা।

2.53আলোকবিদ্যুৎ প্রভাব অধ্যয়নৰ পৰীক্ষা এটাত ছিলভাৰ ধাতুৰ ওপৰত 256.7nm তৰংগদৈর্ঘ্যৰ বিকিৰণ আপতিত কৰি সংগ্রাহক প্লেটত (collector plate) 0.35V বিভব প্রয়োগ কৰিলে ফটইলেকট্রন নির্গত হোৱা বন্ধ হয়। ছিলভাৰৰ কাৰ্য্য ফলন গণনা কৰা।

2.54 150 pmতৰংগদৈর্ঘ্যৰ বিকিৰণে পৰমাণু এটাক আঘাত কৰাত পৰমাণুটো ভিতৰৰ ইলেকট্রন এটা বেগেৰে নির্গত হয়। নিউক্লিয়াছটোৱে কিমান শক্তিৰে ইলেকট্রনটোক ধৰি ৰাখিছিল গণনা কৰা।

2.55 হাইড্রজেন বর্ণালীৰ পাস্কেন শ্রেণীত বাহিৰৰn-তম কক্ষপথৰপৰা n = 3 কক্ষপথলৈ ইলেকট্রনৰ সংক্রমন হওতে নির্গত বিকিৰণৰ কম্পনাংকৰ (v ) মান হয়,

পাস্কেন শ্রেণীত 1285nm তৰংগদৈর্ঘ্যত সংক্রমন হলে n ৰ মান নির্ণয় কৰা। কি পৰিসৰত এই বর্ণালী দেখা যাব উলিওৱা।

2.56 হাইড্রজেন পৰমাণুৰ 1.3225 nm ব্যাসার্ধবিশিষ্ট কক্ষপথৰপৰা 211.6 pm ব্যাসার্ধবিশিষ্ট কক্ষপথলৈ ইলেকট্রনৰ সংক্রমন হলে নির্গত বিকিৰণৰ তৰংগদৈর্ঘ্য গণনা কৰা। এই সংক্রমন হাইড্ৰজেন বৰ্ণালীৰ কোনটো শ্ৰেণীৰ ? এই বর্ণালী কোনটো পৰিসৰৰ?

2.57 দ্য ব্রয়লিৰ পদাৰ্থৰ দ্বৈত আচৰণ শীর্ষক ধাৰণাৰ ওপৰত ভেটি কৰিয়েই ইলেকট্রন মাইক্ৰস্কপ আৱিস্কাৰ কৰা হৈছে। এই মাইক্ৰ'স্কপ অণুৰ গঠন অধ্যয়নত ব্যৱহৃত হয়। ইয়াত ইলেকট্রনৰ বেগ 'লে ইয়াৰ দ্য ব্রয়লি তৰংগদৈর্ঘ্য গণনা কৰা।

2.58 ইলেকট্রন অপবর্তনৰ দৰে নিউট্রন অপবর্তন মাইক্ৰস্কপ নামৰ সঁজুলিও অণুৰ গঠন অধ্যয়নৰ বাবে ব্যৱহৃত হয়। ইয়াত নিউট্রনৰ তৰংগদৈর্ঘ্য 800 pm 'লে ইয়াৰ বেগ গণনা কৰা।

2.59 ব’ৰৰ প্ৰথম কক্ষপথত ইলেকট্রনৰ বেগ  লে দ্য ব্রয়লি তৰংগদৈর্ঘ্য গণনা কৰা।

2.60 1000 Vবিভবভেদত প্ৰ'টনৰ বেগ kg ভৰৰ হকি খেলৰ বল এটা একে বেগেৰে গতি কৰি থাকিলে ইয়াৰ তৰংগদৈর্ঘ্য গণনা কৰা।

2.61 ইলেকট্রন এটাৰ অবস্থান +0.002nm শুদ্ধকৈ জানিলে ইয়াৰ ভৰবেগৰ অনিশ্চয়তা গণনা কৰা। ইলেকট্রনটোৰ ভৰবেগ বুলি ধৰিলে এই মানটোৰ সংজ্ঞা লিখাত কিবা সমস্যা হ'ব নেকি?

2.62 ছয়টা ইলেকট্রনৰ কোৱান্টাম সংখ্যাৰ মান তলত দিয়া হৈছে—

1.

2.

3.

4.

5.

6.

ইহঁতক শক্তিৰ বর্ধিত ক্ৰমত সজোৱা। ইহঁতৰ কেইটামানৰ শক্তি একে হ'ব নেকি? যদি হয়, কোনকেইটাৰ?

2.63 ব্ৰ'মিন পৰমাণুত 35 টা ইলেকট্রন আছে। ইয়াৰে 6 টা 2p অৰবিটেলত, 6 টা 3p অৰবিটেলত আৰু 5 টা 4p অৰবিটেলত আছে। এইবaৰৰ ভিতৰত কাৰ ক্ষেত্ৰত কাৰ্য্যকৰী নিউক্লীয় আধান আটাইতকৈ কম।

2.64 তলৰ প্রতিযোৰৰ কাৰ ক্ষেত্ৰত কাৰ্য্যকৰী নিউক্লীয় আধান বেছি হ’ব– (i) 2s আৰু 3s, (ii) 4d আৰু 4f, (iii) 3d আৰু 3p

2.65 Al আৰু Si ৰ অযুগ্ম ইলেকট্রন 3p অৰবিটেলত আছেকাৰ ক্ষেত্ৰত কাৰ্য্যকৰী নিউক্লীয় আধানৰ মান বেছি হ'?

2.66 কোনটোত কিমান অযুগ্ম ইলেকট্রন আছে উলিওৱা—

(a) P

(b) Si

(c) Cr

(d) Fe

(e) Kr

2.67 (a) n = 4 হলে কিমান ধৰণৰ অৰবিটেল (উপখোল) থাকিব?

(b) এই অৰবিটেলবোৰত  যুক্ত ইলেকট্রন কিমান থাকিব?






Post ID : DABP006646