হনুমানে সঞ্জীৱনী আনিলে । অধ্যায় ২১ । Chapter 21 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School | চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ২১


হনুমানে সঞ্জীৱনী আনিলে


অনুশীলনীঃ


(১) চমু উত্তৰ দিয়া-


(ক) হনুমানে সুষেণ বেজৰ ঘৰত সৈতে কিয় আনিব লগাত পৰিছিল ?

উত্তৰঃ হনুমানে সুষেণ বেজৰ ঘৰত সৈতে উঠাই আনিব লগাৰ কাৰণ সুষেণ বেজ বৰ বুঢ়া আছিল। চলা-ফুৰা কৰিব নোৱাৰে সেইবাবে ঘৰ সৈতে উঠাই আনিব লগাত পৰিছিল।


(খ) কালেনেমিয়ে হনুমানৰ বাট কিয় ভেটি ধৰিছিল ?

উত্তৰঃ কালেনেমিয়ে হনুমানৰ বাট ভেটি ধৰা কাৰণ কালনেমিয়ে ৰাৱণৰ বন্ধু আছিল আৰু হনুমানৰ বিপৰীত আছিল সেইবাবে বাট ভেটি ধৰিছিল।


(গ) ভৰতৰ কি ভূল হ'ল ?

উত্তৰঃ ভৰতে হনুমানক ৰাক্ষস বুলি মুখ নোহোৱা কাঁড় মাৰি তেওঁক তললৈ নমাই সময় বৰবাদ কৰা টো ভূল আছিল।


(২) বিপৰীত শব্দ লিখা-

(ক) বুঢ়া - বুঢ়ী

(খ) সমৰ্থ - অসমৰ্থ

(গ) দুখ - সুখ

(ঘ) আনন্দ - বিষাদ


Apurba Kakati