Chapter 23

মেঘনাদ ধৰাশায়ী হ’ল


১) কাৰ মৃত্যু দেখি ৰাৱণৰ চেতনা নাহিল ?

(ক) মেঘনাদৰ

(খ) কুম্ভকৰ্ণৰ

(গ) ইয়াৰ পৰা এটাৈও নহয়

উত্তৰঃ (খ) কুম্ভকৰ্ণৰ।


২) ৰাৱণ স্বভাৱ কেনেকুৱা ?  

(ক) বৰ ভাল স্ৱভাৱৰ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) বৰ অহংকাৰী

উত্তৰঃ (গ) বৰ অহংকাৰী।


৩) কোনে নিজৰ শক্তিৰ ওপৰত অংহকাৰ কৰিছিল ?

(ক) মেঘনাদে

(খ) ৰাৱণে

(গ) কুম্ভকৰ্ণয়ে

উত্তৰঃ (খ) ৰাৱণে।


৪) কুম্ভকৰ্ণৰ মৃত্যু পিছত ৰাৱণে কাক ৰণথলীলৈ পঠালে ?

(ক) মেঘনাদক

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) মায়াবী ৰাক্ষসক

উত্তৰঃ (ক) মেঘনাদক।


৫) কোনে নিজৰ মায়াৰথত উঠি ৰণভূমিলৈ আহিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) মায়াবী ৰাক্ষস

(গ) মেঘনাদ

উত্তৰঃ (গ) মেঘনাদ।


৬) মেঘনাদে কাক নগপাশেৰে বান্ধি পেলালে ?

(ক) হনুমানক

(খ) লক্ষ্মণক

(গ) ৰামক

উত্তৰঃ (গ) ৰামক।


৭) কাৰ মূৰ্ছা ভংগ হ’ল ?

(ক) লক্ষ্মণৰ

(খ) মেঘলাদৰ

(গ) কুম্ভকৰ্ণৰ

উত্তৰঃ (খ) মেঘলাদৰ।


৮) কোনে যুদ্ধত জয়লাভ কৰিব কাৰণে যজ্ঞৰ আয়োজন কৰিলে ?

(ক) ৰাৱণে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) মেঘনাদে

উত্তৰঃ (গ) মেঘনাদে।


৮) মেঘনাদৰ পত্নী নাম কি আছিল ?

(ক) মোহিনী

(খ) সুলোচনা

(গ) তাড়কা

উত্তৰঃ (খ) সুলোচনা।


৯) কাৰ সাধনা ভংগ হৈছিল ?

(ক) মেঘনাদৰ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ৰাৱণৰ

উত্তৰঃ (ক) মেঘনাদৰ।


১০) ৰামক নাগপাশৰ পৰা কোনে মুক্ত কৰিলে ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) হনুমানে

(গ) গৰুৱে

উত্তৰঃ (গ) গৰুৱে।