অযোধ্যাত ৰামৰ ৰাজ্যভিষেক । অধ্যায় ২৭ । Chapter 27 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School | চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ

অধ্যায় ২৭


অযোধ্যাত ৰামৰ ৰাজ্যভিষেক


অনুশীলনীঃ


(১) অযোধ্যাবাসীয়ে ৰামক কিয় স্বাগতম জনাইছিল ?

উত্তৰঃ ৰামে চৈধ্য বছৰ বনবাস শেষ কৰি অযোধ্যালৈ উভতি অহা বাবে অযোধ্যাবাসীয়ে ৰামক স্বাগতম জনাইছিল।


(২) ৰামে বিমাতা কৈকেয়ীক কেনে ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ ৰামে বিমাতা কৈকেয়ীক বিমানৰ পৰা নামি সেৱা আৰু সন্মান কৰিছিল।


(৩) সীতাই হনুমানক হীৰাৰ হাৰ কিয় দিছিল ?

উত্তৰঃ সীতাই হনুমানক হীৰাৰ হাৰ দিয়া কাৰণ হনুমানে যুদ্ধৰত সহায় কৰা বাবে হীৰাৰ হাৰ উপহাৰ দিছিল।


Apurba Kakati