কৃষ্ণসখা সুদামা । অধ্যায় ২ । Chapter 2 | Class 3 Niti Mallika Sonkardev School Question and Answer Assam | Class 3 Niti Mallika Sankardev School Soulition | তৃতীয় মান শ্ৰেণীৰ কৃষ্ণসখা সুদামা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ২

কৃষসখা সুদামা


    👉Download Book PDF
    👉Chapter 2 MCQs
    👉Online Exam


আৰ্হি প্ৰশ্ন:


(ক) শ্ৰীকৃষ্ণই শিক্ষাগ্ৰহণ কৰা গুৰুগৰাকীৰ নাম কি ?

উত্তৰঃ শ্ৰীকৃষ্ণই শিক্ষাগ্ৰহণ কৰা গুৰুগৰাকী নাম সান্দীপনি আছিল।


(খ) গুৰুগৃহত সুদামাৰ পৰম বন্ধু কোন আছিল?

উত্তৰঃ গুৰুগৃহত সুদামাৰ পৰম বন্ধু শ্ৰীকৃষ্ণ আছিল।


(গ) সুদামাই শ্ৰীকৃষ্ণৰ বাবে কি লৈ গিছিল ?

উত্তৰঃ সুদামাই শ্ৰীকৃষ্ণৰ বাবে এমুঠি সান্দহ লৈ গৈছিল।


(ঘ) শ্ৰীকৃষ্ণই সুদামাক দেখি কি কৰিছিল?

উত্তৰঃ শ্ৰীকৃষ্ণই সুদামাক দেখি পালেঙৰ পৰা উঠি আহি তেওঁক সাৱটি ধৰিছিল।


(ঙ) শ্ৰীকৃষ্ণ আৰু সুদামাৰ বন্ধু প্ৰীতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ শ্ৰীকৃষ্ণ আৰু সুদামাৰ বাল্যকালৰ পৰা পৰম বন্ধু আছিল। যেতিয়া গুৰুগৃহত শিক্ষা লৈ সকলোয়ে নিজৰ নিজৰ ঘৰলৈ উভতি আহিল। তাৰ পাছত সুদামাৰ বয়স হোৱাত বিবাহ কৰিলে। সুদামাৰ আছিল বৰ অভাৱী কেতিয়াব পত্নী আৰু সুদামাৰে অনাহাৰে থাকিব লাগিছিল। আনহাতে শ্ৰীকৃষ্ণ আছিল দ্বাৰকাৰ ৰজা।  এদিন সুদামৈৰ পত্নীয়ে সুদামাক ক'লে যে তুমাৰ পৰম বন্ধু দ্বাৰকাৰ ৰজা তেওঁক যদি আমাৰ দুখৰ কথা কোৱা তেওঁ আমাক সহায় কৰিব সেই কথা শুনি সুদামাৰ দ্বাৰকাৰ লৈ যাবলৈ ওলাল সুদামাৰ পত্নী সখা শ্ৰীকৃষ্ণলৈ এমুঠি সান্দহ দি পঠালে। সুদামাৰ গৈ দ্বাৰকাৰ পালে তেতিয়া শ্ৰীকৃষ্ণ দুৱৰীয়ে বাধা দিলে। বহুত অনুনয়-বিনয়ৰ পাছত সুদামাক শ্ৰীকৃষ্ণ ওচৰলৈ য়াবলৈ অনুমতি পালে। সিফালে শ্ৰীকৃষ্ণ সোনৰ পালেঙত নিজৰ পত্নী লগক শুই আছে। এনেতে সুদামাৰ জাই পোৱাত শ্ৰীকৃষ্ণ পালেঙৰ পৰা উঠি সুদামাক সাৱটি ধৰিলে তাৰপাছত শ্ৰীকৃষ্ণই সুদামাক ক'লে সখি তুমি মোৰ লৈ কি আনিছা সুদামাই এমুঠি সান্দহ দিবলৈ বেয়া পালে ভগবান শ্ৰীকৃষ্ণই সুদামাৰ মনোভাৱ গম পাই সুদামাৰ হাতৰ পৰা সান্দহ কাৰি আনি খালে তাৰপাছত সোণৰ পালেঙত সুদামাক শুবলৈ দিলে আৰু ৰং ধেমালিৰে, নানা কথা পাতি সোণৰ পালেঙক শুই পৰিলে। এনেদৰে বহু দিন গ'ল। সুদামাৰ ঘৰলৈ আহিব হ'ল সুদামাই যি কাৰণত আহিছিল সেই কথা পাহৰি গ'ল ট সুদামাই যেতিয়া ঘৰ পালে আচৰিত কাৰণ গোটেই ঘৰ সোণৰ ,ফুলনি,লগুৱা-লিগিৰীয়ে,ল'ৰা-ছোৱালী সাজ -পোছাক সলনি হ'ল। তেতিয়া সুদামাই শ্ৰীকৃষ্ণৰ মৰমৰ উপহাৰ কথা বুজিব পাৰিলে। এইয়া আছিল শ্ৰীকৃষ্ণৰ আৰু সুদামৰ মাজত বন্ধু প্ৰীতিৰ।


Apurba Kakati