মেঘনাদ ধৰাশায়ী হ'ল । অধ্যায় ২৩ । Chapter 23 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School | চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ২৩


মেঘনাদ ধৰাশায়ী হ'ল


অনুশীলনীঃ


(১) খালী ঠাই পূৰ কৰা-


(ক) মেঘনাদে ঐন্দ্ৰজালিক বিদ্যা জানিছিল।

(খ) ৰামক নাগপাশৰ বন্ধনৰ পৰা গৰুড়ে মুক্ত কৰিলে।

(গ) মেঘনাদৰ পত্নীৰ নাম সুলোচনা আছিল।


(২) এই পাঠত থকা ৰামৰ দুটা গুণ বিষয়ে কোৱা |

উত্তৰঃ ৰামৰ দুটা গুণ হ'ল-

* ৰামে নাৰী জাতিক বৰ আদৰ কৰিছিল।

* ৰামে গুণী শত্ৰুৰ আদৰ জানিছিল।


(৩) সমাৰ্থক শব্দ লিখা -

(ক) আদৰ - সন্মান

(খ) নাশ - ধ্বংস

(গ) মূৰ্ছা - বেহুঁচ

(ঘ) খৰ্গ - খলপ

(ঙ) বীৰ - শক্তিমান

(চ) প্ৰতিজ্ঞা - সংকল্প


apurba Kakati