Chapter 23
মেঘনাদ ধৰাশায়ী হ’ল
১) কাৰ মৃত্যু দেখি ৰাৱণৰ চেতনা নাহিল ?
(ক) মেঘনাদৰ
(খ) কুম্ভকৰ্ণৰ
(গ) ইয়াৰ পৰা এটাৈও নহয়
উত্তৰঃ (খ) কুম্ভকৰ্ণৰ।
২) ৰাৱণ স্বভাৱ কেনেকুৱা ?
(ক) বৰ ভাল স্ৱভাৱৰ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) বৰ অহংকাৰী
উত্তৰঃ (গ) বৰ অহংকাৰী।
৩) কোনে নিজৰ শক্তিৰ ওপৰত অংহকাৰ কৰিছিল ?
(ক) মেঘনাদে
(খ) ৰাৱণে
(গ) কুম্ভকৰ্ণয়ে
উত্তৰঃ (খ) ৰাৱণে।
৪) কুম্ভকৰ্ণৰ মৃত্যু পিছত ৰাৱণে কাক ৰণথলীলৈ পঠালে ?
(ক) মেঘনাদক
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) মায়াবী ৰাক্ষসক
উত্তৰঃ (ক) মেঘনাদক।
৫) কোনে নিজৰ মায়াৰথত উঠি ৰণভূমিলৈ আহিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) মায়াবী ৰাক্ষস
(গ) মেঘনাদ
উত্তৰঃ (গ) মেঘনাদ।
৬) মেঘনাদে কাক নগপাশেৰে বান্ধি পেলালে ?
(ক) হনুমানক
(খ) লক্ষ্মণক
(গ) ৰামক
উত্তৰঃ (গ) ৰামক।
৭) কাৰ মূৰ্ছা ভংগ হ’ল ?
(ক) লক্ষ্মণৰ
(খ) মেঘলাদৰ
(গ) কুম্ভকৰ্ণৰ
উত্তৰঃ (খ) মেঘলাদৰ।
৮) কোনে যুদ্ধত জয়লাভ কৰিব কাৰণে যজ্ঞৰ আয়োজন কৰিলে ?
(ক) ৰাৱণে
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) মেঘনাদে
উত্তৰঃ (গ) মেঘনাদে।
৮) মেঘনাদৰ পত্নী নাম কি আছিল ?
(ক) মোহিনী
(খ) সুলোচনা
(গ) তাড়কা
উত্তৰঃ (খ) সুলোচনা।
৯) কাৰ সাধনা ভংগ হৈছিল ?
(ক) মেঘনাদৰ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ৰাৱণৰ
উত্তৰঃ (ক) মেঘনাদৰ।
১০) ৰামক নাগপাশৰ পৰা কোনে মুক্ত কৰিলে ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) হনুমানে
(গ) গৰুৱে
উত্তৰঃ (গ) গৰুৱে।
0 Comments